হাজিৰা বিচাৰি...........

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • হাজিৰা বিচাৰি//Assamese sad Video//Assamese short Video//Assamese short film//Assamese Video.
    About this Video
    আজি আপোলোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ লৈ আহিছো নাম হাজিৰা বিচাৰি............ | আশা কৰো অপোনালোকে চাই ভাল পাব |
    অভিনয় - ইন্দ্ৰমোহন বৰুৱা, ৰুহিত বৰা, ৰাইহান শ্বাহ আলম, আইমনি বৰা, দিশা বৰা, গৌৰৱ কুণ্ডু, বনশ্ৰী বৰা
    চিত্ৰনাট্য - মফিদুল হক।
    মেকাপ - নিৰু বৰা।
    পোহৰ - উজ্জল বৰুৱা।
    বাহীঁ - প্ৰনয় বৰঠাকুৰ।
    পৰিচালনা-কেমেৰা-সম্পাদনা - মফিদুল হক।

Комментарии • 48

  • @bhikhonmuhon7009
    @bhikhonmuhon7009 Год назад +10

    সুন্দৰ মাতৃৰ আদশ', সুন্দৰ নীতি শিক্ষ্যা মাকৰ গুৰু আসনৰ উপযুক্ত মহিলা অভিনয়

  • @bishnusaikia7358
    @bishnusaikia7358 Год назад +6

    Right বহু ধনী মানুহে দুখীয়াৰ অভাৱৰ কথা নাভাবে। অভিনয় টোৱে বেছি ভাগ ধনী মানুহৰ কাৰুকাৰ্য বুজাইছে।

    • @bohagitv2250
      @bohagitv2250  Год назад

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

    • @mamonibaruah8569
      @mamonibaruah8569 Год назад

      @@bohagitv2250 ।

  • @dharitriphukan2507
    @dharitriphukan2507 Год назад +4

    Xundor 👍👍

    • @bohagitv2250
      @bohagitv2250  Год назад

      ধন্যবাদ । সদায় চাই থাকিব লগতে গঠন মূলক পৰামৰ্শ দিব বুলি আশা থাকিল। আকৌ ধন্যবাদ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 6 месяцев назад +1

    সুন্দৰ হৈছে।এচাম মানুহে সাধাৰণ মানুহক মানুহ বুলিয়ে গণ্য নকৰে আৰু নিজে কোনোদিন নমৰো বুলি ভাবে।

  • @RitumaniDmj
    @RitumaniDmj 12 дней назад +1

    Good mother

  • @j.cassam5698
    @j.cassam5698 Год назад +9

    হয় বাইদেউ ধনী মানুহে দোখিয়া দোষ বোজি নাপায়

    • @bohagitv2250
      @bohagitv2250  Год назад +1

      মন্তব্য কৰাৰ বাবে ধন্যবাদ।

  • @debasishborah883
    @debasishborah883 Год назад +1

    Oti hundor Ovinoy khuri,val lagi,Onhongkar mathu potonor mul

  • @himanitalukdar1036
    @himanitalukdar1036 Год назад +4

    অহঙকাৰী মানুহ বিলাক পতন হ'ব লাগে।

    • @bohagitv2250
      @bohagitv2250  Год назад

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @manabkonwar423
    @manabkonwar423 6 месяцев назад +1

    মাকৰ আদৰ্শ ভাল লাগিলে

  • @kk-bf6ol
    @kk-bf6ol Год назад +6

    গামোছা খন সদায় কিয় কান্ধত লয় ?

    • @bohagitv2250
      @bohagitv2250  Год назад +1

      গামোছা খন মানুহে কান্দতেই লয়। একো ভুল হোৱা নাই নেকি ? মন্তব্য কৰাৰ বাবে ধন্যবাদ।

  • @hareswarhandique2096
    @hareswarhandique2096 Год назад +1

    নিজৰ ল'ৰা- ছোৱালীযে ভাল শিক্ষা নলয় আৰু ভবিষ্যতে মাক দেউতাক ক নোখোৱাব। বাটৰ ভিক্ষাৰী হব।

    • @bohagitv2250
      @bohagitv2250  Год назад

      আপোনাৰ মন্তব্যই আমাক অনুপ্ৰাণিত কৰিছে | বহুত বহুত ধন্যবাদ | সদায় চাই থাকিব বুলি আশা থাকিল | লগতে গঠনমূলক পৰামৰ্শ দি থাকিব। | আকৌ ধন্যবাদ |

  • @joijibdaimary9570
    @joijibdaimary9570 Год назад

    Best comedy show sweet.

    • @bohagitv2250
      @bohagitv2250  Год назад

      কমেডি ভিডিঅ ? আপুনি ......... ?

  • @bapdhankoch7927
    @bapdhankoch7927 Год назад

    Baidew jonir ovinoyat kandi lolu

  • @debojanichetia3861
    @debojanichetia3861 Год назад

    😊

  • @jyotishdeka2535
    @jyotishdeka2535 Год назад

    Avni ako haw ni

  • @jintunath9570
    @jintunath9570 Год назад +21

    Ahankar matho patanor mol

    • @bohagitv2250
      @bohagitv2250  Год назад +1

      আপোনাৰ মন্তব্যই আমাক আগোৱাই যোৱাত প্ৰেৰণা যোগাইছে। বহুত বহুত ধন্যবাদ।

    • @apurbarajkhowa6116
      @apurbarajkhowa6116 Год назад

      ​@@bohagitv2250 oll

    • @ramcharanbezbaruah-by7qk
      @ramcharanbezbaruah-by7qk Год назад

      ​@@bohagitv2250 bhaijanci nama

    • @UkuramPanging
      @UkuramPanging Год назад

      ​@@bohagitv2250 BH NY

  • @devabrotkalita9033
    @devabrotkalita9033 Год назад +1

    Ratul bulatu acting vl nlge blg manuh ata lbosun

    • @bohagitv2250
      @bohagitv2250  Год назад

      হয় নেকি ? আগলৈ সতৰ্ক হম। মন্তব্য কৰাৰ বাবে ধন্যবাদ।

    • @rkassyt81
      @rkassyt81 Год назад

      Fr😊trip crop

  • @SevakchBoro
    @SevakchBoro Год назад

    KhurideoApuniBhal.

  • @anilnath7488
    @anilnath7488 Месяц назад

    🎉level Kam nai

  • @satramgogoi6005
    @satramgogoi6005 7 месяцев назад

    Mohila garaki behave best