যাৰ মা দেউতা আছে সিহতে মা দেউতা মূল্য বুজি।নাপাই যাৰ নাই সিহতেহে বুজি পাই মা দেউতা আমাৰ কাৰনে কি হয় নিজেই নাখাই আমাক শুৱাই মা দেউতাই আমাক শুৱাই কিন্ত সেই মা দেউতাকে আমি তেনেকুৱা কৰো নাপাই দে বৰ দুখ পালো
Ki johora xontan gol kati dibo lage anekua manuhor....laj nai sudirbhai hotor jonmo di lalan palan kori aji aii dikha bahut dukh lage....sorkare hindu muslim kori thake ....
মাক দেউতাকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰে তাৰ পিছত এনেকৈ মা দেউতাকক ব্যৱহাৰ কৰিব পাৰে আচৰিত লাগে চিঃ এনেকুৱা সন্তান থকাত কৈ নথকাই ভাল।
বৰ দুখ লাগিল ।।
ইমান কষ্ট কৰি জন্ম দি ডাঙৰ দীঘল কৰা সন্তানে মাক দেউতাকৰ দুখ যন্ত্ৰণা নুবুজিলে এনে পুত্ৰ বোৱাৰীক কিবা আইনী ব্যৱস্থাৰে পৃথিৱীৰ পৰাই বিদাই দিব লাগে ৷ এনে বাতৰি দেখিলে বহুত দুখ লাগে , সহ্য কৰিব নোৱাৰি ৷ এইবিলাক সন্তান বোৱাৰী সমাজৰ আবৰ্জনা ৷
এইবিলাক পুত্ৰ বোৱাৰীক অকনমান ও মাটিৰ ভাগ দিব নালাগে এই পিথিবি কাৰ পৰা দেখিবলৈ পালে এই বিলাক আমাৰ সমাজখন বেয়া ফালে লৈয় গৈয়ো আছে যি লৰা বোৱাৰী সাহু সহুৰৰ দুখ বেদনা বুজি নেপাই কি ।সিহতেও এদিন বুঢ়া বুঢি হ'ব তেতিয়া কি । হ'ব বাৰু চি চি এই মানবতা আজি শিক্ষা সমাজত
এনেকুৱা পুত্ৰৰ লগত থকাতকৈ আপোনালোকে কাগজ পত্ৰ কৰি সকলো সম্পত্তি বৃদ্ধাশ্ৰমত দি দিয়ক লগতে আপোনালোকেও আৰামত বৃদ্ধাশ্ৰমত সুখে শান্তিৰে দিন পাৰ কৰক ৷ 🙏
কথাই পতিএঘৰীয়া কৰা সমাজৰ বিচাৰপতি সকল এতিয়া কত অন্তৰ্ধান হল ?
Absolutely right
Society??? Dhikkar ane Society.
Patha Mari Bor Bhoj khuale bisar kori dibo aru 😂😂
@xavier6231 ১০০% সঁচা ? উচ্ছতম ন্যায়লয়তকৈ উচ্ছ তেওঁলোকৰ বিচাৰ ❓
তেনে পুতেক থকাত কৰে নথকাই ভাল।
সন্তান জন্ম দি পঢ়াই শুনাই এয়াই পৰিনতি নেকি ❤😢
মাটি বোৰ আপোনাৰ নামত কৰক। চি চি নিজৰ মাক দেউতাক ক এনে কৰে নে। লাজ নাপাই সমাজত ঘুৰিবলৈ। ইহঁতে ও পাব এদিন। আজি মোৰ কালিলৈ টোৰ। এদিন সকলোৰে পাল পৰিব। এতিয়া ও সময় আছে উধৰণি হক।
জাহৰা লৰা এইবোৰ বোৱাৰী জনী কম নহৈ কিজানি
বৰ দুখ লাগিল . সন্তান জন্ম দিবলে মানুহে ভয় কৰা হৈছে .
এনেকুৱা সন্তান থকাতকৈ নথকা ভাল 🎉নহ'লে বাজি হোৱা ভাল 🎉
এই বিলাক ঘটনাৰ কাৰণে চৰকাৰ ইয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আইন আনিব লাগে ।
যাৰ মা দেউতা আছে সিহতে মা দেউতা মূল্য বুজি।নাপাই যাৰ নাই সিহতেহে বুজি পাই মা দেউতা আমাৰ কাৰনে কি হয় নিজেই নাখাই আমাক শুৱাই মা দেউতাই আমাক শুৱাই কিন্ত সেই মা দেউতাকে আমি তেনেকুৱা কৰো নাপাই দে বৰ দুখ পালো
পুত্ৰ বোৱাৰী ক মাটি অকণো নিদিব
বহুত দুখ লাগিল
Maa baba nakandibo.. God bless you maa baba 🙏🙏
Koka mur koka last year dhukal teo dekhat apunr dre asl moi teok bht miss koru, apunluke amar ghrt ahok moi rakhim sinta nkrbo bhagwan ase..
বৰ দুখ লাগি গল
Baideu amar ghrt ahak moi rakhim
আপোনালৈ ধন্যবাদ থাকিল ৷
Bohut dukh lagil 😭😭😭
এনেকুৱা পুত্ৰক গ্ৰেপ্তাৰ কৰিব লাগে।
পিতৃ মাতৃক অৱমাননা কৰা সতি সন্ততিক কঠোৰ শাস্তি বিহা এখন কঠোৰ আইন দেশত ইমিডিয়েটলী কাযকৰী হৱ লাগে৷এবাৰ মোৰ পত্নীৰ বান্ধৱী এজনী গিৰিয়েকৰ ল গিৰিয়েকৰ লগত ভাত খাবলৈ আহিল..আহি পত্নীক কলে “তুমি এইবোৰ আবজনা কিয় লৈছা..শাহু শহুকটো গাৱৰ ঘৰত থলেও হল৷তেনেকৈ ঘৈনীয়েকে কওঁতে ইনজিনিয়েৰ গিৰিয়েকে চাপট দি কলে..বুঢ়া বুঢ়ী মানুহবোৰ লগত ৰাখিলে লৰা ছোৱালী পঢ়া শুনাত বৰ অসুবিধা হয়৷..কাৰন মোৰ সৰু ভাড়া ঘৰটোতে মই মা দেউতাক লগত ৰাখিছোঁ৷এইয়াই মানসিকতা
Aibor eman dukh lage😭😭😭
Dukh lagel .😭😭😭
Mor Ma Deuta nai. Nalbarit mor Ghar. Ahok Moi ajibon Khuwai -buwai Rakhim
Contect kori loi jawk jodi pare
@@Mayurkrishna57please share the mobile number
ছিপাঝাৰৰ কোন ঠাইৰ হয় ঘটনাটো । আইন কি হল তেনেকুৱা লৰাক কিয় গাওঁৰ মানুহে নাকি লগাৱ পাৰা নাই ৷ গাওবুঢ়া কত থাকে এইবিলাক ঘটনা শুনি
Kulangar putro toi hunkale mor o... Tur mora hoo Tu jate kauri hogune nukhua houk ru 🙏🙏🙏🙏🙏🙏vogoban bisar kora hunkale
Ma dewtak morom lagil
মাটি, ধন সম্পত্তি কাৰো নামত কৰি দিব নালাগে যিমানেই আপোন নহওঁক কিয় , লাজ নাপায় জহৰাই মাইকী পায় মাকক পাহৰি গৈছে , তাৰ লৰা ছোৱালীয়ে তেনেকুৱা কৰিব তাক
Xosaikoi
Sipajharot Ane kowa kotha hole Val nalage .
Bor dukh loga dei napai o napai teneke korib,
ঘোৰ কলিযুগ আহিলে,মাক-দেউতাকে এই কুলাঙ্গাৰ কেইটাক এপদো সম্পত্তি দিব নালাগে । ওচৰ-চুবুৰীয়া মাক-দেউতাক দুয়োকে সহায় কৰিব লাগে । লৰা-ছোৱালীয়ে দিয়া কষ্টত মাক-দেউতাকে কান্দিব লগা দিন আহিলে, কি আচৰিত ??
Hy ishwar kio enekuwa karisa.God Bless
Loratuk jail dibo lage.
Aibilk hoise amar khikhito mnuhr character. Agor dinor mnuh r khikha nsil kintu mak bapek anekuwa atyachar kra nsil
Maa aru deuta r babe ami pori moru bohut val pau ,kin2 kenekua manuh thake aeibur
😢
Bahut dukh lagile oh
Sipajhar kot o
Nakandiba bormaa anekuwa lora thokat koi nathakai val.hihote o tu adin deuta hb hihoteo anekuwa kosto pabo vogoban ase sai ase
Npie day...emn nistur lora tke nee
Ghorasalor Kumar para nooo namtu janibo bisarisu
Pulice nija cash korak
Putraahatak besi maram korilineki?
Apuna lok a property bilak Government r name t will kori diyok aru Anil kumar k tejyo putra korok
এই নৰাধম পুত্ৰৰ মুখ চাব নেপায়।তাক সমাজৰ সকলোৰে পৰা এঘৰীয়া কৰিব লাগে
Anekuwa beta mari jowai val...kor para pithibikhn dekhile kukor keitai.. aponalok thkalei mati ari nidib
কুলাংগাৰ পুএ
Atia aghoria hobo ne????
tejo putro korok
Aponar lora jonk aponi alpo property nidib
লৰাৰ কথাত যুক্তি আছে ক,কা কৰ সম্পত্তি হে বাপেকৰ কিহৰ অধিকাৰ 😂😂😂
Police thanat jauk apunaluk..
হিন্দু বিলাকে বেছি মাক দেউতাকক কষ্ট দিয়ে
বহুত লাজৰ কথা, কিন্তু
উপায় নাই।
গোভক্ত সমৰ্থনৰ চৰকাৰ চলি আছে।
পাৰিলে গোমাতাৰ পূজা কৰিব ।মাক দেউতাকৰ প্ৰয়োজন নাই।
Ki je hob...ki hol
Tenekua lorak mari deok tenekua manu jiyai thaki lav ni
Raij khane prahahanar hahai loi ai ku potrak hasti diba lage
Tar ki abosta hobo adin sai thakok
Kandi lov nai,Bhogobanor uporot ari diyok
Anekur a lorak graor pora Ulai diyuk .gaaon manuh ase ne nai.
Iman dhunia ma deuta thakote ki pagol nki lra to
Ane lorak Kati tukura tukura kori pelabo lage
Anil salla prithvi t kia janmo loisi xi
Moha pap hobo tar
Gawor manuh bor ni nki. Gawburha.
आपलोगो को बेटा बहू ने जूलूम किया , लेकिन उनको भी मालूम होना चाहिए जब उनके बच्चे बड़ा होकर शादी वियाह करेंगे , उनको भी यही हाल करेंगे यह निश्चित है ।
Ki johora xontan gol kati dibo lage anekua manuhor....laj nai sudirbhai hotor jonmo di lalan palan kori aji aii dikha bahut dukh lage....sorkare hindu muslim kori thake ....
Amar gharor osorat ata bridho asrom ase. Moi nije saisu. Jimam bura buri ase sob Axomiya.bihari bengoli Miya bilage nijor ma dewtak nerakhe
Aibor news sale bhut dukh lage,,ai bor ghatana asomia hindu manuhr majotei hoi thake kio ???
বৰ দুখ লাগিল।
😢😢😢