Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
খুটিনাটি থাকিবই। সুন্দৰ হৈছে। আমাৰ গুৰুজনাৰ কৃষ্টিক সুন্দৰ কৈ আগুৱাই লৈ যোৱা।
🙏❤
ছোৱালী গৰাকীৰ কণ্ঠ আৰু ৰাগ ভাল হৈছে।কায় শব্দটো য় বুলি ধ্বনি অন্ত নকৰি কাই বুলি ই কাৰন্ত কৰিব লাগে কাৰণ আগৰ পদৰ শেষৰ শব্দত জুৰায় টোত জুৰাই -ই কাৰন্তত গোৱা হৈছে।শেষৰ শব্দৰ ধ্বনি একেই হ'ব লাগে ।য় টো কেতিয়াবা ই 'ৰ দৰে উচ্চাৰণ হয়; যেনে সদায়। ইয়াত য় টো ই হিচাপে উচ্চাৰণ হয়।
Riki Borah 🔥🔥❤️❤️
Bahut. Dhonia. Kontho. ❤❤❤❤
কৃষ্ণ, বৰগীত প্ৰতিযোগিতাত প্ৰকৃততে বৰগীত হে পৰিৱেশন কৰিব লাগে। এই গীত ভাগ নাটৰ গীত। "অৰ্জুন ভঞ্জন" নামৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত, যেতিয়া অৰ্জুনে ভগৱন্তক নিজৰ মনৰ স্থিতিৰ বিষয়ে অৱগত কৰিছিল, কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগ মূহুৰ্তত।অন্য হাতে চাবলৈ গলে, সুন্দৰ কণ্ঠ কিন্তু তালৰ ভুলৰ শুধৰণিৰ প্ৰয়োজন।
Hoye neki najanisilo ja
Jani bohut val lagile krishna
@@SumiBaishya-g6q কৃষ্ণ কৃষ্ণ।
কণ্ঠ সুন্দৰ,তাল ভুলকৈ বজাইছে গায়কীয়ে
শ্বহীদ পিয়লি ফুকন হে দেই .. edit mari thik kori dibo
ভাল হৈছে। ছোৱালীজনীয়ে তালখন ভূলকৈ বজাইছে।😂
Namtu nidileu..kun collage hoi di dibo
ৰাগ ভাগ যদি এটা শৈলীত বৰগীত ভাগ আন এটা বেলেগ শৈলীত পৰিবেশন কৰিছে। তাল খন গায়কীয়ে ভুল বজাইছে।
খুটিনাটি থাকিবই। সুন্দৰ হৈছে। আমাৰ গুৰুজনাৰ কৃষ্টিক সুন্দৰ কৈ আগুৱাই লৈ যোৱা।
🙏❤
ছোৱালী গৰাকীৰ কণ্ঠ আৰু ৰাগ ভাল হৈছে।
কায় শব্দটো য় বুলি ধ্বনি অন্ত নকৰি কাই বুলি ই কাৰন্ত কৰিব লাগে কাৰণ আগৰ পদৰ শেষৰ শব্দত জুৰায় টোত জুৰাই -ই কাৰন্তত গোৱা হৈছে।শেষৰ শব্দৰ ধ্বনি একেই হ'ব লাগে ।
য় টো কেতিয়াবা ই 'ৰ দৰে উচ্চাৰণ হয়; যেনে সদায়। ইয়াত য় টো ই হিচাপে উচ্চাৰণ হয়।
Riki Borah 🔥🔥❤️❤️
Bahut. Dhonia. Kontho. ❤❤❤❤
কৃষ্ণ, বৰগীত প্ৰতিযোগিতাত প্ৰকৃততে বৰগীত হে পৰিৱেশন কৰিব লাগে। এই গীত ভাগ নাটৰ গীত। "অৰ্জুন ভঞ্জন" নামৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত, যেতিয়া অৰ্জুনে ভগৱন্তক নিজৰ মনৰ স্থিতিৰ বিষয়ে অৱগত কৰিছিল, কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগ মূহুৰ্তত।
অন্য হাতে চাবলৈ গলে, সুন্দৰ কণ্ঠ কিন্তু তালৰ ভুলৰ শুধৰণিৰ প্ৰয়োজন।
Hoye neki najanisilo ja
Jani bohut val lagile krishna
@@SumiBaishya-g6q কৃষ্ণ কৃষ্ণ।
কণ্ঠ সুন্দৰ,তাল ভুলকৈ বজাইছে গায়কীয়ে
শ্বহীদ পিয়লি ফুকন হে দেই .. edit mari thik kori dibo
ভাল হৈছে। ছোৱালীজনীয়ে তালখন ভূলকৈ বজাইছে।😂
Namtu nidileu..kun collage hoi di dibo
ৰাগ ভাগ যদি এটা শৈলীত বৰগীত ভাগ আন এটা বেলেগ শৈলীত পৰিবেশন কৰিছে।
তাল খন গায়কীয়ে ভুল বজাইছে।