📌অকলে অকলে মোদীৰ খোজ

Поделиться
HTML-код
  • Опубликовано: 15 ноя 2024

Комментарии • 11

  • @dipakgogoi5084
    @dipakgogoi5084 Месяц назад +3

    শিক্ষাহীন ফেকুৰ কথা জনসাধাৰণে হৃদয়ঙ্গম কৰিব পৰা হল । ৰাইজে অনাদৰ কৰাৰ লগে লগে নিজৰ দলটো তেওঁৰ প্ৰতি অনাদৰ আহি পৰিছে । বিজেপিৰ এইটি ছেল, ১৫০০ টকীয়া আৰু গদ্দি মিডিয়াৰ কথা বুজি পালে জনসাধাৰণে। ৰাহুল গান্ধীক পাপ্পু সজাইছিল হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি মোদীৰ নিৰ্দেশত বিজেপি এইটি ছেল, গদ্দি মিডিয়া আৰু ১৫০০ টকাত কিনা মাথাত ঘিঁ বিহীন সকলে। এতিয়া ৰাহুল গান্ধী নিজে নিজৰ বলত উজ্জলি উঠিল জনসাধাৰণৰ মাজত। আচল পাপ্পুক জনসাধাৰণে চিনাক্ত কৰিলে যি টেলিপমতৰ নহলে ভাষণ দিব নোৱাৰে। যি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰৰ বাবে আজি দহ বছৰ পাৰ হোৱাৰ পাছতো এখনো প্ৰেছ কনফাৰেন্স দিব নোৱাৰিলে শিক্ষাহীন ফেকুয়ে।

  • @dipakgogoi5084
    @dipakgogoi5084 Месяц назад +5

    অসমত কেয়ল বিজেপিক সমৰ্থন কৰি আছে হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই। জনসাধৰণ বিজেপিৰ পক্ষত নাই।

  • @mitalitara2590
    @mitalitara2590 Месяц назад

  • @ssansumaaboro4120
    @ssansumaaboro4120 Месяц назад

    You are used congresi language

  • @hiteshdeka5444
    @hiteshdeka5444 Месяц назад

    তোৰ বাতৰি ৰ নমুনা

  • @dipenmili3584
    @dipenmili3584 Месяц назад

    3rd class news.

  • @ramenroy506
    @ramenroy506 Месяц назад

    Faltu news nobonabi

    • @pratimasarma1737
      @pratimasarma1737 Месяц назад

      বেয়া বাতৰি নাচাবি নুশুনিবি।

  • @atuldaimari9090
    @atuldaimari9090 Месяц назад

    Faltu news