চামগুৰি সমষ্টিত ৰকিবুল হুছেইনক সবল প্ৰতিৰোধ আগতে কোনোৱে দিব পৰা নাছিল । কিন্তু এইবাৰ বিজেপিয়ে এঘড়ী যে যুজিব সি নিশ্চিত । কিন্তু সংখ্যা লঘু ভোটৰ আধিক্য আৰু হিন্দু ভোটাৰৰ অধিকাংশই কংগ্ৰেছৰ লগত থকাত বিজেপিৰ বাবে নিৰ্বাচন খুব জটিল হব। আনহাতে বিজেপিৰ প্ৰাৰ্থি খুব সবলো নহয় । অবশ্যে দুই দলৰে নতুন প্ৰাৰ্থি। দেখা যাওক শেষ হাঁহি কোনে মাৰে ।
Very good

Good
Bodu ভাই ক ভোট নিদিব বিক্ৰী হব ব্দু ভাই
Welcome to chasa
Ajmal zindabad
Aiudf zindabad
Ajmol is a best figure of BJP
Samagurit UDF r party di Rokibul r ata numu lorabo nuware
Moi vote dim😂
Bjp jikile vl ....😂😂
ChamuguritAiudfcandidatedibolae