বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
Sumitra Gogoi Krishna Krishna Krishna Bapsakale Anirudha Dharmar katha koi aachhe ai Anirudha hoichhe Darakar Ydupati Krishnar Nati yijan Banrajar hatat Ushar babe bandit haba laga hoichhil tera hol aamar nichina ajan Achtan ati Jiwa Attmasarup Krishnar Kripathe terai bandhonar para multi pale gtike Krishnak ari Achetan Jeewa atik puja kari kiba lav aachhejano dukh nadharib ai Dasro Das Daseeye ati samany Magaje yito dhuki paichho seitohe koichho Krishna pranam janalo Aaponalokak Krishna
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ,ময় মন্দমতি ভৈলো সেৱা চোৰ হে। (নামঘোষা) । কৃষ্ণ।জয় গুৰু শঙ্কৰ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।হয় ভকত বৈষ্ণৱৰ সেৱাত ব্ৰতী হবলৈ উৎসাহ দেখি গুৰু দুজনাৰ কৃপাত ভক্তিৰ পৰিবেশ সৃষ্টি হোৱা কাৰণে আনন্দ লাভ কৰিলো, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণৰ পভৃ আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি ভাল লাগিল ধন্যবাদ থাকিল ❤❤❤❤🎉🎉🎉
Wwé
🐨
Krishna Krishna Pravu apunar soronot khoto kouti pronam jonaisu....🙏🙏🙏
কৃষ্ণ🙏 সহস্ৰ কোটি প্ৰণাম কৃষ্ণ🙏🙏🙏🙏 সুন্দৰ উত্তৰ সুন্দৰ উদাহৰণ কৃষ্ণ🙏
বৰ ভাল লাগিল ভাগৱত পাঠ হে হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাৰায়ণ 🙏🙏🙏
E
কৃষ্ণ কৃষ্ণ 🙏 🙏
গগৈ বাপৰ সহিতে সমস্ত আই বাপলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 🙏 অতি সুন্দৰ ভাগৱত বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏 🙏
🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়া ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ ।
বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
Krishna , bapjan.
Excellent explanation.
Many many thanks.
হে প্ৰভু আপোনা ভাগৱত পঢ়া সুৰ টো শুনিলে কিবা এটা দুখ লাগি আহে, চকু পানী ওলাই যায়।
কৃষ্ণ কৃষ্ণ সুন্দৰ ভালে বাখ্যা কৰি দিলে ❤❤❤❤❤❤ ভাল লাগিল কথাখিনি শোনি
Very best explaination of vagavat and understandable joy ram krishna bap!!
ধন্য হলো প্ৰভু,ৰাম নাৰায়ণ, কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ 🙏 শ্ৰৱণ কৰি কৃতাৰ্থ হলো
বৰ ভাল লাগিল ভাগৱতৰ ভাঙনি শুনি,বহুত নজনা কথা জানিব পাৰিলো, কৃষ্ণ কৃষ্ণ বাপজনা
😮😅
Krishna Krishna pranam jonalu
কৃষ্ণ কৃষ্ণ
কৃষ্ণ আপোনাৰ উত্তৰ বোৰ সুন্দৰ- যথাযথ হৈছে । সেৱাজনালো কৃষ্ণ ।
কৃষ্ণ বাপ জনা ভক্তি ভৰা সেৱা জনালোঁ।
কৃষ্ণ কৃষ্ণ বাপ আই সকল চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
কৃষ্ণ । ভক্তেহে ভকত চিনি পাই ।অনিৰুদ্ধ সমাজৰ সকলো ভকত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা নিবিদিলোঁ । কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।
জয় কিষ্ণ
কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন
Dhinybad thakil
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু। আৰু সমস্ত বাপ আই লৈ সেৱা জনাইছো।
Joi krisn
A❤@@kehsabgogoi7026
কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏🙏🙏
Nomoskar thakil
কৃষ্ণ, কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম । ৰাম কৃষ্ণ হৰি বিষ্ণু তুমিয়েই গোবিন্দ হৃষীকেশ ।। মাধৱ কৃষ্ণ ।।
Dhinybad
Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna prabhu
প্ৰশ্নকৰ্তাজনে কোৱা পদফাকিৰ জড়িয়তে ঈশ্বৰক পিতৃ বোলা নাই। জন্মদাতা পিতৃজনকহে ঈশ্বৰৰ তুল্য বুলিছে। বাপজনাই গোৱা ঘোষাফাকি ঘোষাপুথিত বিচাৰি নাপালো। জন্মদাতা জন পিতা, ঈশ্বৰ হ'ল পৰম পিতা।
কুলধৰ বড়া।
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীপদ্মমুখে শ্ৰীমদ্ভাগৱতৰ অমৃতময় ব্যাখ্যা শ্ৰৱণ কৰি উপকৃত হলো।কৃষ্ণ ভকতৰ চৰণলৈ সেৱাহে যাচিলো।
ক
(
জ
#
ৌ৮
বহুত বহুত dhoinoy
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ প্ৰভু আপোনাৰ মুখে অমৃত বানী শুনি ধন্য হলো ।
কৃষ্ণ কৃষ্ণ।
This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ ,জয় গুৰু শ্ংকৰ ,এভাগি সেৱা ধৰা হ'ল।
কৃষ্ণ। ভাল লাগিল,কৃতাৰ্থ হ'লো। ভগৱন্তৰ চৰণত সুস্বাস্থ, দীৰ্ঘায়ু কামনা কৰিলো।
Krishna bap iswar apunar padma.mukhe bhawat.biyakha..suni.bhut.bhut.dhany halu.
কৃষ্ণ কৃষ্ণ জয় গুৰূ শঙ্কৰ
Krishna Krishna pranam jonalu bap
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ ভকতৰ চৰনত শত কৌতি প্ৰনাম
Krishna Krishna 🙏 bap seya nibedon karilo krishna krishna 🙏🙏
Bapjona bohut excellent 👍
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা। 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু । ইমান সুন্দৰ ব্যাখ্যা ।
Dhinybad thakil
কৃষ্ণ, সেৱা জনাইছোঁ,, বাপজনৰ ভাঙনি খুব সুন্দৰ,,,, কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপজন আমাৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
Eman dhunia biyakhya......Ishwar r horbusso prasonkha houk.....
Joy. Shri krshno
Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu apuner bakhayxuni param anand lavilu Krishna 🙏🏿
Sumitra Gogoi
Krishna Krishna Krishna Bapsakale Anirudha Dharmar katha koi aachhe ai Anirudha hoichhe Darakar Ydupati Krishnar Nati yijan Banrajar hatat Ushar babe bandit haba laga hoichhil tera hol aamar nichina ajan Achtan ati Jiwa Attmasarup Krishnar Kripathe terai bandhonar para multi pale gtike Krishnak ari Achetan Jeewa atik puja kari kiba lav aachhejano dukh nadharib ai Dasro Das Daseeye ati samany Magaje yito dhuki paichho seitohe koichho Krishna pranam janalo Aaponalokak Krishna
ৰাম ৰাম কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ৷
আপোনাক দীঘ‘ আয়ো কামনা কৰিলো ৷ধন্যবাদ
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
কৃষ্ণ সুন্দৰ উপদেশ আগবঢ়ালে
Krishna Krishna bap pronam
🙏🙏🙏🙏🙏🙏🙏
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
Koti koti pranam prabhu, gobindra Krishna
কৃষ্ণ কৃষ্ণ গগৈ বাপ
আপোনাৰ মুখেৰে শাস্ত্ৰৰ কথা শুনিলে নিজকে ধন্য হোৱা যেন অনুভৱ হয়। ৰাম কৃষ্ণ
Great expectations 🙏 praise the lord 🙏🙏🙏🙏🙏
শত শত কৌতি সেৱা নিবেদিলো,কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 ।
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
Kisno kisno
Jay Shri Krisna
Jay Shri Krishna
দেৱ চেতিয়া
কৃষ্ণ কৃষ্ণ হৰি ৰাম
Yours superfine explanation,so far available among us, is the highest
💜😊😊
Ram Ram, Krishna Krishna 🙏🙏🙏
অতি সুন্দৰকৈ সহজভাৱে নিখূতভাবে সহজ সৰলকৈ বৰ্ণনা কৰি বুজাই দিলে ৷
যেতিয়া আপোনাৰ ভিডিঅ বোৰ চাঁও মনটো সুখ অনুভূতি লাভ কৰো
শঙ্কৰ , মাধৱ, গোপাল সকলোয়েই আমাৰ গুৰু , অনিৰুদ্ধ গুৰুজনাই তেৰাৰ ভক্তি মঙ্গল ঘোষা শাস্ত্ৰৰ সম্প্ৰদা ভাগত পূৰ্বগুৰুষসকলক পৰিচয় কৰাই গৈছে । তথাপিও মায়ামৰা সমাজৰ বাবে তেওঁ আদ্যেশ্ৱৰ। কাৰণ শঙ্কৰদেৱৰ শুদ্ধ ধৰ্মভাগৰ পৰিচয় মায়ামৰা সমাজে তেৰাৰ যোগেদিহে পাইছে।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তুমি হে পৰম গুৰু।
কৃষ্ণ কৃষ্ণ 👏👏👏
Ss
Krishna Krishna baap
Joy
Guru Shankar
Krishna Krishna val lagil pravu kiran tihu
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো
Gogoi loi dhinybad thakil
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ! আমাৰ ইয়াত সত্রৰ শাখা আছে সেইসূত্ৰে আমি সত্ৰীয়া কিন্তু মই জনা হোৱাৰ পৰা আমাৰ যদি আদ্য শ্ৰাদ্ধৰ কৰোঁ তেতিয়া আমি ব্ৰামণ দ্বাৰা হে উদ্ধাৰ হও লগতে পূজা পাতল বিলাকো কৰোঁ আনফালে শঙ্কৰদেৱৰ জন্ম উৎসৱ ভাগৱত লৈ শোভাযাত্ৰা কৰো। গতিকে আজিও দোমোজাত আছোঁ ।
কোনোবা বাপে মোৰ কোমেন্ত চাই অনুগ্ৰহ কৰি উপায় এটা পাম বুলি আশা ৰাখিলোঁ। কৃষ্ণ!
ভাৰত বুৰঞ্জী খুব মনোযোগ দি পঢ়ি লওক। লগতে অসম বুৰঞ্জী ও মান দি পঢ়ি বুজি লওক। এতিয়া দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ খন পঢ়ি বুজি লওক। এতিয়া আপুনি বুজি পাব বৈষ্ণৱ কি, শাক্ত কি, পূজা পাঠ কি, যজ্ঞ কি, ইত্যাদি।এইখিনি জ্ঞান আহৰণ কৰাৰ পিছত গীতা মহাগ্ৰন্থ খন বাৰে বাৰে পঢ়ি বুজি লওক। এতিয়া আপুনি গোটেই পঞ্চ তত্বৰ কথা , ভক্তি মাৰ্গ, আদি বুজি পোৱাৰ পিছত আপুনি আৰু দোমোজাত পাৰিব লগা নহব বৰং আন কোনোৱে পাৰিলে আপুনি তেওঁক ও উধহাৰ কৰিব পাৰিব। দস্যু ৰত্নাকৰে ও বছৰৰ বছৰ ধ্যান বা অধ্য য়ন কৰি আদি কবি বাল্মিকী বুলি বিখ্যাত হৈছিল। মুঠতে পুথি পঢ়ি আৰু ওচৰ চুবুৰীয়াক দেখি বুজি লৈ জ্ঞান আহৰণ নকৰিলে এই ধৰাৰ মাহাত্ম্য বুজিব কেতিয়াও নোৱাৰিব। বে
Krishna Krishna
Krishna Krishna Krishna
Krishna bap krishna bhakati bhara prnanam janalo
সুন্দৰ হৈছে।
🙏🙏
ভাগৱত. পাঠা .জয় জয়
🙏🙏🙏👌কৃষ্ণ বাপ কি সুন্দৰ কণ্ঠ আৰু বাখ্যা 🙏🙏🙏
Krishna Krishna bap hewa janalu
কৃষ্ণ 🙏🙏
Ramkrishna
কৃষ্ণ মাধৱ 🙏
😮😢😢
সেৱা জনালোঁ কৃষ্ণ🙏🙏
Krishno krishi provu jon
Krishna krishna gogoi baap jai jai jai krishna bhagaban tomar saranat sata coti pranam coti coti prinam
শতকৌতি সেৱা নিবেদিলো, কৃষ্ণ কৃষ্ণ
বাপ জনৰ লগতে সকলো জনকে মহা অধমে সেৱা নিবেদন কৰিলো.
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ