Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দিত। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আমি অধৰ্মে দূৰৈ পৰা সেৱা হে জনাইছোঁ🙏🙏🙏
কৃষ্ণ! বাপ আপোনাৰ শ্ৰীচৰনত শতকৌতি প্ৰণিপাত।🙏🙏🙏
প্ৰতি দিনে এবাৰ শুনোএ প্ৰভু ভগৱন্তৰ ৰসময় গুণানুকীৰ্তন গতিকে সেৱাহে বাপ ঈশ্বৰ ধন্যবাদ প্ৰভু আপোনাৰ এই গুণানুকীৰ্তনে জগতৰ কল্যান কৰেযেন এই প্ৰাৰ্থনা
কৃষ্ণ কৃষ্ণ প্ৰভূ দেৱ আপোনাৰ শ্ৰী চৰনে সেৱা জনালোঁগ্ৰহণ কৰেযেন।
কৃষ্ণ কৃষ্ণ বাপ গোবিন্দে কৃপা কৰক।
কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏
শতকোটি প্ৰনাম জনাইছো প্ৰভু ঈশ্বৰ দেউতা 🙏🙏🙏🙏🙏🙏।
কৃষ্ণ কৃষ্ণ কোটি কোটি প্ৰৰনাম গুৰু বাব৷
কৃষ্ণ কৃষ্ণ 🙏 আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ প্রভু শতকোটি ভক্তি ভৰা সেৱা আপোনা সবাৰো শ্রী চৰনত অৰ্পন কৰিলো কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ গোবিন্দ গোবিন্দ নাৰায়ণ নাৰায়ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ।নৱ সিদ্ধৰ নিমি ৰজাক কৈ জগতত এক গুৰুত্বপূৰ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰি পাপী তাপী সকলোৰে অন্তৰত খলকনি তুলি তাৰ দ্বাৰা প্ৰেমভকতি দান কৰিছে। ধন্য ধন্য নৰতনু লভি এই অমৃতময় কৃপা যেন আমি অথলে নিনিয়াও। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ৰাম 🙏 ৰাম 🙏ৰাম 🙏 🙏🙏🙏🙏🙏🙏
কৃষ্ণ। ৰাম নাৰায়ণ গোবিন্দ জয় জয়। গোবিন্দ। জয় জয়🎉❤❤
কৃষ্ণ কৃষ্ণ প্ৰভু । সেৱা জনাইছো দাসী সেৱা ভাগ গ্ৰহন কৰিব । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ বাপ, আপোনাক শতবাৰ সেৱা জনাইছোঁ ।আপোনাৰ সুললিত কণ্ঠত কৃষ্ণ কথা শুনি আমাৰ জীৱন ধন্য হৈছে ।আপোনাৰ দীৰ্ঘায়ু কামণা কৰিলোঁ ।
Krishna Krishna Krishna 🙏 🙏🙏🙏🙏🙏🙏 Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏 ei odhomor sewa grohon korib krishna krishna
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শত কোটি প্ৰণাম আপোনাৰ চৰণত ।কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ মুখেৰে ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি সচাকৈ জীৱন তো সাৰ্থক হোৱা যেন অনুভৱ কৰিছোঁ। সেয়ে মই ইউটিউবত আপোনাৰ পাঠ শুনি আছো। শেষ ত আপোনালৈসেৱা নিবেদি
হে প্ৰভু, কৃপা কৰা🙏🙏কৃষ্ণ
কৃষ্ণ হে প্ৰভু আপোনাৰ শ্ৰী চৰনত শত কৌটি প্ৰনাম ।
অতি মনোৰম ব্যাখ্যা বাপ কৃষ্ণ কৃষ্ণ আপোনাৰ শ্ৰী মুখে শুনি আপ্লুত হৈছো ।🙏🙏 কৃষ্ণ শঙ্কৰ'ৰ গুৰু ১৭/৪/২২.
কৃষ্ণ বাপ প্ৰনাম জনালোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূঈশ্বৰ প্ৰণাম বাৰম্বাৰ প্ৰণাম আপোনাৰ শ্ৰীচৰণত। 🙏🙏🙏
Pranam Prabhu. 🙏🙏.
pr0nam bapjon koti koti pronam.
কৃষ্ণ বাপ সেৱা জনালোঁ 🙏🙏🙏 ভাগৱতৰ অমৃত বাণী শুনি বহুত ভাল লাগিছে, যদিও এতিয়া ভকত সমাজত নাই তথাপিটো আঁতৰৰ পৰাই বৈইকুণ্ঠ সুখৰ অনুভৱ লাভ কৰিচো 🙏🙏🙏
Krishna Krishna🙏🙏🙏🌺🌺
He pravu amar tinijaniya pariyalor parasatakoti pranam grahan karibo krishna🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ গুৰুজন সেৱা আগবঢ়ালো। শ্ৰৱণ কৰি তৃপ্তি লভিলোঁ
Krishna Ram Ram pronam jonalu apunak bap oti xundar krishna kotha Ram Ram Ram 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ🙏পুৱাৰ সেৱা গ্রহন কৰিব | শুনি থাকিলেও হেপাহ নপলাই প্রভূ আপোনাৰ অমৃত বাণী |
কৃষ্ণ কৃষ্ণ প্ৰভু কিনো দুখ লগাই থৈছোঁ প্ৰভূৰ ওচৰত , আপোনাৰ শ্ৰী মুখে ভাগৱত পাঠ শুনাৰ বহুত আশা আছে কিন্তু ,আপুনি শিৱসাগৰ জিলাৰ পৰা আহি গুচি যোৱাৰ পিছত হে এই অভাগীয়ে গম পাও । 🙏🙏
Nij ghorote bohi Bhagawat path xuni bor bhal lagil ,Prabhu🙏🏻🙏🏻🙏🏻.
কৃষ্ণ প্ৰভু। আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিলো । শ্ৰৱণ কৰি ধন্য হলো ।🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ।
যেন অমৃত সৰোবৰত আমি ডুবি আছো ৷ কৃষ্ণ ৷ সেৱা জনালোঁ প্ৰভু
হে বাপ আপোনাৰ ভাগৱত পাঠ শুনি আনন্দিত হলো।সেৱা জনালো।
কৃষ্ণ কৃষ্ণ 🙏🙏
হে প্ৰভুজনা গিয়ানী সমাজে আপোনাক বহুত প্ৰসঙ্সা কৰে।আলোচনা কৰিলে এই কথা গম পাও।বিশেষকৈ পাঠ দান কৰা ভাগৱতৰ ওপৰত।কৃষ্ণ।
Krishna krishna bap🙏🙏🙏🙏🙏
হে গুৰুজনা আপোনাৰ চৰণলৈ ভক্তিভৰা সেৱা আগবঢ়ালো 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত ভক্তিভাৱেৰে প্ৰণাম বাপ
Kreshna kreshna ram
কৃষ্ণ বাপ ঈশ্বৰ সেেৱা গ্ৰহণ কৰিব ।অতি তাত্ত্বিক মনমুহিব পৰা ব্যাখ্যা শুনি অতিকৈ সুখী হলো প্ৰভূ ।আপোনাৰ পৰিয়ালসহ সদা সৰ্বদা কুশলে থাকক ।কৃষ্ণ
কৃষ্ণ🙏🙏🙏 প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ।
ধন্য। ধন্য পভু আপোনাক কেনেকৈ সেৱা।জনাম। আপুনি। আচলতে।মহান। আন্তৰিকতাৰে আশীৰ বা দ।কৰিব
কৃষ্ণ কৃষ্ণ প্ৰভাততে ভক্তিভৰা কৃতাঞ্জলী নিৱেদন কৰিলোঁ সাৱলীল কৃষ্ণামৃত পাঠৰ বিশ্লেষণে আমি মূঢ়মতিক কৃতাৰ্থ কৰিছে প্ৰভূ' আপোনাৰ লগতে আমিসৱৰ কল্যান কামনা কৰিছোঁ হৰি ৰাম ৰাম ৰাম
🙏🙏🙏 কৃষ্ণ ৰাম প্ৰভু ঈশ্বৰ জয় জয়❤️❤️🙏🙏🙏 প্ৰভু ঈশ্বৰ সেৱা আগবঢ়ালোঁ
Krishna Krishna , Bap sewa laba .Bhasare buhana nowaro mantramughdha hoi kebal sunigooiso . He gurideb anedara aponar kripa pai param Ananda labh kari sesh nishash Ariba paro.
🙏।। কৃষ্ণ ।।🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ সেৱাভাগি জনালো❤ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ পভু সেয়া জনালোঁ ।
Pranam Baap Ishwar ! Huni bohut bhal lagise.
বাপ কৃষ্ণ কৃষ্ণ! 🙏
হে প্ৰভুবাপ আপোনাৰ ভাগৱত বাখ্যা শুনি মনটো ভাল লাগিল 🙏🙏🙏
হেপ্ৰভু ভগৱন্ত বাপ আপোনাৰ পৰা ভগৱান ৰ গুণানুকীৰ্তন শুনি মন মুগ্ধ হৈছো আচলতে মন ভৰি ভাল পাইছো সেএ ভগৱান ৰ আশিৰবাদ বিচাৰি আপোনাৰ ওচৰত সেৱা জনালোঁ
🙏🌺Krishna Bap🌺🙏Bap apunar sri mukhe Bhagobot kotha aru biyakha huni porom anondit holu🙏🌺❤🌺🙏
হে ম়ৃত্যু মুখী মনুষ্য মুকুতি দাতা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আপোনাৰ চৰনত শতকোতি প্ৰণাম । আপোনাৰ চৰনত নিজৰ ভাষাৰে জনাব পৰা কোনো এভাগীৰ যুগ্যপাত্ৰ নহয় মাএ্ৰ এশাৰী গুৰু জনাৰ বাণীৰেহে নিবেদন জনোৱা হৈছে । কৃষ্ণ ,, নমাগোহো সূখ- ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি । মুখে লৈবু তযু নাম কৰ্ণে তব কথা , হৃদয়ত পাদপদ্ম থাকোক সৰ্বথা । সতজনৰ সংগ নোগোচুক সৰ্বক্ষণে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে ।।
Prabhu aaponar ei bhagawat bhag xuni bohut bhal lagil aaponar dirghayu kamona korilu aamio kushale aaso logote pranam jonaisu jai krishnaguru
প্ৰনাম প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
হে বাপ ভাই আপোনাক চৰন চুই সেৱা জনাইচো কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনালৈ আমাৰ সেৱা নিবেদিলো।
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম কৰো
কৃষ্ণ ,প্ৰভু ,🙏🙏
কৃষ্ণ কৃষ্ণ সমস্ত বাপ আৰু আইসকললৈ আমাৰ সেৱা 🙏 নিবেদন কৰিছোঁ 🙏🙏
কৃষ্ণ.... আপোনাৰ ব্যাখ্যা শুনি ভাল লাগে
🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব 🙏
"প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏"
He bap iswar apunar Sarant sewar janalu bhagwat path suni bahut Andra lagil prabhu ye apunak dighau karak
Krisna কৃষ্ণ কৃষ্ণ বাপ কোটি কোটি প্ৰণাম🙏🙏🙏
কৃষ্ণ 🙏🙏কৃষ্ণ প্ৰভূ ঈশ্বৰ পথমে আপোনাৰ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ অধমৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি কৃষ্ণ প্ৰভূ অতি সুন্দ পাঠ প্ৰভূ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ
Krishna pravu kripa kariba
Om namoh: sri krishna
বাপ Krishna সকলো ভগৱানৰ ইচ্ছাআৰু প্ৰভু ঈশ্বৰৰ ওচৰত অৰ্পন কৰিব লাগে বুলি ভাগৱতে কৈছে তাকেই আমি ভাবিব লাগে GOODBLESS u
বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব । বহুত ভাল লাগিছে চেনেল যোগে পালনামৰ ভাগৱাত পাঠ শুনি । কৃপা কৰিবা🙏 কৃষ্ণ কৃষ্ণ🙏
নাম সচাঁকৈ বৰ মহিমাযুক্ত।আপোনাৰ সৎসঙ্গ বিলাক শুনি আপ্নুত হওঁ।আপোনাৰ দৰে পুত্ৰ জন্ম দিয়া পিতৃ-মাতৃলৈ আমাৰ শতকোতি প্ৰণাম-- প্ৰভূ।
প্ৰভূ জনাৰ শ্ৰী চৰণত শত কোটি বাৰ প্ৰণাম জনালো । আপোনাৰ প্ৰায় বিলাক ভিদিঅ আমাৰ শ্ৰৱণ কৰা হৈছে। ভিদিঅ বিলাক serially নোহোৱাৰ বাবে বিচাৰিব লগিয়া হয়।যি নহওক শুনি ভাল পাও৺ আৰু আপোনাৰ ক্পাতে ভাগৱত ভাগৰ বহু কথা জানিব পাৰিছো । বহুত ধন্যবাদদ জনালো । কীৰ্তন ভাগৰ প্ৰথম জন কীৰ্তনৰ তাত্ত্বিক অৰ্থ খিনি কোনোবা এটাভিদিঅত ব্যাখ্যা এভাগ প্ৰকাশ কৰা হলে বহুত পালো হেতেন ।
বাপ জনা আপোনাক কোটি কোটি বাৰ প্ৰণাম জনাইছো।
অ হৰি....অ ৰাম .জয কৃষ্ণ ৰাম.
কৃষ্ণ কৃষ্ণ প্ৰভু,বহুত ভাল লাগিল।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ শতকৌটি সেৱা প্ৰদান কৰিলোঁ গ্ৰহণ কৰিব দয়ালু ঈশ্বৰে আপোনাক কুশলে ৰাখক ইয়াকে কামনা কৰিলো কৃষ্ণ কৃষ্ণ 🙏🙏❤️🙏🙏
হে প্ৰভু আপোনাক শত কৌতি প্ৰণাম 🙏 আপোনাৰ ভাগৱত পাঠ বাখ্যা শুনিলে মন প্ৰাণ ভক্তি ভাবেৰে পূৰ্ণ হৈ পৰে, মাজে মাজে উচুপি উথু চকুৰ পানী মচি থাকো কিমান যে শান্তি পাওঁ আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏 আপোনাৰ জীৱন সাৰ্থক 🙏🙏🙏
🙏কৃষ্ণ
Krisna krisna bapeswar🙏🙏🙏
Kirshna Baap Aapunak pronam Jai Guru Sankar
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকীৰ নন্দন চৰণে কৰো প্ৰণাম ।সেৱা নিবেদিলো বাপ কৃষ্ণ ।মালা বৰুৱা ।
Krishna 🙏🙏mur probhu pranam 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ
Krishna 🙏🙏🙏 bap ❤
কৃষ্ণ কৃষ্ণ, হে ভাগৱত শি ৰুমনিবাপজন আমাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব, প্ৰত্যেক দিন আপোনাৰ শ্ৰী মুখে ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱন কৰিআহিছো, নিজকে ধন্য মানিছো। এক সুন্দৰ ভাৱনা বা মনৰ গৰাকী হ'বলৈ ভগৱন্তৰ গুণানুকীৰ্তন কৰা ই সুগম পথ, এই য়া ই বাস্তৱ। সেৱা ৰে ,,কিমতে ভ্কতি কৰিবো তুমাক হৰিএ মইমুঢমতি নজানো তাৰ উপায় ৰাম ৰাম। কৃষ্ণ।
কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ🙏🙏
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব 🙏🙏
🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏
OM namah bhagawate vasudevaya.
Jyen enyvaye jibanto khob niswrtho vavy pwram admak sinti krishns nam hriydayad rakhi ontim swran lhoiky jibanat nam rakhi jai prwvo vwagaban
বাপজনা প্ৰণাম।
Krishna pranam Prabhu 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
প্রণাম প্রভু
আপোনাৰ যি ব্যাখ্যা তাত ভগৱানে কৈ থকা যেন লাগিছে।
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দিত। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আমি অধৰ্মে দূৰৈ পৰা সেৱা হে জনাইছোঁ🙏🙏🙏
কৃষ্ণ! বাপ আপোনাৰ শ্ৰীচৰনত শতকৌতি প্ৰণিপাত।🙏🙏🙏
প্ৰতি দিনে এবাৰ শুনোএ প্ৰভু ভগৱন্তৰ ৰসময় গুণানুকীৰ্তন গতিকে সেৱাহে বাপ ঈশ্বৰ ধন্যবাদ প্ৰভু আপোনাৰ এই গুণানুকীৰ্তনে জগতৰ কল্যান কৰেযেন এই প্ৰাৰ্থনা
কৃষ্ণ কৃষ্ণ প্ৰভূ দেৱ আপোনাৰ শ্ৰী চৰনে সেৱা জনালোঁ
গ্ৰহণ কৰেযেন।
কৃষ্ণ কৃষ্ণ বাপ গোবিন্দে কৃপা কৰক।
কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏
শতকোটি প্ৰনাম জনাইছো প্ৰভু ঈশ্বৰ দেউতা 🙏🙏🙏🙏🙏🙏।
কৃষ্ণ কৃষ্ণ কোটি কোটি প্ৰৰনাম গুৰু বাব৷
কৃষ্ণ কৃষ্ণ 🙏 আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ প্রভু শতকোটি ভক্তি ভৰা সেৱা আপোনা সবাৰো শ্রী চৰনত অৰ্পন কৰিলো কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ গোবিন্দ গোবিন্দ নাৰায়ণ নাৰায়ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ।নৱ সিদ্ধৰ নিমি ৰজাক কৈ জগতত এক গুৰুত্বপূৰ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰি পাপী তাপী সকলোৰে অন্তৰত খলকনি তুলি তাৰ দ্বাৰা প্ৰেমভকতি দান কৰিছে। ধন্য ধন্য নৰতনু লভি এই অমৃতময় কৃপা যেন আমি অথলে নিনিয়াও। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ৰাম 🙏 ৰাম 🙏ৰাম 🙏 🙏🙏🙏🙏🙏🙏
কৃষ্ণ। ৰাম নাৰায়ণ গোবিন্দ জয় জয়। গোবিন্দ। জয় জয়🎉❤❤
কৃষ্ণ কৃষ্ণ প্ৰভু । সেৱা জনাইছো দাসী সেৱা ভাগ গ্ৰহন কৰিব । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ বাপ, আপোনাক শতবাৰ সেৱা জনাইছোঁ ।আপোনাৰ সুললিত কণ্ঠত কৃষ্ণ কথা শুনি আমাৰ জীৱন ধন্য হৈছে ।আপোনাৰ দীৰ্ঘায়ু কামণা কৰিলোঁ ।
Krishna Krishna Krishna 🙏 🙏🙏🙏🙏🙏🙏 Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏 ei odhomor sewa grohon korib krishna krishna
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শত কোটি প্ৰণাম আপোনাৰ চৰণত ।কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ মুখেৰে ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি সচাকৈ জীৱন তো সাৰ্থক হোৱা যেন অনুভৱ কৰিছোঁ। সেয়ে মই ইউটিউবত আপোনাৰ পাঠ শুনি আছো। শেষ ত আপোনালৈসেৱা নিবেদি
হে প্ৰভু, কৃপা কৰা🙏🙏কৃষ্ণ
কৃষ্ণ হে প্ৰভু আপোনাৰ শ্ৰী চৰনত শত কৌটি প্ৰনাম ।
অতি মনোৰম ব্যাখ্যা বাপ কৃষ্ণ কৃষ্ণ আপোনাৰ শ্ৰী মুখে শুনি আপ্লুত হৈছো ।🙏🙏 কৃষ্ণ শঙ্কৰ'ৰ গুৰু ১৭/৪/২২.
কৃষ্ণ বাপ প্ৰনাম জনালোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূঈশ্বৰ প্ৰণাম বাৰম্বাৰ প্ৰণাম আপোনাৰ শ্ৰীচৰণত। 🙏🙏🙏
Pranam Prabhu. 🙏🙏.
pr0nam bapjon koti koti pronam.
কৃষ্ণ বাপ সেৱা জনালোঁ 🙏🙏🙏 ভাগৱতৰ অমৃত বাণী শুনি বহুত ভাল লাগিছে, যদিও এতিয়া ভকত সমাজত নাই তথাপিটো আঁতৰৰ পৰাই বৈইকুণ্ঠ সুখৰ অনুভৱ লাভ কৰিচো 🙏🙏🙏
Krishna Krishna🙏🙏🙏🌺🌺
He pravu amar tinijaniya pariyalor parasatakoti pranam grahan karibo krishna🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ গুৰুজন সেৱা আগবঢ়ালো। শ্ৰৱণ কৰি তৃপ্তি লভিলোঁ
Krishna Ram Ram pronam jonalu apunak bap oti xundar krishna kotha Ram Ram Ram 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ🙏পুৱাৰ সেৱা গ্রহন কৰিব | শুনি থাকিলেও হেপাহ নপলাই প্রভূ আপোনাৰ অমৃত বাণী |
কৃষ্ণ কৃষ্ণ প্ৰভু কিনো দুখ লগাই থৈছোঁ প্ৰভূৰ ওচৰত , আপোনাৰ শ্ৰী মুখে ভাগৱত পাঠ শুনাৰ বহুত আশা আছে কিন্তু ,আপুনি শিৱসাগৰ জিলাৰ পৰা আহি গুচি যোৱাৰ পিছত হে এই অভাগীয়ে গম পাও । 🙏🙏
Nij ghorote bohi Bhagawat path xuni bor bhal lagil ,Prabhu🙏🏻🙏🏻🙏🏻
.
কৃষ্ণ প্ৰভু। আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিলো । শ্ৰৱণ কৰি ধন্য হলো ।🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ।
যেন অমৃত সৰোবৰত আমি ডুবি আছো ৷ কৃষ্ণ ৷ সেৱা জনালোঁ প্ৰভু
হে বাপ আপোনাৰ ভাগৱত পাঠ শুনি আনন্দিত হলো।সেৱা জনালো।
কৃষ্ণ কৃষ্ণ 🙏🙏
হে প্ৰভুজনা গিয়ানী সমাজে আপোনাক বহুত প্ৰসঙ্সা কৰে।আলোচনা কৰিলে এই কথা গম পাও।বিশেষকৈ পাঠ দান কৰা ভাগৱতৰ ওপৰত।কৃষ্ণ।
Krishna krishna bap🙏🙏🙏🙏🙏
হে গুৰুজনা আপোনাৰ চৰণলৈ ভক্তিভৰা সেৱা আগবঢ়ালো 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত ভক্তিভাৱেৰে প্ৰণাম বাপ
Kreshna kreshna ram
কৃষ্ণ বাপ ঈশ্বৰ সেেৱা গ্ৰহণ কৰিব ।অতি তাত্ত্বিক মনমুহিব পৰা ব্যাখ্যা শুনি অতিকৈ সুখী হলো প্ৰভূ ।আপোনাৰ পৰিয়ালসহ সদা সৰ্বদা কুশলে থাকক ।কৃষ্ণ
কৃষ্ণ🙏🙏🙏 প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ।
ধন্য। ধন্য পভু আপোনাক কেনেকৈ সেৱা।জনাম। আপুনি। আচলতে।মহান। আন্তৰিকতাৰে আশীৰ বা দ।কৰিব
কৃষ্ণ কৃষ্ণ প্ৰভাততে ভক্তিভৰা কৃতাঞ্জলী নিৱেদন কৰিলোঁ সাৱলীল কৃষ্ণামৃত পাঠৰ বিশ্লেষণে আমি মূঢ়মতিক কৃতাৰ্থ কৰিছে প্ৰভূ' আপোনাৰ লগতে আমিসৱৰ কল্যান কামনা কৰিছোঁ হৰি ৰাম ৰাম ৰাম
🙏🙏🙏 কৃষ্ণ ৰাম প্ৰভু ঈশ্বৰ জয় জয়❤️❤️🙏🙏🙏 প্ৰভু ঈশ্বৰ সেৱা আগবঢ়ালোঁ
Krishna Krishna , Bap sewa laba .Bhasare buhana nowaro mantramughdha hoi kebal sunigooiso . He gurideb anedara aponar kripa pai param Ananda labh kari sesh nishash Ariba paro.
🙏।। কৃষ্ণ ।।🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ সেৱাভাগি জনালো❤ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ পভু সেয়া জনালোঁ ।
Pranam Baap Ishwar ! Huni bohut bhal lagise.
বাপ কৃষ্ণ কৃষ্ণ! 🙏
হে প্ৰভুবাপ আপোনাৰ ভাগৱত বাখ্যা শুনি মনটো ভাল লাগিল 🙏🙏🙏
হেপ্ৰভু ভগৱন্ত বাপ আপোনাৰ পৰা ভগৱান ৰ গুণানুকীৰ্তন শুনি মন মুগ্ধ হৈছো আচলতে মন ভৰি ভাল পাইছো সেএ ভগৱান ৰ আশিৰবাদ বিচাৰি আপোনাৰ ওচৰত সেৱা জনালোঁ
🙏🌺Krishna Bap🌺🙏Bap apunar sri mukhe Bhagobot kotha aru biyakha huni porom anondit holu🙏🌺❤🌺🙏
হে ম়ৃত্যু মুখী মনুষ্য মুকুতি দাতা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আপোনাৰ চৰনত শতকোতি প্ৰণাম । আপোনাৰ চৰনত নিজৰ ভাষাৰে জনাব পৰা কোনো এভাগীৰ যুগ্যপাত্ৰ নহয় মাএ্ৰ এশাৰী গুৰু জনাৰ বাণীৰেহে নিবেদন জনোৱা হৈছে । কৃষ্ণ ,, নমাগোহো
সূখ- ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি । মুখে লৈবু তযু নাম কৰ্ণে তব কথা , হৃদয়ত পাদপদ্ম থাকোক সৰ্বথা । সতজনৰ সংগ নোগোচুক সৰ্বক্ষণে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে ।।
Prabhu aaponar ei bhagawat bhag xuni bohut bhal lagil aaponar dirghayu kamona korilu aamio kushale aaso logote pranam jonaisu jai krishnaguru
প্ৰনাম প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
হে বাপ ভাই আপোনাক চৰন চুই সেৱা জনাইচো কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনালৈ আমাৰ সেৱা নিবেদিলো।
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম কৰো
কৃষ্ণ ,প্ৰভু ,🙏🙏
কৃষ্ণ কৃষ্ণ সমস্ত বাপ আৰু আইসকললৈ আমাৰ সেৱা 🙏 নিবেদন কৰিছোঁ 🙏🙏
কৃষ্ণ.... আপোনাৰ ব্যাখ্যা শুনি ভাল লাগে
🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব 🙏
"প্ৰভূ কৃষ্ণ কৃষ্ণ 🙏"
He bap iswar apunar Sarant sewar janalu bhagwat path suni bahut Andra lagil prabhu ye apunak dighau karak
Krisna কৃষ্ণ কৃষ্ণ বাপ কোটি কোটি প্ৰণাম🙏🙏🙏
কৃষ্ণ 🙏🙏কৃষ্ণ প্ৰভূ ঈশ্বৰ পথমে আপোনাৰ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ অধমৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি কৃষ্ণ প্ৰভূ অতি সুন্দ পাঠ প্ৰভূ কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ
Krishna pravu kripa kariba
Om namoh: sri krishna
বাপ Krishna সকলো ভগৱানৰ ইচ্ছাআৰু প্ৰভু ঈশ্বৰৰ ওচৰত অৰ্পন কৰিব লাগে বুলি ভাগৱতে কৈছে তাকেই আমি ভাবিব লাগে GOODBLESS u
বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব । বহুত ভাল লাগিছে চেনেল যোগে পালনামৰ ভাগৱাত পাঠ শুনি । কৃপা কৰিবা🙏 কৃষ্ণ কৃষ্ণ🙏
নাম সচাঁকৈ বৰ মহিমাযুক্ত।আপোনাৰ সৎসঙ্গ বিলাক শুনি আপ্নুত হওঁ।আপোনাৰ দৰে পুত্ৰ জন্ম দিয়া পিতৃ-মাতৃলৈ আমাৰ শতকোতি প্ৰণাম-- প্ৰভূ।
প্ৰভূ জনাৰ শ্ৰী চৰণত শত কোটি বাৰ প্ৰণাম জনালো । আপোনাৰ প্ৰায় বিলাক ভিদিঅ আমাৰ শ্ৰৱণ কৰা হৈছে। ভিদিঅ বিলাক serially নোহোৱাৰ বাবে বিচাৰিব লগিয়া হয়।যি নহওক শুনি ভাল পাও৺ আৰু আপোনাৰ ক্পাতে ভাগৱত ভাগৰ বহু কথা জানিব পাৰিছো । বহুত ধন্যবাদদ জনালো । কীৰ্তন ভাগৰ প্ৰথম জন কীৰ্তনৰ তাত্ত্বিক অৰ্থ খিনি কোনোবা এটাভিদিঅত ব্যাখ্যা এভাগ প্ৰকাশ কৰা হলে বহুত পালো হেতেন ।
বাপ জনা আপোনাক কোটি কোটি বাৰ প্ৰণাম জনাইছো।
অ হৰি....অ ৰাম .জয কৃষ্ণ ৰাম.
কৃষ্ণ কৃষ্ণ প্ৰভু,বহুত ভাল লাগিল।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ শতকৌটি সেৱা প্ৰদান কৰিলোঁ গ্ৰহণ কৰিব দয়ালু ঈশ্বৰে আপোনাক কুশলে
ৰাখক ইয়াকে কামনা কৰিলো কৃষ্ণ কৃষ্ণ 🙏🙏❤️🙏🙏