Self Love Challenge || আত্মপ্ৰেমৰ অনুশীলন || Day -4

Поделиться
HTML-код
  • Опубликовано: 29 янв 2025

Комментарии • 16

  • @moumusicstudio9977
    @moumusicstudio9977 7 месяцев назад

    ❤❤❤❤❤

  • @minakshisaikiabora3987
    @minakshisaikiabora3987 7 месяцев назад

    এই পাৰ হৈ যোৱা তিনিদিনতে বহুত মানসিক প্ৰশান্তি লাভ কৰিছোঁ বা। বহুত শুভকামনা আৰু কৃতজ্ঞতা ❤🌹🙏

    • @anupamaborgohain9442
      @anupamaborgohain9442  7 месяцев назад

      বহুত মৰম আৰু কৃতজ্ঞতা মৰমৰ মীনাক্ষী !! ভালে থাকা সদায় ❤❤❤

  • @SunitMahanta
    @SunitMahanta Месяц назад

    আজি পুনৰ চতুৰ্থ দিনৰ অনুশীলন সম্পূৰ্ণ কৰিলো। মই সেইসকল ব্যক্তিৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ যাৰ বাবে মই এটা সম্ভাৱ্য বিপদৰ পৰা মুক্ত হলো । ধন্যবাদ বাইদেউ।❤❤❤

  • @mouchumineog5392
    @mouchumineog5392 7 месяцев назад

    সুপ্ৰভাত বা❤

  • @SunitMahanta
    @SunitMahanta 7 месяцев назад

    ❤❤❤ ধন্যবাদ বাইদেউ। ❤❤❤

  • @parishmitabordoloi9720
    @parishmitabordoloi9720 7 месяцев назад

    সুপ্ৰভাত ভিটামিন বা৷যোৱা তিনিওটা দিনৰে অনুশীলন কৰি এক প্ৰশান্তি লভিছোঁ৷ আপুনি ঠিকেই কৈছিল ই যেন এধাৰি মালা একাদিক্ৰমে য’ত প্ৰতিটো অনুশীলন একোটা মণি স্বৰূপ গাঁথি থোৱা আছে৷ প্ৰত্যেকেই একাদিক্ৰমে ইয়াৰ অনুশীলন কৰিলে নিশ্চয় তেওঁলোকৰ বাবে ফলপ্ৰসূ হ’ব৷ আপোনালৈ অশেষ কৃতজ্ঞতা বা৷🙏

    • @anupamaborgohain9442
      @anupamaborgohain9442  7 месяцев назад

      বহুত বহুত মৰম আৰু কৃতজ্ঞতা মৰমৰ পৰি !! ভালে থাকা সদায় ❤❤❤

  • @munmirajbongshi5291
    @munmirajbongshi5291 7 месяцев назад

    Challenge completed baa

  • @Chinumoni1234-f1ii
    @Chinumoni1234-f1ii 7 месяцев назад

    Challenge complete

  • @SunitMahanta
    @SunitMahanta 7 месяцев назад

    ❤❤❤Day 4 challenge completed.
    আজিৰ অনুশীলনৰ অন্তত নিজকে স্বাধীন আৰু মুক্ত অনুভৱ কৰিছো। সচাঁকৈয়ে মই সেই সকলৰ ওচৰত কৃতজ্ঞ যাৰ বাবে মই আজি স্বাধীন।❤❤❤

    • @anupamaborgohain9442
      @anupamaborgohain9442  7 месяцев назад

      বহুত ধন্যবাদ আৰু মৰম শোণিত ❤❤