Ru lgt e pritom da e ahi Sai jua dekhbo lge krn Val ghr nisina vbisile j nhoi jnu kam t busy thku ahibo Mon gole u nuwaru nimile hole u abr ahi sai ru beharbari r pritom r Maiki joni kot
Pritam sir k kune kune miss korise bru ❤agor episode bur val asil atiyar si sir jonu val Kintu pritam sir r dore Rakesh hotok gali u debo lage tatiya ha
আমাৰ আক কুমকম'ক হে মৰম লাগে দেই।অভিনয় ও ভাল।
ডম্বৰুৰ ড্ৰেছ সলনি কৰিব লাগে নহলে ইয়াক পুলিচ বনাই দিয়া হলে ভাল আছিল।
বেহাৰ বাৰী সৰু পৰা চাই আহিছোঁ ।। কিন্তু বহুত ভাল জ্ঞান দিয়ে ❤❤
❤❤
Gahori lover likes
এটা ভাল দিন পাবলৈ হ'লে.....!!
হেজাৰতা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগে........!!!
Tumar comment Gita phi val lage ❤❤❤
কে কে ছাৰ মোহন থকা হেতেন এই বেহাৰবাৰী আউটপোষ্ট আৰু বেছি ভাল লাগিল হেঁতেন,
আকৌ এবাৰ আহক আপোনালোক দুজন 😢
Pom gol
Umm
কি বাৰে বাৰে কেকে আৰু মোহনৰ কথা কৈ আছে ? ডম্বৰু এতিয়া মোহনৰ বিকল্প হিচাপে সুন্দৰ অভিনয় কৰি আছে॥
Ru lgt e pritom da e ahi Sai jua dekhbo lge krn Val ghr nisina vbisile j nhoi jnu kam t busy thku ahibo Mon gole u nuwaru nimile hole u abr ahi sai ru beharbari r pritom r Maiki joni kot
এতিয়া আৰু ভাল লাগিছে kk আৰু মোহন নোহোৱা পৰা ভাল লাগিছে
Akow Mul hutiloi ghuri ahise behar bari khub val lgise aji keidinmanor pora besi val loga hoise. thank you ❤❤❤❤❤❤❤❤ Bahar Bari team
Beharbari name tu valke likhibo xikh
Dambaru moja lagil❤❤❤
কুমকুম থাকিলে চাই ভাল লাগে
ডম্বৰুক মজ্জা লাগিছে ❤❤❤
Kumkum my favourite ❤❤❤
বেহাৰবাৰী ক বেহাৰবাৰী হয় থাকিব থাকিব দিয়ক।।।youtuber এখোপা আনি মানুহক মনোৰঞ্জন দিব নোৱাৰে।।বেহাৰবাৰী মানে কেকে আৰু মোহন।।
Baperor maror murtu
Right
Love from Majuli ❤
❤❤❤❤
❤❤
Tqq
নতুন চাৰ জন ভাল, সকলোকে মৰম কৰে
Beharbarii out post moi horuu porai sai ahisuu mur bohut besii vl lage saiii ❤❤
আৰু কিমান ফখটিয়া আছে, লৈ আহঁক
কুমকুম 💓💓💓
Only like dhemjian❤
like by Riyan Parag
Konitu 😂
@@Focus_on_carrier bape rer niki
@@Focus_on_carriertoi bangladeshi😅
Fltu manuhok like kore nki nibba giri kori thako Kam nai
@@mrmanashbhai5665faltu manu buli kak kola ba
বৈকুন্থক regular কৰিব লাগে।
ৰাজীৱ ফিট হোৱা নাই
zubeen da
বেহাৰবাৰী আগতে সদায় চাইছিলো। কিন্তু মাজতে চাবলৈ এৰি দিলো। আজি বৈকুণ্ঠ দাৰ কাৰণেহে চালোঁ। বৈকুণ্ঠ দাদা সদায় বেহাৰবাৰীত থাকিলে সদায় চাম। 😊
❤❤❤ Baikuntha..... Aguai joa
I love Zubeen da
বহুদিনৰ পিছত চালোঁ , ভাল লাগিল 👌🏼
Rajib da mane dombaru ulale jitu music baje val lage xuni ❤aro jodi kabar kabar val lage like kori dibo
বেহৰবাৰীৰ যিখিনি অস্তিত্ব বাকী আছিল সেইখিনিও ডম্বৰু আহি শেষ কৰিলে।
Love from গোলাঘাট ❤
Damburuk vl lagis2 kintu episode kini... Voriya jomai ase kintu de hee😂
Kk da miss you 🥺🥺🥺🥺
Risha and kumkum r bbe ata like❤
❤😢😮
Kk sir aru mohun k bohut Miss korisu hunkale ahok
বঢ়িয়া 😂
Domboru bohut bhal lagise kintu mohan part2
I love ❤ you beheribari outpost 😊
Atia he sai val lage dai...
❤❤
😊😊
ডম্বৰুক পুলিচৰ কিবা বনাব লাগে 😊
Rakesh aru risha r biya episode bonai diyok 😂❤
আশ্ৰয় গৃহত থাকিবলৈ কি কি নথি-পত্ৰ লাগিব কব চোন পাৰিলে।
Rajib da mojaaa aji pora beharbari Sam aro😂😂😂😂😂😂😂
Comady Lage
❤
Aiikidin Sai Val lagise Domboru ohar pora , Muhonor dore jomonitu paisu olp
Dug dug Maina😂😂😂😂...
3 wicket for riyan porag vs
Sri Lanka
In old beharbari my favourite : kk , mohan , si sir , beauty bailung. In new : new si sir, letkon , rista ,mukuta and Rakesh.
Miss mohan and kk da❤
Very nice kum kum ba❤❤❤ dumbruk val logani
প্ৰীতম চাৰ আৰু নাহিব নেকি
Nahe ru atiya pritam sir theatre t busy miss you pritam sir🥺🥺
সুন্দৰ❤❤❤
Love from dirua
Moja lagise😊😊😊😊😊😊😊😊
Mr Raja. ❤
ভাল লাগিছে❤❤❤❤❤❤❤❤
বৈকুণ্ঠ দাৰ বাবে চালোঁ😊❤
আনৰ উন্নতি দেখি জ্বলা মানুহক কি বুলি কয় বাৰু
চকুচৰহা
❤❤❤❤❤
ভাল লাগিল ❤❤
Rajib da mozza de ❤❤❤
বেহাৰ বালী আউট প' ষ্ট এতিয়াহে আচলতে সুন্দৰ হৈছে।
Muhon❎dambaru☑️
Beharbari sai। Vl lagise aru
Zubeen da friend like kora behar bari sai zubeen dar gan xoni kune Kone toponi mara 😊
Khub hundor❤
Miss u old oc sir
Domboru ❤ nice
ৰাকেশক পিটন দিয়া মানুহ নহোৱা হল। আগতে কে কেয়ে পিটন দিয়াৰ দৰে পিটন দিয়া মানুহ এজন লাগিছিল।
Rakesh da iman nojolaba kumkum bak 😂😂😂😂😂😂😂❤❤❤❤❤
Dambaru ❌ mohon ✔️
Moja
মই ও যদি অনেকুৱা এটা suport পালো হ্য় অশ্ৰায় গৃহ r দৰে।
কেকে দা,মোহন আৰু প্ৰিতম চাৰক বহুত মিছ কৰিছো।।
I like from Namrup ❤
Second mohan ahile vl lagise sai
Love from Lakhimpur ❤
🎉🎉
good❤
কে কে মোহনৰ লগত এই ডম্বৰু চমবৰুৱে পাট্টা নাপায় হলেও কি হব পুৰণি অভ্যাসত বেহাৰবাৰী বুলি চাই আছো আকৌ।
ভাল লাগিছে চাই।😮😮😮😮😂
ডম্বৰু লৈ আমাৰ গহপুৰ ৰ পৰা মৰম
ডম্বৰু দুৱৰী বেহৰবাৰীত আনিব লাগে বুলি আমিও দুই এজন দৰ্শকে আলোচনা কৰিছিলো। তেওঁক সুবিধা দিয়াৰ বাবে বেহৰবাৰীৰ নেপথ্যত থকা সকলক ধন্যবাদ । পাৰে যদি হৰকো অনাৰ ব্যৱস্থা কৰক । ৰাকেশক সদায় সুবিধা দি থাকিলে ফ্লপ হব । তেওঁক অলপ কমাব লাগে ।
হৰক অনাতো ময়ো বিচাৰোঁ
Horor dialogue r logot Rakesh r dialogue nimile ...bohut beleg 👌
@@bituponahom7134 নিজে স্কীপ্ট লিখি নিজে আকৌ অভিনয়ৰ সুবিধা লৈ বেছি কৰিলে বহুৱালি হয় । প্ৰতিভা ৰিন্তুৰ আছে কিন্তু অভিনয়ত বেছি কৰিছে । হৰৰ কমেডি ৰাকেশতকৈ বেছি ভাল । কোনোবাই বেয়া পালে কি হব । হৰ যোৰহাটৰ বাবে কিছুমানে বেয়া পাইছে নি ? অভিনয়ৰ সকলো কথা নগাঁৱৰ লোকেহে জানে নি ? বিদুৰ ভাই খ্যাত গোলাঘাটৰ যুৱকে দেখুৱাই দিলে অকল অসমৰ নিদিষ্ট ঠাইৰ মানুহৰ বাদে আন ঠাইৰ মানহেও সবিধা পালে বহু কিছু কৰিব পাৰে ।
Nice
Rakesh laz pale 😂😂
বেছি ফটোৱা হৈছে
Good morning everyone 😊
Pritam sir k kune kune miss korise bru ❤agor episode bur val asil atiyar si sir jonu val Kintu pritam sir r dore Rakesh hotok gali u debo lage tatiya ha
মোহন আৰু কেকে দা ওলাই যোৱাৰ পাছৰ পৰা বেহাৰবাৰী চাবলৈ বাদেই দি দিছিলো। ৰাজীৱ দা অহাৰ পৰা আকৌ চোৱা আৰম্ভ কৰিছোঁ।
Mja 🔥😊
I am a single aru kun kun asa comment kra ❤😂😂😂😂
Second mohan😂😂😂
Richa ❤❤❤❤
like a pulak kaman
Kk sir and mohan come back koribo lage
Risha ❤❤❤❤❤
Richa😂 ❌❌ kumkum ba❤✅✅
❤❤❤❤❤❤❤❤❤❤😊
বহুত ভাল লাগিল 👌👍👍