world healing prayer center 1.no.Domar dallong moran dibrugarh assam 8471893236

Поделиться
HTML-код
  • Опубликовано: 7 фев 2025

Комментарии • 138

  • @nonihazarika5146
    @nonihazarika5146 3 месяца назад +1

    হে প্ৰভু যীশু মোৰ বিষ ভয় ভাপ হৈছে সোনকালে ভাল হয় লগতেই গুৰু পিতাক আৰু মাক সেৱা জনাইছোঁ আমিন ❤❤

  • @lizagogoi1180
    @lizagogoi1180 5 месяцев назад

    Praise the lord pitai...... hokoluke vlke rakhiba ... amen 🙏🙏🙏🙏🙏

  • @jurismitasonowal9729
    @jurismitasonowal9729 5 месяцев назад +1

    Praise The Lord Amen ✝️🙏🏼❤

  • @mensaipegu7373
    @mensaipegu7373 5 месяцев назад +1

    Praise the Lord guro pitai hallelujah🙏🙏🙏

  • @rumenbegum8131
    @rumenbegum8131 4 месяца назад

    Hee pita mur baideur ottasaror pora rokhya kora, amen.

  • @DebajitKonwar-s5g
    @DebajitKonwar-s5g 5 месяцев назад +1

    Praise the loard pravu Hallyuya Hallyuya Hallyuya ❤❤❤

  • @rekhamonibharali383
    @rekhamonibharali383 5 месяцев назад +3

    ধন্যবাদ যীচুপিতা। মহান গুৰুজনালৈ শ্ৰদ্ধা জনালোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আমেন হাল্লিলুয়া

  • @DigantaGogoi-qt5rq
    @DigantaGogoi-qt5rq 5 месяцев назад +1

    Praise the lord Prabhu 🙏🙏🙏

  • @MILANBORA-jl1bv
    @MILANBORA-jl1bv 5 месяцев назад +1

    Praise the Lord guru pita🙏🙏🙏

  • @pritykaur31
    @pritykaur31 5 месяцев назад +1

    Praise the lord ✝️🛐🙏🙏🙏🙏

  • @AnupamBharali-e3v
    @AnupamBharali-e3v 5 месяцев назад +1

    Praise tha lord ❤❤❤❤❤

  • @manjitabhuyanhandique9006
    @manjitabhuyanhandique9006 5 месяцев назад +1

    গুৰু দেউতাক ঈশ্বৰে আৰু শক্তি দিয়ক 🙏🙏🙏

  • @manmayuribicamiya4801
    @manmayuribicamiya4801 5 месяцев назад +2

    Praised the Lord Jesus baba and gurujna baba.-ma.....Amen 🙏🙏🙏🙏❤❤❤

  • @rinagogoi4853
    @rinagogoi4853 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁঁক🙏🙏
    মহান গুৰুপিতা ও গুৰুমাৰ চৰনত শতকোতি প্ৰনাম জনাইছো । গুৰুপিতাৰ যোগেদি ঈশ্বৰৰে সকলো দাস দাসিক আৰ্শিৱাদ কৰক আমেন 🙏🙏🙏

  • @anudas3067
    @anudas3067 5 месяцев назад

    হে প্ৰভু মোকো আশীৰ্বাদ কৰা পিতা।মোৰ মনৰ আশা পূৰ্ণ কৰা।🙏🙏 আমেন।

  • @uttamborah2853
    @uttamborah2853 5 месяцев назад +1

    Praise the lord🙏🙏🙏amen🙏🙏🙏

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 5 месяцев назад +1

    ঈশ্বৰে মংগল কৰক, গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।

  • @nirojdeori7130
    @nirojdeori7130 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক, আমাৰ মহান গুৰু পিতা আৰু গুৰু মা ৰ পৱিত্ৰ চৰণত সেৱা জনাইছোঁ, আমেন 🙏✝️🛐❤️❤️❤️❤️

  • @nitubarua3352
    @nitubarua3352 5 месяцев назад +1

    Praise the Lord❤✝️🙏

  • @rupohilahon3087
    @rupohilahon3087 5 месяцев назад +1

    Praise the lord 🙏🛐🙏🙏🙏

  • @nonihazarika5146
    @nonihazarika5146 5 месяцев назад +2

    ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু গুৰু পিতাক আৰু গুৰু মাক সেৱা জনাইছোঁ মোৰ বেমাৰ টো ভাল আৰু টোপনি আহে আমিন ❤❤❤

  • @PramilaChangmai-z6q
    @PramilaChangmai-z6q 5 месяцев назад +1

    Praise the Lord🙏🙏🙏🙏🙏🙏 💕💕💕🌹🌹🌹✝️✝️✝️✝️✝️✝️✝️✝️

  • @mirapayeng6678
    @mirapayeng6678 5 месяцев назад +1

    Praise the Lord 🙏🏻🙏🏻🙏🏻

  • @Pratapdas-d7f
    @Pratapdas-d7f 5 месяцев назад +1

    Praise the lord.❤❤❤.Amen

  • @rupalighurachowa
    @rupalighurachowa 5 месяцев назад +1

    হ'বৰ প্ৰথমে প্ৰভু ঈশ্বৰলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু গুৰুপিতা মা লৈ কুতিকুতি নমস্কাৰ জনাইছোঁ। ঈশ্বৰে আমাৰ ঘৰৰ‌ সকলোকে আশীৰ্বাদ কৰক।আমেন❤❤❤❤❤

  • @trishnaranigogoi236
    @trishnaranigogoi236 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 গুৰুজনাৰ জয় হ ওক

  • @rinamout4494
    @rinamout4494 5 месяцев назад +1

    Praise the Lord🙏🙏🙏

  • @chandanasaikia8769
    @chandanasaikia8769 5 месяцев назад +1

    Guru dauta guru maak pranam, Praise the lord

  • @moromirisong5157
    @moromirisong5157 5 месяцев назад +1

    Praise the lord pitai 🙏✝️🛐🙏🙏🙏

  • @gayatriburagohain899
    @gayatriburagohain899 5 месяцев назад +2

    Praise the lord 🙏🙏 Issor ye pitaik bahut bahut hokti diya probhu😢😢tumar soront hoto kuti pronam jonaisu probhu jeshu pitaik akhirbad korok 😢😢🙏🙏amar karone tekhete bahut besi kosto korise😢😢 ameen pitair soront hoto kuti pronam jonaisu 🙏🙏 ameen

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 5 месяцев назад +1

    Praise the lord 🙏 Esore Hokouke. Akhi bad Korok. 🙏🙏🙏🙏

  • @kabitamoran6158
    @kabitamoran6158 5 месяцев назад +1

    Praise the লৰ্ড 🛐🛐🛐❤️❤️❤️✝️✝️✝️❤️❤️❤️AMEN 🙏🙏🙏😭😭😭❤️❤️❤️

  • @Bharativlogs102
    @Bharativlogs102 5 месяцев назад +1

    Praise the lord ✝️🙏🛐

  • @abhijitkalita374
    @abhijitkalita374 5 месяцев назад +2

    Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA

  • @RanjanChutia-l9k
    @RanjanChutia-l9k  5 месяцев назад +2

    যীচুক নিন্দা কৰা, আৰু ক্ষমা নোহোৱা পাপ
    20 পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। 21 তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল। 22 আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক’লে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
    23 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, “চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে? 24 যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে। 25 আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
    26 চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব। 27 বলৱানb জনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
    28 মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়; 29 কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”। 30 যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
    31 এনেতেc তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে। 32 তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।
    33 তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”? 34 পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই; 35 কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷”
    মাৰ্ক:৩:২০:৩৫

    • @Junmonigogoi-be9fs
      @Junmonigogoi-be9fs 5 месяцев назад

      Praise the lord guru pitai 🙏🙏🙏 hallelujah hallelujah hallelujah 🙏 Amen 🙏

  • @hridayangammansublogs8874
    @hridayangammansublogs8874 5 месяцев назад +1

    Praise The Lord 🙏

  • @mousumiboruah9661
    @mousumiboruah9661 5 месяцев назад +2

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏 পিতাৰ চৰণত সেৱা জনালোঁ 🛐🛐🛐।পিতা আপোনাৰ কষ্টৰ ফলতেই আমি শান্তি পাইছো ধন্যবাদ পিতা ধন্যবাদ প্ৰভু🛐🛐🛐✝️✝️✝️🙏🙏🙏 আমেন।

  • @neepasahu735
    @neepasahu735 5 месяцев назад +1

    Praise the lord🙏🙏❤️hallelujah . হে প্ৰভু আমাৰ মহান গুৰুদেৱ ক সদায় সুখ শান্তি আনন্দ দিবা। তেওঁ দুখ কষ্ট ত্যাগৰ কাৰণে আজি আমি নতুন জীৱন পায় আনন্দত আছো। ধন্যবাদ প্ৰভু🙏🙏🙏❤️❤️❤️❤️

  • @RajuNath-nu3lk
    @RajuNath-nu3lk 5 месяцев назад

    Praise the lord amen 🙏 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @MissionMili
    @MissionMili 5 месяцев назад +1

    Hallelujah hallelujah hallelujah 🙏🙏🙏🙏❤❤❤❤

  • @aparajitaborbora1668
    @aparajitaborbora1668 5 месяцев назад +1

    ঈশ্বৰৰ প্রশংসা হওক, গুৰুজনাৰ পবিত্র চৰনত সেৱা জনাইছো। ঈশ্বৰে সকলোকে আশীৱাদ কবক🙏🙏🙏

  • @hemontauran5346
    @hemontauran5346 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰসংশা হওঁক।
    ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক।

  • @khumtusanchong8072
    @khumtusanchong8072 5 месяцев назад +1

    Xundor kotha kole kintu kotha bur sposto ( clear) huna nai praise the lord almighty King Amen

  • @Monisha_Deori
    @Monisha_Deori 5 месяцев назад +3

    Praise the Lord 🙏🙏🙏

  • @mohonsaikia1433
    @mohonsaikia1433 5 месяцев назад +1

    Praise the lord 🛐🛐🛐✝️ Amen ❤️

  • @MridulaBordoloi-pn5eg
    @MridulaBordoloi-pn5eg 5 месяцев назад +1

    Praise the Lord Pitai 🛐🛐

  • @SurengogoiSurengogoi-jj6jq
    @SurengogoiSurengogoi-jj6jq 5 месяцев назад

    ধন্যবাদ পিতা পৰমেশ্বৰ ৷তুমি যি জনাক তোমাৰ পুত্ৰ হিচাপে বাচি ললা তুমি সদাকাললৈকে কুশলে ৰাখিবা 🙏🙏🙏

  • @prodipdutta3033
    @prodipdutta3033 5 месяцев назад +1

    ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 গুৰু পিতা লৈ কোটি কোটি সেৱা জ্ঞনাইছো পিতা ৰ যোগেদি ঈশ্বৰে সকলো কে আশীৰ্বাদ কৰক আমেন

  • @PuspaDutta-w1s
    @PuspaDutta-w1s 5 месяцев назад +1

    Praise the lord gurudev

  • @munmidas1405
    @munmidas1405 5 месяцев назад +2

    Praised the Lord pita probhu❤❤❤

  • @lakhimaipanging4473
    @lakhimaipanging4473 5 месяцев назад

    Praise the Lord ✝️🙏🙏🙏

  • @simaSonowal-bw1kl
    @simaSonowal-bw1kl 5 месяцев назад +1

    Good evening pita pries the Lord amen.

  • @junmoni000
    @junmoni000 5 месяцев назад +4

    Praise the lord pitai 🙏🏻🙏🏻🙏🏻🛐

  • @KrishnaNeog-h5c
    @KrishnaNeog-h5c 5 месяцев назад +1

    Praise the lord pitai mur guru pitai

  • @lipikagogoi4434
    @lipikagogoi4434 5 месяцев назад +3

    Praise the lord 🙏🏼

  • @debajanigogoi3539
    @debajanigogoi3539 5 месяцев назад

    🙏praise the Lorad🙏

  • @rumenbegum8131
    @rumenbegum8131 4 месяца назад

    praise the lord, amen.

  • @hasnasaikia9674
    @hasnasaikia9674 5 месяцев назад +2

    Prise the Lord Amen 🙏 🙌 ❤️

  • @HimashreeDutta
    @HimashreeDutta 5 месяцев назад +3

    প্ৰভু মই মম আৰু পইচা দিছো জেঠাইৰ হাতত‌ মম নলয় বুলি কোৱাত‌ ঘূৰাই আনিছিল আশীৰ্বাদ কৰিবা প্ৰভু এই বাৰ মই HS r final dim আমি যাম প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰভু 🙏❤

  • @simantaphukon530
    @simantaphukon530 5 месяцев назад +1

    ঈশ্বৰৰ প্রশংসা হওঁক
    সেন্দুৰ লব পাৰিনে জনাব নেকি

    • @RanjanChutiaTestimony
      @RanjanChutiaTestimony 5 месяцев назад

      আন ধৰ্মৰ মাজত খ্ৰীষ্টীয়ান বিশ্বাসৰ সাৰ কথা ৷আন ধৰ্মৰ মাজত খ্ৰীষ্টীয়ান ধৰ্মত নিয়ম পালনতকৈ অধিককৈ থাকে সম্বন্ধৰ কথা,কৰিবা“ আৰু “নকৰিবা ”
      এনেবিলাক নিয়মৰ কথাত লাগি থকাতকৈ খ্ৰীষ্টীয়ানৰ লক্ষ্য হৈছে পিতৃ ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক স্হাপনৰ বিকাশ ঘটোৱা ৷সেই সম্বন্ধটো খ্ৰীষ্টৰ কাৰ্যৰ বাবে আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই খ্ৰীষ্টীয়ানৰ পৰিচৰ্যাৰ বাবে সম্ভৱ হল৷ যোহন:১৯:৩০

  • @Bharativlogs102
    @Bharativlogs102 5 месяцев назад

    Praise the lord ✝️🙏🛐হে ঈশ্বৰ আমাৰ গুৰু পিতাক কৌশলে ৰাখিবা🛐🛐🛐🛐🙏🙏🙏 আমেন 🛐✝️🙏

  • @ranjumoniborah5560
    @ranjumoniborah5560 5 месяцев назад +2

    Praise the lord Jesus 🙏

  • @rumigogoi4258
    @rumigogoi4258 5 месяцев назад +1

    Prise the Lord amen

  • @Queeny12345
    @Queeny12345 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏🙏

  • @ainubaruah5119
    @ainubaruah5119 5 месяцев назад +1

    Thank you pitai tumr mohima prokhonkha houk amen 🙏✝️🛐❤️

  • @BishwaGogoi-ht9fd
    @BishwaGogoi-ht9fd 19 дней назад

    Praise the lord

  • @anishagogoi159
    @anishagogoi159 5 месяцев назад +2

    Praise the lord ❤he pita akhibard koriba ai pithibit jiman tumar dakh dakhi ase hokolue jen akhirbad pai ❤he pita moi hodai anedore tumar soronot thakibo paru ❤he pita hunkale jate kormo honthapon ata pau ❤❤hodai tumar usoloi probirto griholoi jaboloi akhirbad kore jen solai nie jen ❤❤❤❤hokolue jen tumak bisakh kore jen ❤

  • @dipanjalihandiquechutia4923
    @dipanjalihandiquechutia4923 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হহওক ❤❤❤❤❤

  • @prachisonowal
    @prachisonowal 5 месяцев назад

    Praise the lord pitai🙏🙏🙏

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx 5 месяцев назад

    Praise the Lord 🙏🏻🌹💖🎵🎸⚡✝️⚡🎸🎵💖🌹🙏🏻

  • @nirupoma5935
    @nirupoma5935 5 месяцев назад +2

    Hallelujah, Amen 🙏🏻✝️🛐

  • @susmitagogoi9979
    @susmitagogoi9979 5 месяцев назад +1

    Praise the lord 🙏

  • @lakhigogoi5243
    @lakhigogoi5243 5 месяцев назад +4

    গুৰুজনাৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক, শক্তি দিয়ক হালেলৈয়া 🛐 🛐 🛐 🛐

  • @sanjibsaikia6978
    @sanjibsaikia6978 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হ ওক ❤❤

  • @munmigogoi5359
    @munmigogoi5359 5 месяцев назад

    Praise the lord 🙏✝️🙏

  • @bharotinarzary2026
    @bharotinarzary2026 5 месяцев назад +1

    Amen amen

  • @hirensaikia3810
    @hirensaikia3810 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🛐

  • @MitalidasMitalidas-k4b
    @MitalidasMitalidas-k4b 5 месяцев назад +1

    Prise the lorad aman✝️✝️✝️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🛐

  • @Rimagogoi20
    @Rimagogoi20 5 месяцев назад

    Praise the Lord 🙏🏼🛐✝️

  • @jyotibaruah7954
    @jyotibaruah7954 5 месяцев назад

    Praise the Lord 🙏🙏🙏🌷🌻🌸💐

  • @ratonday8015
    @ratonday8015 5 месяцев назад

    praise the lord 🙏🙏

  • @reemasaikia7208
    @reemasaikia7208 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏 আমেন 🙏

  • @manashpratimgohain210
    @manashpratimgohain210 5 месяцев назад +2

    Amen❤❤✝️🛐

    • @pritammech
      @pritammech 5 месяцев назад

      Praise the Lord amen

  • @gargeedoley
    @gargeedoley 5 месяцев назад

    Praise the Lord Amen 🙏🙏🙏🛐✝️🛐

  • @minotisobor6069
    @minotisobor6069 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 পিতাই যোগেদি সকলোকে আশীৰ্বাদ কৰক 🙏🙏🙏🙏

  • @shikhasaikiagogoideha8558
    @shikhasaikiagogoideha8558 5 месяцев назад +1

    Amen

  • @BibiPhukan
    @BibiPhukan 5 месяцев назад +1

    হে ঈশ্বৰ ‌ তুমি সদায় আমাৰ লগত থাকিবা 😂😂😂 আমেন😂😂😂

  • @NitulPhukon-ti4vx
    @NitulPhukon-ti4vx 5 месяцев назад +1

    Amen 🙏🙏🙏🙏🙏

  • @JSBMCreativeAngel
    @JSBMCreativeAngel 5 месяцев назад

    ঈশ্বৰৰ প্ৰসংশা হওক 🙏✝️✝️

  • @SubhashHandique-d3c
    @SubhashHandique-d3c 5 месяцев назад

    Praise tha Lord🛐🛐🛐

  • @DeepaGogoi-j3g
    @DeepaGogoi-j3g 5 месяцев назад

    ঈশ্বৰৰ প্ৰশংসা হ ওক

  • @rijumonidowari7872
    @rijumonidowari7872 5 месяцев назад

    praise the lord🙏🙏🙏

  • @barbiechetia202
    @barbiechetia202 5 месяцев назад +1

    Praise the Lord . Amen .

  • @duluchangmai4829
    @duluchangmai4829 5 месяцев назад

    Praise the.lord🙏🙏

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 5 месяцев назад +3

    ❤❤❤❤❤❤🎉🎉🎉🎉😊😊😊😊😊😊😊😊😊😊😊😊

  • @monjulagogoi6480
    @monjulagogoi6480 5 месяцев назад +1

    Praise the lord

  • @dipakalita1384
    @dipakalita1384 5 месяцев назад +2

    Amen.

  • @prasantabora5320
    @prasantabora5320 5 месяцев назад

    ঈশ্বৰৰ প্ৰসংশা হক । Amen

  • @r.k.dstyles3939
    @r.k.dstyles3939 5 месяцев назад

    Praised the lord ❤❤❤

  • @jonaligogoi572
    @jonaligogoi572 5 месяцев назад +2

    Praise.the.lord