আঞ্জাত হালধি,নিমখ বা মছলা বেছি হ'লে কি কৰিব ? EP: 2 Santa Sharma

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • শান্তা শৰ্মাৰ হাতৰ বৃন্দাবনী ভোগৰ সোৱাদে আবেগিক কৰিছিল বিচাৰকক...
    বাঁহৰ চুঙাৰ মাংস, পঁইতা ভাতৰ সোৱাদ চিনি পালে বিশ্বই...
    শান্তা শৰ্মাৰ RUclips Channel ৰ link
    / @santasarmah6104
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #baartalaap #chakrapaniparashar #assam #masterchef #nayanjyotisaikia #trending #santasarmah

Комментарии • 307

  • @niruborah1823
    @niruborah1823 Год назад +62

    হাঁহিমুখীয়া শান্তা শৰ্মা ৰন্ধাত যেনেদৰে পাকৈত কথাকোৱাতো এটা সুন্দৰ শৈলি আছে শুনিলে শুনি থাকিবৰ মন যায়।

  • @jinaborgohain1909
    @jinaborgohain1909 Год назад +43

    সচাঁকৈয়ে আজিৰ অনুষ্ঠানটো চাই ভাল লাগিল । শান্তা শৰ্মা অসম অসমীয়াৰ এগৰাকী লক্ষিমী বোৱাৰী । বাৰ্তালাপ সদায়ে প্ৰিয় ।

  • @expolresomethingelse8865
    @expolresomethingelse8865 Год назад +41

    What a personality ❤️
    শান্তা শৰ্মা বাইদেউ। ইমান ধুনীয়াকৈ নিজক presentation কৰিব পাৰে... কথা কোৱাৰ শৈলী ৱাহ 🙏🏻❤️❤️

  • @monditabora7534
    @monditabora7534 Год назад +176

    Nayanjyoti Saikia u lage adin.......bki bartalap hodai priyo ❤️

  • @dharjensaikia9367
    @dharjensaikia9367 Год назад

    অসমৰ এগৰাকী হুগৃহিনী আৰু বৰ সহজ সৰল লখিমী বোৱাৰী। তেখেতৰ বাৰ্তালাপ বৰ ধুনীয়া। আমাৰ বৰ্তমানৰ বেছি সংখ্যক মহিলাই এনেদৰে সুন্দৰকৈ বক্তব্য ৰাখিব নাজানে। সমস্ত কথাবোৰ জানি খুব আনন্দিত হৈছো। ভগৱানে সকলোকে ভালে কুশলে ৰাখক, এয়ে প্ৰাৰ্থনা।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад +116

    ৰন্ধন শৈলীৰ কথা বাদেই তেখেতৰ বক্তব্য শৈলী অতি মোহনীয়।

    • @barashaborah6929
      @barashaborah6929 Год назад

      hosai de ba goraki kotha bur huni eman vl lge kotha bur huni thakileu amoni nlge

    • @rinidas9124
      @rinidas9124 Год назад

      @@barashaborah6929 you

  • @ParulMoranchetia-uo6mh
    @ParulMoranchetia-uo6mh Год назад +4

    মানুহৰ ব্যক্তিত্বই আচল পৰিচয়।ইমান ধুনীয়াকৈ সহজ সৰলকৈ বুদ্ধিৰে হাহি মুখুৰে কথাবোৰ কয়।শুনি থাকিবলৈ মন য়ায়।আগুৱাই যাওঅক তাৰে কামনাৰে

  • @kuntalamalakar1005
    @kuntalamalakar1005 Год назад +2

    অনুষ্ঠানটো বহুত ভাল লাগিল । সুন্দৰ আকৰ্ষণীয় ব্যক্তিত্বৰ শান্তা শৰ্মালৈ বহুতো শুভ কামনা থাকিল

  • @TanayaK
    @TanayaK Год назад +1

    Video tur babe thank you bohut bhal lagile Santa baidow ahile buli❤️❤️❤️❤️❤️😍😍😍😍

  • @TanayaK
    @TanayaK Год назад +2

    She is soo well spoken love her personality and her simplicity.. she seem beautiful inside out ❤️❤️❤️❤️❤️proud of her

  • @arunavburagohain1687
    @arunavburagohain1687 Год назад +3

    নাৰীয়ে অধিকাৰ পোৱা নাই, নাৰী কেৱল পাকঘৰতেই সোমাই থাকিব লাগে কিন্তু এটা কথা মন কৰিব কোনো কামত নাৰী-পুৰুষ বুলি নাথাকে শুদ্ধ মনে শুদ্ধ চিত্তে যদি কোনো কামত আগ বাঢ়ে তেওঁ সফল হ'বই, আপুনি যে আজি বহুতৰ বাবে আদৰ্শ হৈ ৰৈছে,পাকঘৰত সোমাই থাকি থাকি একো কৰিব নোৱাৰো বুলি কোৱা সকলক কৈছোঁ চাওক আপোনালোকৰ হাতত ৰন্ধনৰ এক যাদু আছে যদি ইচ্ছা কৰে সেই ৰন্ধন যাদুৰে কিন্তু পৃথিৱী জয় কৰিব পাৰে বাইদেউৰ দৰে

  • @minotichetia9972
    @minotichetia9972 Год назад +18

    খুউব ভাল লাগিল ।ইমান সুন্দৰ কথন শৈলী। ইমান সময় চাই থাকিও আমনি নেলাগিল।

  • @hiramedhi8731
    @hiramedhi8731 Год назад

    Bahut val lagil Baidew....Aponar kathabor xuni thakibor mon jai....

  • @purveekalita8092
    @purveekalita8092 Год назад +1

    Eman dhunia personality..kotha bur xunile xunile thakibo mon jai

  • @babitahazarika4970
    @babitahazarika4970 Год назад +1

    Santa sarma kotha hunile huniye thakibo mon Jai bohut innocent hoi aaru besi val lage

  • @prakitishgogoi4103
    @prakitishgogoi4103 Год назад

    খুওব সুন্দৰ। বহুত ভাল লাগিল।বাইদেউ ৰ ব্যক্তিত্ব অতুলনীয় 🙏

  • @manjirachowdhury667
    @manjirachowdhury667 Год назад +2

    শান্তা শৰ্মা এগৰাকী খাঁটি অসমীয়া সহজ সৰল ছোৱালী। ভগৱানে তোমাৰ মঙ্গল কৰক। আকৌ মাতিবা দেই মৰমৰ @Chakrapani Parasar! সাক্ষাৎকাৰটো চাই মন ভৰি গ'ল। ❤👌🤞👏👏👏

  • @arunbani
    @arunbani Год назад +9

    এই সাক্ষাৎকাৰটিৰ 2 nd part ৰ বাবে অপেক্ষাত আছিলোঁ। শান্তা শৰ্মা ! 💚 আপুনি যেন অতি সোনকালেই বাকী ৰোৱা সপোনবোৰ সাকাৰ কৰিব পাৰে - আপোনাৰ অনুৰাগীৰ এয়াই আন্তৰিক কামনা। MasterChef India ২০২৩ ৰ প্ৰতিটো খণ্ডতে আপুনি 'অসম' ক লগত লৈ আগবাঢ়িছিল।কিমান যে আহ্লাদিত হৈছিলোঁ national tv ত অসমক জিলিকি উঠা দেখি! অসমত বুকুত কঢ়িয়াই লৈ ফুৰা মানুহগৰাকী,আপোনাৰ সাফল্য নিশ্চিত। আগবাঢ়ক সপোন পূৰণৰ দিশে।💌 (নয়নজ্যোতি শইকীয়াৰ সাক্ষাৎকাৰৰ বাবেও অপেক্ষা কৰিম।)

  • @ilabora7943
    @ilabora7943 Год назад +1

    মনে বিছৰা অনুস্থান এটা ছাবলৈ পাই ভাল লাগিল । এই খেত্ৰত মই নিজেও বৰ আগ্ৰহী । বিভিন্ন ধৰনেৰে ৰান্ধি লোকক খুৱাই ভাল পাওঁ।সান্তা শৰ্মা ৰ সৰলতা খিনি ভাল লাগিল। বহুত ধন্যবাদ জনালো ।

  • @dikshitasaikia6119
    @dikshitasaikia6119 Год назад +27

    We want Nayanjyoti Saikia as well. Please bring him on Bartalap 🥰🥰

  • @HIRANMOYBORUAH
    @HIRANMOYBORUAH Год назад +34

    মইও ভাবিছিলো যে ১ ঘণ্টা মানে এক ঘন্টাই নে, নে কেমেৰাৰ পাছত বেছি দিয়ে! এই খণ্ডটোও ভাল লাগিল দেই।
    দাদা, আপোনাৰ পদক্ষেপটো শলাগিছো।

  • @navajyotisaikia6698
    @navajyotisaikia6698 Год назад +1

    অনুষ্ঠানটো চাই খুবেই ভাল লাগিল।ইমান ধুনীয়াকৈ কথা খিনি উপস্থাপন কৰিছে খুবেই ভাল লাগিল।।।

  • @Adi_1701
    @Adi_1701 Год назад +10

    খুব ভাল লাগিল❤❤
    আচলতে সৰলতাই মানুহক আকৰ্ষণ কৰে যাৰ বাবে প্ৰতিটো কথা ইমান স্বতস্ফূট আৰু আত্মবিশ্বাসী।।
    আগুৱাই যাওক শুভেচ্ছা অলেখ🎉❤

  • @Rimadutta.
    @Rimadutta. Год назад

    Khub dhunia kotha kole.Interview tu bhal lagil

  • @drpunamsharma4228
    @drpunamsharma4228 Год назад

    প্ৰতিযোগিতা ত জয়ী হোৱাটো অত্যন্ত সুখৰ খবৰ। কিন্তু তাৰ লগতে শান্তা শৰ্মা এগৰাকী নিজৰ শিপাৰ লগত জড়িত সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৃহিনী।

  • @minaakshipoojariphukoon8817
    @minaakshipoojariphukoon8817 Год назад +7

    SANTA SHARMA..has become a star..so simple..so clear..and host also so nice

  • @punyamjbora7234
    @punyamjbora7234 Год назад

    ভাল ৰান্ধনী হিচাপে টো তেওঁ স্বীকৃতি পাইছেই মোৰ মতে তেওঁ খুউব ভালদৰে কথা কব জানে । ভাল লাগিল সহজ সৰল কিন্তু শক্তিশালী নাৰী

  • @nangarundhatihandique6961
    @nangarundhatihandique6961 Год назад +3

    Eman dhunia k kotha khini koi gol, ru olop hunibole mon asil❤❤❤ Dhanyabad Baartalaap.

  • @lijabhuyan2131
    @lijabhuyan2131 Год назад

    Hridoy sui gol💝🤗xosai kunu flr pora kunu gune kom💝💝anekwa lgise jen kst bohai ure jibon ktha xuni jm😍😍😊

  • @dimpibora6436
    @dimpibora6436 Год назад +1

    বাৰ্তালাপ সদায় প্ৰিয়।বহুত ভাল লাগিল শান্তা বাইদেউক কথা খিনি শুনি। নয়ন জ্যোতি ক মাতিবচোন

  • @rsaikia7525
    @rsaikia7525 Год назад

    Oti sundor....tekhet agaraki lakhi buwari....tekhet aguwai jauk,..

  • @sunnewar1726
    @sunnewar1726 Год назад

    Sir apunar video tuk saai bor vaal lageh ..
    Best youtuber of Assam

  • @bobitabaruah9830
    @bobitabaruah9830 Год назад

    বৰ ভাল লাগিল সুন্দৰ কথাখিনি জানি শুনি আপ্লুত হলো। শান্তা শৰ্মা লৈ আন্তৰিক অভিনন্দন জনালোঁ ❤🎉

  • @hiraktezpur3420
    @hiraktezpur3420 Год назад

    Manuh goraki emn simple ....bht val lagil ....moiu bonai val ppua manuh so baidow r logt joritto vedio hokolu sam ...aru bartalap mur otikoi priyo ...

  • @sunishakalita3615
    @sunishakalita3615 Год назад

    Khub bhal lagil tekhetr personality. Specially tips keita.

  • @babitadas2630
    @babitadas2630 Год назад +19

    ৰাতিপুৱাই পুৱাই আপোনালোকৰ অনুষ্ঠান চালোঁ , বহুত বেছি ভাল লাগিল । 🙏🙏

  • @tulumonigogoi59
    @tulumonigogoi59 Год назад +1

    বহুত ভাল লাগিল । শান্তা শৰ্মা ইমান অমায়িক মাত কথা ইমান ভাল শুনিলে শুনি থাকিব মন যায় ভগৱানে তোমাৰ মঙ্গল কৰক সদাই এনেদৰেই থাকিবা ।

  • @kabitagoswami3471
    @kabitagoswami3471 Год назад

    বহুত ভাল লাগিল

  • @rupadevi223
    @rupadevi223 Год назад

    বহুত সুন্দৰ বাৰ্তালাপ। এগৰাকী লখিমী বোৱাৰী।

  • @nayanmonigogoi4034
    @nayanmonigogoi4034 Год назад

    বহুত ভাল লাগিল চাই

  • @reetalahkar8132
    @reetalahkar8132 Год назад

    She is so nice, simple and clear. Really l enjoyed the program

  • @purobeegogoi1343
    @purobeegogoi1343 Год назад

    Bohut bhal lagile, thank you so much barttalaap

  • @banashriborah1984
    @banashriborah1984 Год назад

    Val lagil santibar kothabur.

  • @renuborah8910
    @renuborah8910 Год назад +4

    Santa mam apunar voice tu so sweet kothabur hunile huni thakibo mon jai

  • @Nalinideka-pl6eo
    @Nalinideka-pl6eo Год назад

    বহুত ভাল লাগিলে বাইদেউ আপুনাৰ কথা চিন্তা ধাৰা বোৰ শুনি

  • @bondanadas7407
    @bondanadas7407 Год назад +2

    বাইদেউ কথা বাৰ্তা খিনি খুব নম্ৰ আৰু ভাল মনৰ অধিকাৰী যেন অনুভৱ হৈছে।। তেখেতৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।❤❤🙏🙏

  • @manibankalitanath3648
    @manibankalitanath3648 Год назад +1

    অতিপাত ভাল লাগিল দেই 👌
    কথা আৰু হাহিঁটি,,, খুবেই মৰমলগা ব্যক্তিত্ব তেখেতৰ 🙏

  • @tanayachutia8671
    @tanayachutia8671 Год назад +4

    নয়নয্যোতি শইকীয়া আৰু শান্তা শৰ্মা একে লগতে পোৱা হ'লে বেছি ভাল লাগিল হয়

  • @shehnazparbin4003
    @shehnazparbin4003 Год назад

    Khub val lagil sai baideo khosai bhut positive mind r

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад

    ❤🎉❤ grand salute to him. We're proud of you. Go ahead way to your journey. God bless you. Always be positive and happiness. ❤🎉❤

  • @jimidas7050
    @jimidas7050 Год назад +1

    মাত আৰু কথা বৰ ধুনীয়া ❤️

  • @rinjugogoi5969
    @rinjugogoi5969 Год назад

    Congratulations baideu. Khub val lagil. Vobishyat porikolponar babe hubhesy thakil.

  • @simantadeka1191
    @simantadeka1191 Год назад +3

    সুন্দৰ অনুস্থান..বহুত ভাল লাগিল

  • @Sankarjitcreation
    @Sankarjitcreation Год назад

    গৃহিনীসকলে একো নাজানে বুলি আপোনাৰ দৰে ঠৈক মনৰ মানুহে কয় । এজন চাকৰিয়ালতকৈ 100 গুণ কষ্ট কৰে গৃহিনীসকলে।

  • @diptibhattacharyya1276
    @diptibhattacharyya1276 Год назад

    Enjoyed this bartalap....thanku sir

  • @kobitakalita8308
    @kobitakalita8308 Год назад +1

    Bohut vl lagil video to sai baideur kotha bor huni emn vl palu bhakhare bujabo nowarim Chacrapani da k bohut bohut dhanyawad baideuk amontron kora babe 🙏🏻🙏🏻❤️❤️❤️

  • @artandculturemonalishapbcr9878

    খুবেই ভাল লাগিল 👌

  • @suvadrasutradhar2787
    @suvadrasutradhar2787 Год назад +5

    সঁচাকৈ বহুত ভাল লাগিলে বাৰ কথা খিনি শুনি আৰু যেন শুনি এই থাকিম লাগি থাকিলে আমনি নালগিলে চাই ❤️💞💞

  • @pallabsarmah5458
    @pallabsarmah5458 Год назад

    Lovely woman and talking style is Fantastic

  • @rumidas4087
    @rumidas4087 Год назад

    এই অনুস্হানটো চাই বহুত ভাল লাগিল৷

  • @chumibora6485
    @chumibora6485 8 месяцев назад

    Xosake bhut vl lgil

  • @kalyaniborah9217
    @kalyaniborah9217 Год назад

    Baidewk vogoban ye vale rakhok ru jen tew hopun bur pur hoi❤❤❤❤❤

  • @nayanmoniborchetia5634
    @nayanmoniborchetia5634 Год назад +2

    খুব ভাল লাগিল অনুষ্ঠানটো চাই ।

  • @anuradhagogoi8381
    @anuradhagogoi8381 Год назад

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো । বৰ সুন্দৰকৈ তেওঁৰ অভিজ্ঞতাখিনি ক'লে

  • @binitadeka8799
    @binitadeka8799 Год назад +1

    কথাবোৰ কেনেকুৱা ধুনীয়া অ 😘

  • @manjitchamuah4212
    @manjitchamuah4212 Год назад

    Wow... What a personality.... Bohut Val lagil

  • @gitashri_das-
    @gitashri_das- Год назад

    Hosakoi bohut val lgil

  • @PabitraGogoi-ch4ye
    @PabitraGogoi-ch4ye Год назад

    Bhut bahut bhal lagil sai

  • @sharmarumi
    @sharmarumi Год назад

    Pratitu task ot jiman possible ximan santa i assam r dish k prastut korise. Eman Assamese cuisine bonaise aru all over india r aagot sinaki koraise aamar Assamese cuisine k. So, bohut bohut dhanyawad santa loi.

  • @rupanjalibordoloi4986
    @rupanjalibordoloi4986 Год назад +6

    ৰন্ধাই নহয় শান্তা এগৰাকী সাদৰী বোৱাৰীও।কথা বতৰাও বৰ নম্য।তেখেতৰ প্ৰতিটো সাক্ষৎকাৰে চাও ।

  • @paparidekaofficial
    @paparidekaofficial Год назад

    তেখেত কেৱল এগৰাকী ভাল chef নহয় .. সহজ সৰল, খুব মৰমীয়াল, খুব confident এগৰাকী মহিলা। আৰু এইয়া তেখেতৰ কথনশৈলীত খুব ধুনীয়াকৈ প্ৰকাশ পাইছে। বহুত বেছি ভাল লাগিল এই খণ্ডটি চাই। চাৰিবাৰ চালো এতিয়ালৈকে😀। তেখেতক চাই এনেকুৱা লাগিছে,ক'ৰবাত লগ পাব পাৰিলে🥰🥰!!!! ৰন্ধাৰ প্ৰতি দূৰ্বলতাটো আছে কাৰণেই নেকি কিবা বেছিয়েই আপোন আপোন লাগিল🥰🥰।
    আৰু চক্ৰপাণি দাক বহুত বহুত ধন্যবাদ দেই😊 আপোনাৰ কথাবোৰ খুব ভাল লাগে।
    love from Nalbari🥰🥰🥰.......

  • @dipalidevi1323
    @dipalidevi1323 Год назад +3

    Really you are brilliant lady

  • @mayamahanta5908
    @mayamahanta5908 Год назад

    কথাবোৰ শুনি বহুত ভাল লাগিল।

  • @jitumonibharali7946
    @jitumonibharali7946 7 месяцев назад

    সছাকৈ য়ে আজি বৰ ধুনীয়া লাগিল

  • @bitumoniborah4401
    @bitumoniborah4401 Год назад

    Kotha kita imn dhunia hahi tu bor mormloga baa joni agbarhi jwa❤️❤️❤️

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 Год назад

    ভাল লাগিল দেই❤️❤️❤️❤️

  • @munmisaikia2298
    @munmisaikia2298 Год назад

    Bohut val episod.thanku

  • @pritamdutta2038
    @pritamdutta2038 Год назад

    Eman besi val lagil kotha khuni huni.....❤❤Santa baideo, u will always remain in our heart❤

  • @padmabaro683
    @padmabaro683 Год назад

    Bhot njona kotha hikilo de bha 👏👏👏😘😘😘

  • @monikagogoi6388
    @monikagogoi6388 Год назад

    Hosakoi Bohut val lagil.. Kotha khini jen huni a thakim..

  • @trishnalama3492
    @trishnalama3492 Год назад

    Sai bohut bhal lagil.....

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Год назад

    বৰ ভাল লাগিল দেই অনুষ্ঠানটি চাই, ইমান ধুনীয়া আৰু মৰম লগা কৈ কথা খিনি কৈছে তেওঁ, অভিনন্দন জনালোঁ তেঁওক।

  • @axomiyaloradipankarbania6751
    @axomiyaloradipankarbania6751 Год назад

    Kotha botara eman khundor, voice to eman dhuniya, hahito eman dhuniya xsai bht vll lagile .. proud of Baa ❤❤

  • @leezapathak
    @leezapathak Год назад

    Bhut vl lgile 😍❤️

  • @archanakalita830
    @archanakalita830 Год назад

    Santa Baido r Kotha bor emn val Lage....once again congratulations

  • @amanishapathak1992
    @amanishapathak1992 Год назад

    Iman simple manuhgoraki...khub bhal lagil...Aru aguwai jauk teu❤

  • @santimoni7949
    @santimoni7949 Год назад

    বৰ ধুনীয়া লাগিল ।

  • @sahnajmehndiart
    @sahnajmehndiart Год назад +1

    What a personality mam❤🥺.. Khubei vl lgil ajir episode tu sai😍

  • @sarobalabaro4217
    @sarobalabaro4217 Год назад

    Bohut bhal lagil

  • @rashmichetia2680
    @rashmichetia2680 Год назад

    Bohut bsiai val lgl onusthn2...olpu skip nkrake salu

  • @himashreedas9513
    @himashreedas9513 Год назад

    ভাল লাগিল কথা বোৰ শুনি🎉

  • @anushikhaborah2900
    @anushikhaborah2900 Год назад +2

    Bhut bsi vl lgil
    Nayanjyoti dadak u lge edin

  • @dipanditaborah1913
    @dipanditaborah1913 Год назад

    Kothbur xni thakibole mon jai,Hahitu iman dhunia dekhiboloiu bor dhunia

  • @minakshmahanta2116
    @minakshmahanta2116 Год назад

    বৰ ভাল লাগিল সুন্দৰ বাৰ্তালাপ

  • @rimasreebora
    @rimasreebora Год назад

    Apuni bohut lucky enekua ajoni sahu paise....

  • @r.jrabha8615
    @r.jrabha8615 Год назад

    Santa baidew r kotha bur huni bor vl lagila

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 Год назад

    ভাল লাগিল ❤

  • @dipanjalikakoty7328
    @dipanjalikakoty7328 Год назад +4

    শান্তা শমালৈ অভিনন্দন জনালো।তেখেতৰ কথা কোৱাৰ শৈলী বহুত ভাল লাগিল।তেও আৰু আগুৱাই যাওক,শুভকামনা যাচিলো

  • @smritisaikia7099
    @smritisaikia7099 Год назад

    কেইবাবাৰো চালো আমনি নালাগিল খুবেই ভাল লাগিল।অভিনন্দন বাইদেউ

  • @menakarabha2863
    @menakarabha2863 Год назад

    Bahut val lagil