Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতিশয় সুন্দৰ সংগ্ৰহ। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীতটি ভূপেন হাজৰিকা দেৱৰ কন্ঠত শুনি ইমান ভাল লাগে যে তাক ভাষাৰে বুজাব নোৱাৰোঁ। বিশেষকৈ ৰাতিপুৱাৰ ভাগত শুনিলে মন-প্ৰাণ প্ৰফুল্ল হৈ পৰে। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏