Baba Tumi Trivubonor/Har Har Mahadev/Dhanti das//Official Released/ Shivaratri Special song 2021

Поделиться
HTML-код
  • Опубликовано: 4 окт 2024
  • Copyright Reserved Don't Upload illegally.
    Dhanti ❤️Supumoni PRESENTS.
    হৰ হৰ মহাদেৱ 🙏

    Har har Mahadev 🙏.
    মা দেউতা আশীৰ্বাদত
    আমাৰ অসমৰ‌‌ সকলো‌ RUclipsr লৈ‌ আমি বহুত মৰম‌ যাচিছো ❤️
    আমি এটা ‌অনুৰুধ জনাইছোঁ যে‌, আমাৰ //Har har Mahadev //songতো‌ আপোনালোকে// Full Video //তো Upload নকৰিব 🙏 আৰু , Status & Audio song তো যি ‌সকল RUclipsr ৰে Upload কৰিছে আপোনালোকে
    //Official RUclips channelr// Link তো‌ লগত দিব আৰু Singer জনৰ নামটো আৰু উপাধিটো অনুগ্ৰহ কৰি দিব🙏... ধন্যবাদ।
    www.instagram....
    Albam//Har har Mahadev 2021.
    Singer//Dhanti das.
    Music//Dipak boruah.
    Mix-mastar//Polash gogoi.
    Tune//Dhanti das
    Lyrics//Dhanti, Abhijit Das Surendar lohar
    Recording//Zeero D.B.
    Recordist//Uddipta gogoi.
    Edit ,Drone and direction- Neelim Nishant.
    Choreography//Dhanti das.
    Cinematography- Sahil Mustak.
    Cast//Dhanti,Rahul, Babu
    D.I//Manas Kashyap.
    Make up - Simi Borua.
    Light - Farid.
    Special thanks:
    Supumoni das(Love)
    Langkeshor das(koka)
    Khumthira (aata)
    Jayamai das(Maa)
    Umesh das( Papa)
    Papu das (Brother)
    Baby Hazarika(Sister)
    Babu
    Geet bharali
    Mon porokh
    Kritiman red
    Gitartha bora
    Listen to 'Har Har Mahadev' on JioSaavn - www.saavn.com/...

Комментарии • 7 тыс.

  • @dhantidasofficial6252
    @dhantidasofficial6252  3 года назад +1972

    Tquu so much all'❤️
    Gan to jodi apunar lokor vl lage
    please like, comment aru mur notun RUclips channel to subscribe kribo🙏
    Lv u all❤️❤️

    • @dimpukakoti1547
      @dimpukakoti1547 3 года назад +31

      বহোত ভাল লাগিল দাদা গানটো

    • @funktv7455
      @funktv7455 3 года назад +16

      Vl logar kotha kua .falise beh bro 🔥 🔥 🔥🔥🔥🔥

    • @channel2.087
      @channel2.087 3 года назад +11

      Sob korilu oo

    • @khirensharma8666
      @khirensharma8666 3 года назад +10

      Bohut val

    • @basantadas960
      @basantadas960 3 года назад +7

      Aru gaba dada ❤️ mahadev 😘

  • @madhabdas2677
    @madhabdas2677 3 года назад +2276

    দেউতাৰ Treatmentৰ বাবে গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিতালত আছোঁ ৷ বি বৰুৱা হস্পিতালৰ আশেপাশে কেইবাটাও শিৱ মন্দিৰ আছে ৷গোটেই কেইটা মন্দিৰত আজি এই গীতটোৱে তোলপাৰ লগাই আছে ৷মনটো আনন্দৰে ভৰি গ’ল ৷হৰ হৰ মহাদেৱ ৷

    • @pahibora5682
      @pahibora5682 3 года назад +100

      Dada apunar deutar oti hunkle thik hoi jabo tar krne parthona korisu jate hnkle apunar deuta hustho hoi ghrt uvoti ahe..

    • @rabinborah4060
      @rabinborah4060 3 года назад +34

      dayta son kala val hoi jabo

    • @pabitrahazarika4557
      @pabitrahazarika4557 3 года назад +31

      Val hoi jabo deauta sinta nokoriba akkhibad korisu

    • @himalayashappiness227
      @himalayashappiness227 3 года назад +24

      Hunkale vall houk take prarthona korisu dada🙏

    • @akkiansnibirdeka2279
      @akkiansnibirdeka2279 3 года назад +17

      🙏 tumar deutar karane pathona korisu
      moiu bhukto bhugi bhai

  • @azharbarbhuyan4275
    @azharbarbhuyan4275 3 года назад +3319

    মই এজন মুচলমান লৰা। কিন্তু গানটোৱে অন্তৰ চুই দিলে। ভাল লাগি গল গানটো । Facebook ত ১ মিনিটৰ ক্লিপ এটা দেখি ইয়াত search কৰিলোঁ আহি। ১০ বাৰ মান শুনিলো এতিয়ালৈ। this is probably the best song on mahadev🙏 I have heard so far. Lots of love.

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 7 месяцев назад +63

    শিৱৰাত্ৰি বুলি পুনৰ এবাৰ মাত লগাই যাওঁ বুলি সোমালোঁ ।
    জয় ভোলানাথ।
    হৰ হৰ মহাদেৱ।

  • @KoushikDas-pg6sg
    @KoushikDas-pg6sg 9 месяцев назад +16

    হৰ হৰ মহাদেৱ ঔ নম: শিৱায় হে মহাদেৱ এইবাৰ ২০২৪ বছৰত অসম চৰকাৰৰ চালকৰ চাকৰি এটা দিয়ে যেন বাবা🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤

  • @sarangabora3724
    @sarangabora3724 3 года назад +1088

    অসম গৌৰৱ
    💚মহা মৃত্যুঞ্জয় 💚
    মৃত্যুঞ্জয় নামত এটা like di যাব । Boom bhole🔥

  • @xyzzz158
    @xyzzz158 Год назад +26

    হৰ হৰ মহাদেৱ 🙏🙏🕉️🕉️ । আজি মহাদেৱৰ এই বিশেষ দিনটোত এই প্ৰিয় গীতটি শুনি সঁচাকৈয়ে মনটো বৰ শান্তি লাগিল । আশা কৰোঁ মহাদেৱে সকলোৰে মঙ্গল কৰক 🙏🙏

  • @bhaskarhazarika1219
    @bhaskarhazarika1219 7 месяцев назад +36

    ঘৰৰ পৰা বাহিৰত আছোঁ আজি দিনটোত এইটো গান শুনি ঘৰলৈ মনত পৰিছে। সঁচাকৈ ঘৰৰ felling আহিছে নিজৰ গাওঁ খনৰ felling আহিছে

  • @bimalakonch2152
    @bimalakonch2152 3 года назад +94

    অসমীয়াত মহাদেৱৰ ভজন শুনিবলৈ তন মন শাত পৰি গৈছৈ।ভগৱান শিৱ বাবা
    আশীবাদ সদায় শিৰত থাকিবলৈ ভোলা
    বাবা চৰণত প্ৰাৰ্থনা জনাইছো।

  • @bikashaxom7005
    @bikashaxom7005 Год назад +118

    এই গীততোৰ অবিহনে শিৱৰাত্ৰী আধৰুৱা আধৰুৱা লাগে❤️

  • @biki7194
    @biki7194 3 года назад +951

    বাবাৰ নামত এটা like 😍😍

  • @Dipankor858
    @Dipankor858 8 месяцев назад +94

    2024 চনত কোনে কোনে শুনি আছে like comment এটা কৰিবলৈ নাপাহৰিব হৰ হৰ মহাদেৱৰ 🙏

  • @pubalineog4263
    @pubalineog4263 3 года назад +72

    হৰ হৰ মহাদেৱ
    যুৱপ্ৰজন্মৰ শিল্পী জনলৈ শুভকামনা থাকিল

  • @poranjyoti7467
    @poranjyoti7467 3 года назад +507

    🕉️🔱বৌম বৌম ভোলানাথ 🕉️...বাবা নামত এটা দি যোৱা 🔱🕉️

  • @zgjituvlogs2121
    @zgjituvlogs2121 2 года назад +157

    যিসকলে এই কমেন্ট তু পঢ়ি আছে তেওঁলোকৰ মা দেউতা 100 বছৰ জীয়াই থাকক

  • @Jonraj542
    @Jonraj542 7 месяцев назад +9

    Akow ebar ahi golu 2024 ot nalbarir pora gantu xunibo ❤❤❤

  • @tezpuriyavlogs3920
    @tezpuriyavlogs3920 3 года назад +704

    বাবাক পালন কৰা সকলৰ এটা হিট লাইক মাৰি দিয়া,,, জয় ভলে নাথ কি জয় 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dipubhuyan6713
    @dipubhuyan6713 3 года назад +203

    সুন্দৰ গীত উপহাৰ শুভেচ্ছা জনালোঁ ।

  • @pranjaldutta6163
    @pranjaldutta6163 3 года назад +531

    অসমৰ হংসৰাজ ৰঘুবংশী। অতিশয় সুন্দৰ হৃদয়পৰশা গীত।🙏🙏🙏

    • @joydeka2909
      @joydeka2909 3 года назад +7

      I agree it

    • @beedyangikitchen7047
      @beedyangikitchen7047 2 года назад +5

      Thik koise

    • @sanuhira9090
      @sanuhira9090 2 года назад +9

      💯 right

    • @anamikasaikia7260
      @anamikasaikia7260 2 года назад +2

      @@beedyangikitchen7047 ❤️❤️❤️❤️😅❤️❤️❤️❤️❤️❤️❤️❤️❤️🤐🤐❤️🤐🤐🤐🤐🤐🤐❤️❤️❤️💙💙🤩🌌🌌🌌🌌😜😜😜😜😜😜😜😜😜😜😜😜😞😞😞😜😜😜

    • @ankitakakati1030
      @ankitakakati1030 2 года назад +1

      সচা কথা

  • @purnimagogoi8477
    @purnimagogoi8477 2 года назад +5

    হৰ হৰ মহাদেব গীতটি ভাল লাগিল

  • @lakhyajitdolakasharia3162
    @lakhyajitdolakasharia3162 3 года назад +182

    মাজুলীৰ লৰা এটাই ইমান সুন্দৰ গীত এটা অসমবাসীক উপহাৰ দিয়া বাবে ধন্যবাদ।আৰু আগ বাঢ়ি যোৱা

    • @hrishikeshdas2879
      @hrishikeshdas2879 3 года назад +6

      Ahil ujoni namoni kobo assamiya lora buli koly ki hoy

    • @lakhyajitdolakasharia3162
      @lakhyajitdolakasharia3162 3 года назад +2

      @@hrishikeshdas2879 asomiya pohibo najana neki..valke pohi comment koriba.asombahik diyar kotha koisu ujani namoni hobdatu kot pala

    • @kokokril7462
      @kokokril7462 2 года назад +1

      @@hrishikeshdas2879 dhekeri suda

    • @Zone07376
      @Zone07376 Год назад

      @@kokokril7462 eibur hobdo use nkoriba

    • @sampakalita1340
      @sampakalita1340 8 месяцев назад

      Majulir hak karubar hak khi axomiya

  • @DhruvaJyoti112
    @DhruvaJyoti112 3 года назад +49

    সুন্দৰ গান এটা উপহাৰ দিলা এইবাৰৰ শিবৰাত্ৰি

  • @ratulsaikia7540
    @ratulsaikia7540 3 года назад +305

    শিৱ ৰাতিৰ দিনা সকলো শিৱ মন্দিৰত সুনিলো এই গীতটো Guwahati ত
    অতি সুন্দৰ গীত 💥💥💥💥💥💥

  • @simadas1844
    @simadas1844 7 месяцев назад +5

    Ai2 shiv baba r gan khuniye thakibo mn dhuniya gaisa 2mi

  • @raktimmisra9670
    @raktimmisra9670 3 года назад +24

    Boom bhole boom
    মহা মৃতুঞ্জয়ৰ নামত এটা like

  • @bipulhazarika8299
    @bipulhazarika8299 3 года назад +122

    সচাকৈয়ে গানটো বৰ ধুনিয়া হৈছে বাবায়ে তোমাৰ মংগল কৰক🙏❤🙏🔥

  • @kidschoice368
    @kidschoice368 3 года назад +147

    বহুত ভাল গান এটা উপহাৰ দিলা ভাইটি, আগুৱাই যোৱা ,বাবাৰ আৰ্শীবাদ আছে

  • @zggayotri9590
    @zggayotri9590 2 года назад +36

    মন প্ৰাণ ঢালি গাইছে🥰 অতি সুন্দৰ মাত টিও যেন অন্তৰ চুই গৈছে❤️/🙏🙏 Hor Hor Mahadev 🙏

  • @fustbullet9239
    @fustbullet9239 3 года назад +1591

    পাৰা‌ যদি তুমি
    এনেকুৱা বাবাৰ ওপৰতেই
    গান গোৱা🥰🥰
    বাবাই তুমাক
    আশীৰ্বাদ কৰিব,🥰
    🥰🥰🥰

  • @milanbakti8519
    @milanbakti8519 3 года назад +54

    গাৰ নোম শিহৰি উঠিল ঔ গানটো শুনি.....হৰ হৰ মহাদেৱ

  • @KamalDas-ok4rl
    @KamalDas-ok4rl 3 года назад +126

    অসম বাসীয়ে কিমান বছৰ বছৰ ধৰি মহাপ্ৰভু শিৱৰাত্ৰীত এই গীতটো বজাই থকিব ঠিকনা নাই। বৰ সুন্দৰ গীত উপাহাৰ দিলা। আগন্তক দিনত আৰু এনেধৰনৰ গীত দি যাবা বুলি আশা থাকিল।

  • @anamikadutta4073
    @anamikadutta4073 7 месяцев назад +7

    2024 🎉🎉🎉 sivratri....from Shivsagar ❤

  • @bijumanikalita6134
    @bijumanikalita6134 2 года назад +31

    খুব ধুনীয়া গান ...শুনিলে শুনি থাকিব মন ...হৰ হৰ মহাদেৱ 🙏

  • @bdasassam1641
    @bdasassam1641 3 года назад +15

    Bohut bohut bohut val lagil gan to suni 🐚🐚🐚

  • @ipgneutral
    @ipgneutral 3 года назад +35

    এটা সুন্দৰ মহাদেৱৰ গীত উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।
    আগুৱাই যোৱা

  • @tulikaborah3474
    @tulikaborah3474 Год назад +107

    শিৱ বাবাক চকু মুদি বিশ্বাস কৰোঁ ।যি বিচাৰোঁ সঁচাই পাইছোঁ সকলো তেওঁৰ কৃপাত❤️❤️❤️😔🙏তেওঁ আৰ্শীবাদ থকা লৈকে মই ভাবোঁ এনেকুৱা কোনো শক্তি নাই যি মোক ভাঙি যাব দিব পাৰিব ।গানটো বৰ প্ৰিয় ❤️🙏😍

    • @travellerdhruba7952
      @travellerdhruba7952 Год назад +2

      Bhole babai hadai apunak akhirbad koribo bhogni. Aami Bholebabar akhirbadot jiyai asu. Karma aru dhorjyo Bholebabai dise amaak

    • @ovinahrahang826
      @ovinahrahang826 Год назад

      ❣️

    • @Pallavidas-c4m
      @Pallavidas-c4m 7 месяцев назад +1

      Same to you❤bom bom bhole🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @AmanSahaTsk
      @AmanSahaTsk 5 месяцев назад +1

      Har har Mahadev 🔱♥️🙏

  • @mainu3139
    @mainu3139 3 года назад +546

    😍এতিয়ালে মহাদেৱৰ যিমান গান শুনিছো এইতো সকলোতকৈ প্ৰিয় হয় মোৰ💓

  • @assamgangstergaming6001
    @assamgangstergaming6001 3 года назад +141

    মাজুলীৰ ল'ৰা বুলি গৌৰৱ কৰো, ধন্টি দা সদায় আগবাঢ়ি যোৱা, আৰু পাম বুলি আশা ৰাখিলো, জয় আই অসম💖❤

    • @Myworld-zn3fv
      @Myworld-zn3fv 3 года назад +2

      সচাই মইও মাজুলিৰে......মইও ধন্তি দাৰ পৰা এনেকুৱা আৰু গান আশা কৰোঁ......এদিন লগ পোৱাৰ আশা থাকিল তোমাক দাদা ❤️

    • @assamgangstergaming6001
      @assamgangstergaming6001 3 года назад

      @@Myworld-zn3fv মাজুলীৰ ছোৱালী হৈ "মাজুলীটো" কিয় ভূল কৈ লিখিছা
      শুদ্ধৰাই লিখা 🙏🙏

    • @mridulborah93
      @mridulborah93 3 года назад

      @@Myworld-zn3fv puja মাজুলীৰ যদি মাজুলি বুলি কিয় লিখিছা?

  • @Mic_ON7
    @Mic_ON7 3 года назад +21

    Wah❤️❤️❤️lovely Song🙏🏼🙏🏼🙏🏼om namah shivay ❤️🙏🏼❤️

  • @ChandanChutia-f6k
    @ChandanChutia-f6k 7 месяцев назад +82

    Aji 6/03/2024 ...ei basarat ei gaan tu akow Kune Kune huni Asa eta Like ❤

  • @jintudihingia
    @jintudihingia 3 года назад +32

    সমুখত যে পৰীক্ষা আছে পাহৰি গৈছোঁ ।
    হিচাপ বিহীন ভাৱে শুনি আছোঁ । আমনি লগা নাই❤ ...সুন্দৰ কন্ঠ 🥀❤

  • @gopalbhuyan.2305
    @gopalbhuyan.2305 3 года назад +117

    এটা সুন্দৰ গীত উপহাৰ।♥️🙏

  • @apurbanath8978
    @apurbanath8978 3 года назад +113

    মজ্জা বন্ধু আৰু এনেকুৱা গান উলিয়াবা মোৰ বৰ ভাল লাগিল তোমাৰ গান l love 👌👌👌

  • @krishnavi2775
    @krishnavi2775 2 года назад +9

    এই গানটো শুনি মই নিজক শান্তি দি আছো।🕉️😌😌😌

  • @santanukaushikofficial7639
    @santanukaushikofficial7639 3 года назад +32

    শিৱৰাত্ৰিৰ.... Special 💓💓💓🔥
    জয় মহাদেৱ 🙏✔️

  • @lakhyajitgogoi780
    @lakhyajitgogoi780 2 года назад +23

    হৰ হৰ মহাদেৱ 🔱🌍

  • @priyabordoloi1313
    @priyabordoloi1313 3 года назад +177

    দিনটোত তিনি চাৰিবাৰকৈ গানটো নুশুনিলে কিবা ভালেই নালাগে।ৰাতিপুৱা, দুপৰীয়া, গধূলি,ৰাতি এই গানটোৱেই একমাত্ৰ সংগী হৈ পৰে।গানটোৰ পৰাই দিনটো আৰম্ভ কৰোঁ আৰু এই গানটোৰ পৰাই দিনটো শেষ কৰোঁ।সুন্দৰ গীতটি উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।আশা কৰোঁ অনাগত দিনত এনেকুৱা আৰু গান শুনিবলৈ পাম লগতে দাদা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @chitraborah1200
    @chitraborah1200 Год назад +14

    গানটো শুনি বহুত ভাল লাগে হৰ হৰ মহাদেৱ 🔱🙏

  • @ramshyamdas3614
    @ramshyamdas3614 3 года назад +76

    বৰ ধুনীয়া লাগিল গীতটো শুনি । মৃত্যুঞ্জয় মন্দিৰ নগাঁও তথা গোটেই অসমৰে গৌৰৱ ।

  • @rupjyotidas8365
    @rupjyotidas8365 3 года назад +35

    গান টো একেবাৰে অন্তৰ চুই গৈছে। ‍শুনি শুনি ভাগৰ লগা নাই ধনতি দা। জয় মাজুলীয়ান

  • @hunoraxom
    @hunoraxom 3 года назад +11

    Om namah shivaya 🙏🙏🙏
    Aguai jua tare kamona korilu 🙏🏼🙏🏼🙏🏼

  • @LunashreeBoruah
    @LunashreeBoruah 7 месяцев назад +105

    2024 কোনে কোনে শুনি আছা 🌝🤌❤️

  • @saraswatimixmedia3739
    @saraswatimixmedia3739 3 года назад +237

    গীততো বহুত বহুত ধুনীয়া লাগিছে অন্তত চুই গ'ল ৷ গীতৰ কথা ,সুৰ মিউজিক , কণ্ঠ সকলো অতি সুন্দৰ হৈছে ৷ গীততো কালি সন্ধিয়া প্ৰথম বাৰ শুনিছিলো তাৰ পাছত আজি দিনটো শুনিয়েই আছো শুনি থাকিলে শুনি থাকিবলৈকে মন যায় ৷ ইমানেই সুন্দৰ হৈছে ৷

  • @porasmoniboruah6142
    @porasmoniboruah6142 3 года назад +37

    জুই লগাই দিছে ও গানটোৱে এই গানটোৰ status full😁😁😁😘😘😘

  • @Hema50
    @Hema50 3 года назад +71

    মোৰ ল'ৰাই মোক শুনালে। আৰু এতিয়ালৈকে কেইবাৰ যে শুনিলো হিচাপ নাই ❤❤❤❤❤❤❤❤❤❤🎧🎧🎧🎧🎧🎧🎧🎧🎧🎧🎧মহাদেৱে তোমাক বহুদূৰ আগুৱাই নিব।। keep shining

  • @ManajhembromM
    @ManajhembromM 7 месяцев назад +6

    Har Har Mahadev

  • @partha.entertainment
    @partha.entertainment 3 года назад +379

    ধনতি দা মোৰ প্ৰিয় গায়ক আৰু কাৰ কাৰ প্রিয় লাইক কৰা

  • @ng.842
    @ng.842 3 года назад +16

    ইয়াৰ আৰঁতো মহাদেৱৰ কৃপা আছো। জয় শিৱ শংকৰ

  • @alimuliassam6405
    @alimuliassam6405 3 года назад +74

    সঁচাকৈ এটি উদাত্ত কণ্ঠৰ অনুপম গীত শুনিলোঁ.....কি কথা♥️♥️গীতৰ কথা ......বাবাৰ স্তুতি অনুপাম-অলৌকিক........অন্তৰ জুৰি যায় এনে উদাত্ত কণ্ঠস্বৰত তৃনয়নৰ বন্দনা শুনিলে🙏🙏🙏❤❤

  • @MRDHARMADAS
    @MRDHARMADAS Год назад +29

    গানটো কোনে কোনে 2023 ত শুনি আছা 👍 ❤️ 1ta kori diya 🪔 ♥️ 👌 🕉 🕉 🕉 🕉 Har Har Mahadev 🕉

  • @As05boyz
    @As05boyz 3 года назад +86

    গান তো শুনি আমনি নালাগে ইমান ভাল লাগে 😍

  • @004-abhirajdutta8
    @004-abhirajdutta8 3 года назад +33

    'মহাশিৱৰাত্ৰিৰ দিনা গোটেই ৰাতি কাণত Headphone লগাই উজাগাৰে থাকি এই গীতটি উপভোগ কৰিলো ! কিন্তু ইমানবাৰ শুনাৰ পাছতো গানটোৰ প্ৰতি মোহ কমা নাই । দাদা তুমি আগবাঢ়ি যোৱা ! মহাদেৱে তোমাক আৰ্শীবাদ কৰক । ঔম নম: শিৱায় ।

  • @mranuj..7104
    @mranuj..7104 3 года назад +24

    Gaan to jiman xuno himanei vll lage xuni thakibo a mon jai .... AXA koro agoloi aru dhuniya dhuniya gaan ami axom baxi a pai thakim ...❤️❤️❤️ Tumi aru agowai jua ....❤️❤️

  • @beautynath3595
    @beautynath3595 2 года назад +18

    Ganto bht vl lage bht bar khunu😍 Om namah shivay 🕉️🕉️🕉️ har har Mahadev 🙏

  • @ashimborah1712
    @ashimborah1712 2 года назад +67

    অন্তৰ চুই গ'ল। মহাদেৱ ৰ‌ প্ৰকৃত মহিমা।❤️❤️❤️❤️

  • @dhirajbaruah4750
    @dhirajbaruah4750 3 года назад +25

    আজি মহা শিৱৰাত্ৰি
    হৰ হৰ মহাদেৱ🙏🙏

  • @Filmhub470
    @Filmhub470 3 года назад +219

    মুছলমান লৰা কিন্তু গানটো কিবা এটা ভাল লাগে।।

  • @MamoniSaikia-f8p
    @MamoniSaikia-f8p 4 месяца назад +1

    ❤❤❤❤❤❤❤ হৰ হৰ মহাদেৱ। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @prasantakonwar9736
    @prasantakonwar9736 3 года назад +22

    Bom bom 🙏

  • @alekh-xopun989
    @alekh-xopun989 3 года назад +40

    Eman val loga vokti geet kune kune val pua like mara

  • @jyotiborah6674
    @jyotiborah6674 3 года назад +152

    গানটো যোনে যোনে ভাল পায় এটা like কৰক

  • @DigantaKoch-ry1gb
    @DigantaKoch-ry1gb 7 месяцев назад +9

    Mahadev r namot like ata kore jab buli axa koru 😊😊 har har Mahadev ______jai bhola nath ❤❤❤

  • @himangshu3466
    @himangshu3466 3 года назад +204

    এটা গীতেই এজন শিল্পীক চুপাৰহিট কৰে। তুমি চুপাৰহিট 🙏

  • @monitaboruah9995
    @monitaboruah9995 2 года назад +68

    পাৰা যদি তুমি
    এনেকুৱা বাবাৰ ওপৰতেই
    গান গোৱা 😍🥰😘
    বাবাই তোমাক
    আশীৰ্বাদ কৰিব😍😍🥰🥰
    Nice voice
    I Love Your voice

  • @srimantabharalijp7718
    @srimantabharalijp7718 Год назад +12

    Har har mahadev ki jai jai ho Baba🙏🕉️❤️

    • @ank_ita762
      @ank_ita762 Год назад

      Mahadav 🤩💖💖💖💖💖💖💖💖💖

  • @gajendas1206
    @gajendas1206 3 года назад +44

    অঃ দাদা বিচাৰি বিচাৰি পাগল হৈ গৈছিলোঁ পলুগে। আপুনি আৰু আগুৱাই যাওক আমি বাবাৰ ভক্ত

  • @hridaysaikia8685
    @hridaysaikia8685 3 года назад +9

    মাজুলী জিন্দাবাদ ..😍😍

  • @rupaksaikia8674
    @rupaksaikia8674 3 года назад +136

    সকলো ভক্তক মহা শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহু সুন্দৰ গীত।
    জয় বাবা ভোলেনাথ 🙏🔱🙏
    জয় শিৱ শংকৰ 🙏🔱🙏

  • @dipoktanti432
    @dipoktanti432 Год назад +1

    হৰ হৰ মহাদেৱ

  • @nanobestie2259
    @nanobestie2259 3 года назад +16

    sosa ke dei.....mahadev r song sunile mon tu santi pori jai....baba r namot ata like tu diboi lage aru

  • @BMT03
    @BMT03 3 года назад +7

    বা সুন্দৰ গান। thanks to U

  • @kaushik9505
    @kaushik9505 3 года назад +101

    দাদা তুমাৰ কণ্ঠ টু বহুত ৰসাল
    তুমি আৰু আগুৱাই যোৱা
    I LOVE YOUR VOICE 🥰😊

  • @kangkan.Choudhury
    @kangkan.Choudhury Год назад +6

    মহা শিৱৰাত্ৰি আহি আছে 😌❣️ ,, এইটো গান মানে 😌💘🙏💓

  • @Manashidazz
    @Manashidazz 3 года назад +46

    Finally এতিয়াহে বিচাৰি পালোঁ😊...... সকলোৰে status ত hit 🔥🔥🔥🔥🔥....বম বম ভোলানাথ

  • @ratulnath14
    @ratulnath14 2 года назад +12

    বহুত সুন্দৰ।আগলৈ আৰু আশা কৰিলো,তোমাৰ পৰা।বাবাই তোমাক কুশল কৰক।হৰি ঔঁ‌ম।

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 3 года назад +12

    খুচৰি খুচৰি উলিয়াই লৈ শুনিছোঁ গানটো ❤️

  • @TirthaBora-uu5xq
    @TirthaBora-uu5xq 7 месяцев назад +5

    Har Har Mahadev Happy Shivratri❤❤❤❤❤❤❤🎉🎉❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😎😎🙏❤️❤️😍😍🥰❤️😎😎❤️😍😍🥰

  • @chimpigogoi6550
    @chimpigogoi6550 Год назад +8

    হৰ হৰ মহাদেৱ❤️❤️🙏

  • @assamgirl8538
    @assamgirl8538 3 года назад +7

    গান টো শুনি আমনি নেলাগে.... বৰ সুন্দৰ গান 🙏🙏💞💞💞💞💞💞💞💞💞

  • @champakgohain8671
    @champakgohain8671 2 года назад +13

    মই মহাদেৱৰ পৰম ভক্ত 🙏 ভাল লাগিল শুনি 🙏❤

  • @lohitkonwar8670
    @lohitkonwar8670 3 года назад +87

    অতি সুন্দৰ কন্ঠ । ভগৱানে কৃপা কৰক। God bless you brother.

    • @mintomili4725
      @mintomili4725 3 года назад +1

      সুন্দৰ কন্ঠ আৰু আগুৱাই যোৱা তুমি

    • @surendrahazam4931
      @surendrahazam4931 3 года назад +2

      Mj

  • @gayatriphukan4758
    @gayatriphukan4758 3 года назад +227

    সকলোৰে status ত বাবা তুমি ত্ৰিভূৱনৰ 💝
    হৰ হৰ মহাদেৱ হিট🔥🔥

  • @devibhagya8395
    @devibhagya8395 3 года назад +39

    ক'বলৈ ভাষা নাই
    বহুত সুন্দৰ হৈছে🙏🙏❤

  • @rkgiming7743
    @rkgiming7743 Год назад +1

    হৰ হৰ মহাদেৱ 🙏🙏🙏🙏🙏

  • @deepjyotichoudhary1885
    @deepjyotichoudhary1885 3 года назад +29

    যোৱা কালিৰ পৰা বিচাৰি বিচাৰি ভাগৰি পৰিছিলো
    অৱশেষত পাই গলো 😊🙂😊😉😌

  • @mungogoi7702
    @mungogoi7702 3 года назад +68

    গানটো শুনি বহুত ভাল লাগিল। ভৱিষ্যতে এনেকুৱা গান গাই যোৱা। আমাৰ আশীর্বাদ সদায় থাকিব..... 💓💓💓💖💖

  • @sewalidutta8499
    @sewalidutta8499 3 года назад +20

    গীতটো বহুত বহুত মনপৰশা,,,, শুনিলে সকলো চিন্তা দূৰ হৈ যায়,হৰ হৰ মহাদেৱ🙏🙏

  • @bijayhazarika754
    @bijayhazarika754 3 года назад +69

    বহুত ভাল লাগিছে গানটো ,মই ৰাতিপুৱাই ৰাতিপুৱাই সদায় শুনো ।,,আগলৈ এনেকুৱা বাবাৰ গান শুনিবলৈ পাম বুলি আশা থাকিল

  • @deluxkonch7132
    @deluxkonch7132 3 года назад +8

    Moja gan iman moja gan ko to puwa nasilu moja lagi gol mor phalar pora aakhek dhanyabad

  • @sunupanikavlogs
    @sunupanikavlogs 3 года назад +13

    বহুত এই বেছি ধুনিয়া হৈছে গানটো একেৰাহে 10 বাৰ মান শুনিব পাৰি আমনি নালাগে
    তাতে এজন শিৱ ভক্ত😍
    💖Har Har mahadev💖
    Har har mahadev
    Har har mahadev