@@TheIndexTrader007 ktha alp valke kobole hikib lage ghorot ma bapere take hikaise nk.. Karubak kiba ata kua agot nijei kot asu sabo lage.. Tohotor nisina iman gyani manuh thoka hole axom khonor ai abosta nohol heten.. Belegok gyan dibole ahe..
English is just a language so there is no shame in not being able to speak english…and for your kind information they were not aps officer they were sub inspector
Janu kintu ajon apsc pass kora police bikhoya a English najanile lajor kotha logote vabibo loga kotha ami English najanu karone apsc dibo pora nai teo d pass o korile kintu English buji a npayb
This is the reason most of the people wants to go english medium school. Most of the people can write and speak english but not confident to speak english in advance level which judge has been speaking.
ৱাহ কি সুন্দৰ পৰিবেশ। সাধাৰণ ইংৰাজী ক'ব নোৱাৰে বুজি নাপায়। স্মাৰ্ট পুলিচ 😂😂😂😂😂😂😂 টকা দি চাকৰি ললে এনেকুৱাই হয়।
Can u speak English
Correct 💯 court ot ulal Kune kiman talent or karone sakori paisi😂
😂😂
Apuni Sakori kore neee
পইচা নিদি কষ্ট কৰি পালেও পুলিচ সকলে ইংৰাজী নাজানে। আৰু যিখিনি পুলিচ অলপ পঢ়া শুনা সেইসকল কম পৰিমাণে হলেও মানৱতা আৰু ভদ্ৰ অলপ থাকে
বৰ লাজ পালো দেই । জনসাধাৰণৰ ওপৰত বৰ মতা , আইন সিকাই বাতত পালে , 😂😂😂।
ক্ষমা কৰি দিয়ক । শুনি মজা লাগিছে কথা খিনি । smart police 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Can you write these comments in English
@@pradipbaruah1044 Axomiyat likhilot tur kiyo pokor jolise 😂😂
@@TheIndexTrader007 ktha alp valke kobole hikib lage ghorot ma bapere take hikaise nk.. Karubak kiba ata kua agot nijei kot asu sabo lage.. Tohotor nisina iman gyani manuh thoka hole axom khonor ai abosta nohol heten.. Belegok gyan dibole ahe..
Mamma griha bibhag dekhun fail....
@@pradipbaruah1044 গৰু
স্বচ্ছ আৰু নিকা APSC ৰ প্ৰমাণ। যিখন দেশত ৰিক্সাৱালাই ইংৰাজী সলসলীয়াকৈ কব পাৰে তাত APS অফিচাৰৰ এই অৱস্থা ! বৰ দুখ লাগিল। আমাৰ লৰাবোৰে একোৱেই নাজানে। চৰকাৰ, শিক্ষাবিদ আৰু ছাত্ৰসমাজে এইবোৰ বিষয়ত গুৰুত্ব দিয়ক।
English is just a language so there is no shame in not being able to speak english…and for your kind information they were not aps officer they were sub inspector
Kune kole teuluk apsc officer buli... teuluk sub inspector hoi
Wow 😲 Smart Police
Sir ক্ষমা কৰি দিয়ক নহ'লে ঘৰত জাই তিৰিৰ কোব খাব লাগিব।😂😂😂
😂
😂
😂😂😂
🤣🤣
Moja disa bro 😂😂😂😂😂😂
ক্ষমা কৰি দিয়ক নহলে ঘৰত চৌকা নজলীব 🙏🙏🙏
ইহঁতৰ লিখিত পৰীক্ষা পতা হোৱা নাছিল যেন পালোঁ। নিলাজৰ কাৰবাৰ,dress jur পিন্ধি হে মানু্হ হৈ আছে,চাকৰি কেনেকৈ পালে সন্দেহ থাকিল।
এইবোৰ হল আমাৰ ৰক্ষক।মহা ধুৰন্ধৰ পুলিচ।
ইহত খাটি খোৱা সাধাৰণ অসমীয়া মানুহখিনিৰ ওপৰত হে ৰজা, এয়াই আচল ৰূপ ইহতৰ। পিচে সকলোবোৰ পুলিচ এনেকুৱা নহয়, দুই এজন ভাল আছে।
পুলিচৰ মান দণ্ড আৰু কিমান অবনমিত হবলৈ বাকি আছে।
This is our Smart City Police Station Condition Great Assam Police 👏👏👏
এইবাৰ ক্ষমা কৰি দিয়ক ....next বাৰ ভালকৈ English পঢ়ি আহিম
Can you write these comments in English😂😂😂
😂😂😂😂😂
Mojja
😂😂😂
😂😂😂
Smart police...... simple english speak কৰিব নেজানে কেনেকৈ আৰক্ষী বিষয়া হৈছে হয়.... বৰ লাজ পালো দেই
Toka di Sakori Loise
Kio axomiya kole beya powa neki nijor vakha kowat kidal hoy 😅
@@axomnikhil3735 axomia vakha nokole beya nalage aru axomot chakori kori axomia mar pit kore smart police sei tu beya lage
ৱাহ!! কি সুন্দৰ । কোৱাটো বাদেই দিলো স্মাৰ্ট পুলিচে বুজিও নাপাই। সাধাৰণ জনতাৰ ওপৰত এওঁলোক আকৌ বৰমতা ।
Please write these sentences in English..
@prajnyajyotidutta8137 Wow!! What a beautiful. Not to mention, the smart police don't even understand. They are again barbaric to the common people.
@@prajnyajyotidutta8137Wow!! What a beautiful. Not to mention, the smart police don't even understand. They are again barbaric to the common people.
লাজ লগা নাই নে বাৰু।সাধাৰণ জনতাক হলে দায় নোহোৱাকৈ গৰু পিটন দিব পাৰে।এতিয়া আকৌ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে।এইটো কেনে কথা হল আৰু? কেনেকৈ আৰক্ষী হল? প্রশিষন দিয়ক, এইবাৰৰ প্রশিষন হব জর্জ চাহাবৰ প্ৰশ্নৰ উত্তৰবোৰ সঠিকভাৱে দিয়া আৰু কেছ ডায়েৰি লিখি দিয়াটোৰ ওপৰত নিৰ্ভৰ কৰিব।
Can you write these comments in English
@@pradipbaruah1044ki karone he English t likhibo lage comment tu😂
English t kobo nuarile ki lazor kotha hoi nk..
@@pradipbaruah1044 maksudai buli kolu Buji pali ne English or putek
এয়াই অসম পুলিচ বাঃ। দুৰ্বলৰ ওপৰত সবল পুলিছ।
মাহত দুই তিনিটা এনেকুৱা নিউজ পালে ভাল লাগে😅
Smart police,,,,,,কি কাৰণত,,,, সৰু সৰু মানুহৰ ওপৰত ক্ষমতাৰ বাবে,,,,, সাধাৰণ ইংৰাজী বুজি নোপোৱা,,ক'ব নোৱাৰা,,,,,ছি,,,লাজ দিলে
Oww smart police
Give no mercy
বা অসম পুলিচ বা , লাজ লগা নাই তহঁতৰ ভালকৈ এতিয়া ইংৰাজী কব পৰা হোৱা নাই , কোনটো চনত ভৰ্তি হোৱা আছিলা একেটা টকা দি সোমোৱা ,জনসাধাৰণ ওপৰত অত্যাচাৰ তহঁতৰ, এতিয়া
পাৱাৰ নোহোৱা বেটেৰি দৰে হল ছোন ভিডিঅ কনফাৰেনত ,
লাজ লগা নাই অসমৰ ৰাইজে তহঁতৰ অৱস্হা চাই আছে , মৰি যাহ ,
আজি মই আটাইতকৈ সুখী❤😊
কিবা এটা সন্মান আছিল যদিও সাইটোত মুতি দিলে আজি
ফালন পৰিছে ভাল কৈ।।🔥🔥🔥🔥🔥🔥
স্মাৰ্ট আৰক্ষীয়ে মোবাইলেৰে ফটো মাৰি গাড়়ী বোৰক 2000/4000 ফাইনহে কাটিব পাৰে I
লাজ লাগিছে অসম আৰক্ষীৰ স্মাৰ্ট পুলিচৰ আদালতত এনে অৱস্থা দেখি I
I'm so happy to see this ❤😂
Public Zindabaad
Very very good Sir
Keep growing assam police ❤️
Mamar smart police ha ha........
Mama k nahay Modi k dokh di 😂 .... Or do Modi ko vote 😂😂😂 Modi be like - ismai bhi mera galti 🤣
ইংৰাজী কোৱা জন বেয়াও হ'ব পাৰে। ক'ব নজনা জন সৎ হ'বও পাৰে । মানুহৰ বাবে ভাল ভাল কাম কৰিবলৈ ইচ্ছা থকা মানুহো হ'ব পাৰে । আমাৰ মতলব কামত, ভাষাত নহয় । অসমীয়া ক'ব নজনা হেতেন দুখ পালোঁ হেতেন।
MCQ t select korile enekuai hobo. Interview must
ক্ষমা কৰক , নহলে ঘৰত গালি খাম ৷😂😂
ধেৎৎৎৎ এইবোৰ ফাদিল কৰিব নালাগিছিল ৷🤣🤣
CM dekapai lazz loganai apuni bonoya smart police bur
Ei mojja.....😂😂
এইবোৰ নাটক হয় মন্ত্ৰী বিধায়ক উকিল মেজিষ্ট্ৰেট পুলিচ এক হয়
লাজ লাগি গৈছে ,,,,,, smart police,,,hi hi😢😢😢😢
এওঁলোকৰ নিযুক্তিৰ তদন্ত কৰা ভাল, সাধাৰণ কণিষ্ঠ বলেও ইংৰাজীত কব নোৱাৰিলেও বুজিপাই অসমীয়াত উত্তৰ দিয়ে
ভাল লাগিল শুনি smart police 😂😂😂
Mojaaaa😂
কিনো লিখিম 😂😂😂
আজিলৈ ক্ষমা কৰি দিয়ক।
আগলৈ লিখিবলৈ চেষ্টা কৰিম 😂😂😂
Truth is beauty
Good Good.
বৰ লাজ পালো
Mojja
Mojjaa 😅😅😅
Mozza
Bhut val anekuwa val kam kora manuhe anekuwa manu bisare val manu bure bhut Bhut val pai su
Even most of ministers and MLA can’t speak English well but they show as if world most popular leader
Smart police . 😂😂😂😂😂😂😂😂😂😂😂
ইংলিছ বুজি পাইচিকি নাই DGP
😅😅
Can you write these comments in English
❤❤👍
GP SINGH kot Aase .Bhargab borbora k bosai aase
Bah smart police
❤❤❤CJI Assam,,, Assam police hai hai
স্মাৰ্ট পুলিছ।
English tu cls 1 ot poha lora ba suwali tuye kbo pare..... But it's doesn't mean he or she is knowledgeable.....
অতি সুন্দৰ প্ৰদৰ্শন 😂😂😂
বম লাজ পালো নিজকে৷ সাধাৰণ জনতাৰ ওপৰত বৰ মতা
ধেই S I নিচিনা post ত থাকি ইংৰাজী ক'ব নজনা টো লাজৰ কথা ।
Smart police r smart giri
Dhet sa..ll..a . Dekhi huni Laj lagise . Publicor uporot Bor mota .
ইহঁতক কেৱল নিৰ্দোষী মানুহক মাৰপিট কৰি গুণ্ডাগীৰি কৰিব দিয়ক। ভালৰ হাতত পৰিলে গম পাব।
Moza 😂😂
moza
কৃষ্ণ প্ৰভু,তুমিহে জানা আৰু
শকতি নহয়, শক্তি
Wah wah Assam police....rastat kob dibo pora capacity ase kintu police kitar...
Good..
Alop ajuhatate fine main assam police
ইচ ৰাম
Laj lagise dei...
Nxt ai , lalu panju keta
আমকে মাফ কৰি দেও ভুল হৈ গেচে।😂😂😂😂😂
Smart police mokkel
লাজ লগা কাৰবাৰ হৈছে দে ভাইহঁত😂😂😂
গুৱাহাটীৰ স্মাৰ্ট পুলিচ... ইংৰাজী বুজি নাপায় কোৱাটো দূৰৰ কথা...😂😂😂
এই অৱস্থা ন্যায়াধীশৰ সন্মুখত সাধাৰণ জনতাক অত্যাচাৰ কৰা পুলিচ বিষয়া বিলাকৰ। ধেৎ লাজ লাগে পায় ।😁😁😁
এইবাৰলৈ ক্ষমা কৰি দিয়ক এইবাৰৰ পৰা নহয় ধেত তেৰিকা 😂😂😂😂
অসমীয়া ন্যায়াধীশ আৰু অসমীয়া আৰক্ষী বিষয়া..... ইয়াত আকৌ ইংৰাজীত কথা পতাৰ কাৰণ কি?
আকৌ বোলে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যদা পাইছিল......
নিজৰে লাজ লাগিছে ।
Amar Indian t he court burot english sole.....
অসমৰ আৰক্ষী 😅, কাগজত পঢ়াশুনা থাকিলেও বাস্তৱ মদ্নি পাছ😊, কিছুমান আছে দুখীয়ায় ওপৰত অত্যাচাৰ চলাই, কিছুমান ১০ টকাৰ বাবে ৰাস্তাত, মুঠতে পুলিচ মানে ক্ষমতা আৰু টকাৰ পাহাৰ
অসমত অসমীয়া ভাষা চলিৱ লাগে।কাৰণ কেনেকৈ ধ্যুপদী ভাষা হয় বুলি মানিম আমি।আমি ইংৰাজ নহয় ইংৰাজী কৱলৈ।এইটো বদলি হ'ৱ লাগিৱ।যই কিন্তু নামানো
Janu kintu ajon apsc pass kora police bikhoya a English najanile lajor kotha logote vabibo loga kotha ami English najanu karone apsc dibo pora nai teo d pass o korile kintu English buji a npayb
উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালৰত সকলো কাম ইংৰাজী মাধ্যমত হয়। সেয়া আইনগত আৰু গ্ৰহনীয় প্ৰথা ।
ভালকৈ খবৰ লওঁক, সম্ভেদ আৰু সঠিক জ্ঞান আহৰণ কৰিব পাৰিব ।
Education level tu alp borhai lobsn... Masor bojar nhoi
@@gunjanhazarika1831enekuwa kisuman burbok thakeiye......na niyom jaane na kanun r kotha jaane
Smart police r smart work
Over smart police 😂😂😂
😂😂😂😂 অসম পুলিচ ৰ অৱস্থা এনেই হলে বৰ মতা
😊
Si.
This is the reason most of the people wants to go english medium school. Most of the people can write and speak english but not confident to speak english in advance level which judge has been speaking.
এই কেইটাই চাকৰি কেনেকৈ পাইছিল? এইবোৰৰ ওপৰত অসম চৰকাৰে enquiry কৰিব লাগে !! ঘটিয়াম -বাটিয়ামৰ আগত পুলিচৰ আইন দেখুওৱাব আহে ! সাধাৰণ কথা কেইটাও বুজি নাপায়।।
OMG.......oti durbhaigyojonok...
Assamese language byobohar hua babe gaurab onuvob korilu...val lagil...
Comment pohi mur nak lukuabole jaga nuhua hoise 😂😅🤣😁😆🤭😇
Police sub inspector karne graduation+ LLB compulsory kori deyok 😂 ebur police matha nai okol singham dabbang cinema sai 😂
😮😊
Aji jagat porise j hey karone khoma aru hadaron taiz jodi policer pallat pore tetia hole sidet aha kiba yata diya aru joldi jua
Police anekei Boni jai neki?
Other country t nijor language ot angument hoi....
Te? Bharat r jikunu aadalotot english hoye...
Asom police a dakhu khoma kori diyok buli koi r road public Zomato delivery boy gyandeep marilay court oth dakhu awaj a nho ulai
😊😊😊😊😊