Ashimot Jaar Heral Shima I Episode - 64 ( Last Episode)

Поделиться
HTML-код
  • Опубликовано: 5 янв 2025

Комментарии • 84

  • @matalroja1406
    @matalroja1406 Год назад +14

    আজি পাঁচ ছয় দিন সকলো এৰি আটাইকেইটা খণ্ড শুনিলো, দোভাগ ৰাতি,,ভৰ দুপৰীয়া,ব্ৰহ্ম পুৱা,মুঠতে যেতিয়াই সময় পাইছোঁ তেতিয়াই,, মনত কেৱল এটাই ভাৱ চম্পা ইমান কঠিন কেনেকৈ,,কেনেকৈ ইমান দুখৰ বোজা প্ৰেমৰ অনুভূতি,ত্যাগৰ চৰম পৰ্যায় আৰু সাহস বুকুত বান্ধি সহিব আৰু হাঁহি হাঁহি মানি লব পাৰে। উপন্যাস খন পঢ়িছিলোঁ আগতেই কিন্তু পাঠকৰ গুণ মান্যতা তথা নিখুঁত পাঠৰ বাবেই চাগৈ চিৰ নতুন কাহিনীৰ দৰেই এক ৰহস্য ঘন ভৱেৰেই আকৌ শুনিলো। বৰষা ৰাণী বিষয়া বাইদেৱে প্ৰাণ ঢালি পাঠ কৰা চম্পাৰ চৰিত্ৰ টো যেন আমৰণ বুকুত তপত ধনু কাড় হৈ ফুটি ৰব।
    ইতি। শ্ৰোতা: ধীৰাজ হালৈ,নলবাৰী।

  • @subhalaxmisarma796
    @subhalaxmisarma796 2 года назад +21

    বুজাব নোৱাৰা অনুভৱ, আৱহ সংগীতৰ পৰা আৰম্ভ কৰি , প্ৰিয় শিল্পীসকলৰ অভিনয়ে হৃদয় ভেডি গ'ল, বহুদিনৰ ইচ্ছা পূৰ্ণ কৰাৰ বাবে অশেষ ধন্যবাদ 💐

  • @rawandreal99
    @rawandreal99 Год назад +5

    *সম্পূৰ্ণ দুই দিনৰ ভিতৰত গোটেই ৬৪টা অধ্যায় শেষ কৰিলোঁ। প্ৰথমবাৰ ২০১১ চনত, তাৰপাছত ২০১৬ ত আৰু এতিয়া তৃতীয়বাৰ। জীৱনত বহুত ফুৰ্তি, আমেজ পাইছোঁ কিন্তু এইখনৰ নিচা সকলোতকৈ বেলেগ আৰু এই নিচা আজীৱন একেই থাকিব। শেষত আকাশবাণীৰ সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ; উপন্যাস খনক এক জীৱন্ত ৰূপ দিয়া বাবে, বাকী উপন্যাস খনৰ বিষয়ে কোৱাৰ প্ৰয়োজন বোধ নকৰোঁ, অসমীয়া সাহিত্যৰ কালজয়ী ৰচনা; যাৰ কোনো অন্ত নাই... অসীমত যাৰ হেৰাল সীমা* ❤😢

  • @himkrishnadeka3529
    @himkrishnadeka3529 11 месяцев назад +1

    ❤️✨

  • @bedantarabha1461
    @bedantarabha1461 2 года назад +10

    আজি শেষ সেয়েহে মনত দূখ লাগিছে। চন্দন, চম্পা, গৌৰী, উমাৰ দৰে মোৰো আশা পূৰণ নোহোৱা দৰে লাগিছে। সপোন... সপোন হৈয়ে ৰ'ল তেনেকূৱা অনুভৱ হৈছে 🙂😒💔

  • @kalpanabarkataki5755
    @kalpanabarkataki5755 Год назад +3

    প্ৰতিটো খণ্ড‌ই মন্ত্ৰ মুগ্ধ হৈ শুনি গ'লো... বৰ সুন্দৰ হৈছে। শেষত বুকু খন বিষাই গ'ল....

  • @anamikabhuyan4141
    @anamikabhuyan4141 10 месяцев назад +2

    সৰ্বকালৰ শ্ৰেষ্ঠ উপন্যাসখন এনেদৰে ধাৰাবাহিক পাঠ কৰি আমাক উপকৃত কৰাৰ বাবে বহুত বহুত ধন্যবাদ। সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে। আপোনালোকৰ কণ্ঠত উপন্যাসখনে প্ৰাণ পাই উঠিছে, এনেকুৱা লাগিছে যেন চকুৰ আগত দেখি আছোঁ।❤

  • @jyotsnabaruahhandique2325
    @jyotsnabaruahhandique2325 8 месяцев назад +3

    বহুকেইবাৰ পঢ়িলোঁ এই কিতাপখন। তথাপি যেন হেঁপাহ নপলায়! এইবাৰ শুনিলোঁ পুনৰ। বহুত বেছি ভাল লাগিল সকলোৰে অভিনয়। ধন্যবাদ আকাশবাণী গুৱাহাটী কেন্দ্র।

  • @singerganeshnath4224
    @singerganeshnath4224 2 месяца назад

    Eman dhunia kahini bohut kandelu sompa tumi khosai mohan........bohut kandelu

  • @rimjimdutta6124
    @rimjimdutta6124 Год назад +2

    মনত এখন ছবি আঁকি লোৱা উপন্যাসখনক ইমান সুন্দৰকৈ নাট্যৰূপ দিয়াত অৰিহণা আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ শ্ৰদ্ধা আৰু শুভকামনা জনাইছোঁ।

  • @kulsumakhanam6415
    @kulsumakhanam6415 2 года назад +4

    কেলেই শেষ হ'ল😫😫😫😫😫😔😔

  • @momipawe1019
    @momipawe1019 Год назад +3

    আৰু কিবা শুনিবৰ মন থাকিল

  • @putuliborah1484
    @putuliborah1484 2 года назад +5

    শুনি আছোঁ প্ৰিয় উপন্যাস পাঠ

  • @deepjyotidas7193
    @deepjyotidas7193 Год назад +3

    অসীমত যাৰ হেৰাল সীমা বৰ আগ্ৰহেৰে প্ৰতিটো খণ্ডত শুনিলো।।।মই এজন ভাৰতীয় সৈনিক বৰ বেছিকৈ সময় দিব নোৱাৰোঁ ,যিখিনি সময় পাওঁ উপন্যাস খন শুনিবলৈ চেষ্টা কৰোঁ।।। মই ও বহুত emotionally বহুত দুৰ্বল , শুনি আৰু দুৰ্বল হৈ যাওঁ।।। ইয়াৰ ওপৰত এখন চিনেমা হলে বৰ সুখী হম।।।।।🙏🙏🙏🙏🙏

  • @ushamahanta2229
    @ushamahanta2229 2 года назад +3

    অতি সুন্দৰ হৈছিল উপন্যাসখনৰ পঠন । শেষ হ'ল , বেয়া লাগিছে । আকৌ এখন নতুন উপন্যাস আৰম্ভ কৰিলে ভাল পাম ।

  • @JONALI.
    @JONALI. 2 года назад +15

    উপন্যাসখনৰ প্ৰতিটো খণ্ড বৰ আগ্ৰহেৰে শুনিছিলো... প্ৰতিটো চৰিত্ৰ‌ই মনত সাঁচ বহুৱালে..
    লক্ষ্মীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী, চম্পা, ৰমা, ৰাধা, ৰূপহী, জয়া, মতি, তিলক, কেতেকী, মুকুতা, যদু খুৰা, নবীন আতৈ, আৰতি, মণি, যশোদা, আইদেউতা, বকুলীবাই, বৃন্দা, মনোহৰ বুঢ়া, আনন্দ, দেবযানী, ৰাম, শ্যাম, ডাক্তৰ, প্ৰফেচৰ, ফুকন, কবি লগতে লেখক....।।
    ধন্যবাদ আকাশবাণী গুৱাহাটী..🙏

    • @singerganeshnath4224
      @singerganeshnath4224 2 месяца назад

      Mur phalor porau teu lukor loi khoto kuti prnam ......❤

  • @kulsumakhanam6415
    @kulsumakhanam6415 2 года назад +4

    চম্পা,চন্দন।গৌৰী,উমা
    সদায়ে বুকুত থাকিব❤️❤️

  • @biplabshorts123
    @biplabshorts123 8 месяцев назад +3

    Jimanei sampa,gouri,chandan,uma,ashok r kotha monot pore mor soku panir dholo o jimn ximanei bari ahe 😢😢😢😢😢 kio bhogowan nisthur hoi emn j xukh r oporot dukh bur pasiye pasiye dhali di di asimat xima nehera loi k anondo pi 😢😢😢

  • @amggt2
    @amggt2 5 дней назад +1

    Aji 31 st december 2024
    Bosor tor logot sob episode ses kori dilu 😭😭😭

  • @tattooartstudiokukurmara7396
    @tattooartstudiokukurmara7396 2 года назад +7

    বহুত বহুত ধন্যবাদ আপোনালোকলৈ 🙏🙏🙏 কিতাপ খন পঢ়ি যিমান কান্দিছিলো, আপোনালোকৰ কন্ঠত শুনিও সিমানেই কান্দিলো।।।

  • @_PARI_2006
    @_PARI_2006 2 года назад +7

    প্ৰতি শুক্ৰবাৰে এই উপন্যাসখন শুনি আছিলোঁ। বৰ অধিৰ আগ্ৰহেৰে বাট চাই ৰও প্ৰতিটো শুক্ৰবাৰলৈ, কিন্তু আজিৰ পৰা যে আৰু শুনিব নাপাওঁ তাৰ বাবে বৰ দুখ পাইছোঁ😥😥।এই উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰ, কণ্ঠ, সংলাপ, শুনিয়ে চকুৰ আগত ভাঁহি আহে গোটেই উপন্যাসখনৰ দৃশ্য। অতি সুন্দৰকৈ অভিনয় কৰি আমাক শুনোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। আগলৈ এনে উপন্যাস শুনাব বুলি আশা কৰিলো।।।

  • @souravboruah513
    @souravboruah513 2 года назад +6

    অসীমত যাৰ হেৰাল সীমাৰ প্ৰতিটো খণ্ড বৰ আগ্ৰহেৰে শুনিলো, আজিৰ পৰা প্ৰায় ৩৭ বছৰৰ আগতে পঢ়া উপন্যাসখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পী সকলে সুন্দৰ পাঠ ,অভিনয়য় আৰু সংগীতেৰে প্ৰতিটো চৰিত্ৰ সজীৱ কৰি তুলিলে ।এই আপাহতে এনে সুন্দৰ অনুষ্ঠান প্ৰচাৰ কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ শিল্পী আৰু কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জনালো ।

  • @chimidatta6582
    @chimidatta6582 Год назад +4

    সদায় বুকুত থাকিব উপন্যাসখন 👀🥺❤️

  • @jantugaming510
    @jantugaming510 Год назад +2

    বহুত ভাল লাগিল

  • @labyasaikia6127
    @labyasaikia6127 2 года назад +3

    ধন্যবাদ আকাশবাণী গুৱাহাটী 🙏 প্ৰত্যেক শুক্ৰবাৰে শুনি অহা উপন্যাসখন আৰু শুনিবলৈ নাপাওঁ🥺

  • @saurovkoch4695
    @saurovkoch4695 2 года назад +3

    ধন্যবাদ আকাশবাণী গুৱাহাটী 🙏
    চম্পাৰ কথা ভাবিলে বহুত বেয়া লাগে 😔

  • @Dimpis309
    @Dimpis309 Год назад +1

    এই খন গ্ৰন্থৰ কাহিনী কোনো দিন পাহৰিব নোৱাৰিম। সছাকৈ এই গ্ৰন্থ খনত থকা চন্দন, চম্পা আৰু গৌৰিয়ে এক বিশেষ স্থান দখল কৰি লৈছে। হেজাৰ সুখৰ মাজোতো ইয়াৰ কথা মনলৈ আহিলে মনতো সদায় সেমেকি উঠে।

  • @sabnamafrin3146
    @sabnamafrin3146 2 года назад +5

    সচাঁকৈ এই উপন্যাসখনৰ যেন এক অন্যতম আকৰ্ষনীয় শক্তি আছে , যিয়ে সকলোকে আপ্লুত কৰি তোলে ❤️

  • @PlabitaDas-nc6xj
    @PlabitaDas-nc6xj 8 месяцев назад +1

    Keidin maan r pora akeraahe huni aji complete korilo, hosakoi bohut val lagil huni❤

  • @manjubrahma7228
    @manjubrahma7228 4 месяца назад

    Bor bhal lagile xuni👌👍🙏

  • @har-tk4xl
    @har-tk4xl 2 года назад +5

    সপোন ৰ পৰা সাৰ পাই আকৌ বাস্তৱ জীৱনলৈ ঘুৰি আহিলো ,,,,সপোনৰ শেষ নাই ,,,,আকৌ দেখিম নতুন সপোন,,, সেই সপোন অসীমত হেৰাই যাব,,,নহয় ময় সপোন দেখিম,,,তাৰ সীমা অসীমত হেৰাই নাযাব,,, উপন্যাস পাঠ অনুষ্ঠানৰ সকলো কৰ্মচাৰীলৈ বহুত ধন্যবাদ,,,, কাঞ্চন বৰুৱা চাৰলৈ ধন্যবাদ,,,🙏🙏🙏

  • @KuldharRabha
    @KuldharRabha 2 года назад +5

    অশেষ ধন্যবাদ আকাশবাণী গুৱাহাটী৷ 🙏
    #অসীমত_যাৰ_হেৰাল_সীমা
    #কাঞ্চন_বৰুৱা

  • @dipakkataky88
    @dipakkataky88 Год назад

    বহুত বহুত ধন্যবাদ আপোনালোকলৈ। উপন্যাস খন যিহেতু সাত বাৰ মান উৰাই ঘূৰাই পঢ়িছোঁ। বহুত শেহতীয়াকৈ youtube ত পাই একেৰাহে শুনি গলো। সচাঁই আপ্লুত হৈ পৰিলোঁ। অপূৰ্ব। কব নোৱাৰো,,,,গোটেই ৰাতি শুনি শুনি প্ৰায় 40 তা মান খণ্ড একে ৰাতিয়েই শুনিছোঁ। এনেদৰেই আগলৈকো যেন সুখপাঠ্য উপন্যাস বোৰ শুনিবলৈ পাই থাকোঁ।

  • @Parainiyapallabeedasin7777
    @Parainiyapallabeedasin7777 Месяц назад

    সচাই ভাবিব নোৱাৰা দুখ সকলোৰে মুখত শুনিছিলো এইখন উপন্যাসৰ সমান একোৱেই হব নোৱাৰে 💔😥

  • @Creative_mind08
    @Creative_mind08 2 года назад +1

    Bahut morom thakil

  • @priyankadas9974
    @priyankadas9974 2 года назад +1

    বহুত ভাল লাগিল দ্বিতীয় বাৰ লৈ শুনি

  • @smitabaishya8122
    @smitabaishya8122 Год назад +3

    Champa❤️🥺

  • @PRANABGOGOI9892
    @PRANABGOGOI9892 2 года назад +1

    ধন্যবাদ Alll india radio

  • @Tikendra2000
    @Tikendra2000 11 месяцев назад

    Kobo eku vaxa nai emn xundor 😔 thankyou akashbani ghy❤

  • @junmonidas203
    @junmonidas203 2 года назад +1

    শেষৰ ডোখৰ বৰ দুখ লাগিল

  • @barnalidas3473
    @barnalidas3473 2 года назад +2

    বহুত ভাল লাগিল ।

  • @bastobborah48
    @bastobborah48 2 года назад +1

    বহুতো ধন্যবাদ... বৰ আগ্ৰহেৰে প্ৰতি শুক্ৰবাৰলৈ ৰৈছিলোঁ | সকলো শিল্পীলৈ আন্তৰিক ধন্যবাদ আৰু শুভকামনা জনালোঁ | এটা অনুৰোধ পাৰিলে "কপিলীপৰীয়া সাধু" নৱকান্ত বৰুৱাৰ পাঠ কৰিবচোন | অন্যথা হিৰণ্য কাশ্যপৰ "সময়" | অধীৰ আগ্ৰহেৰে বাট চাম পৰৱৰ্তী উপন্যাসখনলৈ

  • @ranbirtamuli5407
    @ranbirtamuli5407 Год назад +1

    Bohut val lagil, plese Surjo mukhir swopno, Saiyad abdul malikor path koribo

  • @035ershadkhan4
    @035ershadkhan4 2 года назад +1

    ধন্যবাদ আকাশবাণী গুৱাহাটী ❤️

  • @nayanjyotisaikia2
    @nayanjyotisaikia2 2 года назад +1

    অনিন্দ্য সুন্দৰ। চিৰসেউজ। মনোমোহা পঠন, সংলাপ। ❤🙏

  • @dibyajyotinath77
    @dibyajyotinath77 2 года назад +2

    সিদিনা আৰম্ভ হৈছিল হে, শেষেই হ'ল আজি..!

  • @nabakantanath9921
    @nabakantanath9921 2 года назад +1

    শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটি অনুভূতি. গা শিঁয়ৰি উঠিল. প্ৰযোজক পৰিচালক তথা কথা শিল্পী সকলোলৈকে ধন্যবাদ.

  • @dhirukalpa.4327
    @dhirukalpa.4327 2 года назад +3

    শেষ সদায় দুখৰেই হইতুন সেই দুখ উপন্যাস খন শেষ হোৱাৰ নতুবা কিতাপখনৰ কাহিনী চৰিত্ৰ বোৰৰ সৈতে জন্ম া ঘনিষ্ঠতাৰ বাবে হয়। কিন্তু অসীমত যাৰ হেৰাল সীমা উপন্যাস খনৰ শেষ হই যোৱা অনুভব বোৰে অাঘাত কৰে হৃদযৰ অন্তৰম কোণত।
    কিয় শেষ হই ইমান সোনকালে?

  • @ajoyGogoi-h9s
    @ajoyGogoi-h9s Год назад

    Monot pori goise lorali

  • @Gamusanmekhelasadorsaneki225
    @Gamusanmekhelasadorsaneki225 2 года назад +4

    2007 t 2dinotei porhi hekh korisilu,, kiba jen khabo nupua bostu 1ta he khabo loisilu,,

  • @madhurjyaborah5478
    @madhurjyaborah5478 2 года назад +3

    শুক্ৰবাৰৰ এই সময়খিনি খুব হেঁপাহৰ আছিল । দিনটো ব্যস্ততা পিছত যেতিয়া ৰাতি আহি এই উপন্যাস খনি শুনো মনটো বহুত ভাল লাগি যায় । দুখ লাগিছে উপন্যাসখনি শেষ হলত । ধন্যবাদ আকাশবাণী গুৱাহাটী ।।

    • @oxompm6857
      @oxompm6857 Год назад

      Heh hoi gol niki 😰😰😰

  • @mridulmedhi3691
    @mridulmedhi3691 2 года назад +1

    Val lagil

  • @anjalinarzary6929
    @anjalinarzary6929 2 года назад +1

    বহুত বহুত ধন্যবাদ ।

  • @Justokay4525
    @Justokay4525 2 года назад +7

    The character "sampa" will remind me for some days....

  • @jbora9558
    @jbora9558 4 месяца назад

    অতি সুন্দৰ কাহিনী ❤❤

  • @jbora9558
    @jbora9558 4 месяца назад

    ❤❤❤xundr xongit❤

  • @janvik5505
    @janvik5505 Год назад

    ইমান সুন্দৰ উপহাৰ দিয়াৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰক অশেষ ধন্যবাদ। কিমান বাৰ শুনিম তাৰ সীমা নাই।

  • @dhanjitkumarnath7661
    @dhanjitkumarnath7661 2 года назад +1

    অশেষ ধন্যবাদ ৷

  • @Tushar22370
    @Tushar22370 11 месяцев назад

    অসীমলৈকে শুনি থাকিব মন যায় । কিয় শেষ কৰিলা 😔🥲

  • @anjudutta4109
    @anjudutta4109 2 года назад +2

    ♥️♥️♥️♥️

  • @anushmita4379
    @anushmita4379 2 года назад +1

    Uff✨

  • @attemptsexam6538
    @attemptsexam6538 2 года назад +2

    অনৰোধ কৰিছো আকাশৱানী উপন্যাস টিত ব্যবহাৰ কৰা গীত আৰু শব্দ Music সমূহ short short কৈ দি দিয়ক ৷

  • @barashakalita5238
    @barashakalita5238 8 месяцев назад

    চম্পা❤

  • @bipulsaikia4663
    @bipulsaikia4663 2 года назад +1

    সংগী এজনক হেৰুৱাই পেলোৱাৰ দৰে লাগিছে।

  • @jivarpani3504
    @jivarpani3504 2 года назад

    শেষ😭😭😭

  • @LETHALSHOT-g3l
    @LETHALSHOT-g3l Год назад +1

    😭😭😭😭

  • @Mousom_Pabanvlog
    @Mousom_Pabanvlog 2 года назад +1

    ভাল লাগিল । ধন্যবাদ 🙏🙏

  • @barshabaruah6401
    @barshabaruah6401 Год назад +1

    ❤❤❤❤❤❤❤❤

  • @Tridipsaikia7695
    @Tridipsaikia7695 Год назад +1

    এনেদৰে অনুৰাধাৰ দেশ নামৰ উপন্যাস খন ও প্ৰচাৰ কৰিব বুলি আশা ৰাখিলো

  • @momipawe1019
    @momipawe1019 Год назад

    Thanks sar

  • @minukachari714
    @minukachari714 2 года назад +1

    ❤️❤️❤️❤️

  • @rumidevi1901
    @rumidevi1901 2 года назад +1

    অনন্য প্ৰতিভাশালী সকলৰ কথা অভিনয়,বহুত ভাল লগা ,বাকী আছে অনাগত পোহৰৰ আশা.....

  • @amritboruah8458
    @amritboruah8458 2 года назад

    ধন্যবাদ !

  • @ranadeeprobidas3974
    @ranadeeprobidas3974 Год назад

    Eyar part 2 hobo lagisil

  • @UshaRaniBarman-yr7fo
    @UshaRaniBarman-yr7fo Год назад +1

    বহুত ভাল লাগিল |

  • @jibongogoi1777
    @jibongogoi1777 Год назад +2

    ❤️❤️❤️

  • @adityameatshop5848
    @adityameatshop5848 Год назад +1

    ❤️❤️❤️❤️

  • @kabitakalita9180
    @kabitakalita9180 Год назад

    ❤❤

  • @JuriDeka-xq5uc
    @JuriDeka-xq5uc Месяц назад

    ❤❤