দিহানাম।।উদয়ন শিল্পী সমাজ।।গোলাঘাট
HTML-код
- Опубликовано: 22 янв 2025
- দিহানাম।।উদয়ন শিল্পী সমাজ।।গোলাঘাট #dihanam #sumitsaikia_official #anupombitupon#Amarjyoti Official
#sumitsaikia_official
#anupombitupon
#assamesesong
#assamesesong
#assamese_status_video
#dihanam
#bhaktisong
#monujbhai
#dimpubaruah
#দিহানাম
#kamolagogoi official
#@amarjyotiofficial9866
#assamesesong#Dihanam #assamesesong #sumitsaikia_official #amarjyoti #anupombitupon #kamolagogoi #bhaktisong #dimpubaruah #monujbhai #Dihanam compitition
*অনুগ্ৰহ কৰি আমাৰ চেনেল টো SUBSCRIBE কৰি দিব।আমাৰ উদ্দেশ্য হল অসমীয়া লোকসংস্কৃতিৰ লগত জড়িত কিছুমান সাংস্কৃতিক অনুষ্ঠান আপোনাসৱৰ মাজলৈ আগবঢ়াই দিয়া। গতিকে আপোনাসবৰ অকণমান মৰম আৰু আশীৰ্বাদেই হব আমাৰ জয় যাত্ৰাৰ অক্ষয় কৱচ। লগতে LIKE,SHARE আৰু COMMENT কৰিবলৈ নাপাহৰিব।*
Hundor kontho❤️❤️
বৰ সুন্দৰ হৈছে। নামভাগ লিখিত ৰোপত দিবচোন
Ooooooooo😊oooo😊
Hundor 👍👍
Hundor 🙏🏻🙏🏻
সুন্দৰ হৈছে
সুন্দৰ হৈছে নাম ভাগ ভাল লাগিল কৃষ্ণ কৃষ্ণ
0
কি সুমধুৰ কণ্ঠ
Hundar
Dhanyabad
তিনি চাপৰ দিব লাগিছিল ।নাম ভাগ বহুত ভাল লাগিল ।🙏🙏🙏
দিহানাম সদায় এচাপৰিত আৰম্ভ হয় ।তিনিচাপৰিত দেহবিচাৰ আদিত প্ৰযোজ্য ।
@@labanyagogoi5728 নানা মুনিৰ নানা মত ।🙏
Nice 🥰♥️♥️🙏🙏🙏
Thnks
অতি সুন্দৰ
ধন্যবাদ
Channal link=ruclips.net/channel/UCI9GNQZTLgCVvAxiULmWVjA
গুৰুজনাৰ সাংস্কৃতিক চৰ্চা কেন্দ্ৰ,গৌৰীসাগৰ=এই চেনেলটো চাব সকলোৱে।সৰু সৰু লৰা-ছোৱালীৰ দিহানাম আৰু ভাওনা প্ৰদৰ্শন কৰা আছে।
ভাল লাগিল।যোগাযোগৰ সুবিধা?
Mojja .
Thnk u
বৰ ধূনীয়া কন্ঠ।🙏🙏🙏
ধন্যবাদ
নাম ভাগৰ lyrics তো দিব চোন
Mojja 😍😍
Thnk u
মধ্যমত তিনি চাপৰি নিদি কিয় দুই চাপৰি দিলে 🙏
আচলতে আমাৰ গোলাঘাট ত দুই চাপৰিটো লাগেই।
Dui sapori o dibo pare.. kunu kunue diea
Good
সুন্দৰ কন্ঠ নামতি গৰাকীৰ। নামৰ যোৰনি ভাগ গাবলে চেস্ঠা কৰিব।
বৰ ভাল লগিল নামখাৰ বৰ সুন্দৰ কণ্ঠ
ধন্যবাদ
বহুত বহুত ভাল লাগিল ।সুন্দৰ কণ্ঠ ।আগবাঢ়ি যাওঁক ।
নাম জনা বহুত সুন্দৰ, ভাল লাগিল। কিন্তু তিনি চাপৰি নিদিলে যে কিয় দিয়া নাই ক'ব নেকি।
Mulot boha gorakir Nam tu jonabosun....bor hundor kontho
Antorika phukon
Vl lagise kinto bhalkoi Buji napai