Bhupen Borah | বঙাইগাঁৱত অগপ ভেটি খহাৰ ফলত জয়ী হ’ব কংগ্ৰেছ, অসম সন্মিলনীত ঐক্য মঞ্চ ভাঙি নাযায় N18V

Поделиться
HTML-код
  • Опубликовано: 24 окт 2024

Комментарии • 18

  • @jibonjyotidutta622
    @jibonjyotidutta622 3 часа назад +3

    ভুপেন বৰাক শলাগ লৈছো | ভুপেন বৰা জিন্দাবাদ | মিত্রগোট যাতে 2026 ত জীয়াই ৰাখে

  • @AA1981-at6
    @AA1981-at6 3 часа назад +2

    পৰাজয় নিশ্চিত | আপোনালোকৰ ওপৰত ৰাইজৰ বিশ্বাস নোহোৱা হৈছে | ঐক্য মঞ্চৰ ভাঙনিয়ে পৰাজয় আনিব |

  • @brishnubhuyan8521
    @brishnubhuyan8521 2 часа назад +2

    কংগেছে দুমুখীয়া নিতিৰ বাবে ৰাইজে বিশ্বাসত নলয়

  • @bibhadas5050
    @bibhadas5050 2 часа назад +1

    অসম সন্মিলিত মৰ্চা 26 লৈ জীয়াই ৰাখিব কংগ্ৰেছে ।তাৰ মান 26 ত আকৌ বাকী দল কেইটাক ঠগিবৰ মন !

  • @JonaliPegu-b5w
    @JonaliPegu-b5w 3 часа назад

    মহাশয়,নিজৰ দলৰ কথা ভাৱক।
    কঙগ্ৰেছত আপোনাৰ কথাৰ মূল্য কিমান?

  • @kumudbaruah2001
    @kumudbaruah2001 2 часа назад

    ভূপেন বৰা ডাঙৰীয়া আপোনাক গৌৰব গগৈয়ে এটা লেঙতে ককাল ভাঙি দিছে। এজন সাংসদে সভাপতি জনৰ অজ্ঞাতে এজনক টিকত দিছে । এটা দল ত্যাগ কৰি আহিছে অথচ নিজৰ দলত যোগ কৰাই নাই। অন্য এখন জিলাত যোগ দান কৰোৱাইছে। এই বোৰে সভাপতি জনৰ মান মৰ্যাদা লাঘব কৰা নাইনে? কংগ্রেসত ভবিষ্যতে ভূপেন বৰা ডাঙৰীয়াক গৌৰব গগৈয়ে ৰাজনৈতিকভাৱে ধংশ যে কৰিব সেয়া খাটাং।

  • @bapandas2873
    @bapandas2873 2 часа назад

    ভাষনেৰে জয়লাভ কৰিব নোৱাৰে ।

  • @kamal__22
    @kamal__22 2 часа назад

    Gaurav gogoi ziñdabad

  • @AziborRahman-rw5cf
    @AziborRahman-rw5cf 3 часа назад

    ভুপেন দা
    অহা 2026 চনৰ আগত যেন BJPত
    নাযায়

  • @sahidurrahman1576
    @sahidurrahman1576 2 часа назад

    Congress zindabad ❤❤❤

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 2 часа назад

    মুঠতে বিজেপিয়ে জিকিব।

  • @pradipkrbrahma6025
    @pradipkrbrahma6025 3 часа назад

    Congress zindabad 😊

  • @m.ksaikia4229
    @m.ksaikia4229 27 минут назад

    Khilonjia raijor kam AGP / bjp koribo

  • @brishnubhuyan8521
    @brishnubhuyan8521 2 часа назад

    টকা দিলে কংগ্ৰেছৰ টিকট কিনিবলৈ পায়

  • @ABULHUSSAIN-n1w
    @ABULHUSSAIN-n1w Час назад

    Congresor. Sob. Cur. Hoi.

  • @lakhikantapegu1589
    @lakhikantapegu1589 3 часа назад

    এই বাৰ ভুপেন ডাঙৰীয়া ৫ সমতি দল ভাঙিব নিদিব ২৬ আছল ইলেচন আছে তেতিয়া জিকি

  • @anilbora2237
    @anilbora2237 2 часа назад

    .