আপোনাৰ অঞ্চলত যদি বিদ্যুৎ কৰ্তন হৈছে তেন্তে কাৰেন্ট বিচাৰি ফোন নকৰিব APDCL ক।

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024
  • আপোনাৰ অঞ্চলত যদি বিদ্যুৎ কৰ্তন হৈছে তেন্তে কাৰেন্ট বিচাৰি ফোন নকৰিব APDCL ক। ঠিকনা বিচাৰি গ্ৰাহকক ভাবুকি APDCL ৰ কৰ্মচাৰীৰ। চাঞ্চল্যকৰ ফোন ৰেকৰ্ডিং।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Комментарии • 747

  • @asingomuk4916
    @asingomuk4916 2 месяца назад +91

    ২ বাৰ ৩ বাৰৰ কথা নাই।গৰমত কাৰেন নহ'লে ১০০ বাৰো কৰিব পাৰোঁ ৰাজ্য।

  • @manasdeka7263
    @manasdeka7263 2 месяца назад +118

    দিনৰ দিনটো এই উৎকট গৰমত বেলেগৰ ঘৰত হাজিৰা কৰি আহি, উৰে নিশা বিচনী খন হাতত লৈ উজাগৰে থাকি ৰাতিপূৱাই আকৌ কামলৈ ওলাই যোৱা মানুহ জনেহে জানে লাইন টো কিমান দৰকাৰ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 месяца назад +2

      একদম ঠিক কথা

    • @korobidas5121
      @korobidas5121 2 месяца назад

      ​@@rajeshhazarika1663সঁচা কথা

  • @BulumoniSaikia-ui8fh
    @BulumoniSaikia-ui8fh 2 месяца назад +49

    তাক publice. ধুলাই দিলে চিধা হৈ যাব ।

  • @porashjyotineog5984
    @porashjyotineog5984 2 месяца назад +131

    A p d c l ৰ মানুহ জনক বিহিত ব্যবস্থা লব লাগে।

  • @bkp9774
    @bkp9774 2 месяца назад +65

    এইবোৰ কাৰণতেই মানু্হ অধ্বজ্য হৈ নকৰিব লগীয়া কাম কৰি পেলায় ।

  • @palpaldilkepas3566
    @palpaldilkepas3566 2 месяца назад +123

    অসহায় গ্ৰাহকৰ ওপৰত কৰ্মচাৰিৰ গুন্ডাগিৰি, মানসিক অত্যাচাৰ , অপমান ……এয়া কি হৈছে , ইয়াৰ বিচাৰ হবনে ? আইনে কি ব্যবস্থা লব ?

  • @asmigomgaming7960
    @asmigomgaming7960 2 месяца назад +31

    এই কৰ্মচাৰী জনক CM Sir চাকৰি পৰা বৰ্খাস্ত কৰক

  • @manabbaishya9877
    @manabbaishya9877 2 месяца назад +59

    এই বাৰ বিল নিব আহক । apdcl আৰু চৰকাৰক মাত্ৰ টকা লাগে।কুববা লাগিব ইহঁতক

  • @romesworsompramary2453
    @romesworsompramary2453 2 месяца назад +4

    চৰকাৰে কৰ্মচাৰীক নিলম্বন কৰিব লাগে।

  • @khagenassam5778
    @khagenassam5778 2 месяца назад +85

    বিল আনিব গলে ইহঁতক লাইনৰ খুটাত বান্ধি থব লগে।

  • @dhirajfddfbarua1276
    @dhirajfddfbarua1276 2 месяца назад +50

    জীৱনত ভাল officer আদি টো হোৱাৰ capacity এই নহ'ল। চুৱা চেলেকাই Lineman টো হওঁতেই home minister হোৱা বুলি ভাবি লৈছে।

    • @PradipSundi012
      @PradipSundi012 2 месяца назад

      Apunar ghort goisil neki ketiyaba

    • @lsd4889
      @lsd4889 2 месяца назад

      Right

  • @rajlaxmisaikia8071
    @rajlaxmisaikia8071 2 месяца назад +15

    ইমান গৰমত ফোন নকৰি মৰিলেহে হব মানুহ.... তেওঁক চাকৰিৰ পৰা খেদিব লগে

  • @bharatbaruah5702
    @bharatbaruah5702 2 месяца назад +33

    বিদ্যুৎৰ কৰ্মচাৰী ক অসমৰ মানুহে এক হৈ পিতিব লাগে মাছুল মাহে মাহে বঢ়াই আছে

  • @janmonibora2626
    @janmonibora2626 2 месяца назад +41

    চূদুৰ ভাই linemen অকৰা পায় ড'ম দি'ছ । আমি পাব লাগিছিল তোক , mathursud গাতৰ ভিতৰৰ পৰা টানি আনিলো হেতেন ,

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 2 месяца назад +7

    ইমান কথা পাতিথকাৰ প্ৰয়োজন নাছিল সেই অভদ্ৰটোক অফিচৰ পৰা উলিয়াই আনি ভালকৈ চৰ কেইটামান সোধাব লাগিছিল !চিনি পায় যদি এতিয়াও অকনমান মৰম কৰি দিব লাগে যাতে গ্ৰাহকক এনে অভব্য অচৰণ আৰু নকৰে।

  • @PranabjyotiSaikia-qn5ot
    @PranabjyotiSaikia-qn5ot 2 месяца назад +18

    বিদ্যুত বিভাগৰ এনে ব্যক্তিৰ এনে ব্যৱহাৰৰ বাবেই লপা-থপা খাবলৈ পায়।মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ব্যক্তিয়েই চৰকাৰ আৰু বিদ্যুত বিভাগক বদনাম কৰে।কৰ্মচাৰী জনৰ ব্যৱহাৰ চাওঁক। কাৰেণ্টৰ বিল দিয়াৰ অলপ পলম হ'লেই কিয় কাৰেণ্ট কাটিবলৈ আহে।ৰাইজ কাৰেণ্ট কাটিবলৈ আহোতে তেনে ব্যক্তিক তাৰ উত্তৰ দি দিব লাগে।

  • @aainikenchangmai9180
    @aainikenchangmai9180 2 месяца назад +14

    বৰষুণৰ পানী দুটোপাল পৰিলেই,গছৰ পাত লৰিলেই current কাটি দিয়া APDCL ৰ ওপৰত গ্ৰাহক অতিষ্ঠ হৈছে।এই গৰমত কাৰেন্ট নথকা ৰোম এটাত APDCL ৰ কৰ্মচাৰীক বান্ধি ৰাখিব লাগে।

  • @DibesharBora
    @DibesharBora 2 месяца назад +2

    এই চাকৰিয়াল জনক মুখ্যমন্ত্ৰী মহোদয়ে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে অনুৰোধ জনালো এই জনৰ নিছিনা কমছাৰি আমাক নালাগে সকলো গ্ৰাহকে মিলি এই জনক কিবা এটা কৰিবলৈ অনুৰোধ কৰা হল ধন্যবাদ

  • @mrinaligogoi296
    @mrinaligogoi296 2 месяца назад +6

    APDCL ৰ কৰ্মচাৰি ৰ গুন্দাগিৰি ৰ পৰা সাধাৰন ৰাইজক বচাব বুলি চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰুধ 🙏🙏🙏

  • @nirmalpradhan5188
    @nirmalpradhan5188 2 месяца назад +28

    এনে কৰ্মচাৰীৰ সামাজিক ব্যৱস্থা হ'ব লাগে, আইনী ব্যৱস্থাত মোৰ ভৰসা নাই।
    🤬

  • @krishnagogoi1657
    @krishnagogoi1657 2 месяца назад +28

    নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয় | কাৰেন্ট নাথাকিলে ১০ম বাৰ ফোন কৰিব | তেখেতে কি দায়িত্বত নিজে জানি লব লাগে | দায়িত্বত থাকিলে ফোন কৰিবই | গ্রাহক জনে ভাল কথাই কলে |

  • @PM-gw1ou
    @PM-gw1ou 2 месяца назад +14

    বাংলাদেশীয়ে দেশ লুটা নাই লুটিছে এই বিজুলী বিভাগে.মন গলেই বিল বৰাই। ইয়াত কোনো দল সংগঠনে ও মাত নামাতে কাৰণ সিহঁতৰ মুখবোৰ সোপা দিয়া হয়।

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 2 месяца назад +127

    এই লাইনমেনটোক কটি চুচৰাই লৈ আহচোন কোনোবাই কেলা😡😡

    • @monjyotinath6891
      @monjyotinath6891 2 месяца назад +3

      Kio tur dom nai ...toi Jaa atiai uthai loi ah ...moi pothar pora ahi goi asu

    • @SumitSaikia101
      @SumitSaikia101 2 месяца назад

      @@monjyotinath6891😅😅

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 месяца назад

      ​@@monjyotinath6891😂

    • @manjilboro6656
      @manjilboro6656 2 месяца назад

      Hijira 😂🤣​@@monjyotinath6891

    • @proaddproadd4275
      @proaddproadd4275 2 месяца назад

      ​@@monjyotinath6891Ghoti to tur

  • @kamaleswarbarman1454
    @kamaleswarbarman1454 2 месяца назад +58

    এইজন‌ কৰ্মচাৰীক চাকৰিৰ পৰা খেদিব লাগে

  • @ChandanChutia-d1b
    @ChandanChutia-d1b 2 месяца назад +4

    আও।ইমান দম যে।ধৰি আনক সেইটোক। দম বাহিৰ কৰাই দিয়ক।

  • @MonowarHossain-j2z
    @MonowarHossain-j2z 2 месяца назад +2

    মই এই মানুহ জনক চাপৰ্ট কৰা নাই কিন্তু এজন সাধৰণ কৰ্মচাৰী এনেধৰণৰ ব্যৱহাৰ কৰিছে বাবে ইমান খং কিন্তু অসত নেতা সকলে ৰাজনীতিৰ জৰিয়তে বিভিন্ন বেয়া কম কৰি আছে সেইবোৰত একো মাত নাই।

  • @Godax-x3k
    @Godax-x3k 2 месяца назад +11

    অসম বিজুলি বিভাগৰ আত্মালৈ শান্তি দিয়ক🙏😂🤣

  • @hiturhymes3440
    @hiturhymes3440 2 месяца назад +18

    যদি তোমাৰ এই কাম কৰিবলৈ অসুবিধা হৈছে বা নোৱাৰিছ তেনে হ'লে এৰি দিয়া। বেলেগ এজন মানুহে কৰিব কিজানি সেই জনৰ মানুহ পৰা ভাল সহাৰি পাব মানুহৰ ব্যৱহাৰে মানুহ পৰিচয়

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo 2 месяца назад +57

    আগতে কাষ্টমাৰৰ লগত কথা পাতিবলৈ সময় নাছিল কিন্তু জগৰা কৰিবলৈ সময় কত পালে ৷ তাৰ মানে গুণ্ডাগিৰি ৷

  • @jayantahazarika5598
    @jayantahazarika5598 2 месяца назад +1

    ব্যৱহাৰ ভাল কৰিব দাদা । তেখেতো মানুহ

  • @MantuKalita-v2b
    @MantuKalita-v2b 2 месяца назад +5

    Apdcl ৰ কৰ্মচাৰী কোনো জাননী নোহোৱাকৈ কেনেকৈ লাইনে কাটিবলৈ আহে overdue হলে আগতীয়া notice দিয়া ব্যৱস্থা কৰিব লাগে।

  • @madhurjyamahanta
    @madhurjyamahanta 2 месяца назад +1

    গ্ৰাহকে পইছা দি current লৈছে । গ্ৰাহকৰ অধিকাৰ আছে অভিযোগ দিয়াৰ । কোনোবা অসভ্য Apdcl ৰ কৰ্মচাৰীয়ে গ্ৰাহকক বেয়া ব্যৱহাৰ কৰিলে চৰকাৰে, আইনে বিহিত ব্যৱস্থা লবই লাগে । Prepaid meter লগাই ইতিমধ্যে ৰাইজে কষ্ট পাই আছে ।

  • @pulinsaikia4984
    @pulinsaikia4984 2 месяца назад +62

    ঘোচখোৰ অফিচাৰৰ তলৰ অসভ্য কৰ্মচাৰী

  • @brahmanandadutta7357
    @brahmanandadutta7357 2 месяца назад +17

    এই টোক আজিয়েই কামৰ পৰা খেদি দিয়ক, ৰাইজে তাক কানত ধৰি আঠু কঢ়াই থাকিবলৈ দিয়ক।

  • @meghalidas7824
    @meghalidas7824 2 месяца назад +1

    অসম চৰকাৰ পৃস্হপোসকত -- এফালে ডক্টৰ,নাৰ্চিং হোম, বিদ্যুৎ বিভাগে অসমত ডকাইত সদৃহ লুট ৰাজ চলাই আছে। আৰু বিজুলী খুটাত কিবা বিজুতি ঘটিলে ঠিক কৰি দিয়াৰ নামত ৩০০,৪০০ টকা দাবি কৰে আৰু দিব নুখুজিলে দুদিন, তিনি দিনলৈ লাইন নাপাব পাৰে।

  • @padmadharkalita3775
    @padmadharkalita3775 2 месяца назад +55

    ধৰি আনি ৰদত বান্ধি থব লাগে

    • @naturalvlogs6.5
      @naturalvlogs6.5 2 месяца назад +4

      Thik koisaa... AC room ot bohi dadagiri dekhai asee

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 месяца назад

      😂একদম ঠিক কথা কেলা

    • @nripenboruah32
      @nripenboruah32 2 месяца назад

      Line man aru Ac🎉🎉🎉

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 месяца назад +5

    এই লাইনমেনটোক বিভাগে শাস্তি নিদিলে পাবলিকে ধৰি আনি ধুলাই দি মূখত চি কৰি দিব লাগে । বিদ্যুৎ বিভাগক চৰকাৰে এনেকুৱা শিষ্টাচাৰৰ প্ৰশিক্ষন দিছেনেকি ?

  • @dilipkakati791
    @dilipkakati791 2 месяца назад +1

    ফোন বাৰ্তালাপৰ ওপৰত চৰকাৰে লাইনমেন জনৰ ওপৰত আইনগত ব্যৱস্হা গ্রহন কৰিব লাগে |

  • @debojitkonwar6356
    @debojitkonwar6356 2 месяца назад +1

    Apdcl or বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান নিয়ম বান্ধি দিব লাগে আৰু এই সকল কৰ্মচাৰী এ এনে দৰমহা খাই অফিচত বহি থাকে

  • @bhabasankarchakraborty7538
    @bhabasankarchakraborty7538 2 месяца назад +5

    আপনি ঠিকই কৈছে। আজি কালি আকৌ বিদ্যুৎ নাথিলে phone receive নকৰে

  • @dambarbiswakarma7319
    @dambarbiswakarma7319 2 месяца назад +1

    পুলিচক দিৱ লাগে এনেকুৱা ব্যৱহাৰ কৰা মানুহক।

  • @bipulborah2193
    @bipulborah2193 2 месяца назад +7

    ১০০ বাৰ ফোন কৰিব যদি গুৰুত্ব নিদিলে,বেতা তুমি এজন কৰ্মচাৰী,ইমান খঙ দেখালে বেয়া,খঙ সকলোৰে আছে।

  • @aswinikonwar1726
    @aswinikonwar1726 2 месяца назад +4

    আইনী ব্যৱস্থা লওঁক তাৰ ওপৰত।

  • @অসমীয়াজোবান
    @অসমীয়াজোবান 2 месяца назад +16

    কামপুৰত নগাঁও জিলাত গোটেই ৰাতি Current নাই

  • @mukibulhussain2622
    @mukibulhussain2622 2 месяца назад +38

    ইয়াৰ ওপৰত আইনী ব্যৱস্থা লব লাগে ইমান অভ্ৰদ মানুহ

  • @PrasantaBaruah-s9e
    @PrasantaBaruah-s9e 2 месяца назад +4

    এই লাইনমেনটোৱে বৰ ডাঙৰ কাম কৰিছো বুলি ভাবিছে নেকি....তাক ভালকৈ গৰুপিটন দি দিলেই ঠিক হৈ যাব।

  • @DibesharBora
    @DibesharBora 2 месяца назад +1

    সিহতক আমাৰ জনসাধাৰণৰ ঘৰত ঠান্দা পানি একগিলাছ দিব নালাগে কাৰণ প্ৰতি মাহতে বিল বড়াই দিয়ে ধন্যবাদ

  • @DibesharBora
    @DibesharBora 2 месяца назад +1

    বিজেপিৰ ভুট ভাঙিছে A,P,D,C,L,লে বিল দিয়াৰ লগে লগেই গ্ৰাহকৰ মাজত আলছনা হয় যে ইমান বিল দিছে বিদ্যুতৰ কানেকচন কটাই দিম আৰু বিজেপিক ভুট নিদিও বুলি সকলোৱে কয় গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে বিল বিলাক কমাই দিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ

  • @kjeng9809
    @kjeng9809 2 месяца назад +3

    ইয়াক এবাৰ মোক লগ কৰাই দিলে ভাল লাগিব🙏

  • @bigboss.3213
    @bigboss.3213 2 месяца назад +41

    দুবাৰ ফোন কৰিলে কি হয় ,কুকুৰৰ পোৱালী

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 месяца назад

      😂একদম ১০ বাৰ কৰিম কেলা

  • @bestanjaankahaniyan1984.....
    @bestanjaankahaniyan1984..... 2 месяца назад +21

    এই লাইন মেন জনক গলহতিয়াই বাহিৰ কৰি দিব লাগে। এনে অভদ্ৰ 🎉 কৰ্মচাৰী নালাগে। আমাৰ বহুতো নিবনুৱা ল'ৰা আছে। তাৰ ঠাইত নতুন নিযুক্তি দিব লাগে। তেতিয়া হে
    চাকৰিকালত দাদা গিৰি দেখুওৱা যেন পাব।

  • @sankurhazarika
    @sankurhazarika 2 месяца назад +6

    ইয়াৰ উচিত তদন্ত হ'ব লাগে 🙏👊

  • @asikurali1982
    @asikurali1982 2 месяца назад +7

    ৰাইজে APDCL APP ত Complaint দিব লাগে। ওপৰৰ পৰা Pressure আহিলে বাপ বুলি কাম কৰিব।

  • @DipenModoi-zf1js
    @DipenModoi-zf1js 2 месяца назад +15

    লাইন কিহৰ বাবে লাগে নাজানে নতুন কৈ্ শিকাব লাগিব নেকি অসমীয়া ‌কথা বুজি নাপায় মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সামান্য বেবহাৰ খিনিও নাজানে

  • @munindrabora7339
    @munindrabora7339 2 месяца назад +2

    APDCL এইজন কৰ্মচাৰীৰ ওপৰত অতি কঠোৰ ব্যৱস্থা ল'ব লাগে এজন গ্ৰাহকক দম দিয়াৰ কোনো অধিকাৰ নাই কৰ্মচাৰীৰ

  • @sumanofficial6411
    @sumanofficial6411 2 месяца назад +1

    সকলো জেগাতে একেই অবস্থা দিনত কাৰেন্ট নাথাকে আৰু ৰাতিও নাথাকে । কিন্তু বিল এদিনত 60 টকাকে আহে।

  • @kamalmili2577
    @kamalmili2577 2 месяца назад +1

    কোনো কাৰণতে বিদ্যুৎ কৰ্তন কৰিব নোৱাৰে। যিহেতু আমি নিয়মিত বিল দি আছোঁ।দাদাগিৰ নছলিব।

  • @apurbadasdas9539
    @apurbadasdas9539 2 месяца назад +5

    সিঁহতক বন্ধ কথা এটাত বান্ধি থব লাগে লাইন নহোৱাকৈ তেতিয়াহে বুজিব লাইনৰ কিমান প্ৰয়জন হয়

  • @babulray4471
    @babulray4471 2 месяца назад +1

    চাকৰি টো যাব কাৰণে এনেকুৱা ব্যৱহাৰ কৰি আছে চাগে আমাৰ বঙাইগাঁওত আহিব দি তাক ঠিক কৰি দিম

  • @pankajgogoi3705
    @pankajgogoi3705 2 месяца назад +1

    A P D C L ক যেতিয়াই বিল দৰকাৰ হয় আমি দিব লাগে অন্যথা কাৰেণ্ট কৰ্তন কৰি দিয়ে নাইবা ঘৰত সোমাই টানি- আজুৰি বিল সমূহ তেওঁলোকৰ দম্ভালি দেখুৱাই লৈ যায়। কিন্তু আমাক যেতিয়া কাৰেণ্ট দৰকাৰ হয় তেতিয়া তেওলোকে দিব নোৱাৰে কিয়???...... যেনেদৰে A P D C L এ কাৰেণ্ট দিওতে কেতিয়াবা অসুবিধাৰ সৃষ্টি হয়, ঠিক তেনেদৰে গ্ৰাহক অৰ্থাৎ জনসাধাৰণৰো বিল দিওতে কেতিয়াবা সুবিধা অসুবিধাৰ সৃষ্টি হয়। গতিকে কথাবোৰ এবাৰ ভালদৰে ভাবি চাব।😡😡😡

  • @manojkumarray4501
    @manojkumarray4501 2 месяца назад +1

    মামাৰ চৰকাৰত এনে অসৌভ্য নিভয় কৰ্মচাৰী কেনেকৈ আছে , ভাবি পোৱা নাই

  • @RahulGohain-ly9yn
    @RahulGohain-ly9yn 2 месяца назад +4

    Dada kbo nalage surdurvai kbo lage tak ...

  • @birenhazarika5185
    @birenhazarika5185 2 месяца назад +1

    বিভাগিয় বিষয়াৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ অতি জৰুৰী,।

  • @DambaruHazarika-ne3ox
    @DambaruHazarika-ne3ox 2 месяца назад +4

    লাইন প্ৰবলেম হলে castomerareat call কৰিব লাগে. এজন লাইন মেনক 24 ঘণ্টাই যদি ফোন কৰি থাকে আৰু 80% মানুহে বেয়া ব্যৱ্হাৰ কাৰি থাকে তেনেহলে লাইন মেন জনৰ মথা কি হব এবাৰ চিন্তা কৰিব লাগে. লাইনমেন কি মানুহ নহই নেকি.লাইন মেনৰ কি ঘৰ বাৰি নাই নেকি . লাইন মেনৰ প্ৰব্লেম বোৰ নিউজ চেনেল বোৰে প্ৰচাৰ কৰিব লাগে.

    • @hafijulislam6412
      @hafijulislam6412 2 месяца назад

      Exactly

    • @madhuborah5779
      @madhuborah5779 2 месяца назад +1

      Line man jone Jodi nijor duty kribo nuware job Ari dile hol.Assam,t bahut nibonuwa ase

  • @NabinKachari
    @NabinKachari 2 месяца назад +1

    APDCL ৰ ওপৰৰ মাল হয় নেকি তেখেত?

  • @bikashrojok7971
    @bikashrojok7971 2 месяца назад +1

    Mama অতি সোনকালে যাক চাকৰিৰ পৰা খেদা যাক নেখেদিলে ৰাইজে বেআঁ পাব আপোনাক

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 2 месяца назад +6

    ইমান মইমতালি কৰি গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰা ফোন ভাইৰেল হোৱাৰ পিছতো তেনেকুৱা অসভ্য কৰ্মচাৰী জনৰ ওপৰত বিভাগীয় ভাবে কি ব্যৱস্থা গ্ৰহণ কৰিলে বাৰু নে প্ৰমোচন দিয়া হল জনাবচোন

  • @prasannabora7644
    @prasannabora7644 2 месяца назад +3

    Poisa dile current pabo lage...himanei janu

  • @manasdas4504
    @manasdas4504 2 месяца назад +3

    Poisa di sakori lowa bur enekuwa a hoe...aru aiburor uprt complain di labh nai...rastat line or khutat bandhi pithi fali dibo lage...

  • @norenbosumatari3218
    @norenbosumatari3218 2 месяца назад +2

    ANEKUA.LINE.MEN.BILAKOK.SAKORIR.PORA.ULAI.DIBO.LAGE

  • @rajkumardas4975
    @rajkumardas4975 2 месяца назад +12

    এই শক্তিবিভাগৰ লেবাৰ জনৰ কথা শুনি অবাক লাগিলো ইহতৰ ইমান অতপালি নে ইয়াক ৰাইজে ধৰি তাৰ পিথিতু ফুল বাছি দিয়ক কেলা °°°°°°°°

  • @bijoybaruah9172
    @bijoybaruah9172 2 месяца назад +3

    এইটো সঁচাকে বিদুৰ ভাই ।

  • @ranjitborah6917
    @ranjitborah6917 2 месяца назад +2

    পাগল লাইনমে চৰিয়াব লাগে কামছোৰ মদ খাই আছে

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 2 месяца назад +4

    এই হাৰামজাদ লাইনমেনতোৰ ওপৰত শাস্তিমুলক ব্যৱস্হা লব লাগে

  • @nazmulkarimborbhuyan6694
    @nazmulkarimborbhuyan6694 2 месяца назад +2

    The employee should be taught a lesson which he would remember for his life.

  • @rajendrad4620
    @rajendrad4620 2 месяца назад +11

    আমাৰ ঢকুৱাখনা এনেকুৱা মানুহ আছে

    • @anantabordoloi4568
      @anantabordoloi4568 2 месяца назад

      Tak amar Morigaon pothai diyok Tak sepeta kori diu

  • @JeetBorah-yc7dc
    @JeetBorah-yc7dc 2 месяца назад +11

    Ai lineman tu dismiss kribo lage

  • @DibesharBora
    @DibesharBora 2 месяца назад

    তুক আমি পাব লাগিছিল লগে লগেই ঠিক কৰি দিলো হেতেন যাতে জিৱনৰ কাৰণে শিক্ষা দি দিলো হেতেন ৰাইজৰ উপৰত মতা দেখাইছে, সাধাৰণ এটা লাইন মেন হে ই অফিছাৰ হলে আৰু দম দিব ৰাইজ মিলি বিছাৰ কৰক কেছ দিব লাগে মততে চাকৰি টো খাই পেলাব লাগে ধন্যবাদ

  • @KalpaJBora
    @KalpaJBora 2 месяца назад +3

    Abpcl lineman should be punished

  • @dhirajdas7842
    @dhirajdas7842 2 месяца назад +11

    আমি আকৌ লাইনমেনক হে দম দিওঁ, লাইন মেনে আমাক এনেকৈ কবলৈ আজিলৈকে সাহস কৰা নাই 😁😁😂😂

    • @madhuborah5779
      @madhuborah5779 2 месяца назад

      Right

    • @Shiva_adhikari
      @Shiva_adhikari 2 месяца назад +1

      Kun jegar tumi 😂😂

    • @dhirajdas7842
      @dhirajdas7842 2 месяца назад

      @@Shiva_adhikari মোৰ ঘৰ কামৰূপৰ জিলাত

  • @ashishdas9636
    @ashishdas9636 2 месяца назад +18

    APDCLor Kormocharie anekua challenge korile tak piti sidha kori dibo lage. Amar pora dormoha pai amar oporot udvondali. SDE bilakor kuno khobor nai , staff bilake ki kori ase.

  • @rintumonikakati4350
    @rintumonikakati4350 2 месяца назад +8

    Government should take action against this staff of APDCL

  • @korobidas5121
    @korobidas5121 2 месяца назад +1

    ৰাতি ইহঁতি মদৰ গিলাচ লৈ বহি থাকে সেইকাৰণে ফোন কৰিলে বেয়া পায়

  • @TaslimAliBabul
    @TaslimAliBabul 2 месяца назад +10

    চৰিয়াই কানৰ লটি চিঙি পেলাব লাগে ?

  • @missmystical6605
    @missmystical6605 2 месяца назад

    উৎকট গৰমত কাৰেণ্ট নাথাকিলে কৰ্মচাৰীলৈ ফোন কৰিবই।ইমান বেয়া ব্যৱহাৰ কৰা কৰ্মচাৰীক বৰ্খাস্ত কৰিব লাগে ।বিল থিকেই আহে ,সময়মতে পৰিশোধ নকৰিলে বিদ্যুৎ কৰ্তন কৰে । কিন্তু কাৰেণ্ট নাথাকিলে ফোন কৰিলে জগৰ লাগে।এইজন লাইনমেন নহয় যেন অভিযন্তাহে ।

    • @nripenboruah32
      @nripenboruah32 2 месяца назад

      অভিযন্তাৰ ব্যৱহাৰ নিশ্চয় এনে নহব। অলপ হলেও অভিযন্তাৰ মান, জ্ঞান থাকে।

  • @sumitpaul9876
    @sumitpaul9876 2 месяца назад +6

    All district same condition 😢

  • @AkhtaraliAli-t9p
    @AkhtaraliAli-t9p Месяц назад

    এইখনে মামা মামিৰ স্মাত অসম ধন্যবাদ

  • @jituray8615
    @jituray8615 2 месяца назад +2

    মিটাৰ এটা লগাব কাৰণে তিনি মাহৰ পৰা ফোন কৰি আছোঁ। অফিচৰ পৰা মিটাৰ টো অনা তিনি মাহে হৈ গল অথচ আজি লৈকে মিটাৰ টো লগাই দিব সময় নহল।

  • @prasannabora7644
    @prasannabora7644 2 месяца назад +3

    Case dia eyar oport

  • @SanjayBorahkumar
    @SanjayBorahkumar 2 месяца назад +8

    কোন হয় তয় মোৰ ওচৰত আহ।সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ
    নকৰিব।বহুত বেছি হল।

  • @SanjayDas-ld8ey
    @SanjayDas-ld8ey 2 месяца назад +7

    C M a tatalike byabasta lobo lge

  • @Abhishek-p1l1d
    @Abhishek-p1l1d 2 месяца назад +2

    Line man r no. tu debo lagisil .

  • @Doko_590
    @Doko_590 2 месяца назад +2

    Sorkari sakorir ohonker dekhuaise sorkar re sorkari sakorir manuhburor uporot complain ahile sakorir pora khedibo lage😊😊

  • @ranudas593
    @ranudas593 2 месяца назад +1

    Duikhn tal hamane bajise,duijnr gaat dukh

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 месяца назад

    বৰ্তমানৰ আন্ধাৰৰ ৰজা কোন,,,, কোনেও মাত মতাৰ সাহস নাই।

  • @dipaksaikia6248
    @dipaksaikia6248 2 месяца назад +1

    অতি সিঘে বিভাগীয় কতৃপক্ষক অবগত কৰি বহু দুৰলৈ বদলি কৰাৰ ব্যবস্থা কৰিব ভাল হব ।

  • @Fullsupport32
    @Fullsupport32 2 месяца назад +14

    Muk dom dibo ahi la চুচৰাই‌ চুচৰাই‌ মাৰিম কেলা‌ কিহৰ দʼম সিহঁতৰ

  • @hemantadas6711
    @hemantadas6711 2 месяца назад

    এটা কথা তেওঁলোকক ইমান pressure দি থকা ভাল নহয়, দিনটো কাম কৰি তেওঁলোকৰ ভাগৰ লাগে আৰু বাৰে বাৰে call কৰি থাকিলে আমনি পায় টো সো দুয়োজনে নিজৰ নিজৰ জেগাত শুদ্ধ বুলি ভাবোঁ, nd ব্যৱহাৰ ভাল হব লাগে সেইটো বাৰু কব নিবিচাৰোঁ

  • @DhirajDeka-g6u
    @DhirajDeka-g6u 2 месяца назад +2

    Bidhan xova ahi ase cm sir , alp vabi xidhanta louk

  • @pragatisvlogs6848
    @pragatisvlogs6848 2 месяца назад +1

    গৰমত লাইন কাক নেলাগে প্ৰয়োজন হ'লে 100 বাৰ ফোণ কৰিব তাত ইমান দম দি কথা কোৱা ক'ত অধিকাৰ পালে।