Assam Picnic : Beef Meat : পিকনিকত গো বধ কৰি ভক্ষণ, গুৱাহাটীত গ্ৰেপ্তাৰ ৬জন | N18V

Поделиться
HTML-код
  • Опубликовано: 21 янв 2025

Комментарии • 31

  • @anupkrdas6798
    @anupkrdas6798 9 часов назад +16

    ইহতে অসমত থাকি অসম চৰকাৰক প্ৰত্যাহ্বান দিছে গতিকে লাইফটাইম জেলত খাবলৈ নিদি ৰাখিলেই হল বা ৰাতি ফুৰাবলৈ নিলে হল ।

  • @tarunchdeka1464
    @tarunchdeka1464 4 часа назад +6

    চৰকাৰক কেৰেপ নকৰা উদাহৰন,উচিত বিচাৰ হওক

  • @Bharatchandrasaikia-f7v
    @Bharatchandrasaikia-f7v 7 часов назад +5

    আইনৰ বিৰুদ্ধে গৈ কিয় সামাজিক মাধ্যমত ভিডিও দিব লাগে ইহত নমৰি কোন মৰিব ৷

  • @pradipkumardutta3575
    @pradipkumardutta3575 2 часа назад +1

    অসমৰ চৰকাৰ অসমৰ ৰাইজ সকলোকেভেঙুচালী কৰি কিছুমান কৰিব নলগীয়া কাম পুলিচক/চৰকাৰক চিন্তাত পেলাইছে ।সকলো ৰাইজে পোনে পোনে একবচন লৈ পুলিচক গতাব লাগে ।

  • @Digantahazarika-v5h
    @Digantahazarika-v5h 3 часа назад +2

    কাৰাদণ্ডই নহয় মোৰ মতে..শাস্তি এনেকুৱা হৱ লাগে যাক দেখিলে যেন কপি উঠে এনেকুৱা ফালটো মনৰ মানুহবোৰ৷

  • @popular321
    @popular321 3 часа назад +3

    ,ইহতৰ পাখি গণিছে

  • @basisthaacharya6590
    @basisthaacharya6590 2 часа назад +1

    ভয়ংকৰ মানসিকতা । ৰাজ্যৰ আইনৰ বিৰুদ্ধে চেলেঞ্জ দিছে। এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সিহঁতে প্লেনিং কৰি লৈছিল চাগে। তদন্ত চলাই যথোচিত আইন অনুসৰি শাস্তি বিহিব লাগে।

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 4 часа назад +1

    আইনৰ আধাৰত শাস্তি দিব লাগে যাতে সকলোৱে বুজি উঠক আইন অমান্য কৰিলে কি গতি হয় ৷

  • @mahanandaray1738
    @mahanandaray1738 2 часа назад +1

    Jiba kati diya,??

  • @GaganBorah-m3q
    @GaganBorah-m3q 9 часов назад +5

    Ki raikoh o 😮😮

  • @Dihingia953
    @Dihingia953 4 часа назад +1

    গৰু চুৰ বিষয়ে এবাৰ চৰকাৰে কিবা চিন্তা কৰিলে আৰু ভাল আচিল ।

  • @HarenPanging-f8w
    @HarenPanging-f8w Час назад

    চৰকাৰক বুঢ়া আঙুলি দেখুৱালে ৷শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক ৷ আৰু তদন্ত কৰি চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক

  • @Khunchaw-Q1p
    @Khunchaw-Q1p 7 часов назад +1

    মিঞাঁ এইকেইটা।

  • @uttamdeka4204
    @uttamdeka4204 3 часа назад +1

    Pakissthan ba bangladesot gahori mari social midiyat diya hole tar hasti fachi hol hoi

  • @anantamahanta2886
    @anantamahanta2886 2 часа назад

    আপোনালোকে খৱৰ হিচাপে ঠিকেই পৰিৱেশন কৰে, পিছে একমিনিটত দিব পৰা বাতৰি কিয় পকাই মেলি বাৰ মিনিট কৰে সেয়া বুজি নাপাওঁ। চমুৱাব নোৱাৰি নেকি বাৰু ?

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg Час назад

    Incounter kribo lage ai goru bodh kra keitak.

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 8 часов назад +8

    গৰু গাহৰিত লাগি থtকা বাকী কাম বাদ দিয়া ।

  • @tapanjitdeka800
    @tapanjitdeka800 6 часов назад

    ৰাজহুৱা স্থানত কিয় খায় বাৰু , ঘৰত খালে আপত্তি নাছিল

  • @DipanjaliDhing-e9p
    @DipanjaliDhing-e9p 2 часа назад

    Amr
    Bamaigzi twig

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se 42 минуты назад

    Ari debo nalagea hasti debo lagea

  • @hazarika3679
    @hazarika3679 3 минуты назад

    Ki bor dangor kotha hol…..mur konitu news

  • @llnm4891
    @llnm4891 3 часа назад

    Himantai aku krib nuare

  • @deepjyotichamuah3867
    @deepjyotichamuah3867 9 часов назад +1

    Katibo lge ei johora Miya k

  • @chandanpradhan8534
    @chandanpradhan8534 2 часа назад

    Ai muslim kaitak gubar khuwabo lage prasur parimanat