Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bor dhuniya lagil , 🎉
❤❤❤❤❤
Bahut val lagil suni
Thank you
Very nice 👍👌👌👌
Thanks a lot
❤❤
Bor bhal lagil
Nice💙
😊thnks
❤
ভাল লাগিল এতিয়া শুনিলো চুই গৈছে উফ ❤
Nice.
Thanks!
Dhuniya dei....
বাৰে বাৰে শুনিছো৷ইমান ধুনীয়া শ্ৰীময়ী
অশেষ ধন্যবাদ বা🥰
Nice ❤❤❤❤😊❤❤
আপ্লুত হলোঁ।
ধন্যবাদ
🔥
💐💐
সুৰীয়া কণ্ঠ ৷ শ্ৰদ্ধাৰ দত্ত ছাৰৰ গীতবোৰ অনাগত দিনত আপোনাৰ কণ্ঠত শুনাৰ হেঁপাহেৰে
নিশ্চয় 🙏 ধন্যবাদ আপোনাক
ইমান যে ধুনীয়া গীতটি তই গাইছও ইমান মৰমলগাকৈ ৷
বহুত বহুত ধন্যবাদ খুড়া
বৰ ভাল লাগিল
ধন্যবাদ 🙏♥️
বৰ ভাল হৈছে ।
Ba akabarota kaiba baru xunilu......bohut dhuniya ❤.....nija u saisu gabola tumer gan tu xuni xuni
ধন্যবাদ অশেষ 💐💐
You got one more followers baa. Bohut bhal loga geet, aru apunar konthot notunkoi xojeeb hoi uthise.
বহুত বহুত ধন্যবাদ তোমালৈ 💐 শুনি থাকিবা দেই
তোমাৰ কণ্ঠত এই চিৰসেউজগীতটো শুনি বৰ ভাল লাগিলশ্ৰীময়ী। শুভকামনা জনালোঁ।
অশেষ ধন্যবাদ পৰশ দা
Nice❤❤
Thanks 🤗
বৰ সুন্দৰ গীত।তোমাৰ কণ্ঠত মূলৰ দৰেই একেই আকৰ্ষণীয় সুৰীয়া। অভিনন্দন আৰু শুভেচ্ছাৰে।
ধন্যবাদ খুড়া
Ufff Shreemoyee baa❤❤❤❤
❤️❤️❤️ মৰম
ঐ বা তোমাৰ মাত টো ইমান ধুনীয়া ভাল হৈছে। 🌼
বহুত ধন্যবাদ দেই
বৰ ভাল লাগিল ৷ তেখেতৰ এই অমৰ সৃষ্টি সমূহক জীয়াই ৰখাৰ দায়িত্ব এতিয়া আমাৰ ৷ বাকী গীত সমূহো গাবাচোন ৷ তোমাৰ কন্ঠত বৰ ভাল লাগিব৷ মহীৰুহ গৰাকীৰ গীত সমূহ বাচি লোৱাৰ বাবে তোমালৈ প্ৰণাম ৷
হয় । এই চিৰ সেউজ গীত বোৰ আমাৰ পাছৰ প্ৰজন্ম ক আমিয়েই পৰিচয় কৰাই দিব লাগিব । আন্তৰিক ধন্যবাদ আপোনালৈ
Apunar maat tu j hunile huni thakibole mon Jai।।।❤
Thank you ❤️❤️❤️ lots of love
গীতটো মোৰ জন্মদিনৰ দিনা upload দিয়া। ককাৰ মুখত গীতটো শুনি শুনি গীতটোৰ সৰুতেই নিজৰ কৰি লৈছিলো। ❤
হয় । কিছুমান গীতৰ স্থানেই সুকীয়া
সঁচাকৈ
❤️❤️❤️
Nice ❤❤❤❤❤😊❤❤
Bor dhuniya lagil , 🎉
❤❤❤❤❤
Bahut val lagil suni
Thank you
Very nice 👍👌👌👌
Thanks a lot
❤❤
Bor bhal lagil
Nice💙
😊thnks
❤
ভাল লাগিল এতিয়া শুনিলো চুই গৈছে উফ ❤
Thank you
Nice.
Thanks!
Dhuniya dei....
Thank you
বাৰে বাৰে শুনিছো৷ইমান ধুনীয়া শ্ৰীময়ী
অশেষ ধন্যবাদ বা🥰
Nice ❤❤❤❤😊❤❤
আপ্লুত হলোঁ।
ধন্যবাদ
🔥
💐💐
সুৰীয়া কণ্ঠ ৷ শ্ৰদ্ধাৰ দত্ত ছাৰৰ গীতবোৰ অনাগত দিনত আপোনাৰ কণ্ঠত শুনাৰ হেঁপাহেৰে
নিশ্চয় 🙏 ধন্যবাদ আপোনাক
ইমান যে ধুনীয়া গীতটি তই গাইছও ইমান মৰমলগাকৈ ৷
বহুত বহুত ধন্যবাদ খুড়া
বৰ ভাল লাগিল
ধন্যবাদ 🙏♥️
বৰ ভাল হৈছে ।
Ba akabarota kaiba baru xunilu......bohut dhuniya ❤.....nija u saisu gabola tumer gan tu xuni xuni
ধন্যবাদ অশেষ 💐💐
You got one more followers baa. Bohut bhal loga geet, aru apunar konthot notunkoi xojeeb hoi uthise.
বহুত বহুত ধন্যবাদ তোমালৈ 💐
শুনি থাকিবা দেই
তোমাৰ কণ্ঠত এই চিৰসেউজ
গীতটো শুনি বৰ ভাল লাগিল
শ্ৰীময়ী। শুভকামনা জনালোঁ।
অশেষ ধন্যবাদ পৰশ দা
Nice❤❤
Thanks 🤗
বৰ সুন্দৰ গীত।
তোমাৰ কণ্ঠত মূলৰ দৰেই একেই আকৰ্ষণীয় সুৰীয়া। অভিনন্দন আৰু শুভেচ্ছাৰে।
ধন্যবাদ খুড়া
Ufff Shreemoyee baa❤❤❤❤
❤️❤️❤️ মৰম
ঐ বা তোমাৰ মাত টো ইমান ধুনীয়া ভাল হৈছে। 🌼
বহুত ধন্যবাদ দেই
বৰ ভাল লাগিল ৷ তেখেতৰ এই অমৰ সৃষ্টি সমূহক জীয়াই ৰখাৰ দায়িত্ব এতিয়া আমাৰ ৷ বাকী গীত সমূহো গাবাচোন ৷ তোমাৰ কন্ঠত বৰ ভাল লাগিব৷ মহীৰুহ গৰাকীৰ গীত সমূহ বাচি লোৱাৰ বাবে তোমালৈ প্ৰণাম ৷
হয় । এই চিৰ সেউজ গীত বোৰ আমাৰ পাছৰ প্ৰজন্ম ক আমিয়েই পৰিচয় কৰাই দিব লাগিব ।
আন্তৰিক ধন্যবাদ আপোনালৈ