সত্য সদায় জয় তোমাৰ এই সাহসী সত্য পথ টি সদায় অব্যাহতৰ ৰাখিবা, তোমাৰ এই ভিদিউ টি দেখি proud কৰিছোঁ। লাবু media কেজন মান লৈ গৈ ভাল কে বজাই দিয়া আচলতে হৈছিল কি।
Toi morigaon or ne ? Jodi nohoi aal baal kothat mon di nathakibi . Tuk jodi beya byobohar korise police station ot complain de.aitu complaint box nhoi tu comment box he monot raxibi.
@@gyandeepmahanta2266 nhoi apuni free ke siksha bilai ase ako heibabei hudhilu mane free ke akol hei priyalr 5 ta manuh ahe dib pare mane moi bulu apuniu hei priyalre 6 nambarjn ba hei priyalr nhoi jdi beya nepab dei mulyban homoi kon val kamt logai amar dujnk holeu upkit korar babe apunaloi bohut bohut ধন্যবাদ thakil 🙏জয় আই অসম
@@bitupanhazarika8166 xunok xei dukan khnr pora 5 ta family soli ase.so karubar kotha misa bodnam uliale xodaiat dim.taat free te gyan bilua r ktha nahe. Dukaan khnr user suburia hisape taat kidore kaam bur sole xei ktha tu Jani he ktha koisu.apuniu ktha bur njne jodi dukaan khnr ahi confirm hbo.ajon youtuber e content or namot ji ti koribo pare mnt raxibo
এনেকুৱা মানুহক ভাল শিক্ষা দিছে দাদা 👍👍 চিঞৰিলে সকলো মিছা সঁচা হৈ নাযায় ।। আগুৱাই যাওক 👍👍
অভদ্ৰ আচৰণ সিহঁতৰ সু শান্তিত কথাষাৰ আলোচনা কৰিলেই হল । বুৰ্বক সিহঁতৰ পৰিচয়। মানৱতাৰ বাহিৰ😞 আমি আছোঁ দাদা আপোনাৰ লগত আপুনি যি কৰিছে ভালেই কৰিছে। এইখন স্বাধীন দেশ দাদা video বনাই যাওক
দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবই লাগিব...ধন্যবাদ ককাই..কণ্ঠৰূদ্ধ হ’ব নিদিব....
নিজৰ জনগোষ্ঠীয় পোচাকজোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ।।
দাদা মালিকজন দেখাত কুৎচিত ব্যৱহাৰো বেয়া । দাদা আপুনি ভাল কাম কৰিছে আৰু আগুৱাই য়াক। ❤️❤️❤️❤️❤️ধুনীয়া আৰু ভাল লাগিছে দাদা মৰম থাকিল ভূৰাগাঁওৰ পৰা ❤️❤️❤️
Salute Apunak সকলোৰে এনে সাহস নাথাকে 🔥
আপুনি এজন সাহসী পুৰুষ 👍 ভালৰ এজন বহুত বেয়াৰ হাজাৰ জন আহিলেও একো হিলাব নোৱাৰে আপোনাক সদায় support কৰি যাম আপোনাক ....জয় আই অসম✊
Legend hoi be😍
9g
আমি সৰু সৰু দুৰ্নীতিক লৈও সজাগ হবৰ হ'ল।ভাল কাম কৰি আছে লাবু দা।from Nalbari . Stay strong
Manuh xinir bebohar bohut beya palu
যেতিয়া যুক্তি ধৰে সকলো লাজ পাই 👍 Labo da lagi thakak
Ami aso tumar logot
কথা এটাই অসমৰ একাংশ মানুহে ঘোচ দি ভাল পাই
ভয় নকৰিব লাবু দা আপোনাৰ লগত সদায় আছো। Love from হাৰিয়াবিল গৰৈমাৰী।
আলোচনা হৈছিল নে যুক্তি তৰ্ক? ব্যৱহাৰ কিন্তু মানিব লগীয়া । যুক্তি ত জিকিব নোৱাৰি তৰ্ক কৰি জিকিব আহিছে । ভাল কাম কৰিছে আপুনি দাদা ভাল পাওঁ আপোনাৰ video চায়। শিৱসাগৰ পৰা
সিংহ সদায় সিংহই হয় যিমানেই শিয়ালে নুভুকক কিয় এজাক সিংহৰ মাজত এটা সিংহ। আপোনাৰ সাহসীকতাক সচাই চেলুট জনালোঁ আৰু আগলৈ এনেদৰে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যোৱা
dukan khnr kormosari kita Dom saaa Hihotr bibohare bujai dile sorvab knkua
Right
Right
Mja disa
Oh hoi ako xhial keita hoao hoao😁😁
শিয়ালৰ জাক যিমানেই ডাঙৰ নহওঁক সিংহৰ ওচৰত নেজ পেলাবই ! নিজৰ কাম কৰি যা ভাই ভাল মানুহৰ আশীৰ্বাদ সদায় আছে
চেলুট ভাই bohut কথা বেবহাৰ hikilu তুমাৰ পৰা i love this men
ASSAM JET jindabad ✊✊✊➡️জয় আই অসম ✊ আমি আছো আপোনাৰ লগত, সত্য টো উলিয়াই আৰু ভিডিঅ'বনাই আগ বাঢ়ি গৈ থাকক 👍👍👍
ব্যৱসায় কৰক। ৫০ টকা বা ৫০ হাজাৰৰ কথা নহয়, স্বচ্ছ হোৱাটো ভাল কথা। লাবুদাই সেইটোকে দাবী কৰিছে চাগে! সমাজখন স্বচ্ছ হোৱাটো প্ৰয়োজন।
Apuni ejon সমাজ সেৱক আৰু সমাজত বেয়া কাম চলি থাকিলে প্ৰত্যেক সমাজৰ মানুহে মাত মতা উচিত,। আপুনি ঠিক কথাই কৈছে মই suport koru আপোনাক✊
Right
@@mridupawanvlogs5264 o bhai tumar phone number tu dibaxun parile ..
Right 100%....sorkaror rate pora ek toka beisi lobo nwre....
@@bhaskarsaikia5116 apunar tu diyak dada mor tu olp problem bb bya napaba
বানপানীৰ সময়ত শুই থকা সমাজ সেৱক নেকি
মন্তব্যবোৰ পঢ়ি ভাল লাগিল । শেহৰ মন্তব্য গুৰুত্বপূৰ্ণ । যি কি নহওক_শিয়াল শিয়ালেই আৰু সিংহ সিংহই কিন্তু দেই।
আমি অসমীয়া - জিন্দাবাদ।
Joi i axom
কি জ্ঞানী মানুহ বে "মাষ্টৰ হৈ কি পিন্ধি আহিচা" বুলি সুধিছে।🤣🤣 আধুনিকতাৰ নামত যে নিজৰ সংস্কৃতিৰ বিলুপ্ত হৈছে তাৰ কিবা খবৰ আছেনে। ব্যৱসায় কৰাৰ নামত নিজৰ মানুহৰ পৰাই ধন লুতাত ব্যস্ত আৰু সেই সকলে আকৌ নীতি নিয়ম শিকাই।.... We support Assam jet👍👍👍👍👍
বিহাৰৰ মনিশ কাশ্যপৰদৰে সাহসেৰে জাতিৰ বাবে মাত দিছা লাবু ধন্যবাদ দিছো তোমাক।
আপুনি সৎ সাহসী মানুহ, চেল্যুট । 🙏❤️ সেইবোৰ দুৰ্নীতি সকলোৱে দেখিছে আৰু উপলব্ধিও কৰে কিন্তু সন্মুখত গৈ মাত মাতিব নোৱাৰে কিন্তু আনৰ আগত আলোচনা কৰিব পাৰে ।
সিহঁতক গৰুপিতন এটা দি দিব বুলি আশা ৰাখিলোঁ, সিহঁত তাৰেই যোগ্য ।
ইহঁতৰ ব্যৱহাৰেই ইহঁতৰ পৰিচয় ৷ সকলোতে 110/-টকা লয় ইহঁতে কিহৰ 50/- extra ল’ব আহে ৷ ভাল কৰিছা বন্ধু ৷
Yes
ব্যৱহাৰ বোৰ ভাল লাগিল দুকানী কেইজনৰ
গৰু লগত তুলনা কৰিলেও গৰুতুক এনে কোৱা যেন হব ।
আমি সকলোৱে আপোনাৰ লগত আছো,,আগুৱাই যাওক 👍👍
Best youtuber.
এই মহাপুৰষীয়া মালিক জনৰ আৰু লগত থকা bodyguard কেইটাৰ বিবহাৰ টো কিন্তু বৰ শলাগ লব লগীয়া মনিশো কিন্তু
পইছা চাগে অলপ বেছি হল এই কেইটাৰ 👍
Right
Aikaitak xondhia atupi dile pisdina dintu kukurr Dore logat furiba
বলে নোৱাৰি গামোচাত লাগিল।। আচৰিত।।
লাবু দা ❤️❤️
লাবু দা আপুনি হতাশ নহব , শিক্ষকে যে বিদ্যালয় বাহিৰে ভুল দেখিলে কব নোৱাৰে, শিক্ষকে যে নিজৰ জাতি কাপোৰ পিন্ধি টাউনত আহিলে বেয়া লৰা হৈ এইবোৰ কথাৰ আজি শুনিছোঁ !
31 বৰ চালোঁ videoটো চালোঁ আৰু কিমান বৰ চালে শান্তি পাম ভাবি পোৱা নাই।
শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল দাদা, তোমাক অসিম ধন্যবাদ 👍👍
Dada aponar pawer bisi ✊✊ proman hoise je okole 10 jon man manuhor kotha okole kovar korisa 👍🏻👍🏻🙏 karon aponar dore manuh akhon xomajot lage . Thank dada jiman para aguwai jak👍🏻👍🏻
Each n every rupees is important. 50 rupees is also valuable for everyone.
হালধীয়া sporting ৰ লৰা জনৰ যিটো ব্যৱহাৰ সেইটো দেখি হে কিন্তু আচৰিত হলো।
Bapek sai putek.. Val siksha dise Jen paisu..
Jeng poriyal
Aito malik putk sage😅
Val hikhya loise
ghrt hakhn bula bs2 nai a mak bapek u tnke koi sge murt mal a nai tar
মোৰ দৰে দুখীয়া ঘৰৰ লৰা এজনে সময়ত 1টকাৰ কাৰণে মাত মাটিব লাগিব
ব্যৱসায় কৰিছে কৰক 2টকা লাভৰ কাৰণে কিন্তু অতিৰিক্ত হোৱাটোৱেহে বেয়া
আৰু ব্যৱহাৰ ভাল কৰক দুকানি ককাইদেউ
Bohut val video hoise eitu tumar jibonor Labu great n salut ... Sur keitar hahakar lgi goise
বাকী কথাত মই ব্যক্তিগত কোনো মন্তব্য দিব নিবিচাৰো। কিন্তু এজন শিক্ষক হৈ আন এজন শিক্ষকক গামোচা পিন্ধি অহাক লৈ প্ৰশ্ন কৰাতো অতি লজ্জাজনক বিষয়্। মৰিগাঁৱৰ স্থায়ী বাসিন্দা হৈ মৰিগাঁৱৰ তিৱাঁ সম্প্ৰদায়ৰ ওপৰত তেওঁৰ কিঞ্চিত জ্ঞানো নাই, এই কথাটো উদঙাই দিলে। এইয়াই আমাৰ ভাগ্য যে নিজৰ এলেকাৰ লোকাচাৰৰ ওপৰত শূণ্য জ্ঞানৰ এজন শিক্ষকে চৰকাৰী বিদ্যালয়ত কনমানি হতঁক শিক্ষাদান কৰে। হাই বিধি!!!!
Kutta jonok dhori bo laga
Amar tiwa jai2k oprman koresa
Bhl lagil aponar kothabur
Mastar nhoi e....mahtor hoi..scholl ari video bonabo ahe...
@@parthapratimdeka4441 mukuta tuyu eta Dalal.. khiu mastor
হাতী এটাৰ পাছত কুকুৰ ১০টা মানে ভুকি থকা যেন লাগিছে লাবু দা😂😂😂
right bro
Morigaon raij...Eikhn dukanot kunu najabo
আপোনাৰ লগত আছো। সত্য সদায় জয়।🙏🙏🙏
Good luck. Dada 👍👍👍👍বহুত সাহসী আপুনি
সাজ-পোছাক কোৱা কথাষাৰ বেছি বেয়া লগা কথা । প্ৰতি জাতিগত ৰ সাজ পৰিধান কৰা বেয়া কথা নেকি?
Right
তাকেই কোৱা শিক্ষত জেন লাগে কিন্তো মোৰত কিবা বেলেগ ধান্দা নেকি
You are so brave Bro.I wish God will always be with you.
কাজিয়া কিয় হৈছে বা কাৰ গাত কি দোষ একো নকওঁ ।কিন্তু আপোনাক মাজতে আহি সাজ পাৰ কথা কোৱা মানুহ জনক কোনোবাই পাৰে যদি অসমত থকা জনজাতি সাজ পাৰ বিষয়ে অলপ কথা শিকাই যেন ।
সত্য সদায় জয় ✊✊✊
yes
আপোনাক মানিছো.... Love form Tinsukia
সত্য সদায় জয় তোমাৰ এই সাহসী সত্য পথ টি সদায় অব্যাহতৰ ৰাখিবা, তোমাৰ এই ভিদিউ টি দেখি proud কৰিছোঁ। লাবু media কেজন মান লৈ গৈ ভাল কে বজাই দিয়া আচলতে হৈছিল কি।
আমাৰ যোৰহাটত 110 টকা লয় । আপুনি ঠিক কাম কৰিছে কিন্তু কিছুমান অলগাধ শুপাই বুজি নাপায় আপোনাক দুখ দিছে । আপোনাৰ সাহসী কতাক ছালাম ,, আপুনি অকলে কিন্তু ইমানবোৰ মানুহে আপোনাক আবৰি ধৰিছে খাও খাও কৰি । ভয় নকৰিব সদায় মাত মাতি যাওক । সকলোতকৈ বেয়া লাগিল আপুনি পিন্ধা গামোচা খনৰ বিষয়ে কলত । আমাৰ জাতিগত বস্তু পৰিধান কৰিলেও বেয়া হৈ যাইনে মানুহ । যি জনে কৈছে তেওঁ বয়স হইটো 60 পাৰ হল ।
Good job bro
Burasuda tur mathat aku xt dal ny
এজন মানুহে মাজত কৈছে 50টকা কোনো ডাঙৰ কথা নহয় ।। দাদা পেত্ৰলৰ দাম 2টকা কমিলেও ৰাতি পৰা তেল দিপুত লাইন পাটো ।। আমাৰ দৰে নিবনুৱা মানুহৰ বাবে 50টকা বহুত ডাঙৰ কথা দাদা আপোনাৰ কথাত মই এক মত ।।
আপোনাৰ সাহসিকতাৰ পৰিচয় দেখি ভাল লাগিল dada 🙏🙏🙏
সাহসৰ অন্য উদাহৰণ লাবো ভাই❤️😍❤️লগ পোৱাৰ ইচ্ছা আছে ভাই
কোনোবাই কিবা ভুল কৰিলে কবলৈ পৰ্টেক জন সাধাৰণ মানুহৰ অধিকাৰ আছে,। অকল সাংবাদিকে যে কব পাৰিব কতো লিখা নাই। সদাই এনেকৈ আগ বাঢ়ি যাওক,👌👍
Thik koise
Val disa dada
বা বা অসমীয়াই অসমীয়াক থগি থাক তাৰ পাছত কোনোবাই মাত মাতিলে বেয়া হৈ পৰে,
Mojaa dada...
All the best labu da ! tmi lagi thaka
Val korise dada aneke dibo lge ,blg r dom nii maat matibo apuni vl kam krise vl lgise ❤️🙏
আমাৰ কুকুৰ কেইটাও ইমান নুভোকে,,,,,
Requesting district administration to take immediate action
Against whom? RUclipsr or businessman
@@Rahul0barman businessman obviously.
Nalge o..dc r blg kam dhanda nai nk aru
Dada hei malik jonor bebohar beya .. You are right👍👍
Toi morigaon or ne ? Jodi nohoi aal baal kothat mon di nathakibi . Tuk jodi beya byobohar korise police station ot complain de.aitu complaint box nhoi tu comment box he monot raxibi.
@@gyandeepmahanta2266 apuni malikr putek sage n
@@bitupanhazarika8166 Xeitu Janibole Apuni Kun?? NE Apuni Muku Character Certificate Dibo Atiya???
@@gyandeepmahanta2266 nhoi apuni free ke siksha bilai ase ako heibabei hudhilu mane free ke akol hei priyalr 5 ta manuh ahe dib pare mane moi bulu apuniu hei priyalre 6 nambarjn ba hei priyalr nhoi jdi beya nepab dei mulyban homoi kon val kamt logai amar dujnk holeu upkit korar babe apunaloi bohut bohut ধন্যবাদ thakil 🙏জয় আই অসম
@@bitupanhazarika8166 xunok xei dukan khnr pora 5 ta family soli ase.so karubar kotha misa bodnam uliale xodaiat dim.taat free te gyan bilua r ktha nahe. Dukaan khnr user suburia hisape taat kidore kaam bur sole xei ktha tu Jani he ktha koisu.apuniu ktha bur njne jodi dukaan khnr ahi confirm hbo.ajon youtuber e content or namot ji ti koribo pare mnt raxibo
দহৰ বাবে মই আহিছোঁ ওলাই........
মোৰ দেশৰ মাটিৰ গান গাবলে সদায়....
অ.. ভাৰতৰে পূৰ্ব দিশৰ সোনালী অসম...
গৌৰৱে চিঞৰো মই জয় আই অসম......
✊✊✊✊✊✊✊
আপোনাক মানিছো দা ।ভাল লাগিল🎉
আমাৰ জনজাতিৰ সাজ লৈ এনে মন্তুব্য দিয়া শিক্ষক জনৰ নাম আৰু ঠিকনা দিয়ে যেন। ক'ত সাহস পালে সেই শিক্ষক জন জনজাতিৰ সাজ লৈ এনে কথা ক'বলৈ।।
Real সাহসী ব্যক্তি।
Right👍
@@regonao2484 1
মদাহী labu da
Thanks
বাঘ
দূৰ্নীতি বিষয়ে মাত মাতি যাব সদায়, আমি আছোঁ ।।
Love from Bongaigaon
Thakibo eri nidibo akole
Hosai apuni hahokhi deii❤️
আপোনাৰ সাহস দেখি ভাল লাগিল।দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সাহস সকলোৱে নাথাকে।যিটো হৈছে সেয়া কৈছে,তাত ভয় নাথাকে।
WE ARE WITH U BROTHER .
DCক Complain কৰি দিব লাগে ৷
ইহঁতৰ গুণ্ডামি কেইদিন চলিব ৷ এটকাও বেছি কে ল’ব নোৱাৰিব ৰছিদ নোহোৱাকৈ ৷
Yes 100%
Dada love you❤️.stay strong 🙏
মূখ লোকৰ কাৰণে সমাজ খন নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূখ স্বভাৱৰ বাবে।
Assam jeet dada আপোনাৰ video চাই বহুত ভাল লাগে আপোনি আৰু আগলৈ আগুৱাই য়োৱা আপোনাৰ লগত আমি সকলোৱে আছোঁ
I support u Dada... Love from Sorbhog Barpeta Assam.
Keep going da we are with you ❤️🙌 Darna nahin hai sacchai dikhate jao bhaiya
এদিন fbt হঠাৎ এটা ভিডিও দেখিলো চাওঁ যে City centre Mall't লৰা এজনে নিজৰ জনগোষ্ঠীয় সাজ চুৰিয়া পিন্ধি ঘূৰি আছে 'ভিডিও বনাই আছে , দেখি থমকি ৰৈছোঁ -আচৰিত হৈছোঁ -ভাল লাগিছে বহুত, তেতিয়াৰ পৰা চাওঁ লাবুক। বিভিন্ন ভিডিও আছে চালে বুজিব লাবু কেনেকুৱা? লাবু সৎ আৰু জাতীয় চেতনা থকা লৰা❣️
Laabu daa... Good job... Full support... 🔥🔥🔥
মজা দিলা বন্ধু ।। ভাল লাগিল তোমাৰ সাহস দেখি । আৰু আগুৱাই যোৱা। Best of luck
Bhut dhuniya youtuber vii ❤️ koneo ako korib nowareA no tnsn
জাতিৰ বাবে কাম কৰা এজন সাহসী ব্যক্তি..❤️
💖💖💖 দুৰ্নীতিৰ বিৰুদ্ধে সদাই মাত মতিব লাগিব।
This is reality. Heads off to your courage.
Do show more reality videos 👍
Real man I like bro
Apunar logot asu dada…Apuni voi nokore Ami janu…apunak Amar dorkar…
Aguwai jaok….❤️❤️❤️❤️❤️
চৰকাৰে এই দোকানৰ মালিক জনৰ ওপৰত আইনীভাবে বিহীত ব্যবস্থা লব লাগে কাৰণ মানুহৰ পৰা অতিৰিক্ত ধন সংগ্রহ কৰি আছে। লাবু দাদা আপুনি ভাল কাম কৰিছে। দোকানৰ মালিক আৰু তাৰ লাগত থকা চামচা কেইটাৰ বেবহাৰ একে বাৰে ভাল নহয়।
আপোনাৰ সততাক সন্মান কৰিছো। সঁচা কথাটো কলে মানুহে বেয়া পায়। কুকুৰ, শিয়ালৰ জাকে জাকে থাকে কিন্তু সিংহৰ এজনে । চিন্তা কৰিব নালাগে
Bro এনেকে সকলো দালালক expose কৰি যোৱা আমি আছো তোমাৰ লগত
Yes
লাবু দা ভাল লাগিল আপোনাৰ সাহসিকতা দেখি। এনেকৈ আগবাঢ়ি গৈ থাকক। আমি সকলোৱে আপোনাৰ লগত আছো, from - sarubori... Morigaon
U r great&STRONG parson from GOALPARA
আজি অসমীয়াই নিজক নিছিণিলে অসম ৰসাতলে জাব।।🙏🙏🙏ভূপেন হাজৰিকা দেৱে এেনেই কই জোয়া নাই😰😰😰
🙏
Right
ভাল মানুহৰ আজি কালি বিপদ দাদা।ভাল কথা কলে বেয়া পায়
এইয়া আমাৰ শিক্ষিত সমাজ এজনক অকলে পায় টনা আজোৰা কৰিছে মাৰিবলৈ হে বাকি আৰু আনজনে পোছাক ক লৈ কৈছে আমি আমাৰ জাতিৰ পোছাক যত গলেও ব্যবহাৰ কৰিব পাৰো আমাৰ কথা ভূল যাৰে নহয় কিয় কব নাজাও কিন্তু মৰিগাঁওৰ গোন্দা দোকানি কেইজনক দেখি ভাল লাগিল সমাজত কলংকিত মানুহ ইহত বোৰক য়ে কয় দাদা ভালৰ বাবে মাত মাতিলে কোনো নোবুজে ভদ্ৰ বেশী ইহত বোৰ একো একো জন গৰুত কৈ য়ো তলত মৰিগাঁওৰ দোকানি গুন্দা কেলা বাপেকক কি চাবা নে পুতেকক ভিতৰত বহিব দি পাতিম মানে মাৰিব সেইটো বুজাইছে কেলা মুখা পিন্ধা ভদ্ৰ সকল আপোনালোকে নিজেতো কৰিছে লগত উঠি অহা পুতেক কেইতাকো শিকাইছে যা বোপাই মানুহক দম দি ঠগি খাবি যা গৰুহত কেলা
@Pratik Sarkar 3qurter tu jatio khaj pusak nooo??? Ji Jon burhaaa I question korisil khi ki pindhi aasil beeeeee???????
@Pratik Sarkar aaru huuun oiiiiii, toi j social mediat sudmaraniii buli likhiso, toi nuuuu ki haaaaaaaaa???
Licence cancel koribo lage ehotor
লাভ হ'ল সকলোৰে।ইউটিবাৰ আৰু দোকানখনৰ।
ভাল কৰিছা বন্ধু আগুৱাই যোৱা........
আমি তোমাৰ পক্ষত আছো.......
CSC দোকানৰ কৰ্মচাৰী কেইজনে গ্ৰাহকক ব্যৱহাৰ কেনেদৰে কৰিব লাগে শিকা উচ্চিত
You are a real Hero 🥰
দেখাত দোকান খন সৰো যেন লাগিছে, কিন্তু মালিকৰ বাহিৰে বাকী কেইজন কৰ্মচাৰী নে দালাল ধৰিব নোৱাৰিলোঁ,
Dada dukani tu beya re video tu mojja lagise👍
👍
সাহস আৰু সততা থকা.... নিষ্ঠাৰে বিষয় সমূহ উপস্থাপন কৰা এজন ব্যক্তি তেওঁ 💕 ভয় আৰু ভাবুকি লৈ কেৰেপ নকৰা মানুহ সিংহপুৰুষ ।
কাকপথাৰৰ পৰা মৰম জাচিলো 💕
আলোচনাতো অলপ লাহে লাহে কৰিলেও হয় চোন, চিঞৰিছে কিয়
মালিক জনৰ ব্যৱহাৰ একেবাৰে বেয়া , নিজক অলপ care লব দাদা , আগুৱাই যাওঁক দাদা.
হালধীয়া tshirt পিন্ধা লৰা জন পূজা ভালকৈ চাব যাবা ।পাৰিলে bodygurd কেইজন লয় যাবা
Takehe
😂
🤜🤜🤜
Salute logote apunak support korisu dada 👌👍
আপোনা নিচিনা শাহখি মানুহ সমাজত সচাকৈ প্ৰয়োযন 🙏🙏🙏🙏🙏🙋🙋