@ hosakoi mur age u himan hua nai 28 hoise mne iman kom age t stroke n heart issue ahi gl aji pora dosdn agr anusthan ata sai ahi admit holu atyau bhal puaa nai sound bur mukoli pothar t dbo lage hunibou bhal laage usrt thakile matha aru heart t affct kore horu lora sualik besi kore tat koi kom volume t u hunibo para jai bhal u laage aru stage t tu aru dbo nalage karan teu luk tate thake j usrt kk teneke dhukaisl aru jibo jontu bbeu aru beaa hoi
শিল্পী গৰাকী ৰ আত্মৰ চিৰ শান্তি কামনা কৰিলোঁ ভগৱান ৰ ওপৰত
ৰাজিৱদাৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।
অতি দুখৰ খবৰ। ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। অসমে এগৰাকী সঁচা শিল্পী হেৰুৱালো।ওম শান্তি।
এজন মহান শিল্পী অসমীয়াৰ বুকুৰ পৰা অকালতে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল । তেখেতৰ মৃত্যু অসমীয়া সমাজৰ কাৰণে বৃহৎ ক্ষতি ৷ তেখেতৰ স্মৃতি যাতে প্ৰতিজন সৎ শ্ৰদ্ধাবান অসমীয়াই জীয়াই ৰাখে তাৰে কামনা কৰি তেখেতৰ বিদেহ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা জনালোঁ 🙏 জয় আই অসম 🙏
আজিকালি মঞ্চ বিলাকত DJ ৰ চাউণ্ডৰ প্ৰভাৱ বহুত বেছি যাৰ কাৰণে এনেকুৱা ঘটনা বোৰ হয় ৷ মঞ্চত বিলাকত বেছি চাউণ্ড আৰু লাইটৰ ৰঙা নীলা আন্ধাৰ পোহৰৰ বাবে হাৰ্টৰ প্ৰব্লেম আহে বুলি ভাৱোঁ ৷যি হলেও এজন প্ৰতিভাৱান গায়কক অকালতে হেৰুৱাই বহুত বেয়া লাগিছে তেওঁৰ আত্মাই শান্তি পাওক তাৰেই প্ৰাৰ্থনা কৰিলোঁ 😭🙏🙏 ৷
কেৱল মঞ্চতেই নহয় বিবাহ অনুষ্ঠান মাঘ বিহু উৰুকাৰ উপদ্ৰৱ সকলো ঠাইতে শব্দ প্ৰদূষণ এতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰত।।।
Hoi kathato
Hosa kotha mur anusthan ata sai pisdna brain stroke hua pora basisu dj bur bahirole mukh koraai dbo laage stage fale dboi nlge imn usrt sound thkile bht heartbeat fast hoiii jaaai 😢😢😢😢
@@Iasaspirant-o9m , সঁচাকৈ ৷ মোৰো বুকুৰ ধপধপনি আৰু ব্ৰেইনৰ প্ৰব্লেম আহি যায় চাউণ্ড বক্সৰ ওচৰত ৰলে ৷ কেতিয়াবা এই অনুষ্ঠান বিলাক চাই থাকোঁতে আমিও দৰ্শক হিচাপেই কিজানি এনেকুৱা পৰিস্থিতিত পৰিম ৷ 😰
@ hosakoi mur age u himan hua nai 28 hoise mne iman kom age t stroke n heart issue ahi gl aji pora dosdn agr anusthan ata sai ahi admit holu atyau bhal puaa nai sound bur mukoli pothar t dbo lage hunibou bhal laage usrt thakile matha aru heart t affct kore horu lora sualik besi kore tat koi kom volume t u hunibo para jai bhal u laage aru stage t tu aru dbo nalage karan teu luk tate thake j usrt kk teneke dhukaisl aru jibo jontu bbeu aru beaa hoi
বহুত দুখ পাইছোঁ😢😢😢😢😢😢চকুপানী ৰখাব নোৱাৰিছোঁ যতেই থাকা ভালেই থাকিবা ৰাজীৱ দা
শিল্পী জনৰ মৃত্যুত বৰ দুখ লাগিল তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ভগৱানৰ ওচৰত ঔম শান্তি 🌷
শ্রদ্ধাৰ শিল্পী গৰাকী লৈ গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰিছো বৰ দুখ লগা। ভাষা নাই কবলৈ। 💐💐💐শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। 🙏
মৰমৰ ভাইটি ৰাজীৱ, আত্মাই স্বৰ্গত বাস কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনালোঁ।
অতি দুখজনক। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ 🙏 ঔঁম শান্তি 🙏🙏🙏🌷
এটি বিপ্লৱী কণ্ঠ। শুনি বৰ দুখ লাগিল।।RIP
ৰাজীৱ দা আপোনাৰ গীত আৰু কণ্ঠই আমাক মোহিত কৰি ৰাখিছিল
অতি উচ্চ চাউনে হাট এটেকৰ কাৰণ হ'ব পাৰে আগতেও শুনি ছো
শিল্পী ৰাজীৱ শদিয়াৰ মৃত আত্মাই চিৰ শান্তি লাভ কৰে যেন ! ❤❤❤🙏🙏🙏🙏😰😰😰😰😰😰😰😰
বৰ দুখজনক খবৰ৷শিল্পী গৰাকীয়ে চিৰশান্তি পাওক তাৰে কামনা কৰিলোঁ৷🙏😢😢
শিল্পী গৰাকী চিৰশান্তি পাই তাৰে কামনা কৰিলো..🙏🙏🙏🙏
অতি মৰ্মানতিক ঘটনাটো পাই দুখ লাগিল, তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো ভগৱানৰৰ ওচৰত।
বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো। ওম শান্তি।
ৰাজিব দাৰিয়া গানৰ অৰ্থ আছিল আজি আমাৰ মাজৰ পৰা এজন শিল্পী হেৰাই গ'ল বহুত দুখ লাগিছে। তেওঁ যেন আমাৰ উছৰলৈ আকৌ আহক তাৰে কামনা কৰিলো।
ৰাজীৱ দা আপুনি দতেই তাতে সুখী থাকা আপোনাৰ গান আজিও বাজি থাকিব ।
বিদেহী আত্মাৰ চিৰশান্তি
লাভ কৰক 😢😢😢😔🙏🌹
ৰাজীৱ দাৰ আত্মাই চিৰশান্তি লাভ কৰক ।।
অতি মৰ্মান্তিক। শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো।
জনতাৰ শিল্পী জনতাৰ মাজতেই শেষ বিদায়ৰ বাট
🙏🙏🙏🙏🙏 প্ৰণাম 🙏🙏🙏🙏
কেতিয়াও ভবা নাছিলো আপোনাক ইমান সোনকালেই হেৰুৱায় বুলি এতিয়া কোন হ'ব আপোনাৰ দৰে, দেশৰ কাৰণে , আমাৰ জাতী মাটিৰ ভেটিৰ ৰক্ষাৰ কাৰণে চিৱৰি চৱৰি গান গায় গায় ৰাইজক আমাৰ নিজৰ দেশৰ কাৰণে চিন্তা কৰিবলৈ,,,, আপোনাৰ আত্মাই চিৰ শান্তি পায় তাৰে ভগৱানক প্ৰাথনা কৰিছোঁ 🙏🙏🙏🙏
বৰ দুখ লাগে
Om santi🙏 🙏🙏
বৰ হিদয় বিদাৰক ঘটনা,, 😢😢😢
Joii aii axom.kokai❤❤❤
Miss you rajip dada 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
বিপ্লৱী কণ্ঠ ৰাজীৱ শদিয়াৰ দা আত্মাৰ চিৰ শান্তি পাওঁক।
বহুত দুখ লাগিল ৰাজীৱ মৃত্যুৰ বাতৰি পাই
তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। এই প্ৰাৰ্থনা জনাইছো bhagawar ওচৰত । Om shanti !
মৃত্যু এতিয়া সহজ হল সুন্দৰ কৈ গান গাই থকা অৱস্থাত মৃত্যু সহজ সৰল শিল্পী জন ওঁম শান্তি ৷
শিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ শিৰ শান্তি কামনা কৰিলোঁ
ঔম শান্তি
অতি দুখৰ খবৰ। বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।😥😥🙏
om shanti 😢😓🙏
আজি কালি আপোনালোকে মন কৰিব সোণ হঠাৎ ঢলি পৰি মানুহ বিলাক প্ৰায় প্ৰাণ গৈছে মৃত্যুক সাৱটি লয় heart attack বাবে 😢😢
দুখ লাগে বহুত বেয়া লাগে অ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলো
তেখেতৰ আত্মাই শান্তি পাওক স্বৰ্গত 😭🙏🙏🙏
অসহনীয়। আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক। 🙏🙏
শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিলো 🙏🙏😭 😭
অতি মৰ্মান্তিক দেই।
ভগৱান তোমাৰ কি লীলা
অতি মৰমৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগত মৰ্মাহত হ'লো। তেখেতৰ পবিত্ৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ
Om santi 🙏🙏🙏🙏
Jai ayi Assam 😢apunar atmai hodgoti pai ❤
দাদা আজি আমাৰ মাজত নাই, কিন্তু তেওঁ সৃষ্টি আৰু তেওঁৰ গান জাতিক ভাল পোৱা মানুহৰ মাজত চিৰকাল থাকি যাব, জয় আই অসম
বহুত দুখ লাগিল
বিপ্লৱী শিল্পী শ্ৰদ্ধাৰ ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতিৰ কামনা কৰিলো । 🙏🙏🙏
বৰ দূখ পালো। আত্মাৰ চিৰ শান্তি কামনা কৰিলো।
বৰ দুখ লগা খবৰ , তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন 🙏
Bohut. Miss krixu mur val loga hilpi😢😢😢😢
Om Santi 🙏
অমৰ হওঁক ৰাজীৱ দা 😢😢
Bht beia lagil
Bahut.val.asil.bahut.dakhut.lagil
সঁচাকৈ বহুত দূখ পাইছো মই খৱৰ তো পাই এনেকৈ নো জীৱন শেষ হৈ যায় নে 😢😢😢
শিল্পী জনলৈ শ্ৰদ্ধা জনালো।
জ্যোতি-বিষ্ণুয়ে যেনেকৈ অসমীয়া জাতিৰ বাবে কঠোৰ সংগ্ৰাম কৰি অসমীয়াক সুশিক্ষিত কৰি গ'ল, ঠিক তেনেকৈ এইগৰাকী শিল্পীয়ে আমাৰ অসমখনত (অসমীয়াক)এক বৃহত্তম জাতি হিচাপে একত্ৰিত কৰি থৈ গ'ল । সেইবাবে ময়ো কওঁ যে, "আমি অসমীয়া বৃহত্তম জাতি ।"
ৰাজিবৱদাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ভগৱানৰ ওচৰত
ৰাজীৱ দাদা আত্মা সদগতিৰ কামনা কৰিলো
আপোনাৰ আত্মা সদগতিৰ কামনা কৰিলোঁ 🙏
Bhut bhut dukh lagil 😭😭😭😭
🙏🙏OM SHANTI 🙏🙏🙏
Om Shanti 🙏💐
Om Shanti 🙏🙏🙏🙏
Bht dukh lagil... aibilak axomia jatir krna axomor krna bht dangr lost....RIP dada.
Bohot baya lagil
Om Shanti ❤🎉
Rajib sadiya hilpi om Santi 🙏🙏
আৰু নাই।।
শেষ।
জয় আই অসম।।
RIP,🙏🙏
ৰাজীৱ শদিয়াৰ ককাইদেউ আত্মাই চিৰ শান্তিৰ লাভ কৰক।
Omm shanti 🙏
অসমীয়াৰ কাৰণে বহুত ডাঙৰ সম্পদ হেৰুৱালো
তেওঁৰ আত্মাই যাতে চিৰশান্তি কামনা কৰিলো 😢
ককাইদেউ আপোনাৰ বিদেহি আত্মাই চিৰশান্তি লাভ কৰক😢
Joy ai axom
ৰাজীৱ দা অমৰ হওঁক
কোনে গাব এতিয়া কেচাঁ মাটিৰ গান ককাই ঐ🙏 💔
Bidehi aatmar sadgoti kamona korilu...
Ohm Shanti 💔
Val manuh ajon heruwalo 😢😢
Om Shanti
Om shanti 🙏🙏
Om shanti 😮😮
Bohut dukh lagile😢😢😢😢😢😢😢😢🥲🥲😭😭
আত্মাৰ সদগতিৰ কাৰণে কামনা কৰিলোঁ🙏
Om Shanti Om
আপোনাৰ আত্মাই বৈকুণ্ঠত ঠাই পাওক😢😢😢
God bless you all
তোমাৰ আত্মাই শান্তি কামনা কৰিলো
❤❤❤❤❤ Rip
OM SHANTI NAMASTE 🙏
ঔম শান্তি
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Bohut val loga Manu ajon Amer major pora nai kea hol😢😢😢
Bor dukh lagil 😢😢😢
তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক 🙏🙏🕉️..
Bohut bhal pratibadi kontha gayok ajon hearua khaburtu huni pai montu bohut beya lagise. Tekhetor atmai siro hanti lav korok tare kamona karilu. 😢😢😢
মোৰ অনুভৱ আজিকালি মঞ্চত মিউজিক চিষ্টেম বিলাক বেছি হোৱাৰ বাবেই হয়তো হাৰ্ট এটেক বিলাক হবলৈ লৈছে গতিকে কথা বিলাক অলপ ভাবি চাবৰ হল এতিয়া দূভগীয়া পন্তি গৰাকীৰ কি অৱস্থা হব? কোনোবাই কল্পনা কৰেনে বাৰু।