Hanumanor Kangal Bhojan (হনুমানৰ কাঙাল ভোজন) || Runu Nath Sarma || Assamese Nagara Naam
HTML-код
- Опубликовано: 5 окт 2024
- If you like the video then hit the like button, share it, comment below and subscribe the channel and press the bell icon so that you never miss an update
Runu Nath Sarma's contact no :- 9101024769
Special Thanks :- Hemkanta Nath
Sabita Nath
সুন্দৰ নাম প্ৰদৰ্শন। ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏼❤️🙏🏼
এসময়ত ছোৱালীৰ নাগাৰা নাম বুলি কওতে ...বাইদেও আৰু বৈজয়ন্তী তালুকদাৰ বাইদেও ৰ নাম এ আছিল.....পুৰা হিট হৈছিল.....
বহুত বহুত শুভেচ্ছা থাকিল। প্ৰথম মহিলা নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা।আজিও। ভৱিষ্যতেও অৱদান উল্লেখনীয়। ধন্যবাদ।।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ 🙏🏼 নাম প্ৰদৰ্শন।আশিৱাদ কৰিছোঁ ভগৱান সাহস আৰু শক্তি দিয়ক আপোনাক 🙏🏼
দলটিৰ ভৱিষ্যি উজ্জ্বল হ ওখ।❤❤❤
Lk1?9❤❤❤ lo
Very good very nice congratulations 👏👏👏👏👏👏👏👏👏👏👏👏
শুনি বহুত ভাল লাগিল বাইদেউ আপোনাৰ নাম টোত কোনো বাহিৰা কথা নাই
সুন্দৰ বাইদেউ
বহু বহু ভাল লাগিল পুৰনি নামৰ মজাই বেলেগ হয়।
Dhuniya baidew
নামটো শুনি খুউব ভাল লাগিল
Sanamdhanya Ramcharan Bharali debor cassett t ai namtu xunisilu 20/25 bosor agote, aji punor xuni bohut bhal lagil
Queen of nagara naam
অতি সুন্দৰ ।বহুত পুৰনি নাম ।শুনি ভাল লাগিল ।
এইহে আচল নাগাৰা নাম কৃষ্ণ 🙏🙏❤️
Dhuniya Lgisa xuni Baidew 👌👌 God Bless u ❤️❤️
সুন্দৰ হৈছে বাইদেউ
পুৰণি কালৰ নামবোৰ মজা ❤❤
অতি সুন্দৰ নামতী,সুন্দৰ পালি,সুন্দৰ বাদক মন্ডলী কি বুলি ধন্যবাদ জনাম,নামতীৰ কন্ঠ,গায়কী ভঙ্গিমাই সচাকৈ আপ্লুত কৰিছে,সন্মানীয় ৰামচৰন ভড়ালীৰ যেন উত্তৰ সুৰী,গাম্ভীৰ্যতা ৰ
ক্ষা কৰি মন পৰশা নামতী দল,আনুস্ঠানিক প্ৰগ্ৰেম নকৰে নেকি? সুন্দৰ ভৱিষ্যত কামনা কৰিলো, লগতে এটি অনুৰোধো কৰিলো যাতে ক্ষন্তেকীয়া মনোৰন্জৰ বাবে ছাগলীৰ নামক যাতে অনুসৰণ নকৰে মানে পে পে হতচিৰী যোৱা
আপোনাৰ লিখনিক ধন্যবাদ জনাইছো আনুষ্ঠানিক প্ৰগ্ৰেম বোৰ আমি কৰি আছো আমি নাগাৰা নামৰ সম্পূৰ্ণ নিয়ম বজাই ৰাখি নাম গায় আছো আৰু গায় যাম কেতিয়াবা লাগিলে কণটেক কৰিব চোন
Bidaw moja apunalokor naam bahut vl laga aru marjita gi urmila Runumi bajayanti aru apunar naam moja ...
সুন্দৰ কণ্ঠ❤😊 নামতি গৰাকী 😮
অতি সুন্দৰ শুনি মন প্ৰাণ আনন্দ ভৰি পৰিল
Bhal lagil
বৰ ভাল হৈছে
Queen Of Nagara Naam 💕
All the best
Sunila suni taibo Mon jai, 🌹🌹🌹
Baide o bahut bahut val lagil xuni🙏🙏
Bahut dhuniya baideu outstanding pranam
বহুত ভাল লাগিছে।
Bar dhunia hoisey aru agaloi pum boli akha thakil
Thanks
Thanks ba
দিৰ্ঘায়ো কামনা কৰিলো
Otiy sundor hosay ba
Dhuniya hoise
Dhunia lgise
🙏🏻🙏🏻
নামটো শুনি ভাল লাগিছে
Krishna 🙏🙏🙏
Nice video god bless you 🙏🙏🙏🌹🌹🌹🌹
Bohot val lagisi🥰🥰🥰
Baideu naam to sai val lagel 💙💙😍
Dhuniya lagise baideu.
বহুত ভাল লাগিল,,
বঢ়িয়া ।নামটো শুনি ভাল লাগিল ।আৰু নতুন নাম শুনিবলৈ পাম বুলি আশা থাকিল ।তথাপি কও পালিবোৰে কৰা ঐ ,হৈ আদি চিঞৰ বোৰ নাথাকিলে নামটো সোণত সুৱাগা চৰা দিলে হেতেন ।
Verry beautiful voice
Bhut val hoise
Dhuniya hoise baidew
Outstanding performance 🔥🔥🔥
Ba good apunar nam suni mor maa kosay bhut Vall hosay aru aapunako bhut Vall lagisay ba I love you ba
Ramkrishna
Bhale lagise
❤❤❤❤❤
সৰু কালতেই এই নামটো চাইছিলো । You Tube search কৰি বিছাৰিছিলো । আজিহে পালো । ভাল লাগিল । ছোৱালীজনীক হনুমানে ভাত খোৱাৰ কথাটো ক'লে ইমান ভাল পাই ।
তেখেতৰ প্ৰদৰ্শন আৰু ভাল লাগিছিল
অতি সুন্দৰ লাগিল🙏
👏🙏👏🙏❤❤❤
Bohuto sundar lagise maato👍
Hey bhagban
Very goodkankan barman bakuajari
I hear the nagara nam 20 years ago from Ramchaaran Pathak.Best of luck.
Baideu bhut val hoise deotai saise khurai saise val lagise sai aguwai jaok aru...🙏🙏🙏
👌👌👌👌
Val lagisey
😊.
Dhuniya... Sundar
Dhunia lagil
নামটোৰ কাহিনী ভাগ খুবেই সুন্দৰ! আপোনাৰ কণ্ঠ আৰু সুৰ ভাগৰুৱা যেন লাগিল! পালি সকলে ঐ, হৈ আদি অনৰ্থক হুলস্থুল নকৰিলে আৰু অধিক শুৱলা হ'লহেতেন! আগলৈ পালিসকলক এই অত্যাধিক্যৰ পৰা আঁতৰাই পৰিৱেশন কৰাবলৈ চেষ্টা কৰিবচোন!
ৰামচৰণ ভৰালী দেৱৰ কণ্ঠত অডিঅ' কেছেটত নামটো আগতে শুনিছিলো! খুৱেই মনোৰম হাস্যমধুৰ কাহিনী তথা উপস্থাপন অতি সুন্দৰ আছিল!
Ba aapunar kapur gur bhut duniya lagisay mor gawt aapuni nam gab aahtay aygur Kapur pindihi aahib plz ba mor MAA aapunak sabr karnay bht maar loghr bor Roy tahkib ba
Godblessyou
বৰ ভাল লাগিলে ধন্যবাদ এনেকৈ গাব লাগে নাম
Nam to suni bahut val laga
Very nice 🙏🙏🙏
নামতো ৰচক বিজয় মেধি শুৰ সঞ্ছাৰ বেলেগ ৰুপত গাইছে।
Bar Sundar 👏👏👏
কৌটি কৌটি প্ৰণাম আপুনিয়েই প্ৰকৃত পাঠক ৷প্ৰকৃত হৰিনাম গাইছে ৷
Sound akdom beya, ajikali emn beya sound gane haok, nam a haok nuxune baideu, DJ t nam xune so sound quality val koribo alop kharas korilei val sound pabo pari
Baidew apunar nam huni bor Val paw😊😊😊😊😊😊😊😊😊😊😊😊
❤❤❤❤❤❤❤😮😮😮😅😅😅
Baideu aapunar naam bahut val lage ❤❤
Apunar ghar Dalang ghatt hoi ne
Aww aww hoi...Moi bortoman Guwahatit thaku
হনুমানৰ কাঙাল ভোজন Video Song To বনাব Sun Plzzz
Aponar naam Soni Val pio
Baki taki Ase Kintu Kotha Biporita Anaya Kayi Asarita Hoba Lage
RUNUMI,Agar sai moson kam dekha jen palo.
Dhopatari
নাগাৰা নামৰ শ্ৰেষ্ঠ পাঠক পুৰুষৰ ভিতৰত কৈলাশ তালুকদাৰ আৰু ৰামচৰণ ভৰালী
মহিলা ভিতৰত বৈজয়ন্তী নাথ তালুকদাৰ আৰু আপুনি , কৰিস্মা নাথ হতে প্ৰকৃত নাগাৰা নাম কি বুজি নাপাই 🙏🙏
dunia house baidu
Female voice or nagara naam bohut saisu but perfect napao kunubai distune gaai karobar voice val nalage but apunar gotei khini a val lagise xidina bezerat salu. Apunar ujjwal vabishwat lagate xuswastha kamona karilu baido.
Mur namu 😂 runu😅
নামটো কৈলাশ তালুকদাৰতকৈ অলপ slow হৈছে। অলপ speed হ'ব লাগিছিল।
মই ভড়ালীদেৱৰহে শিষ্য তেখেতকহে মই অনুকৰণ কৰো
Nn please
Kam ni aamsr nam besi val lage
Queen of nagara naam
Dhuniya hoise
Queen of nagara naam