মানস বৰগোহাঁইয়ে কিয় ল’লে আলফা (স্বাঃ)ত যোগদানৰ সিদ্ধান্ত? নৰ্থ-ইষ্ট নাওক জনালে সৱিশেষ

Поделиться
HTML-код
  • Опубликовано: 4 фев 2025

Комментарии • 441

  • @dilipmahanta8479
    @dilipmahanta8479 3 года назад +117

    অসমীয়া সমাজৰ বাবে চিন্তনীয়।

  • @tailukyaxonowal5872
    @tailukyaxonowal5872 3 года назад +134

    আমি নতুন যুৱ সমাজ এক গোট হব লাগে..

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Hoy akmot

    • @mramdhenu5770
      @mramdhenu5770 3 года назад +2

      Dangoria knekoy hbo baru - konubai bisarie bado land, konubai bisarise karbi land, konubai bisaribo sah bagania, konubai bisaribo aru kiba kibi , tene koy xomvab hob ne ? General, sc, st, obc r bisar kari lav nii, mohapurukh shanker deb a jene koy ahom miri kosari hudra garor gobinda nagar narotam musla manr sand khayk loy jene koy ek bikhall akhom gohrisill thik tenekoy amio tene kua karibo lagibo. Teteia hey alop akha karibo pari.

    • @rx...moon..9507
      @rx...moon..9507 3 года назад

      Yes

    • @putulkalita3115
      @putulkalita3115 3 года назад

      হয়।

    • @parthadutta.2292
      @parthadutta.2292 3 года назад

      একমত

  • @chinmoy48
    @chinmoy48 3 года назад +107

    বৰ দুখজনক... অসম চৰকাৰে বাঙালীসকলক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাত তেওঁলোকৰ প্ৰকৃত শিপা পাহৰি গৈছে

  • @bidyutsaikia7926
    @bidyutsaikia7926 3 года назад +27

    জয় আই অসম

  • @prateemmozumder4017
    @prateemmozumder4017 3 года назад +65

    শেষ সকলো,😢কোনো ভাষা নাই,সচাই এক চূড়ান্ত বিশ্বাসঘাটক চৰকাৰ😢

  • @jkakakti9305
    @jkakakti9305 3 года назад +59

    আমাৰ মামাই এই দিনটোৱেই বিচাৰি আছিল অসমীয়া খেদী বাংলাদশী আনাৰ অসমীয়া হৈ অসমত সন্মান নাই

  • @loyal1556
    @loyal1556 3 года назад +125

    সচাই যদি গইছা, সমাজৰ বাবে ভাল কাম কৰিবা বুলি আশা থাকিল

  • @অসমীয়াঅসম-ম৩ল

    অসমত অসমীয়া মানুহতকৈ বিদেশী বহিৰাগতৰ মুল্য বেছি, বহুত ক্ষমতাশালী শক্তিশালী, সকলো সুবিধাৰ গৰাকী হৈছে একমাত্ৰ অসম ধ্বংসকাৰী জাতিদ্ৰহী মেৰুদণ্ডহীন পদলেহনকাৰী ক্ষমতালোভী নেতা মন্ত্ৰী বিষয়া চৰকাৰৰ বাবে। ক্ষমতালোভী নিজস্বতাহীন মেৰুদণ্ডহীন জাতিদ্ৰহী কেইটামান অসমীয়াৰ বাবে অসমতে অসমীয়া আজি শোষিত নিষ্পেষিত প্ৰতাৰিত বঞ্চিত অবহেলিত অনাদৃত নিৰ্যাতিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক।

  • @ripuboruahofficial5100
    @ripuboruahofficial5100 3 года назад +26

    *১০০০ টকা লৈ ভোট দিব bjp ক। আৰু ভাল দিন আহিব।।* 🤝🏻

  • @raajdeka248
    @raajdeka248 3 года назад +50

    অসমীয়া শেষ

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад +1

      Ketiyaabaaye hol akmaatro sorkaror aakhaat aaru alehuwaa swobhaabor baabe.

  • @deepkalita1398
    @deepkalita1398 3 года назад +17

    Right kotha koisa manash

  • @jbtezpurvlog3080
    @jbtezpurvlog3080 3 года назад +10

    বহুত দুখৰ কথা এনেকুৱা অসমীয়া মানুহবোৰৰ অসমত মগনীয়া হ'ব ধৰিছে
    সময় থাকোতে সজাগ হব লাগে

  • @bindaassonowaldaa3192
    @bindaassonowaldaa3192 3 года назад +34

    কোভিড সন্ত্ৰাসৰ মাজতো নৰেন্দ্ৰ মোডী চৰকাৰ ব্যস্ত আছিল প্ৰধানমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণত।১৩ হাজাৰ ৪৫০ কোটি টকা ৰাজহুৱা ধন খৰচ কৰি নিৰ্মাণৰত চৰকাৰৰ বিলাসী প্ৰকল্প। উচ্চতম ন্যায়ালয়কো বুঢ়া আঙুলি দেখুৱাই চৰকাৰে কেনেকৈ অব্যাহত ৰাখিছিল এই নিৰ্মাণ কাৰ্য? ই ভাৰতৰ জনতাৰ বাবে কিমান বিপদজনক? আৰু ৰাইজক
    ১ টকীয়া চাউল
    ২৩০ টকীয়া মিঠাতেল
    শাকতে দিওঁ নে নাকতে দিওঁ প্ৰভূ!!!

  • @desisports604
    @desisports604 3 года назад +4

    বহুত দুখ লাগিছে

  • @dharmendrakaman1859
    @dharmendrakaman1859 3 года назад +49

    বহুত দুখৰ কাহিনী কি হ'ব বাৰু

  • @trimurti6290
    @trimurti6290 3 года назад +4

    ৰাইজৰ ইমানেই চৰকাৰৰ পদক্ষেপৰ ওপৰত বেয়া লাগিছে তেন্তে আমি সকলোৱে চৰকাৰ সলনি কৰো।আমাৰ শক্তি আমাৰ কথা সেইটোহে কৰিব পাৰিম।মূখ্যমন্ত্ৰী আমাতকৈ ডাঙৰ নহয়টো চব কথা মানিব লাগিব মূখ্যমন্ত্ৰীৰ ফুফুলা মূখৰ হাঁহিবোৰ।চবেই আলফা হৈ অসম খনক অধীনত ৰাখক।তেতিয়া মন্ত্ৰীসকলৰ হাঁহিবোৰ ভাল দেখিব।

  • @kishordas2840
    @kishordas2840 3 года назад +52

    মানুহৰ উপাই নোহোৱা হৈছে

  • @rajbasanta1871
    @rajbasanta1871 3 года назад

    মজা জয় আই আলফা

  • @putulkalita3115
    @putulkalita3115 3 года назад +9

    অসমীয়াৰ এয়েই সঠিক সিদ্ধান্ত ।কাৰণ চৰকাৰে এই জাতি নিঃশেষ কৰাৰ সিদ্ধান্ত কৰিছে ।

    • @bkp9774
      @bkp9774 2 года назад

      Kamot noha dhut jati nijei hekh hobo.

    • @asmitgogoi8739
      @asmitgogoi8739 Год назад

      @@bkp9774 agot tohoti bongali keitai nijor soritto thik kor

  • @loveyouzindegi.7789
    @loveyouzindegi.7789 3 года назад +26

    Well come, Manash ...🤝

  • @tapankalita8997
    @tapankalita8997 3 года назад +19

    অসমীয়া শেষ হব বেছি দিন নাই

  • @dhanmoniray5766
    @dhanmoniray5766 Год назад

    Dhunia lagise vai. Valdore jowa. Val kam kora. ..

  • @nazimahmed1610
    @nazimahmed1610 3 года назад +32

    Hosa kotha , Aami sob anakoi soli asu. Alop dhayza dhorok . Moiu hai path lom buli hodai bhabi thaku . Moi LMG,MMG, curbine, 3/3, .22 expert 1/2 inc grouping fireing kora record assa. RDC aru BLC campt all india best cadet , NCC A,B aru C certificate with grading A kintu moi bahit thog khisu , mur ajoni suali aru honkharkhon kostot solai asu. Jibonot har mona nai . C Certificate ajon kunu interview nuhuakoi police departmentt appointment dibo laga . Map reading aru section drill ajon police officerk hikabo parim kintu moi thog khi asu. Moi poisa di sakori nalow hai karonai hua nai.

    • @jitu903
      @jitu903 3 года назад

      same bro

  • @hbk..6107
    @hbk..6107 Год назад +4

    আজিৰ অসমীয়াই অসমতে ভগনীয়া হব....🙏🙏🙏🙏 ভূপেন হাজৰিকা🙏🏻🙏🏻🙏🏻🙏🏻ই আজি জলন্ত উদাহৰণ।

  • @mridulbhuyan1494
    @mridulbhuyan1494 3 года назад +27

    বৰ বেছি বেয়া লাগিছে অসমীয়া মানুহৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিছে,ভাল কাম কৰিবলৈ অসমীয়া মানুহৰ ওপৰত চিন্তা কৰিব পাৰে চৰকাৰে আজি চিন্তা নকৰিলে বহুত বেয়া প্ৰভাৱ পঢ়িব,

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад +1

      Ai sorkarkhone Bangladeshikhupaakhe khubidhaa dibo paare😠😠😠.

    • @rashmimskhan8761
      @rashmimskhan8761 3 года назад +2

      @@rajeshhazarika1663 Bangladesh k aibo pare kintu axomia borok val koi rakhibo noware

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      @@rashmimskhan8761 hoy akdom thik kotha

  • @topondihihingia2942
    @topondihihingia2942 3 года назад +3

    জি কৰিছা বহুত ভাল কাম কৰিছা

  • @nomalkr.daimari8064
    @nomalkr.daimari8064 3 года назад +3

    এবাৰ আকৌ বিবেচনা কৰিব।
    আপোনাতকৈ হয়তো জগতত অনেক দূৰভগীয়া আছে। তেওঁলোকৰ বাবে আদৰনীয় পদক্ষেপ ল'ব ।

  • @romanphukan5513
    @romanphukan5513 Год назад +2

    ধৈয্য ধৰা বন্ধু,কাহিনীটো সঁচাই দুখজনক, বেদনাদায়ক, কিন্তু কি কৰিবা । ভাবি-চিন্তি উচিত সিদ্ধান্ত লোৱা,কৰি লৈ নাভাবিবা ।

  • @simantakalita2575
    @simantakalita2575 3 года назад +17

    আছু অসম জাতীয় যুৱ পৰিষদক সহায়লৈ আগবাঢ়ি আহিব জনালো

  • @sajidurrahman3374
    @sajidurrahman3374 3 года назад +25

    Please Govt take a positive step for him and others who are facing same problem. You are real hero and I salute you. You try to create a such type of business so that thousand family get help from you God help those who help themselves.

  • @northeastindianboys3677
    @northeastindianboys3677 3 года назад +5

    Good , জয় আই অসম

  • @manashpratimassam8879
    @manashpratimassam8879 3 года назад +17

    Xosa kotha kole

  • @mantukalita4915
    @mantukalita4915 2 года назад +2

    এনেকুৱা হ'বলৈ হ'লে অসম আকৌ অগ্নিগৰ্ভ হ'বলৈ গৈ আছে । যিটো অতি চিন্তনীয় বিষয় ।

  • @gobinborborah4249
    @gobinborborah4249 3 года назад +2

    হে ভগৱান।

  • @azizulhoque3872
    @azizulhoque3872 3 года назад +2

    ঠিক কথাই কলে

  • @prakashborah5396
    @prakashborah5396 3 года назад +32

    অসমীয়া ৰ দুৰযুগৰ সময় আহি পৰিছে ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Hoy pise aapunaaktu dekhaat tenekuwaa naalaage.......maane look dekhi.

  • @sarangabordoloi4518
    @sarangabordoloi4518 3 года назад +8

    Moiu jam

  • @agameing7862
    @agameing7862 3 года назад +2

    সেই দুই জন মানুহক জলদি গ্ৰেপ্তাৰ কৰিব লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      😀😀😀kune koribo nejaane neki kheikeijon Bengali hoy.......

  • @arupgogoi7631
    @arupgogoi7631 3 года назад +3

    সঁচাই আমাৰ অসমীয়াক অনা অসমীয়াই বহুত আমনি কৰী আছে

  • @ratuldas6959
    @ratuldas6959 3 года назад +3

    এনেকৈ দিশহাৰা হৈ বহুত লৰা ছোৱালী সংগঠনলৈ গুছি যায়,এইখন চৰকাৰৰ কিনতু অলপো কানসাৰ নাই

  • @bitupongogoi5722
    @bitupongogoi5722 3 года назад +4

    Right 👍👍 bor

  • @dipulaxom
    @dipulaxom 3 года назад +6

    আজিৰ অসমীয়াই নিজক নিছিনিলে অসম ৰখাটলে যাব.......
    জয় আই অসম ✊✊✊

  • @boruahmina6282
    @boruahmina6282 3 года назад +25

    অসমৰ পুলিচ বঙালী তলতীয়া নেকি ?

  • @lukudas1209
    @lukudas1209 3 года назад +5

    এনেকুৱা নকৰিব,,ধৈৰ্য্য ধৰক,,আমি অসমীয়া আপুনি বেংক একাউন্ট নম্বৰ দিয়ক,,এটকাকৈ দি হলেও আপোনাক সহায় কৰিম

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Toka baaru dibo kintu okhomiyar aasol porisoytu kenekoy dibo ?

    • @lukudas1209
      @lukudas1209 3 года назад

      @@rajeshhazarika1663 মানুহক উচতনি দি অবেগ সৃষ্টিৰ কাম কৰিব নেপায়,,আমি কিমান সৃষ্টিৰ সম্ভাৱনা থকা যুবক হেৰুৱাই পেলাইছিলো হিচাপ নাই,,

  • @GirishChutia-w7v
    @GirishChutia-w7v 3 года назад +1

    Val jui

  • @Bhaspanging
    @Bhaspanging 3 года назад

    ভক্ত সকলে কয় নহয় bjp চৰকাৰে ভাল কাম কৰিছে বুলি, এতিয়া কিয় আলফা লৈ যাব লাগে, চি চি,, জয় শ্ৰী ৰাম,

  • @monjulahon7712
    @monjulahon7712 3 года назад +6

    এই চৰকাৰ খনে অসমীয়া মানুহক হলঠেকত পেলায়ছে ।

  • @ArupjyotiHemrom-nk3fw
    @ArupjyotiHemrom-nk3fw Год назад +1

    দেশৰ বাতৰি শুনিবানে বীৰ নিদিও তুমাক ফাকি তুমাৰ অসম নাই আৰু আজি জকা তুহে তাৰ বাকি লুইতৰ এই বিষাল পাৰত আৰু নাই অসমিয়া মৰি সাজি ঢুকাল সকলো চিনচাব নাইকিয়া অসমৰ এই ক্যাম ভুমিত চৰিছে গাধৰ পাল বুজা বয় বয় পৰিল ককাল পিঠিৰ ছিঙিল তাল 😢😢😢😢

  • @ananta2841
    @ananta2841 3 года назад +3

    God bless you bro.joi aai asom

  • @জীৱনৰৰং-ঞ৯ঞ
    @জীৱনৰৰং-ঞ৯ঞ 3 года назад +19

    দাদা মই য়ো আলফাত জাব বিচাৰো,জোগাযোগ ক'ত কৰিম কবচোন

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Bhaal kothaa kintu aagortut goy kunu laabh nohobo kaaron aagortu ata mosto okaamilaa pohu😎, paarile notunkoy kibaa ataa khuli taat join korile hol.

  • @sarbanandamajuli
    @sarbanandamajuli 3 года назад +3

    সঁচাকৈ বহুত ....

  • @b2motivationfactshindi866
    @b2motivationfactshindi866 3 года назад +3

    অসমত একো কামেই নাই অসমৰ ল'ৰা ছোৱালীয়ে কি কৰিব

  • @debojitdutta5652
    @debojitdutta5652 3 года назад +1

    মানসিকভাবে ভাগি পৰিছো আমিও ।

  • @bedabrotborah6731
    @bedabrotborah6731 3 года назад +3

    Hosa kotha 👍

  • @AjitSaikia-p9f
    @AjitSaikia-p9f Год назад

    ভাল পদক্ষেপ।

  • @pujabaruah9619
    @pujabaruah9619 3 года назад +1

    পত্নীক এৰি নাযাব।দুয়ো জনে লগ হৈ কিবা কাম কৰক।

  • @bidyutsharmayoutubechannel4505
    @bidyutsharmayoutubechannel4505 3 года назад +12

    huni bor dukh lagil...

  • @pallabigogoi7151
    @pallabigogoi7151 3 года назад +2

    অসমীয়াক কংকাল বনাব এই চৰকাৰে ।যি কৰিছে আপুনি ভাল কৰিছে আত্মহত্যা কৰাতকৈ ।যেতিয়া মানুহৰ অভাৱ দুখ কষ্ট কোনো মানুহ চৰকাৰে নুবুজে তেতিয়া এনেকুৱা এটা পথলৈ যাবলৈ বাধ্য হয়তো । ভাল কাম কৰিব যদিও এই দৰে পথ এটা হাতত লব হৈছে ।দুখ লাগে আজি অসমীয়া জাতিটো সকলোতকৈ দুখীয়া হৈ পৰিছে।

  • @hanseali1924
    @hanseali1924 3 года назад +7

    তেনুকুৱা নকৰিবা ধৰ্য ধৰা নিশ্বএ এদিন হলেও অৱস্থা থিক হৱ।সছা কথা চৰকাৰে সকলোৰে অৱস্থা চলিব নৰা কৰিচে, ছাত্ৰ-ছাত্ৰী বোৰোৰো জীবন বৰ্বাদ কৰিচে।মাত্ৰ বিজেপি চৰকাৰ বুলিহে মানুহে নিমাতে আছিলে। অন্য চৰকাৰ হৱা হলে অৱস্থা বেয়া কৰি দিলেহৈ ৰাইজ আৰু চেনেল বোৰে।ধন্যবাদ।

  • @hemkantaborah7434
    @hemkantaborah7434 3 года назад +19

    সঁচা কথা। অসমীয়া ৰাইজে যিবোৰ প্ৰতিনিধি দিল্লী-দিচপুৰলৈ পঠাইছে, সেইবোৰো অৰ্কমণ্য। অসমীয়া জাতি-ভাষাৰ বাবে একো কৰিব নোৱাৰে। অনা-অসমীয়াৰ সপক্ষেহে কয়।অসমীয়া ল ৰাবোৰক কিবা সুবিধা দিয়াৰ সলনি বাংলাদেশী অনাৰ হে প্ৰস্তুতি চলাইছে।তেওলোকে অসমীয়া মানুহৰ আগত সিংহৰ দৰে ভাষণ দিয়ে, দিল্লীত শিয়াল হৈ বহি থাকে।

  • @ex-armyinstructorgohain685
    @ex-armyinstructorgohain685 3 года назад +10

    চৰকাৰে অলপ চিন্তা কৰক।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Kaam naai ai sorkaror, ai sorkar Bangladeshir sorkar😎😎😎.

    • @alokdutta5907
      @alokdutta5907 Год назад

      এইখন চৰকাৰে অসমীয়াৰ কথা একো চিন্তা নকৰে পাৰিলে গোচৰ দি সিহঁতি জেলতহে ভৰাই থব ।

  • @ajittaluldar7490
    @ajittaluldar7490 3 года назад +8

    Val koisa

  • @lunadehingia8796
    @lunadehingia8796 3 года назад +1

    Agbarhiii jua ... Hosaiii jode goisa Val kam kore jua 🙏 Hubhokamona 2mrloi

  • @manojhazarika4765
    @manojhazarika4765 3 года назад +14

    Election ৰ আগত corona নাই এতিয়া corona কৰ পৰা আহিলে

  • @gogoigamingnuub
    @gogoigamingnuub Год назад

    Mozza bhai

  • @anantanath9232
    @anantanath9232 3 года назад +9

    Kotha keta xuni beya lagil

  • @jayantabordoloi5089
    @jayantabordoloi5089 Год назад

    ভালেই সিদ্ধান্ত লৈছা।

  • @alokdutta5907
    @alokdutta5907 Год назад +2

    অত্যন্ত দুঃখৰ কথা । আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব । অসমীয়াৰ এতিয়াও সময় আছে নিজক চিনি নাপালে অসমখন এদিন বহিৰাগত বিদেশী বণিয়াৰ হাতলৈ যাব । অন্ততঃ আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি সেইয়া কেতিয়াও হবলৈ নিদিও,জয় আই অসম ।

    • @asmitgogoi8739
      @asmitgogoi8739 Год назад

      Bharotor lgt honloghno hoi thoka leke axomot bohiragoto utpat hoi a thakibo

  • @carryman741
    @carryman741 3 года назад +2

    Ami axmia nhy dukhia Ami ekgut Hb hol kokalt tongali bandhibo hol Jai Aai Axom 💪🙏🙏

  • @dhrubajyotigoswami3961
    @dhrubajyotigoswami3961 3 года назад

    অসম খন অসমীয়াৰ পৰা আঁতৰি গুচি যোৱা যেনহে লাগিছে। এইবোৰ শুনি থাকিলে।

  • @pallabsarmah5458
    @pallabsarmah5458 2 года назад +2

    Brilliant.God bless you bro

  • @JinuRabha-jp5qu
    @JinuRabha-jp5qu Год назад

    Bhut duk lagil,Val dre vabi sowa.

  • @mukutkalita5145
    @mukutkalita5145 3 года назад +1

    জয় আই অসম

  • @mamonibegum3906
    @mamonibegum3906 3 года назад +2

    Ai lorajonok sorkare help korile bohut vl pam

  • @dipanjalisaikia8863
    @dipanjalisaikia8863 3 года назад +3

    Right

  • @monowarhussainhussain6082
    @monowarhussainhussain6082 3 года назад +3

    Really

  • @manjitdas6191
    @manjitdas6191 3 года назад +2

    এক ডোম সঁচা কথা কৈছে

  • @babul8718
    @babul8718 3 года назад +11

    So sad.....

  • @anantabarman6111
    @anantabarman6111 3 года назад +2

    Good thinkking

  • @jitugogoi2619
    @jitugogoi2619 3 года назад +7

    Tumi hosa koisa

  • @manojhazarika4765
    @manojhazarika4765 3 года назад +4

    আমি যাব পাৰি নেকি বাৰু

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Paaribo kintu aagortut nohoy aku kaamor nohoy kheitu, aaji emaan bosore kidaalnu korile okhom aaru okhomiyar baabe, ulutaa okhomiyakhe maar okhomiyarhe khyoti korile😎😎😎. Gotike beleg ata khongothon khuli taat join korok 👍

  • @bituponborah1744
    @bituponborah1744 3 года назад +8

    bohut beya lagil bro

    • @bishnuabhay350
      @bishnuabhay350 3 года назад

      তোৰ মবাইল number tu diya kot asa ......logor pora mobile number bisarilu naiipua..... bitupon ..... chennai ত আছানে মই বিষ্ণু ।

  • @coloursoflife625
    @coloursoflife625 3 года назад +2

    You are right bro

  • @travelvlogs5093
    @travelvlogs5093 3 года назад +2

    আমাৰ অসম চৰকাৰ খনে আন জাতিবোৰক সন্তুষ্ট কৰি থাকোতে নিজৰ জাতিটোলৈ একো নাথাকিব। আলফালৈ গৈ নিশ্চিত ভাবে সকলোৰে হিচাপ লব আপুনি।
    অসমীয়াৰ ওপৰত যদি এনেদৰে অন্যায় অনাগত দিনতো হৈ থাকে নিশ্চিত ভাৱে এদিন ক্ষোভৰ বহি:প্ৰকাশ ঘটিব,
    আন জাতিৰ মানুহক প্ৰশ্ৰয় দিওঁতে অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ হবলৈ গৈ আছে।
    হিন্দু মুচলমানৰ ৰাজনীতি কৰি থাকোতে বাংলাদেশৰ বঙাল বহুত শিপাই গৈছে অসমখনত‌।

  • @roushanarabegum1089
    @roushanarabegum1089 3 года назад +10

    So sad 😢

  • @rajbasanta1871
    @rajbasanta1871 3 года назад +2

    আমাৰ অসমীয়াৰ কটো জাগা নাই আৰু অসম চৰকাৰেও আমাৰ অসমীয়াক একো এটা কাম নিদিয়ে

  • @jayantanath9277
    @jayantanath9277 3 года назад

    গুড দিছিচন

  • @burulinavideos
    @burulinavideos 3 года назад +14

    Petrol r dam barhi goi 200 toka hobogoi sage😭...apuni prothome hei Malakar ne ki heituk bodh kari lobo...nohole Asom Tripura dore hobogoi

  • @ajitkutum4346
    @ajitkutum4346 3 года назад +5

    Well come manash

  • @pranjalsaikia250
    @pranjalsaikia250 3 года назад +2

    Right...sorkar khone dukhiyar karne ako navabe.only sorkari sakori kora manuhbilak he manuh hoi

  • @honeybeeassam9362
    @honeybeeassam9362 3 года назад +4

    Hosa kotha ....lora jonr kotha khini bhut giyani lora hoi....

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад

      Hoy paarile taak aami khokoluwe khohaai koribo laage kaaron ai sorkaror aakhaa kori aku laabh naai, aikhon sorkar Bangladeshir sorkar😎😎😎.

  • @thecreator7783
    @thecreator7783 3 года назад +2

    Nibonua xomoisya xomadhan korok mama.. 🙏🙏 bohu sakori onaoxomia hokol vori ase.. oxomor khilonjia jubok juboti xokolok vacancy burot absorb kork 🙏 pls

  • @amarbarman312
    @amarbarman312 3 года назад +2

    U R Rialy Great Bro 👍👍👍👍

  • @foodsafari935
    @foodsafari935 3 года назад +2

    Hosake bahute dukh lagise dada jonor kotha huni...alop dhoitjyor proijon dada..hodai din akay nathakay... assomiya hisape Ami nibisaru Amar Lora suali goi ene hindhanta lobo...

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 года назад +1

      Kothaatu hoy kintu bhuktobhugijonehe jaane tekhetor ki hoyse.

  • @rupaligogoi3976
    @rupaligogoi3976 23 дня назад

    Good news

  • @giribalasaikia3313
    @giribalasaikia3313 3 года назад +14

    "Ajir axomiyai nijak nisinile axom raxatale jaba" aji Jen Anubhav hoise

  • @pankajdas2249
    @pankajdas2249 3 года назад +3

    চৰকাৰে এইবিলাক কথাত গুৰুত্ব দিব জানো ??

  • @ujjalgogoi1709
    @ujjalgogoi1709 3 года назад +1

    সচা কথা ককাইদেউ ।

  • @ronbiki
    @ronbiki 3 года назад +3

    বহুত দুখৰ বিষয়।দিন বোৰ যে কি হৈ গৈছে😢😢।বন্ধু ভালে থাকিব ✌️

  • @ArupjyotiHemrom-nk3fw
    @ArupjyotiHemrom-nk3fw Год назад

    প্ৰতি অসমীয়া কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত নানা জাতি উপজাতি ৰহনিয়া কিচতি আকুৱালি লয় চিল এই মোৰ অসম দেশ 😢😢😢