Комментарии •

  • @hirakjyotimedhi8537
    @hirakjyotimedhi8537 2 года назад +4

    গাওঁখন যে সঁচাই বিৰাট বেছি ধুনীয়া। সাধুকথাৰ গাওঁ যেন ভাৱ হয়, চাই থাকিলে। আপোনালোকলৈ বহুত মৰম।

    • @amargaon3296
      @amargaon3296 2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @rudramatak742
    @rudramatak742 Год назад +1

    সুন্দৰ অসমীয়া ৰন্ধন প্ৰণালী। সঁচাই আমাৰ চহকী জাতীয় খাদ্যৰ তুলনা
    নাই।

  • @aarhismagicmoments2840
    @aarhismagicmoments2840 2 года назад +6

    প্ৰতি বাৰেই আপ্লুত হও।। ইমান সুন্দৰ উপস্থাপন কেনেকৈ কৰিছে।।। অকৃত্ৰিম। ।।

  • @cartoonassam2866
    @cartoonassam2866 2 года назад +2

    সৰল গাঁওলিয়া প্ৰতিচ্ছবি ইমান সুন্দৰ কৈ উপস্থাপ কৰিছে ,দেখি বৰ ভাল লাগি গল,

  • @pranjaldas6416
    @pranjaldas6416 2 года назад +4

    ইমান সুন্দৰ পৰিৱেশ, ইমান মৰমলগা ল'ৰা ছোৱালী দুটা, দেখিলে কিবা মনটো ভাল লাগি যায় | বহুত ভাল লাগিল |

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ সহযোগৰ বাবে

  • @dimpibora9956
    @dimpibora9956 2 года назад +16

    ঘৰ আৰু গাঁও খনৰ পৰিবেশতো অতি সুন্দৰ 🥰 অকনমানি জনী মাততো মৰম লগা ❣️

  • @parakhasonowal2452
    @parakhasonowal2452 2 года назад +6

    কি সুন্দৰ পৰিৱেশ বুজাবলৈ ভাষা নাই গাওঁ খনৰ নামটো কবনে❤❤❤

    • @amargaon3296
      @amargaon3296 2 года назад

      Dhanyawad janalu 🙏 Borhat Charaideo district

  • @pranjal3276
    @pranjal3276 2 года назад +2

    Video bur sai bohut val lage ekdom lorali kotha monot pelai diye o mon val lagi jai

    • @amargaon3296
      @amargaon3296 2 года назад +1

      Dhanyawad apunaloi 🙏

    • @pranjal3276
      @pranjal3276 2 года назад

      @@amargaon3296 🙏🙏🙏🙏🙏🙏

  • @paragrabha567
    @paragrabha567 2 года назад +2

    Aponalokor gao khan bor dhuniya baideo

  • @imonbaruah3126
    @imonbaruah3126 2 года назад +2

    বাইদেউ, কনমানি জনী বৰ মৰম লগা। আপোনাৰ সকলো বোৰ video আমি বহু আদৰৰে চাও। নমস্কাৰ গ্ৰহণ কৰিব, ইমন বৰুৱা...

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @mitumonibora1023
    @mitumonibora1023 Год назад +1

    আপোনাৰ video বোৰ সদায় চাই থাকো আৰু ইমান ধুনীয়া লাগে । লৰা ছোৱালী 2তা ইমান মৰম লগা।

    • @amargaon3296
      @amargaon3296 Год назад

      অশেষ ধন্যবাদ আপোনালৈ

  • @manoshahom9190
    @manoshahom9190 2 года назад +2

    Oti Hundor 😊❤️❤️bht val lage o apunalukor poribekh tu aru vdo br u bht vl lage

  • @Kaushik632
    @Kaushik632 2 года назад +2

    সছাঁকৈ বৰ সুন্দৰ দেই।
    চাৰিওফালে সেউজীয়া পৰিৱেশ, মন বিমোগ্ধ কৰি তুলে।
    বাকী খাদ্য সম্ভাৰ ৰ কথা তো নকওঁ য়ে দেখিলেই লোভ লাগে।😋😋😋

    • @amargaon3296
      @amargaon3296 2 года назад +1

      বহুত বহুত ধন্যবাদ আমাক ইমান মৰম দিয়া বাবে

  • @gearup590
    @gearup590 2 года назад +14

    This channel should get more appreciation... The cinematography, background music etc all 10/10 ... Just curious to know which part of Assam the place belongs to..?

    • @amargaon3296
      @amargaon3296 2 года назад

      Thankyou so much 💕🙏,we r from Borhat Charaideo district

  • @hemalatachoudhury2082
    @hemalatachoudhury2082 2 года назад +2

    সছাকৈ দেই ম ই আপোনাৰ এই ভিডিঅবোৰ চাই বৰ আনন্দ পাও লগতে বহুত বনোৱা খিকিব পাৰিছো,বেছি মছলা নোহোৱাকৈ বহুত ভাল লাগে এনেকৈ আগলৈ চাবলৈ পাম বুলি আশা থাকিল

    • @amargaon3296
      @amargaon3296 2 года назад

      Nischoi, bahut bahut dhanyawad gyapon korisu

  • @samimsultana4699
    @samimsultana4699 Год назад +1

    Emn dhunia Gaon xon logote kokayek voniekr morom buru dhuniake futi uthise,

  • @madhandevi7557
    @madhandevi7557 2 года назад +2

    Ufff ..mon muhi jua ata video ... Ki kom , hai agr din loi mn t pori gol ... Bht bht dhnyabad video tur babe ....

    • @amargaon3296
      @amargaon3296 2 года назад

      Thanks a lot 🧡 apunar hahojugor babe

  • @pradipborah5138
    @pradipborah5138 2 года назад +7

    মনটো শৈশৱলৈ উৰা মাৰে ! সচাঁই অপূৱ উপস্থাপন!

    • @amargaon3296
      @amargaon3296 2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ

  • @purabidas2186
    @purabidas2186 2 года назад +4

    😍😍😘😘😘...অকনমানি জনী বৰ মৰম লগা...দুয়োটিকে মৰম লাগে দেই...👌👌👍👍...

  • @aradhyahazarika953
    @aradhyahazarika953 2 года назад +2

    ৰাতিপুৱা তে ইমান ধুনীয়া ভিডিঅ'টো চাবলৈ পালোঁ লগতে ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু কি‌ কম... অপেক্ষা কৰিলোঁ নতুন এটা ভিডিঅ'লৈ

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ আপোনালৈ🧡💕🙏🙏🙏🙏🙏

  • @bolinathmili1403
    @bolinathmili1403 2 года назад +3

    ছোৱালীজনী ইমান মৰম লগা

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @jitulsonowal1377
    @jitulsonowal1377 2 года назад +2

    Gaon manu kane bor morral ❤️🛌❤️

  • @সময়বোৰপাখিলগা

    এতা সুন্দৰ মনোমোহা দৃশ্য 🥀😍

    • @amargaon3296
      @amargaon3296 2 года назад

      ধন্যবাদ আপোনালৈ

  • @mainarabha1222
    @mainarabha1222 2 года назад +1

    Iman morom loga ....baba aru maina joni, logote ....bou joni amar Asom r lokhimi .

  • @dipankardas9732
    @dipankardas9732 2 года назад +1

    Hosai bohut hundor

  • @jujupepe5976
    @jujupepe5976 2 года назад +2

    morom loga ke khaise suali tu bhat 😘😘

  • @stylishlife1
    @stylishlife1 2 года назад +2

    gaor khundor poribekhr video sai he val pau.. gaor nisina kotu hbo nware..😍🥰

  • @borphigogoi9610
    @borphigogoi9610 2 года назад +3

    আপোনাৰ ভিডিঅবোৰ চালেই শৈশৱৰ পাৰ কৰি অহা পদুমফুলা গাওঁৰ স্মৃতিয়ে আমনি কৰে। কেঁচা মজিয়াত এনেদৰে ভাত খাইছিলো পীৰাত বহি। গৰমৰ দিনকেইটাত হাতত বৰশী লৈ গছৰ ছাঁ পৰা ঠাইত বৰশী টুপিয়াইছিলো। আপোনাৰ আজিৰ ভিডিঅটো বহুত বেছি ভাল লাগিল। ৰূপহী অসমৰ, সেউজীয়া বোৰ ধৰি ৰাখিছে আপুনি। আপোনাৰ ভাল হওক....

    • @amargaon3296
      @amargaon3296 2 года назад +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @mainabordoloi8544
    @mainabordoloi8544 2 года назад +3

    ইমান ধুনীয়া লাগিছে গাওঁৰ সেউজীয়া পৰিৱেশটো😊লগতে আপোনাৰ পাকঘৰটো বহুত ভাল লাগে😊

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @jyotidas4933
    @jyotidas4933 2 года назад +1

    Bohut dhuniya hoise dekhibo khabole aru val lagibo baideo

    • @amargaon3296
      @amargaon3296 2 года назад

      Okhekh dhanyawad apunaloi 🙏🙏🧡

  • @manikhazarika8920
    @manikhazarika8920 2 года назад +1

    ইমান ধুনীয়া গাঁৱৰ সংস্কৃতি দাঙি ধৰিছে ,vedio quality is best

  • @deepabora1865
    @deepabora1865 2 года назад +2

    বৰ সুন্দৰ লাগিছে মনোমোহা পৰিবেশৰ মাজত ধুনীয়া ‌থলুৱা ৰেচিপি বোৰ চাই বৰ ভাল লাগিছে ❤️

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ

  • @prasantagoswami1477
    @prasantagoswami1477 8 месяцев назад

    মোৰ হ'লে ঔটেঙা গছজোপালৈ চকু। ইমান ধনীয়া গছজোপা চাৰিকুৰী বছৰতকৈ কম ন'হব।তাত বহুতৰে সৰুকালৰ স্মৃতি লুকাই আছে। বৰশি মৰাটোপোৱা দৃশ্য মোৰ জীৱনৰ সৰু কালৰ কথা মনত পৰি গৈছে। চিলাও উৰাইছিলো। আপোনালোকৰ video বোৰে মোক আকৌ ডেকা কৰিছে কাৰণে বহুত ভাল লাগে।

  • @Kun280
    @Kun280 2 года назад +2

    Video kita sai mon tu val lagi jai

  • @ankursaikia9820
    @ankursaikia9820 2 года назад +2

    নোহো জনী বৰ মৰম লগা ❤️❤️ এনেকৈ তাইকো দেখাব মাজে মাজে ❤️❤️ আপোনালোকৰ তিতা কেৰেলা ‌বইল ৰেচিপি‌ চাই মইও বনাইছো মানুহ জনে‌ খাই ভাল পাইছে 👍 ধন্যবাদ আপোনাক

    • @amargaon3296
      @amargaon3296 2 года назад +1

      বহুত বহুত ধন্যবাদ recipe বিলাক try কৰা বাবে, এনে থলুৱা recipe মাজে সময়ে খায় থাকিলে বেছি ভাল লগা হৈ গৈ থাকে । Nuhu ক মাজে সময়ে দেখুৱাব চেষ্টা কৰিম , গৰম বেছি বাবে সদায় shooting লৈ নিবলৈ অসুবিধা হয়

  • @dineshdas4031
    @dineshdas4031 2 года назад +1

    Gaon xsa bhuat Val.....baideu bhuat bhal lage apunar video sai.... God bless you

  • @nayanmonichabukdharabobi9489
    @nayanmonichabukdharabobi9489 2 года назад +2

    Apunar video sai bor val lage, apunar lora suali hal bor morom loga

  • @goodnathchetia6587
    @goodnathchetia6587 2 года назад +8

    The video is recalling the old memories of old days with our family

  • @prasenteron2330
    @prasenteron2330 2 года назад +2

    Deha aru dehi joni moram lage video tu sai val lagil

    • @amargaon3296
      @amargaon3296 2 года назад

      💕💕💕🙏🙏🙏🧡🧡🧡🧡🧡

  • @rumibegum4208
    @rumibegum4208 2 года назад +6

    লেহেতী শাকৰ খাৰ খায় পোৱা নাই খাই চাব লাগিব আৰু আপোনাৰ ভিডিঅ চাবৰ কাৰনে সদায় অপেক্ষাত থাকো পৰিবেশটো ইমান ভাল লাগে সদায় এনেদৰে আগবাঢ়ি যাওক 🥰🥰🥰

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @nilakshiborahkalita1901
    @nilakshiborahkalita1901 2 года назад +2

    আপোনাৰ ভিদিঅ বোৰ চাই সদায়েই মনটো ইমান ভাল লাগে ।আপোনাৰ লৰাই মাছ ধৰা দেখা পাই মোৰ লৰাইও মাছ ধৰিবলৈ যায়। অশেষ মৰম যাঁছিলো ❤️🥰😘

    • @amargaon3296
      @amargaon3296 2 года назад

      অশেষ ধন্যবাদ আপোনালৈও।

  • @housewifejoyshree1811
    @housewifejoyshree1811 2 года назад +2

    Hosakoi bor hundor poribeh.apunar video 'music aru akonmani duta bor bhunia

  • @deepjyotidutta6827
    @deepjyotidutta6827 2 года назад +1

    আপোনাৰ video বোৰ চাই বৰ ভাল লাগে। গাওঁত থাকি অসমীয়া থলুৱা খাদ্য খোৱাৰ মজাই বেলেগ।

  • @bhubankhanikor4763
    @bhubankhanikor4763 2 года назад +2

    আপোনাৰ ভিডিঅ বিলাকে আকৌ অতীতলৈ লৈ যায়,টিকলা কিতা ইমান মৰম লগা,আৰু আমাৰ গাঁৱৰ বহুতৰ ঘৰতে আগ ভগা কটাৰী এখন থাকেই যেন পাও,,,,

  • @commando7664
    @commando7664 2 года назад +3

    লোৰালী কাল মনত পৰি গল অ বৰশী দেখি।

  • @rajdeephandique1060
    @rajdeephandique1060 Год назад

    Gaon khon iman dhuniya..tate thakibo mon juy...bohut hundor huowni.... bohut vall lage apunar video bur .....🙏🙏🙏

  • @pabitrigogoi5229
    @pabitrigogoi5229 2 года назад +5

    চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া 😍💚💚 সুন্দৰ 👍 অপ্ৰেক্ষা কৰি আছিলোঁ আপোনাৰ vlog চাবলৈ 🥰🥰 বাবু আৰু ধুনু মাইনা লৈ বহুত মৰম যাচিলো 😘😘🤗

    • @amargaon3296
      @amargaon3296 2 года назад +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @goodnathchetia6587
    @goodnathchetia6587 2 года назад +6

    Thanks for the exlent videos of our traditional diets of Northeast as well as India which is a very healthy to all

  • @roktimbora3164
    @roktimbora3164 2 года назад +5

    যোৰহাটৰ পৰা ছাই থাকো বৰ ভাল লাগে আপোনালোকৰ ভিডিঅ বোৰ ছাই💐💐💐

    • @amargaon3296
      @amargaon3296 2 года назад +1

      বহু বহুত ধন্যবাদ জনাইছোঁ

  • @snigdhasarmah5935
    @snigdhasarmah5935 2 года назад +3

    সুন্দৰ। লগতে নুহু মাইনা জনিলৈ বহুত বহুত মৰম 😘দিলো

  • @binitadeori8726
    @binitadeori8726 2 года назад +2

    Apunar video saake mur ghorole borke monot pore nojonakoy sokur paani Boise..... really missing my family hometown too....i live in tamilnadu coimbatore i hv two princess five years and three years old.... lot's of love too kids

    • @amargaon3296
      @amargaon3296 2 года назад

      Thankyou so much 💕 , lots of love to your kids from our channel

  • @mamubegum6826
    @mamubegum6826 2 года назад +2

    Bohut bohut val lagil vediotu sai👌

    • @amargaon3296
      @amargaon3296 2 года назад

      Okhekh dhanyawad gyapon korisu

  • @nitugogoi3755
    @nitugogoi3755 2 года назад +1

    সচাই‌ আপোনাৰ হাতত ‌জাদু আছে ।ইমান সুন্দৰ খাদ্য আৰু সোৱাদলগা জুতি লগা আঞ্জা ৰান্ধে শুকান মাছ ,কচু, লেহেতি শাক,গৰৈ মাছৰ পিটিকা সচাই খাই খুব ভাল লাগে। আমাৰ গাঁৱৰ পৰিবেশ সচাই খুব ‌মনোমোহা video বোৰ চাই থাকিলে চাই থাকিবৰ মন যায়। আগলৈও যেন এনেকৈয়ে নতুন নতুন আঞ্জাৰে বনোৱা খাদ্য বোৰ চাই থাকিব পাওঁ তাৰেই আশা ৰাখিছোঁ।👍👌🔥😊🌹❤️💐

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ ইমান মৰম দিয়া বাবে

  • @susangitaDevichetia
    @susangitaDevichetia 2 года назад +2

    বৰশী বোৱা দেখি আগৰ দিনবোৰ মনত পৰি গল। খুব ভাল লাগে। ইমান সুন্দৰ কৈ ৰান্ধিছে। সঁচাকৈ এবাৰ হলেও সোৱাদ লমগৈ কিন্তু দেই 😋। ❤️❤️

    • @amargaon3296
      @amargaon3296 2 года назад +1

      🙏🙏💕💕☺️☺️☺️ dhanyawad janalu

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 2 года назад +2

    বিৰাট ভাল লাগিল

  • @vailinasonowal1887
    @vailinasonowal1887 2 года назад +2

    Apunar porai hikisu kisuman bostu bonable try kru vl lge

  • @goodnathchetia6587
    @goodnathchetia6587 2 года назад +5

    These are our traditional natural pure and heathy of Assam Perhaps so our
    old people were very strong and healthy

    • @amargaon3296
      @amargaon3296 2 года назад

      May be, thank u so much 💕🙏

  • @hiranyabhuyan8238
    @hiranyabhuyan8238 2 года назад +5

    Aaji besi bhal lagile maina joni bhat khuwa dekhi, so cute. ❤️❤️❤️

    • @amargaon3296
      @amargaon3296 2 года назад

      💕💕🙏🙏🙏💕💕💕 thanks

  • @bobita98
    @bobita98 Год назад +1

    Konmani maina Joni bor morom loga ❤️❤️

  • @rashmibora2076
    @rashmibora2076 2 года назад +2

    কি যে ধুনীয়া টিকলী জনীয়ে ইমান মৰম লগাকৈ ভাত কেইটা খাইছে ♥️😍

    • @amargaon3296
      @amargaon3296 2 года назад

      😊😊😊😊🙏🙏🙏🙏💕💕💕💕💕

  • @mousumibaishya9048
    @mousumibaishya9048 2 года назад +3

    Aapunar video bur saleo sai thakibo mon jai..emn dhuniake bonai🥰🥰

  • @dipjyotiburagohain5273
    @dipjyotiburagohain5273 2 года назад +2

    Hundor....tikliye vat dhuniya k khaise etu eta val sign karon ajikli horu lora swli mobile nhole vat khboi nwre.

    • @amargaon3296
      @amargaon3296 2 года назад +1

      Dhanyawad, bahut hundor comment tumar

  • @manashibora8098
    @manashibora8098 2 года назад +2

    সদায় দিয়া দৰে এটা অতি সুন্দৰ ভিডিও চাই বৰ ভাল লাগিল

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @jitamoniscollection9210
    @jitamoniscollection9210 2 года назад +2

    Abar like korilu but aru abar koribole loisu..... Bohut val lage apunar videos bur... Love from Golaghat ❤

    • @amargaon3296
      @amargaon3296 2 года назад

      🧡🧡🧡🙏🙏🙏🙏🙏 dhanyawad apunaloi

  • @jkpkskitchen7425
    @jkpkskitchen7425 2 года назад +3

    সঁচাকৈ বাইদেউ, আপোনালোকৰ ভিডিও বোৰ দেখিলে পূৰণিকলীয়া সৌ দিনবোৰৰ কথা বৰকৈ মনত পৰে।

    • @amargaon3296
      @amargaon3296 2 года назад +1

      অশেষ ধন্যবাদ আপোনাৰ মৰম আৰু সহযোগৰ বাবে

  • @junugogoi4458
    @junugogoi4458 2 года назад +2

    বৰ ভাল লাগিল

    • @amargaon3296
      @amargaon3296 2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ

  • @himanichakravarty1618
    @himanichakravarty1618 2 года назад +2

    Xuwoni amar gaon-khoni xompurna tulona-bihin..
    Long live Hindu Nation India..

    • @amargaon3296
      @amargaon3296 2 года назад +1

      👍👍🧡💕💕🙏🙏🙏🙏thank you 🙏💗

  • @rashmitadas4476
    @rashmitadas4476 Год назад +1

    Xundor gaw dei ❤️ tazpur or pora morom jaselu 😘🥰✨ maina jone bor morom loga dei ❤️

  • @jayadas488
    @jayadas488 2 года назад +2

    Moina joni iman morom lga

  • @cartoonassam2866
    @cartoonassam2866 2 года назад +2

    ধুনীয়া লাগি গল 🥰❤️❤️❤️❤️❤️❤️😘😘

  • @bolinathmili1403
    @bolinathmili1403 2 года назад +3

    আপোনালোকৰ ভিডিঅ' অপেক্ষা কৰি থাকো I গাঁৱত ল'ৰা গাঁৱত পৰিবেশ ভাল লাগে

    • @amargaon3296
      @amargaon3296 2 года назад

      Okhekh dhanyawad gyapon korisu

  • @twzubeengaming2996
    @twzubeengaming2996 2 года назад +2

    Bohut bohut bohut..
    . Hukhi moi agor video t moi coment kora reply j video dara reply palu... So many many thanks 🥰🥰🥰🥰🥰🥰🥰 moja

    • @amargaon3296
      @amargaon3296 2 года назад

      😊😊😊😊😊🙏🙏🙏🙏🙏🙏🙏💕💕💕💕💕

  • @ultimateviwe
    @ultimateviwe 2 года назад +1

    Baido moi bhut vl paw gaon video ,aru basikoi rati puwa hui uthi Belitu dekhile I love village ,moi gaon r lora hoi

  • @hemashriskitchen
    @hemashriskitchen 2 года назад +1

    Originally Assamese food quality jene hoi thik teneke apuni maintain kari video bur bonay but moi gharat apunar recepie bur try karisu jodio ene feel hoi jen food items bur exact apuni banoa dore hoa nai buli😊usorot ghar hoa hole sure 👍apunar tat golu hoi 🥰🥰bahut marom thakil.....

    • @amargaon3296
      @amargaon3296 2 года назад

      বহুত বহুত ধন্যবাদ recipe বিলাক try কৰা বাবে, এনে থলুৱা recipe মাজে সময়ে খায় থাকিলে বেছি ভাল লগা হৈ গৈ থাকে । 🧡🧡🧡🧡🧡🧡

  • @rekhagogoi9098
    @rekhagogoi9098 2 года назад +2

    Apunar loratu aru betijoni bor morom loga video tu bohut Val lagil logote recipekaita.💯💯💯❤️❤️❤️❤️👌👌👌👌🥰😋😋😋💯💯💯🔱🔱🔱🙏

    • @amargaon3296
      @amargaon3296 2 года назад +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @Drawaswell
    @Drawaswell 2 года назад +2

    Ba leheti xaak Mur priyo xaak botoror ebar uta xaak Kai bohut bhal apunar fora janilu aru dibo bhal bhal vedio

    • @amargaon3296
      @amargaon3296 2 года назад +1

      Thankyou so much 💕🙏🙏🙏🙏

  • @tridipraja_vlogs2432
    @tridipraja_vlogs2432 2 года назад +1

    Kobole vakha ni bohut vl lagil , lora - suwali dutak bohut morom jasilu 💕💕

  • @binandagogoi8762
    @binandagogoi8762 2 года назад +1

    Anakua lifeor mojjai balag . Val lagil ....

  • @Biswajeet-tsk
    @Biswajeet-tsk 2 года назад +3

    bahut dhunia gaon , poribesh tu moja. camera man and video editing so good.

    • @amargaon3296
      @amargaon3296 2 года назад

      Thankyou so much 💕🙏🙏

  • @chitraliphukan1352
    @chitraliphukan1352 2 года назад +2

    সঁচাকৈয়ে বৰ অনুপম ভিডিঅটো, চাই আপ্লুত হলো।

    • @amargaon3296
      @amargaon3296 2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @summonidutta4105
    @summonidutta4105 Год назад

    Bohut Val lgea apunalukor video bur sai....Emn dhunia uposthapon ❤

  • @nabojyotigogoi9032
    @nabojyotigogoi9032 2 года назад +1

    Apunalukar video bur Sai bohut bhal lage... Agoloi u vhal vhal video Pam buli akha korilu ...

    • @amargaon3296
      @amargaon3296 2 года назад

      Nischoi, dhanyawad janalu 🙏🙏

  • @bdrocks8035
    @bdrocks8035 2 года назад +1

    অতীৱ সুন্দৰ!ইমান সুন্দৰ উপস্থাপন।লেহেতি আৰু কলমৌ আজিৰ প্ৰজন্মই চিনিব নে? গৰৈ মাছকে হয়তো দেখাই নাই!আৰু বৰশী?সেয়া ধুৱা চাঙত!কেচু আৰু বৰলৰ টুপ দি কিমান যে মাছ ধৰিছিলো!আটা দিও ধৰছিলো,ছেঙেলী মাছ উঠে!কিমান যে নিভাঁজ।নঙলা খুলি,জেউৰা,জপনা কত যে কি আছিল,গাওঁৰ ঘৰত।এতিয়া সকলোতে নেট!ইন্টাৰনেট নহলেই যেন সকলো শেষ।মন যায় আপোনাৰ পিৰালিত ধাৰি পাৰিয়েই নিহালীখন চপাই লম!তন্দ্ৰা নামি আহিব জোনাক অহাৰ বাটেৰে!
    বহুত বহুত শুভেচ্ছা জনালোঁ।কনমইনা কেইটাই ৰামধেনু আঁকি দিয়ক জীৱনৰ!

    • @amargaon3296
      @amargaon3296 2 года назад

      আপোনাৰ comment পঢ়ি সঁচাই বৰ সুখী হওঁ

    • @bdrocks8035
      @bdrocks8035 2 года назад +1

      @@amargaon3296 অতিশয় সুখী হলো।

  • @abinayrabha
    @abinayrabha 2 года назад +1

    Video khon sai jibhar pani olai gol ( love from goalpara )

  • @pubaliborah2023
    @pubaliborah2023 2 года назад +1

    Bor hundor baideu ....💚💚💚

    • @amargaon3296
      @amargaon3296 2 года назад

      💕💕🙏🙏🙏🙏🙏

  • @resminjulovlogs8804
    @resminjulovlogs8804 2 года назад +2

    Bahut dhonia lagise

  • @prabalgoswami2427
    @prabalgoswami2427 2 года назад +2

    Barhiya haise aponer recipebor . Anekuwa recipe khub Val lage .

  • @bikashlimbu5183
    @bikashlimbu5183 2 года назад +1

    Bohut val lagil notun hodorsho holu apunar video hodai sam ba

  • @TL-PAPU
    @TL-PAPU 2 года назад +2

    Baideu aponar gaukhan bar dhuniya puwa aru godhuli sai bar vl lage.aponi anekoi xadaii gaur video d aguwaii jai jate tare kamona karilu🙏🙏🙏

    • @amargaon3296
      @amargaon3296 2 года назад

      Bahut bahut dhanyawad gyapon korisu 🙏

  • @geetanjalidevi9519
    @geetanjalidevi9519 2 года назад +1

    সকলো থলুৱা ৷আগবাঢ়ি যাওক ৷

  • @jutikadeuri5790
    @jutikadeuri5790 2 года назад +2

    Video tu bohut derike holeu sau nasale val e nalage bohut val lagile

    • @amargaon3296
      @amargaon3296 2 года назад

      Dhanyawad apunaloi 🙏🙏🙏 heartity

  • @jharnaphukan998
    @jharnaphukan998 2 года назад +1

    Apunar suwalijoni xanghatik morom lage,loratuku morom lage😘😘😘😘😘

  • @drawingworld4.058
    @drawingworld4.058 2 года назад +1

    Moja lagib khai

  • @binoynath4578
    @binoynath4578 2 года назад +2

    2008 one,s a boil...the ...test......con,t forget

  • @sabinayasmin5814
    @sabinayasmin5814 2 года назад +2

    Tmk dekhile yenekua lge je
    Gaon or life ye best life
    City t thaki thaki amoni lga hl
    Tmr vlogs sai hei mnr hnti lou😊
    Thnks 🙏vl vl vlogs or babe 😊

    • @amargaon3296
      @amargaon3296 2 года назад

      🙏🙏🙏🧡🧡🧡🧡🧡🧡💕💕💕

  • @priyankhu
    @priyankhu 2 года назад +1

    Hundor

  • @thunukathakuria1769
    @thunukathakuria1769 2 года назад +1

    Gaong khon dhuniya logte soru lorajonr bebohar kothabotora khub morom lage

    • @amargaon3296
      @amargaon3296 2 года назад

      👍👍🙏💕💕💕💕💕💕💕🙏🙏🙏🙏

  • @paparibhattacharya7269
    @paparibhattacharya7269 2 года назад +2

    Mur suali joni e u agote mur kahi r pora khai aku agor kotha bur monot pori goise. Khub khundar jibon

    • @amargaon3296
      @amargaon3296 2 года назад

      🙏🙏🙏💕💕💕💕☺️☺️☺️☺️☺️

  • @gitanjalikalita949
    @gitanjalikalita949 2 года назад +34

    Gaon kn xosake bhhtt dhuniya...ratipuwa video tu sai montu bujabo nuwaru kiba ata vl lagi gol

    • @amargaon3296
      @amargaon3296 2 года назад +2

      Okhekh dhanyawad apunaloi 🙏

    • @dhurbajyotigogoi7367
      @dhurbajyotigogoi7367 2 года назад

      Kot aase gaon khan jabo min jai.

    • @LipikaGogoi
      @LipikaGogoi 2 года назад

      Hi friend, please also support me, watch my videos 🙏🙏

    • @adgh346
      @adgh346 2 года назад

      @@amargaon3296 ❤❤❤❤❤❤😍😍😍😍😍🙏🙏🙏😘🤘🤘🤟🤟👍😂
      ◢💙◣ ◢💖◣
      💙💙💙◣ ◢💖💖💖
      ◥💙💙💙💖💖💖◤
      ◥💙💙💖💖◤
      ◥💙💖◤
      ◥ ◤
      🌒🌓🌔🌕🌖🌗🌘
      🌙❤❤🌙❤❤🌙
      ❤💓💓❤💓💓❤
      ❤💓💓💓💓💓❤
      🌙❤💓💓💓❤🌙
      🌙🌙❤💓❤🌙🌙
      🌙🌙🌙❤🌙🌙🌙
      🌒🌓🌔🌕🌖🌗🌘
      🌒🌓🌔🌕🌖🌗🌘
      🌙❤❤🌙❤❤🌙
      ❤💓💓❤💓💓❤
      ❤💓💓💓💓💓❤
      🌙❤💓💓💓❤🌙
      🌙🌙❤💓❤🌙🌙
      🌙🌙🌙❤🌙🌙🌙
      🌒🌓🌔🌕🌖🌗🌘
      ⠀ 💝💝 💝💝
      💝🍡🍡💝🍡🍡💝
      💝🍡🍡🍡🍡🍡💝
      💝 Miss you! 💝
      💝🍡🍡🍡💝
      💝🍡💝
      💝

    • @rafikabegum2926
      @rafikabegum2926 2 года назад

      hosa koise eman bhal lage no

  • @jayantakumarborah
    @jayantakumarborah 2 года назад +1

    Chutki bor cute aru morom loga ..taikhe sabole bhal hoise

    • @amargaon3296
      @amargaon3296 2 года назад

      Dhanyawad apunaloi 🙏🙏🙏