Rag Somuh u Logote Gaboloi Onuruh Korilu.... Aru Rag r nam Aru Tal somuh Jonai dile Notun projonmo Aru Uprokito hobo buli Vabisu 🙏🙏🙏 Joi Guru Sonkor Joi Guru Madhob Om Nomu Sri Krishnaye nomoh
This is what makes him different from other artists. He doesn't go commercial rather delivers true music, real roots of Assamese culture. Blessed to be amidst such beautiful people.❤
True. You don't find any singer who is so involved with their roots , does everything to promote the culture of his state, as well as runs a charitable organisation for the welfare of his State. . Hats Off to you Papon 🙏
SEND LOVE FROM ASSAM TO YOU....... AAAAAAAAH REAL HINDU SOUL YOUR. THAT'S WHY YOU CATCH THE RAHAA, SUR, LOYAA, TAAL..... MUSIC HAS NO LANGUAGE XUALY YAAR MERE.......
I m wordless to thank papon da for such a great contribution to d assamese society.thank uu papin da..u will always b alive for this as long as assamese society is alive..i was eagerly waiting for these borgeet from ur side.for d first time, i have understood the true meaning of "brahma adi kori' and "moi u du asaro". Thank uu papon da again..keep continue please..need to preserve each n every borgeet.
It is Assamese culture and these are called Borgeet, Borgeets are derived from the Brajavali language, are devotional songs composed by Srimanta Sankardeva and his disciple Madhavadeva, it has particular Taal and Raag for each piece. At Badrikashram in 1488, Shrimanta shankardeva composed his first Borgeet-mana meri ram charanahi lagu-in Brajavali.
Excellent. Many many thanks .May God bless you to step forward in this regard . We hope many more from you . Your voice is a precious gift from God for us ( the Assamese)
Thanks Papon for singing such beautiful and divinely praise of God ! The bhajans are very heart touching and soulful with richness and scent of land ! We are great full to have you !
এইয়া হৈছে বৰগীত,, গুৰুজনাৰ শ্ৰেষ্ঠ আদৰ্শ, নিদৰ্শন, সৃষ্টি।। গুৰুজনাৰ বৰগীত ক এনেদৰে সুন্দৰ ভাবে দাঙি ধৰি গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে পাপন দা লৈ বহু বহু ধন্যবাদ। কিছুমানে কাইটিমান views পোৱাৰ আশাত গুৰুজনাৰ বৰগীত ক কিছুমান বিৰূপ ৰূপে প্ৰকাশ কৰিছে, উদাহৰণ বহুত আছে, নাম প্ৰকাশ কৰিলে বিতৰ্ক হব গতিকে নকৰোঁ, international স্তৰত প্ৰতিষ্ঠা কৰাৰ নামত বৰগীত ক বে সুৰ কৰাৰ বাহিৰে একো কৰা নাই।। তেওঁলোকলৈ অসমীয়া হিচাপে ধিক্কাৰ দিছোঁ। পাপন দা লৈ ধন্যবাদ যে তেওঁ ৰাগ তাল মাত্ৰা ৰ ব্যৱহাৰ কৰাত অলপ ও খুত ৰখা নাই।। জয় অসমীয়া সংস্কৃতিৰ।।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ৰ।।।🙏🙏🙏কৃষ্ণ।।
পাপন মানেই নতুনত্ব😘😘 অতিকে সুন্দৰ দাদা..😍
Papon lovers Like here 😍
Xondr
অতি সুন্দৰ পদক্ষেপ। অসমৰ মান ৰক্ষাৰ সুন্দৰ প্ৰচেষ্টা। জয় গুৰু শংকৰ।
অনুৰোধ কৰিলোঁ, এয়া যেন কোনেও Dislike নকৰে।🙏🏼🙏🏼
hoi bohut vl hoise...papon daa👍👍👌
Murkho 14 ta mane korilei dislike....
Dislike kora kehta zubeen dar kehtaman murkho fan bilak koribo
@@karunachungkrang7076 Zubeen dak majot nuxumale nhoi nki
Ji hosa aitu koisu
Guru dujonar anyatam sristi ei borgeet amar axomr apurugia sampatti. Aru ei borgeet ghuxaa papon da r kanthot xuni khub val lagise .
Papon dae bhu ksto murot emn dhunia upohar ata amk dsa...kin2 dislike ru view s dkhi ha dukhito...ankua borgeet ru Katia Pam kunu thk nai....jaga assomia jaga...njor hipa dalor kotha kio phori jua Bru ...olp tym anekua gaan burot2 dia....nhla guru jona sistri harai jbo....nhla ntun prjmoa namghrt2 romantic gaan gabo dhoribo...PST taulokok dukh di lav nhbo....tnx papon da emn dhunia uphar agbohai diar babe..
|| Borgeet Ghoxaa ||
ধন্যবাদ দাদালৈ 🙏 এনে এটা সুন্দৰ উপহাৰ দিয়াৰ বাবে অসম বাসী ৰাইজৰ জ্ঞাতাৰ্থে... ❤️
👍
@@asomiyadeka8418 🙏
একদম ঠিক কৈছে 👍👍👍
❤
An excellent presentation.may god bless you papon.
Sarat
Amingaon
পাপন দা আমি নতুন প্ৰজন্ময়ো উৎসাহিত হৈ পৰিছো, আপোনাৰ মাতত বৰগীত শুনিব পায়,
সঁচাই ভাল লাগিছে পাপন দা ।
গুৰু দুজনাৰ সৃষ্টিক আগবঢ়াই নিব পাৰিলেহে আমাৰ অস্তিত্ব ৰব। সুন্দৰ পদক্ষেপ
অসমৰ সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ এটা সুন্দৰ প্ৰদক্ষেপ । 🙏
অাগতেও বহুত বৰগীত শুনিছো কিন্তু এই বৰগীত কেইটা কিছু ব্যতিক্ৰম যেন লাগিল।
শুনি মন প্ৰাণ ভৰি গল।
সন্ধিয়া নামঘৰৰ পৰা ভাঁহি অহা ডবা শংখ অাৰু গোঁসাই ঘৰৰ পৰা অহা মাৰ প্ৰাৰ্থনাত যি শান্তি পাও এই বৰগীত কেইটাতো তেনে অনুভৱ হল
ৰাসৰ বতৰত ভাল উপহাৰ দিছে ৰাইজলৈ,শুনি চাবচোন কিবা কোৱা আগত । ইমান সুন্দৰকৈ উপস্থাপন কৰিছে ।
নিজানত শুনি চাবচোন,কি মধুৰ লাগে।
ধন্যবাদ পাপনদা😍😍♥♥😘
Right
জয় গুৰু শংকৰ । অতি শ্ৰুতিমধুৰ হৈছে । এনে শ্ৰুতিমধুৰ বৰগীত সমূহ আপোনাৰ সুন্দৰ কণ্ঠেৰে উপহাৰ দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতি সুন্দৰ , যিদিনা পৰা গম পালোঁ আপোনাৰ বৰগীত প্ৰকাশ পাব বুলি সেইদিনাৰ পৰা অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ প্ৰকাশৰ বাবে , আপোনাৰ লৈ অধিক অভিনন্দন জ্ঞাপন কৰিলোঁ , আৰু অশেষ ধন্যবাদ থাকিল আপোনালৈ এনে মনোমোহা হৃদয় স্পৰ্শ কৰা বৰগীত ঘোষা সংকলন আমাৰ অসম বাসী ৰাইজক উপহাৰ দিয়া ৰ বাবে , আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক । -চুমি শইকীয়া ।।চাবুৱা ।।
Sumi Saikia ময়ো
Agrohere roi asilo papon dar knthot borgeet keiti honar .aji mon to jipal howa jen lagil . Dhanyabad.
Hi sumi...
Sumomi Saikia
দাদা আপনার কন্ঠে এসব গান শুনে খুবই ভালো লাগছে,।
অাসলে এই গানগুলোর সাথে আমাদের সংস্কৃতির অনেক মিল পাওয়া যাচ্ছে, যত শুনছি ভালো লাগছে।
Thanks dada
Ataikeita borgeet val lagil huni.. Akelage keibabaru hunilu,, hdai hunileu amoni a nlage ❤️
অতি সুন্দৰ ৷ সৰুৰে পৰা ৰাস , বৰগীতৰ লগত জড়িত থাকি এতিয়া দূৰত থাকিব লগা হোৱাত এনেদৰে শুনি হিয়া শাত পেলাইছো ৷ thanks,waiting for volume 2..
বৰগীতকেইটি আপোনাৰ কণ্ঠত সজীপ আৰু জীপাল হৈ উঠিছে । ধন্যবাদ পাপন দা।
সুন্দৰ পদক্ষেপ পাপন দা, আপুৰুগীয়া বৰগীতসমূহ আপোনাৰ কন্ঠত আৰু প্ৰাণ পাই উঠিছে❤
ঠিক কৈছে 👍
Hii richa... 🥰🥰
Best thing in the morning..❤❤..
এনেই "বৰগীত" বুলি নকয় দেই, শুনিলে গাৰ নোম থিয় হৈ যায়।।
গুৰুজনাৰ এই আপুৰুগীয়া সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ ওচৰত বিশুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ পাপন দা।। এইদৰেই আগুৱাই যাওক, লগতে আমাৰ কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকাই তোলক।। জয় আই অসম, জয় গুৰু শংকৰ।
পাপন দা আমাৰ বাবে হিয়াৰ আমঠু। আমাৰ হৃদয়ত চিৰদিনৰ কাৰণে ৰৈ যাব পাপন দা। আগলৈ এনেদৰে সুন্দৰ সুন্দৰ উপহাৰ অসমীয়া জাতিক দি যাওক তাকে আশা ৰাখিছো।....ভগৱানে আপোনাৰ মঙ্গল কৰক, আপুনি দীৰ্ঘদিন জীয়াই থাকক....
Jonak hobo lage jonack nohoi.
এইয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱ দেৱৰ উপহাৰ। পাপনে সুন্দৰ কণ্ঠ নিগৰাই আমাক শুনাৰ ব্যৱস্থা কৰি দিছে। পাপনলৈ ধন্যবাদ।
অধীৰ আগ্ৰহেৰে বাট চাই আছিলো ॥ ধন্যবাদ পাপন দা..আপুনি আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ ॥ ডিচলাইক মৰা কেইটা ক ভগৱানে সুমতি দিয়ে যেন..
গুৰুদুজনাৰ কি অপূৰ্ব সৃষ্টি।❤❤❤পাপন দাৰ কণ্ঠ❤
সুন্দৰ উপস্থাপন পাপন দা,,, অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া শংকৰ মাধৱৰ সৃষ্টিক আমি জীয়াই ৰাখিব লাগিব। আপোনাৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ।।,
পাপন দালৈ অশেষ ধন্যবাদ | গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত বোৰ শুনি নিজকে এজন শংকৰী সংস্কৃতিৰ অসমীয়া বুলি কবলৈ আজি গৰ্ব অনুভৱ হৈছে l
অতি সুন্দৰ পাপন দা। আপুনি আমাৰ গৌৰৱ। সছাঁকৈ কৈছোঁ এই গীত বোৰে মন চুই যায়।🙏🙏🙏🌼🌼🌼🌼🌼ধন্যবাদ।
Moi hodai morning hunu bohut val lge thank you papon daa ❤
মই যেন শংকৰদেৱ আৰু মাধৱদেৱৰ লগত উপভোগ কৰি আছো এনে লাগিছে.. পাপন দা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।। আপোনাৰ প্ৰচেষ্টাত বৰগীতসমূহ আকৌ প্ৰান পাই উঠিল.. 🙏🙏
বহুদিনীয়া আশা এটা পূৰণ হ'ল ।। ধন্যবাদ পাপন দা। ই এক সুন্দৰ পদক্ষেপ। বৰগীত সমূহৰ শুদ্ধ প্ৰচাৰ আৰু প্ৰসাৰ সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয়। গুৰু দুজনাৰ অমৰ সৃষ্টি ৰাজিক শুদ্ধ ৰূপত সংৰক্ষণ কৰাটো প্ৰত্যেক জন অসমীয়াৰে নৈতিক কৰ্তব্য।। আপোনাৰ এই মহান পদক্ষেপ সঁচাকৈয়ে অতুলনীয়। জাতীয় শিল্পীৰ জাতিটোৰ প্ৰতি যি কৰ্তব্য , আপুনি সুন্দৰকৈ পালন কৰিছে।
প্ৰথম খবৰটো পায়ে মন টো বৰ ভাল লাগিছিল। সঁচাকৈ আজিও অসমত প্ৰকৃত শিল্পী জীয়াই আছে। ধন্যবাদ পাপন দা। আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। অসমীয়া জাতিটোক আপোনাৰ কৰ্মৰাজিয়ে আৰু সমৃদ্ধ কৰি তুলিব। তাৰে কামনাৰে🙏
গুৰু জনাৰ সৃষ্টিক জীয়াই ৰখাৰ লগতে আৰু এখোজ আগুৱাই লৈ যোৱাৰ পাপন দাৰ🙏 এইয়া সুন্দৰ প্ৰচেষ্টা.....অসমৰ নতুন প্ৰজন্মই ও আঁকোৱালি লৈ যাতে এইয়া অনুৰোধ কৰিছোঁ😊 .......জয় গুৰু শংকৰ 🙏
God bless you papon
বহুত ভাল লাগিল পাপন দা আপোনাৰ কন্ঠত বৰগীত শুনি। জয় গুৰু শংকৰ
পাপন আৰু জুবীনৰ বাদে কোনেও এইবোৰ সংগীত নৱপ্ৰজন্মক শুনাব নোৱাৰে।
এয়া মোৰ অন্তৰ্নিহিত ভাৱ হে!
বহুত ধন্যবাদ অংগৰাগ মহন্ত!
Music ppon daar val.. akhomiya culture bojai rakhise papon daai
Thik koisa
.
Papon. Sachakoi dhuniya gaise borgeet
জুবিন আৰু পাপন - দুয়ো জনলৈ শুভেচ্ছা থাকিল। কিন্তু, বৰগীত সমূহ পৰিবেশন আৰু সংৰক্ষণ বহতেই অতি সুন্দৰ ভাবে কৰি আহিছে। ইচ্ছা থাকিলে ইউটিউবত শুনিব পাৰে। আৰু শ্ৰদ্ধাৰ ড° ভূপেন হাজৰিকাৰ কণ্ঠৰ বৰগীত শুনিলে নৱপ্ৰজন্ম অনুভৱ কৰিব পাৰিব- বৰগীতৰ মানদণ্ড কিমান উচ্চ। 🙏
অসমৰ সংস্কৃতি ৰক্ষাৰ প্রচেষ্ঠা..গুৰুজনাৰ উপহাৰ এইদৰেই আগুৱাই নিয়ক আৰু....ভাল লাগিল দা...কৰি যাওঁক আৰু...এনেকৈয়ে...♥🙏♥
একদম ঠিক কৈছে 👍
Yes you are right
দাদা লৈ অশেষ ধন্যবাদ।। মূল্যবান বস্তু খিনি আমালৈ নতুন ৰূপত দিয়াৰ কাৰণে।।।কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@Supriya Kalita what are saying...do u have any sense???😡😡😡
ইয়াতকৈ আৰু কি লাগিছে !! অতি সুন্দৰ , অসমীয়া জাতিক জীয়াই ৰাখিবলৈ কৰা এই প্ৰয়াস সঁচাকৈয়ে অনুকৰণীয় ।
মোৰ অন্তৰাত্মাৰ সুখানুভূতি এই বৰগীত সমূহ। তোমাৰ কন্ঠেৰে শুদ্ধ ৰূপত শুনিবলৈ পাই আপ্লুত হলোঁ। নতুন প্ৰজন্মক পুনৰ শংকৰী যুগলৈ ওভতাই নিবা বুলি আশা কৰিলো। পৰম পিতাই মংগল কৰক তোমাক ।💐🙏🙏
সূন্দৰ হৈছে পাপন দা !
আমাৰ গুৰু দুজনাৰ মান আৰু বাঢ়িল ।
কৃষ্ণ, অত্যন্ত সুখী দাদা আপোনাৰ এই পদক্ষেপত। আমাৰ মান - সন্মান গুৰুদুজনাৰ এই অপূৰ্ব সৃষ্টিৰাজি। আপোনালৈ অশেষ ধন্যবাদ এনে সুন্দৰ উপহাৰৰ বাবে 🙏❤️
একদম ঠিক কৈছে 👍
সুন্দৰ । বাৰে বাৰে শুনি আছোঁ। বিৰিন্দা আৰু পৰভাতে টো কিমান বাৰ যে শুনি লো নিজেই কব নোৱাৰোঁ
অতি সুন্দৰ পদক্ষেপ পাপন দা ৷অসমীয়াৰ সংস্কৃতি এনেদৰেই বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁক ৷
"Parabhaate shyam kanu dhenu laiya xonge
Banxhir nixaan Vrindaban solei ronge..
Parabhaate shyam kanu dhenu laiya xonge
Jagatar guru Hori kashi goopa kasse
Abhir balok beri sorae aage passe
Xika bandhi saandi kandhe laiya dodhi bhaato
Mathae saandoni jori xaaje Jagannathee
Parabhaate shyam kanu dhenu laiya xonge
Vaamo kaxhee xinga betaneta kori selli
Bohu raxhee laxo bexo kori solei kelli
Parabhaate shyam kanu dhenu laiya xonge
Axonkhya-xahasra xhixhu dhenu vatsagana Xhinga-xhankhe benu rowei puraya gagana
Parabhaate shyam kanu dhenu laiya xonge
Vaikunthara prati prabhu banei saare dhenu
Kahaya Madhav gatee kanu-pada-renu
Parabhaate shyam kanu dhenu laiya xonge "
Rag Somuh u Logote Gaboloi Onuruh Korilu.... Aru Rag r nam Aru Tal somuh Jonai dile Notun projonmo Aru Uprokito hobo buli Vabisu 🙏🙏🙏 Joi Guru Sonkor
Joi Guru Madhob
Om Nomu Sri Krishnaye nomoh
অতি সুন্দৰ পাপন দা অসমবাসীলৈ এক অতুলনীয় উপহাৰ আগবঢ়ালে
তেতিয়া মই ৬ নে ৭ বছৰীয়া আছিলোঁ। বাইদেউৱে লোকগীত আৰু বৰগীত গাইছিল।বৰগীত আৰু লোকগীতৰ লগত সেয়াই মোৰ প্ৰথম চিনাকি। আজিও কিছুমান গীতৰ সুৰ মনত পৰে,পাহৰা নাই।আজি আকৌ স্মৃতি ৰোমন্থন কৰিব পাৰিলোঁ। ধন্যবাদ পাপন দা।
অতি সুন্দৰ পদক্ষেপ....... ধন্যবাদ জনাইছোঁ পাপনদা..... পিছে বৰগীতকেইটিৰ লগতে যদি ৰাগটোৱো গাই দিয়ে আমাৰ বাবে শিকিবলৈ ভাল হ'ব......কাৰণ ৰাগ সমূহ নজনাৰ বাবে বহুসময়ত ইচ্ছা কৰিও বৰগীত পৰিবেশন কৰাত অসুবিধা হয়.. ..... অনুগ্ৰহ কৰি ইয়াৰ পাছৰ বৰগীতকেইটিৰ ৰাগটোৱো গাই দিব..... 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
গুৰু জনালৈ শ্ৰদ্ধা জনায়, সেৱা যাচিলোঁ আৰু পাপন দা, কৃষ্ণ🙏
ৰাতিপুৱা শুনিলে মনটো ভাল লাগিযায়।
দিনতো আজি বহুত ধুনীয়াকে পাৰ হব। ধন্য়বাদ পাপন দা।
পুৱা উঠি ইয়াৰে দুটিমান গীত/প্ৰাৰ্থনা শুনিলেই ভক্তি ভাবেৰে মনটো ভৰি যায় ! অত্যন্ত সুন্দৰ হৈছে ! সত্ৰীয়া সংস্কৃতিৰ অন্যতম বাহক এই গীত আৰু প্ৰাৰ্থনাৰাশি তোমাৰ কণ্ঠত সঘনাই শুনিবলৈ পাম বুলি বৰ আশাৰে বাট চালো ৷ নিৰাশ নকৰিবা, পাপন ৷
সুন্দৰ ককাইদেউ বৰ সন্তোষ পাইছোঁ আৰু আপোনাৰ কন্ঠৰে সম্পূৰ্ণ কীৰ্তন পুঠি ভাগ শুনিবলৈ পাম বুলি আশা কৰিলো । শ্ৰোতাৰ সঙ্গ নোগোছক সদায়ে মোখে তোৱা ভক্তি নাম ,,,,,,,কৃষ্ণ কৃষ্ণ
দাদাৰ প্ৰতিটো গানেই মোৰ অন্তৰ চুই যায় !!!দাদাৰ গান শুনি শুনি গানৰ মাজত সোমাই যাওঁ!!!
অতি সুন্দৰ পদক্ষেপ আৰু আগলৈ আগুৱাই যাওঁক(পাপন দা)
সুন্দৰ ......গুৰুজনাৰ সৃষ্টি অনুপম....অদ্বিতীয় .....অতুলনীয়🙏🙏🙏
"জয় গুৰু শংকৰ"
আগ্ৰহেৰে অপেক্ষা কৰি আছিলো শুনিবলৈ ,প্ৰত্যেক দিনাই শুনিম।
🙏🙏প্ৰণাম পাপন (Papon) দা ।
অতি শুৱলা ৷তাল মান লয় অতি ধুনীয়া অ বোপাই ৷আগ বাঢ়ি যোৱা ৷আশীৰ্বাদ থাকিল৷
পাই গলো শুনিবলৈ বহুত মন গৈ আছিলে পাপন দা আপুনি ভগবান আমাৰ মনৰ ৰজা
This is what makes him different from other artists. He doesn't go commercial rather delivers true music, real roots of Assamese culture. Blessed to be amidst such beautiful people.❤
Very True Biraj...
True. You don't find any singer who is so involved with their roots , does everything to promote the culture of his state, as well as runs a charitable organisation for the welfare of his State. . Hats Off to you Papon 🙏
@@manjumathur4784 💕
@@manjumathur4784 bhai zubeen ase...
Papon ru zubeen e dujonei borgeet gaise.
অতি সুন্দৰ দাদা। প্ৰতিটো বৰগীত ঘোষা শুনি বৰ ভাল লাগিছে। বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক আপুনি দিয়া এই উপহাৰ অমূল্য। অশেষ ধন্যবাদ আপোনাক। এনেদৰে আগুৱাই যাওক নিজৰ সংস্কৃতিক লগত লৈ।😊
Papon da always do evergreen projects & this is the example of this kinda projects😻
জয়তু পাপন দা। জয়তু বৰগীত।
আপোনাৰ এটা পৰশ মাত্ৰ। সকলো হীৰা হৈ যায়।।
কি কম ভাষা নাই...🙏♥️
শ্ৰী গুৰু শংকৰ আৰু মাধৱ । বহুত সুন্দৰ বৰগীত পাপন দা 🙏🙏🙏😍💞
finally, Borgeet from Papon. will be listening to this everyday.
Papon tumar sakolu get mur Bor Val. Lage. God. Bless you
L wee
❤️❤️❤️❤️🙏🙏🙏 গুৰুজনাৰ আশীৰ্বাদ আপোনাৰ ওচৰত সদায় থাকিব।
অতি সুন্দৰ প্ৰ্চেষ্টা keep it up...amazing voice of assam..love it
ঘো
অতি সুন্দৰ পাপন দা, আজিৰ সময়ৰ সোঁতত হেৰাই যাব খোজা এই লোক সংগীত সমূহক নিভাঁজ আকাৰে দাঙি ইয়াক সংৰক্ষণৰ আপোনাৰ এই প্ৰদক্ষেপক শতকোটি প্ৰণাম, অশেষ ধন্যবাদ জনালো ।
দিছলাইক কৰা কেইটাক ৰাজহুৱাকৈ এপিতন দিব মন আছিল !!
বৰগীত লোকসংগীত নহয়
Luko songeet nahay dei...
Kintu apuni jikhini kotha kobo bisarise buji paisu...val lagise❤❤
অগ্ৰজ সকলক মহাপুৰুষীয়া কৃষ্টিৰ সৈতে চিনাকি কৰোৱা আৰু ভৱিষ্যত সংগ্ৰসালয়লৈ নৱ সৃষ্টিৰ দুৱাৰ মুকলি কৰি দিয়া পাপন দা আৰু এই প্ৰচেষ্টাৰ সৈতে জড়িত সহযোগী সকলক আদৰণি জনালোঁ।
বহু প্রতিক্ষার অন্তত পাপনদার বরগীত সঙ্কলনটি পাই অতিকে আনন্দিত হলো ।পাপনদালৈ ধন্যবাদ
সুন্দৰ পৰিৱেশন।। গুৰুজনাৰ সৃষ্টিৰাজিক শুদ্ধৰূপত ৰাইজলৈ আগবঢ়োৱা বাবে আপোনাক শতকোটি নমস্কাৰ আৰু ধন্যবাদ জনালোঁ।। আপোনাৰ কণ্ঠত বৰগীত কেইটাই প্ৰাণ পাই উঠিছে।।
Bohu opekkhar onto poril dada . . Finally Mon tu khanti lagi goise .. BORGEET . . Jai guru Sankar . .. Jai aai axom.. Jai papon da .. Jai zubeen da
00:00 আজু সুপৰভাতে
06:24 বৃন্দাবনে খেলত
13:37 পৰভাতে শ্যাম কানু
22:33 উদ্ধৱ বন্ধু
29:33 ভেলি পৰবেশ
34:24 সেৱহু মন
39:34 গগনে গৰজে
45:42 মঞি দুৰাচাৰ
50:43 ব্ৰহ্মা আদি কৰি
আপুনি এটা বহুত ভাল কাম কৰিলে bookmark কেইটা দি।
আদৰণী জনালো
Thank him later
00:00 আজু সুপৰভাতে [অৰ্থ: আজি সুপ্ৰভাততে...]
thanks brother
অতি সুন্দৰ হৈছে পাপন দা।আপোনালৈ বহু বহু ধন্যবাদ আমাক ইমান মূল্যৱান উপহাৰ দিয়াৰ বাবে। জয় গুৰু শংকৰ -মাধৱ।
Papon da vl lagil huni...eneka music lage amr notun jubokok...bnai jaok ami akuali lom🙏🙏❤❤❤
জয় গুৰু শংকৰ ।। কৃষ্ণ ।। পাপন দা মোৰ fav. হয় ।বৰগীত মোৰ প্ৰিয় গীত আৰু আপুনাৰ গীত সদায় শুনু।
Ahhhhhhhh....Kitna Sukoon Milta hai yaar ,even if u don't understand the language...
Yes
absolutely bro..
SEND LOVE FROM ASSAM TO YOU....... AAAAAAAAH REAL HINDU SOUL YOUR. THAT'S WHY YOU CATCH THE RAHAA, SUR, LOYAA, TAAL..... MUSIC HAS NO LANGUAGE XUALY YAAR MERE.......
Yes bro...❣️ who are you from ?
Language of composition by Sri Sankardeva and Sri Madhavdeva is Brajavali.
অসমৰ সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন 😌❤️🔥🔥🔥
গুৰুজনা নথকাহেঁতেন জাতিখন জীয়াই থাকিবলৈকো বাট নোলালহেঁতেন ... তাৰাই অসমভূমিত অৱতাৰ ধৰামানে নিগাজী হৈ থাকিল আমাৰ জাতিখন
I m wordless to thank papon da for such a great contribution to d assamese society.thank uu papin da..u will always b alive for this as long as assamese society is alive..i was eagerly waiting for these borgeet from ur side.for d first time, i have understood the true meaning of "brahma adi kori' and "moi u du asaro". Thank uu papon da again..keep continue please..need to preserve each n every borgeet.
গুৰুজনাৰ জীৱনকালত সৃষ্ট এই অমৰ বৰগীত কেইটাক পুনৰ্জীৱিত কৰাৰ বাবে পাপনলৈ অলেখ শুভেচ্ছা জনালোঁ।পাপন আৰু আগুৱাই যোৱা,জগতসভাত অসমী আইৰ মুখ উজলাই তোলা।
অপূৰ্ব আপোনাৰ এই উপহাৰ ❤️❤️❤️❤️
অলেখ অযুত শুভকামনা জনালোঁ দাদা, আগলৈও এনেদৰেই বিচাৰোঁ আমি আপোনাক।
পাপন দাক ভাল পোৱা সকলে এটা এটা Like লাইক আৰু এটা সুন্দৰ Comment (মন্তব্য )দি যাওক ভাল লাগিব। Dislike নকৰিব
জয় গুৰু শংকৰ
ধন্যবাদ
অসমৰ নৱপ্ৰজ্ম্বৰ সম্পদ।
My favorite Singer papon Dada
I love you papon da...
সুন্দৰ পদক্ষেপ। আমাৰ সংস্কৃতি ৰক্ষা কৰাতো আমাৰ দায়িত্ব।
অতি সুন্দৰ পদক্ষেপ পাপন দা.. বহুত বেছিয়ে ভাল লাগিছে, অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ প্ৰকাশ হোৱালৈ
I don't know the language but this man's voice is out of this world...,PAPON😍😍😍😍😍
Thanks
Thank you on behalf of him
It is Assamese culture and these are called Borgeet, Borgeets are derived from the Brajavali language, are devotional songs composed by Srimanta Sankardeva and his disciple Madhavadeva, it has particular Taal and Raag for each piece. At Badrikashram in 1488, Shrimanta shankardeva composed his first Borgeet-mana meri ram charanahi lagu-in Brajavali.
প্ৰকৃত বৰগীত ঘোষা এইয়াহে। ধন্যবাদ পাপন দা
I am very proud to listening Borgeet by papon
পাপন দা আপুনি মহান ❤❤❤
দাদা...বহুত সুখী অঅ আপোনাৰ কণ্ঠ ত শুনিবলৈ পাই । মহাপুৰুষ গুৰু জনাৰ অমৰ সৃষ্টি সমূহ পুনৰ আমাৰ মাজত বিলাই দি মহৎ কাম কৰিছে ...
দাদা আপোনাৰ এই মহান প্ৰচেষ্টাত গুৰু দুজনাৰ কীৰ্তি তথা তেৰাসৱৰ দ্বাৰা সৃষ্ট সত্ৰীয়া সংস্কৃতি বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত বহুখিনি আগুৱাই যাব ।
Excellent. Many many thanks .May God bless you to step forward in this regard . We hope many more from you . Your voice is a precious gift from God for us ( the Assamese)
No word to express my gratitude, this presentation of BORGEET GHOXAA will be a life time treasure of Assamese people in electronic medium....
A heartfelt thanks to papon da❣️for gifting us this kinds of beautiful borgeets💓
পাপনদাৰ জয় । বহুত মৰম নলবাৰীৰ পৰা।
আপোনাৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে আদৰিছোঁ পাপন দা আৰু আশা কৰোঁ যেন এইয়া যুগমীয়া হওঁক।
thankyou so much Papon da for this awsome contribution.. বহুত ধুনীয়া হৈছে। আপোনাৰ অৱদান অনেক, আমাৰ সংস্কৃতি পুনৰ আগুৱাই নিয়াত।💝
অসমীয়া সংস্কৃতিৰ এয়া এক সুকীয়া নিদৰ্শন , এই প্ৰচেষ্টাক নৱপ্ৰজন্ম ই সুন্দৰভাৱে আকোৱালি ল'লে আমাৰ সংস্কৃতিক আৰু এখোজ আগুৱাই লৈ যাব পাৰিম।
অতি সূন্দৰ পাপন দা Dislike কৰা কেইজনৰ মনত অলপো ভক্তি ভাৱ নাই সেইবাবে সিহঁতে Dislike কৰিছে
অশেষ ধন্যবাদ আপোনাক । এইদৰে অসমখনক আগুৱাই নিয়ক । সকলোৱে like কৰিব । ধন্যবাদ ।
Thanks Papon for singing such beautiful and divinely praise of God ! The bhajans are very heart touching and soulful with richness and scent of land ! We are great full to have you !
আমাৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত ভক্তি গীত সমূহ এনেদৰে জীয়াই ৰখাৰ ক্ষেত্ৰত তুমি ইমান এটা ডাঙৰ পদক্ষেপ লৈছা।। ধন্যবাদ পাপন-দা।। তোমালৈ বহু বহু শুভেচ্ছা জ্ঞাপন।। আগুৱাই যোৱা, কুশলে থাকা।।।।
জয় ভাগৱত।
জয় অসমীয়া সংস্কৃতি।
জয় আই অসম।
Already listened to all the tracks in Wynk. Thank you Papon da for enriching us with such an invaluable composition.
বৰ ভাল লাগিল। কি যে এক সুন্দৰ প্ৰয়াস!
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো পাপন দা আপুনি অসমৰ এগৰাকী মুকুতা
OM SHREE KRISHNAYE BASUDAVAY BHAGWANBATAYE NAMO NAMOH ❤🎉❤,,, KRISHNA KRISHNA KRISHNA RAM RAM RAM 🙏♥️🙏 HARI HARI HARI NARAYAN NARAYAN NARAYAN,,, KRISHNA KRISHNA KRISHNA,, SUPERBHATAM,,, MAAp.❤🎉❤