শীঘ্ৰেই কংগ্ৰেছলৈ বহুকেইজন BJPৰ প্ৰাক্তন বিধায়ক, সাংসদ!

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • ♦ শীঘ্ৰেই কংগ্ৰেছলৈ বহুকেইজন BJPৰ প্ৰাক্তন বিধায়ক, সাংসদ!
    ♦ অস্বস্তিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।
    ♦ ‘মোৰ সৈতে পোনপটীয়াকৈ কোনেও কৰা নাই যোগাযোগ’
    ♦ BJPৰ প্ৰাক্তন বিধায়ক, সাংসদৰ কংগ্ৰেছ গমনক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

Комментарии • 32

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 2 месяца назад +17

    ২০২৬ ৰ আগে আগে আমাৰ সমষ্টিৰ শ শ মানুহে কংগ্ৰেছত যোগদান কৰিব। গৌৰৱ গগৈ, ভূপেন বৰা জিন্দাবাদ।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 2 месяца назад +15

    ভুপেন বৰা দাঙৰিয়াক শুভেচ্ছা জনালোঁ ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

  • @user-fi7to9sb8c
    @user-fi7to9sb8c 2 месяца назад +17

    সকলো ঘৰ বাপচি হ'লেও যোৰহাটৰ ৰাণা গোস্বামী বাবে ঠাই দিব নালাগে।

    • @ranjitgowsami7891
      @ranjitgowsami7891 2 месяца назад

      যদি ঠাই die kela কথা বেলেগ হব

  • @BasantaBorah-xx7gy
    @BasantaBorah-xx7gy 2 месяца назад +4

    Vary nice

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge Месяц назад +4

    Congress দলৰ ওচৰত অনুৰোধ যে ৰানা গোস্বামী আৰু Ankita দত্তক কংগ্ৰেছত উভতাই নলব,

  • @jibonjyotidutta622
    @jibonjyotidutta622 Месяц назад +1

    সুন্দৰ

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff Месяц назад +2

    সেই বুলি কেলেংকাৰীৰ নায়কক নহয়।

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz Месяц назад +1

    বিজেপিৰ পৰা যিমান আহে আমাৰ দলৰ দুৱাৰ খোলা ৰখাত কোনো আপত্তি থাকিব নালাগে।কেৱল কংগ্ৰেছক বিপদত পেলাই যিসকলে নিজ স্বাৰ্থৰ বাবেই বিজেপিত গৈছিল তেওলোকক লোৱাত তৃণমূল পৰ্য্যায়ত বহুতো কৰ্মীৰ আপত্তি আছে। তেওঁলোকক কংগ্ৰেছ দলে পুনৰাই বিশ্বাসত লোৱা উচিত নহয়।

  • @jahirulislam4311
    @jahirulislam4311 2 месяца назад +1

    সাংবাদিক মহাশয় ৰাণা গোস্বামী উভতি অহাটো কিমান শতাংশ সম্ভাবনা আছে জনাবচোন।

  • @pd9288
    @pd9288 2 месяца назад +2

    Jabor hupa akou gutai lole congress finish hobo

  • @MRCRAZYBOY786
    @MRCRAZYBOY786 2 месяца назад +1

    I love. Congres

  • @user-jm2hv5ft2k
    @user-jm2hv5ft2k 2 месяца назад +4

    Ripon bora jot jai tate haribo 100,%

  • @bapandeka
    @bapandeka 2 месяца назад +1

    Rana. G. Ajan. Bahut. Val. Manu

  • @bijusaikia5372
    @bijusaikia5372 2 месяца назад +2

    কংগ্ৰেছৰ বেয়া দিন আহি গ'ল ।

  • @kakoligayan2065
    @kakoligayan2065 2 месяца назад +1

    বিজেপি নেতাক আষ সাংসদক
    দুটা ঘোচা মাৰি মুখ ভাঙি দিব

  • @bhagawansarma4953
    @bhagawansarma4953 2 месяца назад +1

    Bator kosu .......ghohin nolobo.

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 месяца назад

    সোণ. 2008 পৰা কাষ্ট কৰি আছো, aal baal মানুহ নানিবি ভূপেন বৰা, গৌৰৱ গগৈ

  • @Misingtopics
    @Misingtopics 2 месяца назад +1

    Kam nai

  • @jayaborah2926
    @jayaborah2926 Месяц назад

    আজে,বাজে মানু্হ কংগ্ৰেছ ত ঠাই দিলে চৱ খেলি মেলি লাগি যাব।বিজেপি ৰ দৰে ন-কংগেছ পুৰণি কংগ্ৰেছৰ মাজত অনিয়া -অতিয়া লাগিব।

  • @asish1096
    @asish1096 2 месяца назад +2

    BJP dictator

  • @nabajitchaliha8084
    @nabajitchaliha8084 Месяц назад

    Kaam nai goleu

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 2 месяца назад +1

    RAJIB BHOBON BIBAH BHOBON NOHOBONI

    • @pranjitbsruah5032
      @pranjitbsruah5032 2 месяца назад

      Hobo BJP thakile sob hobo jeneke Bangladeshi khedile, NHPC bondho korile, muyllya vriddhi komale, banpani naikiya korile......

  • @PapudasPapupapu
    @PapudasPapupapu 2 месяца назад

    Gourav goraa

  • @prasantarai3921
    @prasantarai3921 2 месяца назад

    2 g gi kono kamar parinati Bea hoi.

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 месяца назад +1

    ফালতু নেতা যতে ভাল দেখা যতে দৌৰী যোৱা।লৰি ফুৰা কেকৰাৰ তেল নাই।😂😂😂😂

  • @hafijursikder9104
    @hafijursikder9104 2 месяца назад

    ছাগলী পাগলী নিব নালাগে ।

  • @user-df9hk9rt7f
    @user-df9hk9rt7f 2 месяца назад

    sob sarthopor

  • @pradipkalita6580
    @pradipkalita6580 2 месяца назад +1

    ভূপেন বৰাই আৰু গৌৰৱে অসম চলাব পৰা যোগ্য তাৰ নাই