গুৱাহাটীত ভয়ংকৰ বান
HTML-код
- Опубликовано: 8 сен 2024
- গুৱাহাটীৰ ভিন্ন প্ৰান্তত ভয়ংকৰ বান। এজাক বৰষুণতে বুৰ গ’ল ৰাজপথ। পানীৰ তলত কেইবাখনো বাহন
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
গুৱাহাটীত বানপানী, আচৰিত, অৱশ্যে আমেৰিকাতো বানপানী হয় । কিন্তু ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মূখ্যমন্ত্ৰী জন থাকোঁতে এনেকুৱা হ'ব নালাগিছিল।
অন্ধ ভক্তৰ গুৱাহাটী সমষ্টিত বিজুলীৰ ঢেৰেঙণী 😅😅
আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা একো নাই। কিন্তু এই সমস্যা টোহে একো কৰিব নোৱাৰিলে। সচাকৈয়ে বৰ অসহনীয়।
Very very good comment , এইটোৱেই আচল স্বৰুপ , ধন্যবাদ আপোনাক।
দেখি ভাল লাগিল। আমি অমৃত বৃক্ষ ৰুই আছো।
Flyover nalage agote drain lage ...
Sarkar K dikharup kori Love Nai. Delhi/Mumbai 2 anekuwa Pani hoi.
ইয়াৰ বাবে দায়ী হিমন্ত ডাঙৰীয়া আৰু অশোক সংহাল নহয়নে ? এওঁলোকৰ সম্পত্তিৰ লালসাৰ বাবেই আমাক বন্ধকতথৈ ধাৰলৈ টকা আনি আঁচনি আৰু অ'ভাৰ বৃজৰ কামত ব্যৱহাৰ কৰিছে কমিছন পোৱাৰ আশাত। কিয় আগতে ভবা নায় । কিমান টকা আৰু সম্পত্তি লাগে -----?
Aeiai Guwahati mohanagar... Kunu drain nai... Matra building bonaise.. Aei panir problemtu kiya solve korib nuware
আমি গাঁৱলীয়া চহা কেইটাই গুৱাহাটী বাসীলৈ এটোপাল অশ্ৰু অঞ্জলি যাঁচিলো।। কৃষ্ণ !!😰😰😰😰😰😰😰😰😰😰😰😰😰😰😰😰😰😰
@@myoldgramophoneinworkingco2559 drain bur haru haru k banai ru vange
kiba 🤔 akebare dangor k jadi banale hoi ...khali dhanda...
ধুৰ
বৰ দুয পালো | বৰষুণ হলে খবৰ নিদিলেও আমি গম পাও | সাগৰ মহাসাগৰ বা পথাৰ বুলি কলেও একেই বুজো |
Smart city, metro বুলি কৈ গৌৰৱ অনুভৱ কৰিছো 😂😂😂😂😂😂😂
গৌহেটিত আৰু কখন নজাও
বানপানী আহে তাত😢😢।মহা বিপদ অ।
খা ভাত বাপেকে গুৱাহাটীত থাকে 😂😂😂😂😂😂
গুৱেটিক আৰু কেঠানো নাযাউ গুৱেটিক 🙏
আগতে কৈছিল শিল সাঁকো বিলত মানুহে ঘৰ বনোৱা কাৰনে গুৱাহাটীত বান পানী হয় এতিয়া তাততো এটাও ঘৰ নাই সকলো বোৰ ঘৰ ভাঙি দিলে আৰু বান পানী হব নালাগিছিল গতিকে গুৱাহাটীত বান পানী কিয় হয় ? কংস মামা নে শকুনি মামা এতিয়া কাক দোষীব নে গুৱাহাটীত মানুহে ঘৰ বনোৱা বাবে বান পানী হৈছে ? বান পানীৰ সমাধান ঠিক কৰিব নোৱাৰিলে কাকো তেনেকৈ দোষীব নালাগে শিল সাঁকো বাসীৰ ঘৰ ভাঙি দি ভাল লাগিছে এতিয়া ?
মুখ্যমন্ত্ৰী মুখত কামৰ দিঘলীয়া তালিকা খন আখৈ ফুটা দৰেই ফুতে ,কিন্তু বান পানীৰ সমস্যা বোৰ হে চকুত ধৰা নপৰে ।
বিজেপিৰ দিনত৫খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য।
বিহাৰতহে বান পানী হয় অসমত নহয় , ধেৰেকনী বাইদেউৰ কথা , ধেৰেকনী বাইদেউয়ে দেখা নাই নিকি, নিজে দেখু গুৱাহাটী বাষী
Sarkar a Guwahati khan belegot uthai niba lage .... Eman kasta hoise manuhboror
এতিয়াহে বিহু বিহু লাগিছে 😅
ইয়াকে কয় পৰিবৰ্তন।।
BJP ক ভোট দিবলৈ নাপাহৰিব গুৱাহাটী ৰাইজ
আমেৰিকাতো বান পানী হয়।
Smart city
❤
গুৱাহাটী মহানগৰী হয় এইবোৰ সৰু কথা 😂😂
Amar fale potharot a vl koi pani hua ge nai olp okl pani hoise ha ....ghy t kenekoi iman pani hble pale asorit..
Good
আমি গাঁৱত থাকিও ইমান বেয়া অবস্থা নহয় দে চি চি DijTel Gwy
Smart City 🤡🤡
গুৱাহাটী আৰু কেঠানু নায়াও গুৱাহাটীক 😂😂😂😂
Amar sorkar a flyover Or pechot flyover bonei acha nohoi
R.I.P GHY
হে মজা😂😂😂😂
Mmmj
Nao kinaye val gari kinatkoi
Mass jieai diyok 😂
Atiyar parishthiti ko, dinor kiyo dekhai aaso
Atia boroxun ohar loge logei ghtir raij ghoroloi juar sinta koribo lagibo.
Amar babe pani montir babe toka
Siyoor .tuponi ahil
Amar gaot aha. Santi t thakibo pariba
Pani delhi bor boy lagisa
Moojjjjaaaaa
😂
Val a hoise maksudai
Drain bur bahol krk, Guwahati
Rd ka beta mama ko dhikha news kyou bana hrs hei
BJP zindabad, Flood also Zindabad
মোৰ বালৰ বাতৰি