টকা ধাৰলৈ আনি খান্দিছিল পুখুৰী । উপাৰ্জন এতিয়া ৮-১০লাখ । Paddle Wheel Aerator for Fish Farmer .

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • টকা ধাৰলৈ আনি খান্দিছিল পুখুৰী । উপাৰ্জন এতিয়া ৮-১০লাখ । Paddle Wheel Aerator for Fish Farmer .
    #RamenKumarNath .#PaddleWheelAerator. #FishFarming.
    হাতত নাছিল মূলধন । ২০ বছৰে Tailoringৰ দোকান কৰাৰ পিছতো তাত বিশেষ সফলতা লাভ নকৰাত আজিৰ পৰা ৪বছৰ পূৰ্বে আনৰ পৰা টকা ধাৰলৈ আনি ঘৰৰ কাষতে ৩বিঘা মাটিত এটা পুখুৰী খান্দিছিল । সেয়াই আৰম্ভণি । মাত্ৰ চাৰি বছৰতে মীন পালনত চমকপ্ৰদ সফলতা লাভ কৰা উত্তম মণ্ডলে বছৰি মাছ বিক্ৰী কৰি উপাৰ্জন কৰে ৮-১০লাখ টকা । ওদালগুৰি জিলাৰ কলাইগাঁওৰ উদ্যমী যুৱক উত্তম মণ্ডলৰ সফলতাৰ আঁৰৰ কাহিনী জানক ।(9101413273)
    Follow me on:
    FACEBOOK- / ramenkumar.nath.9
    INSTAGRAM- ...
    THANKS FOR WATCHING THIS VIDEO.
    RAMEN KUMAR NATH
    From -Kalaigaon , Assam .

Комментарии • 75