এঞ্জেলা চাংমাইয়ে অতি সাহসেৰে ক’লে ॥ বৰ্তমান সময়ত নামঘৰীয়াৰ কিমান গুৰুত্ব । ANGELA CHANGMAI ॥

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024
  • এঞ্জেলা চাংমাইয়ে অতি সাহসেৰে ক’লে ॥ বৰ্তমান সময়ত নামঘৰীয়াৰ কিমান গুৰুত্ব । ANGELA CHANGMAI ॥
    #angela #motivation #motivational #youtube #youtubevideo

Комментарии • 12

  • @bontiborgohainneog9320
    @bontiborgohainneog9320 2 дня назад +2

    Bor sundor lagche,

  • @tutuhira8815
    @tutuhira8815 3 дня назад +4

    Val kotha koise aimatri.amar kisuman mukha pindha vokot ase nohoi kheikhokolor gat logai kbo lage.

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 3 дня назад +4

    কৃষ্ণ বহুত সুন্দৰ কথা উল্লেখ কৰিলে।

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 2 дня назад

    Bahut hundar katha koisa anjela bahut bahut dhanyabad❤❤❤❤❤❤

  • @aparajitatamuli7273
    @aparajitatamuli7273 2 дня назад

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ণ গোবিন্দ অনন্ত অচ্যুত কেশৱ বিষ্ণু সত্য জনাৰ্দ্দান শংখ নাৰায়ণ ওম নমো ভাগৱতে বাসুদেৱ ❤❤❤❤❤

  • @gitikadas5784
    @gitikadas5784 2 дня назад

    Aponar katha bhut bhal lage

  • @bhaskarkolita6150
    @bhaskarkolita6150 2 дня назад

    কৃষ্ণ কৃষ্ণ।

  • @manokhiborah8387
    @manokhiborah8387 2 дня назад

    কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏

  • @RajenHazarika-d6c
    @RajenHazarika-d6c 2 дня назад

    কৃষ্ণ কৃষ্ণ ‌সুনদৰ‌ বাখ্যা

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 2 дня назад

    আই মাতৃ নমস্কাৰ। আৰম্ভ কৰি দিওঁ দেই্। তোমাৰ যিহেতু ক্ৰোধ বুলি কোৱা এটম বম নাই। আমাৰ আলোচ্য বিষয়টো কোনো তৰ্ক কেন্দ্ৰীক নহ'ব। মই মোত আছোঁ। তুমি তোমাত আছা। অন্য এজনো ঠিক তেওঁতেই আছে। থকা বিলাক কোন। জীৱ বা চেতনা। চেতনা যেতিয়া বিশুদ্ধ হয় তাকেই আত্মা বা ব্ৰহ্ম বোলে। ব্ৰহ্ম সত্য জগৎ মিথ্যা। জগত প্ৰকৃতিৰ দেহ ।‌ মিথ্যা মানে মিছা নহয়। অসাৰ অ নিত্য বিনাশ শীল। আত্মা বা ব্ৰহ্ম অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত চৈতন্য সনাতন কল্পনাতীত সৰ্ববৃহৎ সবব্যাপী নিগূন সচিদানন্দ ইত্যাদি। অনুকুল বতাহত থকা দশম বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ু সবব্যাপী ব্ৰহ্মাণ্ডত বিয়পি আছে। সমুদ্ৰৰ জলৰাশিৰ দৰে ব্ৰহ্ম বা আত্মা একেই অভিন্ন হেতু অনুকুল বায়ু মণ্ডলত মিলি থাকে। আত্মা বা ব্ৰহ্ম কাৰো বুকুত বা পেটৰ ভিতৰত সোমাই নাথাকে। অক্সিজেন হৈ ভিতৰত সোমাই নাইট্ৰজেন হৈ বাহিৰ হয় যাক অৰণ্যৰ প্ৰয়োজন। ইচ্ছা কৰি আত্মাই দেহ এৰি নাযায়। দেহৰ ভিতৰত থকা অনুকুল পৰিবেশ নহ'লে আত্মা বাহিৰৰ অনুকুল দশম বায়ুৰ লগত সংযোগ হয়। যাক মৃত্যু বোলা হয় আত্মাৰ নহয় দেহৰ। গতিকে তুমি তুমাত আছা তুমি ব্ৰহ্মাশ্মি। মানে আমি য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া। অথাৎ এক ব্ৰহ্মৰেই অভিন্ন বায়ু। মানে ব্ৰহ্ম যেতিয়া এক সেই হে বোলা হয় অদ্বৈত বাদ এক। দেহৰ সৈতে কিছুমানে কয় দ্বৈত বাদ।মানে দুটা দেহ আৰু আত্মাক। কিন্তু দেহ হল লৰা ধেমালি। ব্ৰহ্মৰ মায়াৰ ভ্ৰম। গতিকে ব্ৰহ্ম এক সত্য। জগত মিথ্যা মানে অসাৰ। বিনাশ শীল। আত্মা বা ব্ৰহ্ম এক ও অভিন্ন আমি চাৰি মুঠি জীৱ বা চেতনা তাৰ বতাহ মাথো। দেহ বিলাক প্ৰকূতিৰ মায়াৰ জগত নিজৰ কৰ্ম ফলত সূষ্টি স্থিতি প্ৰলয়ৰ অধীনত থাকে। গতিকে তুমি আমি সকলোৱেই ব্ৰহ্মৰ এচাতি অদূশ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত চৈতন্য সনাতন কল্পনাতীত অনুকুল বায়ু। যিদৰে সাগৰৰ পানী আৰু সাগৰত উঠা জোৱাৰ ভাট্টা। একেই পানী। একেই অভিন্ন ব্ৰহ্ম সত্য যি। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। ব্ৰহ্ম নিগূন সচিদানন্দ ব্ৰহ্ম বিশুদ্ধ চেতনা। আমি সকলোৱেই ব্ৰহ্মাশ্মি। তুমি আমি সকলো। জীৱ টো এটা গোটা বস্তু নহয়।ই অনুকুল ব্ৰহ্ম বা বায়ু হয়। দেহৰ মূতু ৰ পিছত বিশুদ্ধ চেতনা বা আত্মা বা ব্ৰহ্ম এক ও অভিন্ন হৈ যাব। আমি দেহ বা প্ৰকৃতিৰ জগত নহয়। আমি জাতি ধৰ্ম বৰ্ণ লিঙ্গ নহয়। আমি আত্মা। আমি ব্ৰহ্ম আমি সকলোৱেই ব্ৰহ্মাশ্মি দেহ এৰাৰ এক ব্ৰহ্মতেই ‌মিলি যাম। ব্ৰহ্ম জ্ঞান লাভ কৰিলে জীৱবিলাকে জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি সচিদানন্দ সবব্যাপী নিগূন চৈতন্য ময় হয়। দেহৰ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ সৎ ৰজ তম সকলো বিলাক আচলতে দেহৰ লগত সংযোগ আত্মা ৰ দেহ জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ প্ৰশ্ন নাই। আত্মা ৰ কোনো ৰূপ নাই। আত্মা ই ব্ৰহ্ম। তুমি আমি সকলো এক আত্মা বা ব্ৰহ্মৰ পৰাই বিষ্টিত কিন্তু ব্ৰহ্ম সত্য আৰু এক। ব্ৰহ্মৰ অৱস্থান অনুকুল বায়ু মণ্ডলত। দশম বায়ুৰ সহ। আজি লৈ নমস্কাৰ। Pradeep gogoi Guwahati.

  • @arupibaruah1037
    @arupibaruah1037 2 дня назад

    3:07 3:09

  • @hridoybabuassampolice2591
    @hridoybabuassampolice2591 2 дня назад

    😂😂😂😂😂😂😂😂😂