Haantir Bani II Episode 08 II Message of Peace II by Rev. Pastor Nilutpol Soren,

Поделиться
HTML-код
  • Опубликовано: 4 ноя 2024

Комментарии • 6

  • @sarsinginghi3404
    @sarsinginghi3404 Год назад

    Probhuve mohima hok amen

  • @rubigogoi8456
    @rubigogoi8456 Год назад

    Praise the lord Amen

  • @sarsinginghi3404
    @sarsinginghi3404 Год назад

    Preise the lord hallelujah

  • @davidkondpan7392
    @davidkondpan7392 Год назад

    Praise the Lord 🙏. Thank you Sir. And thanks to ABC Production. Very good step.

  • @nuhalimza2510
    @nuhalimza2510 Год назад

    Praise the lord 🙏

  • @sanjoysahu
    @sanjoysahu Год назад

    প্ৰিয়সকল কনভেঞ্চৰ প্ৰয়াসক আগ্ৰহেৰে ধন্যবাদ জনাইছো। তেওঁলোকৰ কাৰ্য্যৱলীৰ যোগেদি প্ৰভুৰ অনুগামী সকলে যাতে প্ৰকৃত(মানে True) অনুগামী হ'ব পাৰে, প্ৰভু যীচুত অধীনৰ এয়ে কামনা।
    কিন্তু প্ৰিয়সকল কেনেকৈ প্ৰকৃত অনুগামী (মানে প্ৰভুৰ ভাতৃ আৰু পিতৃ ঈশ্বৰৰ তুলনিয়া পুত্ৰ) হ'ব পাৰি বা পৰা যাব ? এই বিষয়ে আমি প্ৰতি গৰাকীয়ে অধ্যয়ন আৰু পালন কৰা অৱশ্যকীয়, নহ'য় নে ?
    অধীনে ভাবো জিৰণী পাবলৈ আমি প্ৰভুৰ ওচৰলৈ আহিব লাগি, প্ৰভুত সম্পূৰ্ণ তথা দৃঢ় বিশ্বাস কৰিব লাগিব কথা বিলাক হৈছে নীতিশিক্ষা(Moral teaching) । এইদৰে আমি শুনি শুনি অভ্যস্ত, অৰ্থাৎ ভিতৰি বৃদ্ধহৈ গৈছো। কিন্তু পিতৃৰ তুলনীয়া পুত্ৰৰ বাব বা প্ৰভু যীচুৰ পৰা কেনেকৈ জিৰণী পাম, এই বিষয়ে অধ্যয়ন আৰু পালন কৰাহে অতি প্ৰয়োজন । অৰ্থাৎ নীতিশিক্ষাক আমি কাৰ্য্যকৰী আত্মিক শিক্ষালৈ (Executional Spiritual teaching) ৰূপান্তৰ ঘটাব পাৰিব লাগিব। নহ'য় নে প্ৰিয়সকল ?
    কিন্তু এই বিষয়ত আমি কৰ পৰা আৰু কাৰ পৰা শিক্ষা পাপ; এই বিষয়ত কনভেঞ্চনৰ লগত জৰিত প্ৰতি গৰাকী নেতাৰ দ্বায়িত্ব আছে। অধীনে ভাবো যিৰিমিয়া ৩৩:৩ ; যোহন ১৪:১৪ ; ১৫:৭ আদি পদ মতে প্ৰভু যীচুত চেষ্টা আৰু যত্ন কৰা নিতান্ত আৱশ্যক(গীত:১০৭:৯)।
    এই বিষয়টোত প্ৰিয়সকল যুদ্ধলৈ প্ৰস্তুত হোৱাৰ দৰে উদ্যোগ লোৱা এই বাবেই আৱশ্যক যে, আমি ইমান দিনে আমাৰ অগ্ৰজ তথা জেষ্ঠ্য সকলৰ পৰা:- এইদৰে হ'ব লাগে, এইদৰে কৰিব লাগে, দৃঢ় বিশ্বাস কৰিব লাগে, প্ৰভুৰ ওচৰলৈ আহিব লাগে; কাৰণ তেৱেঁই আমাক শান্তি দিব আদি শিক্ষা পাই আহিছো। কিন্তু এই শিক্ষাৰ পৰা আমি প্ৰভুৱে অঙ্গীকাৰ কৰা পিতৃৰ পৰা ওলোৱা সত্যৰ আত্মা মানে পবিত্ৰ আত্মাৰ বন্ধুৰ দৰে আত্মিক পৰিচালনা পাবলৈ অদ্যপৰিমিত সক্ষম হোৱা নাই ; যি পৰিচাৰনা পাঁচনি সকলে নিজ জীৱন কালত পাইছিল। পাঁচনি কৰ্মত তাৰ উল্লেখ আছে।
    আশা কৰিছো প্ৰিয়সকল অধীনৰ অভিপ্ৰায় বুজিব পাৰিছে।
    Positive responseৰ আশাৰে সামৰিলো। প্ৰভু সঙ্গী হওক।