May your baby be blessed with good health,love and laugher,Warmest congratulations on the birth of your sweet baby girl.Welcome to the world little one💖💖❤❤
তোমালোক দুয়োজনলৈ বহু বহু বহু অভিনন্দন জনালোঁ.......তোমালোকৰ নতুন পৰীজনী সদায়ে কুশলে থাকে তাৰেই কামনা ভগৱানৰ ওচৰত...... দেৱকন্যা বহুত মৰম তোমালৈ 😘😘😘....
Video2 sai bhut vl lagil ba tumi kanisa sy khini beya lagil aru jnu tumi bhut Anandat kanisa ❤️❤️ Dhunumaa joni bhut mrm lga tyk allahi vle rkhk ❤️❤️😘 Allah bless u betii🤲🤲♥️♥️❤️
ইমান মৰম আচলতে পোৱাটো সৌভাগ্যৰ কথা। মন ভৰি গৈছে ইমান আদৰ দেখি। আপোনালোক মোৰ সাহস।।।। 🙏🙏 সদায় আপোনালোকৰ হৈ থাকিবলৈ আশীৰ্বাদ কৰিব। আগৰ দৰে সকলোকে ব্যক্তিগত ভাবে reply কৰিব পৰা নাই। বেয়া নাপাব। নতুন জীৱনৰ ব্যস্ততা বহুত । প্ৰাৰ্থনা বোৰত আমাক ৰাখিব সদায়। ছোৱালী জনীক আশীৰ্বাদ কৰিব।।।। 🙏🙏🙏
🙏🙏🙏🙏
37,000 is
🙏🙏🙏🙏
Xasake bhagya thakilehe eman morom pua jai......soku xemeki uthise mur apunalukor eman morom dekhi.....xodai xukhi hoi thakok anekoi
🙏🙏🙏❤️🙂
দুয়োজনৰে আধা আধা নাম লগাই এটি সুন্দৰ নাম সজাই ৰাখিলা। সুন্দৰ।
সুকন্যা আৰু দেৱাশীষক আন্তৰিক অভিনন্দন জনালোঁ,, লগতে দেৱকন্যাক বহুত বহুত মৰম আৰু আশীৰ্বাদ জনালো l মাতৃ হোৱাতো জীৱনৰ এটা ডাঙৰ আনন্দ,,, কুশলে থাকা 😍😍
Dhunia nam tikli tuloi bohut bohut mrm vale thaka sdai Tumi❤️❤️😘😘
Baa , আপোনাৰ কণমানি দেৱকণ্যালৈ আৰু গোটেই😇😇 পৰিয়াল বৰ্গলৈ বহুত বহুত মৰম যাচিলো🙏
সদায় এনেদৰে হাঁহি ধেমালিৰে ভাল সস্কাৰে আপোনাৰ ছোৱালীক আগুৱাই যায় 🥰🥰 তাৰে কামনাৰে God bless you to💖 দেৱকণ্যা😘😘😘🙏
বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ❤️ বহুত বহুত মৰম কণমানি টিকলি লৈ😘💖
সুকন্যা বা জীৱন যাত্ৰাত মাতৃ হিচাপে জন্মগ্রহণ কৰা দিনটোৰ বহুতো শুভেচ্ছা। সুখৰ ৰ'দজাক জিলিকি ৰওঁক জীৱনৰ ৰান্ধনী বেলিৰ লৈকে। মৰমৰ ধৰালৈ স্বাগতম সোণ মা🥰🥰জীৱনটো সুখৰ বন্যাৰে উপচি পৰা মৰমলগা হেঁপাহ দেৱকণ্যা সদায়ে কুশলে থাকক❤
ফোন নাম্বাৰ দিব
Congratulations to both of you 💐
Welcome to Assam Devkanya❤️❤️
Hello muru frd hba ni moiu back krim
@@dhunurumurlife6151 Muk back dia
Bor morom loga nam thole dai bor dhunia nam .❤️❤️❤️
বহুত বহুত অভিনন্দন তোমালোকলৈ।মাইনালৈ বহুত বহুত মৰম আশীৰ্বাদ থাকিল।বৰ ধুনীয়া নাম দিলা দে ।
কণমানিজনীলৈ বহুত বহুত মৰম আৰু তোমালোকলৈ বহুত বহুত শুভেচ্ছা❤️
So cute beti. God bless both of u maa n beti. Love frm Gelakey
Congratulations to both of you 💐❤ may God bless her ✨
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
Kybkcvn
Congratulations to both of you ❤️
@@kangkanasaikia1722 miotevmuvikmlomknvbngxsu
Bhut bhut morom lage cutipie jonik😘😘😘.. God bless you..
Bhut bhut morom দেৱকণ্যা তোমাৰলৈ ।তুমি সোনকালে ডাঙৰ হোৱা ।তুমাক বহুত আৰ্শিবাদ আৰু মৰম ।বহুত শুভেচ্ছা থাকিল মাক আৰু দেউতাকলৈ❤️❤️
অভিনন্দন দুয়োজনলৈ 💞 কণমানিজনী বৰ মৰম লগা নামটোও ধুনীয়া 😘❤ ভগৱানে তিনিওজনকে ভালে কুশলে ৰাখক 👏
এজনী মাক হোৱাটো বহুত শুভ ভাইগৰ কথা, সুকান্য বহুত সুখী দিয়া তোমালোক এজনী ছোৱালী পইছা ভালে কুখলে ডাঙৰ দীঘল হক তাৰে ভগবানৰ ওচৰত প্রথনা কৰিছোঁ,🙏🙏🙏
আমাৰ অকণমানি মাইনাজনীৰ লগতে তোমালোক দুয়ো জনলৈ বহুত বহুত বহুত মৰম থাকিল💓💓💓💓💓💓
Bahut bahut morom thakil baa......bhogobane vle rakhok aponalokk....Love u debokanya♥️😘😘.....
বহুত মৰম থাকিল দেৱকন্যালৈ।লগতে তোমালোক দুই জনলৈ শুভেচ্ছা থাকিল।ধুনীয়া ধুনীয়া vdo চাব পাম বুলি আশা থাকিল।
Heartiest congratulations on having a cute little baby girl..May God bless you little angle...Loads of love to u angel n ur parents❤️
বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ,দেবকন্যাজনী বহুত মৰম লগা দেই বহুত মৰম তাইলৈ 😘😘❤❤
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@@BINDASSSUKANYA নিশ্চয় আমাৰ মৰম আৰু আশীৰ্বাদ সদায় থাকিব তাইলৈ 😘
দুই জনলৈ বহুত বহুত অভিনন্দন জনালো ।আৰু কণমানি জনিক স্বাগতম জনালো ।আপোনালোকৰ সংসাৰ খন সুখেৰে ভৰি পৰক।💕💕🤗
আপোনালোক দুয়োলৈকে বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন আৰু দেৱকন্যা বহুত বহুত মৰম। সদায় কুশলে থাকা ।
Eman morom Laga mumuuu maa jni🥰 tai kin2 bhut lucky hob mane ...deutakr dore hob je🥰🥰🥰
বহুত বহুত অভিনন্দন জনালোঁ বা। কণমানিজনীৰ লগতে তোমালোকো কুশলে থাকা ❤
দুয়োজনলৈ অভিনন্দন আৰু কণমানিজনীলৈ বহুত মৰম দিলোঁ 😘।নামটো বৰ সুন্দৰ ৰাখিলা।ঈশ্বৰে তোমালোকক কুশলে ৰাখক।
Congratulations to both of you 😘. God bless to Devkanya 💓
Hello muru frd hba ni moiu back krim
বহুত বহুত শুভেচ্ছা বা আৰু ভিনডেউ। ❤️,, আৰু ইমান এটা ধুনীয়া নাম দিলা। "দেৱকন্যা"❤️👍
God bless you deha manu,,,তোমাৰ জীৱন টো সদায় ৰঙীন হৈ পৰক কলিজা জনী,,সোনকালে ডাঙৰ হোৱা তুমি,,, ummmaahhhhh😍😍😍😍😍
বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বা । ♥️♥️♥️ দেৱকন্যা লৈও বহত বহুত মৰম থাকিল।♥️♥️♥️
বহুত বহুত মৰম থাকিলে বা। এতিয়াৰ পৰাই লক্ষ্মীজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤️❤️❤️🥰
❤❤❤
Congratulations to both of you,, নাম টো বহুত ধুনীয়া,,ঈশ্বৰে যেন তাইক সদাই সুস্থ আৰু সবল কৰি ৰাখে❤️
Hello muru frd hba ni moiu back krim
@@dhunurumurlife6151 sure
Nics Val dora thaka baa
Bohut ceut aru mor fav actor Tumi ba and happy birthday sukanya baa and God bless you 💝🎂
I got tears out of happiness after watching this video 🤗🥲.... congratulations Sukanya baa and Debashis vindeu..
ইমান মৰম লগা কনমানি জনী। বহুত বহুত অভিনন্দন জনালো তোমালোকলৈ । নতুন জীৱনতো যাতে ভালে য়ায় তাৰে কামনা কৰিলো।
Hello muru frd hba ni moiu back krim tumk
তোমালোক দুয়োলৈকে বহুত শুভকামনা থাকিল ❤💐 আৰু কণমানি ❤দেৱকন্যা❤ লৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল ❤✨
ভালে থাকা সকলো ☺❤✨ Lots Of Love From Lakhimpur Bihpuria ☺✨
,
Bor val nam dai
Back me
দেৱকণ্যাৰ ভৱিষ্যত মঙ্গল কামনা কৰিলো।
লগতে ভন্তি সুকণ্যা আৰু দেৱাশীষলৈ অভিনন্দন আগবঢ়ালো।
Congratulations,,Nam to bor dhunia.
Name tu bahut val lagise...konmani jonik bhogobane aashirwad korok... Love you to 🥰... Congratulations to both of you....
Such a cutie pie...princess and very agile baby... May God always bless her...
Heartiest congratulations to both of youu ❤️ lots of love and wishes to you little sweetheart...god bless youuu ❤️🧿
Heartiest congratulations to both of you,Baa😊❣️
Congratulations to both of you 😍🥳🎊 May god bless her 🥰😚
Take care baa❤
বহুত বেছি ভাল লাগিল এইটো ভিডিঅ চাই। এই ভিডিঅ টো আপোনাৰ ছেনেলৰ বিশেষ ভিডিঅ। দেবকন্য লৈ বহুত মৰম আৰু আশিবাদ।😘💖
আপোনালোকলৈ শুভকামনা জনালো।
মৰম লগা হয় বহুত মৰম আৰু শুভেচ্ছা থাকিল নামটো বহুত ধুনীয়া
বহ বহু শুভেচ্ছা যাচিলোঁ আপোনালোক তিনিওকে🙏🌹
আগন্তুক দিনবোৰ মৰম চেনেহেৰে জিপাল হৈ পৰক আপোনালোকৰ জীৱন তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা🙏
কণমানিক বহু বহু মৰম আৰু আশীৰ্বাদ💝🤗
নাম এটি ভাবি আপোনাক জনালো- "দেৱাংগনা"
মাতৃত্ব জীৱনলৈ শুভকামনা জনালোঁ বা❤️। আমাৰ ভাগিনীজনীক যাতে ভগৱানে কুশলে ৰাখে তাকে প্ৰাৰ্থনা কৰিছো। ভিডিঅ'টো চাই আবেগিক হৈ পৰিছিলো কাৰণ মাহী হোৱা আনন্দত । আপুনি ও নিজৰ যত্ন লব । তেতিয়াহে আমাৰ ভাগিন ৰ যত্ন লব পাৰিব। ভালে থাকক সদায় ।❤️
বা এটা নতুন জীৱন 💜 congratulations to both of you😘😘🌼 God bless her✨
God bless you
তোমালোক সুখী হোৱা ❤
God bless you.❤️
Dhuniya lagise video Tu aru tumalokor baby Tu sukanya❤.
congrts both of you..মাইনালে বহুত বহুত মৰম,
Congratulations to both of you ❤️💐💐may God bless her 😍
May your baby be blessed with good health,love and laugher,Warmest congratulations on the birth of your sweet baby girl.Welcome to the world little one💖💖❤❤
Etcbk kgxbk
অভিনন্দন বা❤️❤️ কণমানি জনিলৈ বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ❤️
বহুত বহত ভাল লাগিল দেৱ কন্যা লগতে মাক দেউতাকৰলৈ অভিনন্দন জ্ঞাপন কৰিছো 🌷💚🙏
আপোনালোক দুয়োজনৰে নাম মিলাই দেৱকণ্যা ৰাখিলে বহুত ভাল লাগিছে।শুভকামনা থাকিল।
Congratulations ❤ God bless you ❤
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
Congratulations baa and vindew❤️🥺 stay blessed puwali joni❤️🌚
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
অভিনন্দন জনালোঁ বা। দেৱকন্যা খুব সুন্দৰ নাম।মৰমলগা দেৱকন্যালৈ বহুত বহুত মৰম যাচিলোঁ😘😘❤️❤️ভালে থাকক কণমানিজনী।
Emn cute❤️❤️bhutt bhutt মৰম বা আপোনালোকলৈ
My favorite assmese actress
Love you maina ... Maina Tumi bhale thaka ... Love you maina❤️🥳❤️ .. god always bless you
বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল মাইনাজনীলৈ♥️♥️♥️ সুস্থ আৰু শক্তি শালী হোৱা🥰🥰🥰 আশীৰ্বাদ থাকিল আমাৰ মৰমৰ দেৱকণ্যা লৈ 😘😘❤️❤️
Congratulations to both of you
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
Congratulations to both of you may god bless her✨✨💫💫
Hello muru frd hba ni moiu back krim
বহত বহুত শুভেচ্ছা আৰু মৰম থাকিল। আপুনাৰ এই ভিডিওটি সচাকৈ বহুত ভাল লাগিল
Bhutei Val lagil aponalkor khbr to pay, xuvessa thakil kanmani dabokanya loi. Nam dhunia milay rakhise xundar nam.
Congratulations to both of you ❤️ may god bless her❤️
Hello muru frd hba ni moiu back krim
Baa , আপোনালোকৰ ছোৱালী দেৱকন্যা বৰ মৰম লগা। দেৱাসিশ দাৰ নামেৰে দেৱ আৰু সুকন্যা বা ৰ নামেৰে কন্যা ।দেৱ+কন্যা=দেৱকন্যা। । বৰ ধুনীয়া নাম। আশা কৰোঁ মাইনা আৰু তুমি ভালে আছা। মাইনা আৰু তোমাৰ মঙ্গল হওক তাৰেই কামনাৰে --- আপোনাৰ শুভাকাঙশী
ruclips.net/channel/UCasH-zhwrb4njMedywCNKNA
Hi Mur video Saba dei moi tumer friend hoi
@@mousumichetiavlog6935 ok moiu hobo khuju
ruclips.net/channel/UCasH-zhwrb4njMedywCNKNA
বহুত মৰমলগা কণমানিজনী।
Hello muru frd hba ni moiu back krim
Congratulations to both of you🎉.. May God bless her🥰
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
Amar jumi hoi ne
কণমানি জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল 🥰🥰🥰😘😘😘♥️♥️♥️
বহুত বহুত হিয়াভৰা অভিনন্দন যাচিলোঁ। কনমানিলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ।
অশেষ মৰম আৰু শুভকামনা ❤️ভগৱানে কণমানি জনীক কুশলে ৰাখে যেন 🙏🙏
Hello muru frd hba ni moiu back krim
অভিনন্দন বা❤️✨ ভগৱানে কণমানি জনিৰ লগতে তোমাৰ পৰিয়ালটোক ভালে কুশলে ৰাখে যেন 🙌😘
Aww... congratulations for the new phase of life......welcome angel....🧿🧿🧿
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
Hello muru frd hba ni moiu back krim tumk
Nam to bahut bahut vl lagise
Perfect
God bless you moina
Deba kanya bar xundar nam may God bless her lgte congress to both of u new new ma ru papa🥰
বা নামটো বহুত ভাল লাগিছে 😘❤😇 অকণমানি দেৱকণ্যালৈ অলেখ মৰম জাছিলো 😘😘😘 সদায় কুশলে থাকা ❤❤❤
Debo Konya long live.
ইমান মৰম লগা কণমাণিজনী 😘💞💗দুয়োলৈকে অভিনন্দন জ্ঞাপন কৰিলো 🙏🏻🌸
ভিদিঅ টো চাই বহুত বহুত বেছি ভাল লাগিল। অকণমানি জনী ইমান মৰম লগা।💞💞💞❤️❤️❤️
Congratulations🎉🥳👏 Sukanya baa ru Debasish bhindew.. Konmani jonik aai prithibiloi swagotom ❤❤❤❤❤
Congratulations 🎉 to both of you ba and dada🤗...May God bless her ❣️
Congratulations to both of you❤God bless her♥
Congratulations Sukanya Baa & Debashis Daa💐💐
Maina joni bhut cute hoi ❤❤ May God bless her...
বহুত ভাল লাগিল কনমানি জনি ভগৱানে ভালে ৰাখক তাৰ কামনাৰে❤️❤️❤️❤️❤️❤️❤️
Bahut morom thakil maina joniloi.....naamto khub dhunu lagise
Congress baa.. konmani joniloi bohut morom aru akhirbad korisu vogovane vale rokhauk... Love from morigaon Assam
Sukanya + Devasis = Devkanya ❤️ bohut moromloga nam 😘😘😘 god bless her !
Val lagil. Devakanyaloi bohut bohut moram jasilu.
Many many congratulations Baa Vindew💞😍
Konmani joni loi bohut bohut morom ❤️
দেৱকন্যালৈ বহুত বহুত বহুত মৰম ,, ভালে থাকক কলিজাটো
তোমালোক দুয়োজনলৈ বহু বহু বহু অভিনন্দন জনালোঁ.......তোমালোকৰ নতুন পৰীজনী সদায়ে কুশলে থাকে তাৰেই কামনা ভগৱানৰ ওচৰত......
দেৱকন্যা বহুত মৰম তোমালৈ 😘😘😘....
সদায় ভালে থাকক, অনাগত দিনবোৰত সমূহে গৌৰৱ কৰিব পৰাকৈ পৰিচিত হ'ওক মৰমৰ দেৱকণ্যা সেয়াই ভগৱানৰ ওচৰত আন্তৰিকতাৰে প্ৰাৰ্থনা জনাইছোঁ
Video2 sai bhut vl lagil ba tumi kanisa sy khini beya lagil aru jnu tumi bhut Anandat kanisa ❤️❤️ Dhunumaa joni bhut mrm lga tyk allahi vle rkhk ❤️❤️😘
Allah bless u betii🤲🤲♥️♥️❤️
Khub dhuniaa namm... I like it
#devkanyaborthakur
বহুত বহুত অভিনন্দন বা ভগবানে কনমানিটিক ভালে ৰাখক তাৰে কামনা কৰিলো
Bahut bhal lagise video to. GOD BLESS YOU BABY
Devakyana ♥️🥰♥️Vle thka sdi🥰god bless you
Bahut bahut avinandan Sukanya ba nd debasish da and bahut morom l❤❤❤ debokonya
Sai bht val lagil ba..hundor name rakhile tair .god bless her.. ummmmmmmmmmmaaaaaaaaahhhhhhhh
Nam2 br dhuniya... God bless you.. ,❤️❤️❤️🥰🥰
Awww bohut...morom tikli janiloi😘😘😘..namtu 👌👌