Beharbari Outpost || Ep 2646 || 04.05.2023 ||
HTML-код
- Опубликовано: 14 окт 2024
- Beharbari Outpost Is A Situational Comedy Serial Revolving Around A Officer In Charge And Assamese Police Officer And His Subordinates His Head Constable Krishna Kamal Khatoniyar And Mohan Etc The Show Depicts Their Lives As They Try To Solve Every Case Which Comes To Beharbari Outpost...
Follow Rengoni TV :-
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #kk #muhon #beharbarioutpost #assameseviralvideo
গৌৰী বোলাজনী নিজেই ওলাই যোৱাটো ভাল,, গোটেই চিৰিয়েলখনেই টেঙা কৰি দিছে,, নিজেই নোলালে গটিয়াই উলিয়ায় দিৱক,, ধন্যবাদ
ঠিকেই ?
Hoi deii amoni lagise iman besi Kori ase
থৌব্ৰাটো অলপ দেখনীয়াৰ হলেও বেলেগ কথা,, তাইতকৈ আগৰ নয়নাই বেষ্ট
হৰ দাক পাৰিলে আকৌ এই বেহাৰবাৰি জগতলৈ ঘূৰাই আনক😢🙏 ভাল লাগিছিল তেওঁ কমেডীবিলাক....ৰাইজ আপোনালোকে তেওঁ অহাটো বিচাৰে নে?😊
Kisnok senti🌹 horo🌹 miss you❤❤❤
কলকেটো
Hoi bisaru
Bisaru ❤
❤❤আপোনাৰ কথাষাৰৰ মোৰো একমত।
গৌৰীক উলিয়াই দিলে কোনে কোনে ভাল পাবা
Dear script writer, যদি আপোনালোকৰ ওচৰত কে কে, মোহনৰ চৰিত্ৰ দুটাৰ বাহিৰে ভাল হাস্যমধুৰ চৰিত্ৰ বা কাহিনী নাই তেন্তে কে কে মোহন নহালৈকে আপোনালোকে অলপ দিন চুটি লওক । এজন বিবাহিত পুৰুষৰ প্ৰেমত হাবো দুবো খোৱা এগৰাকী অবিবাহিতা মহিলা আৰক্ষী, এইবোৰনো হাঁহিৰ কাৰক হল নে,
Right..Kiba disgusting feel hoi aibur dekhile,lgile jiman dhuniyai nhouk kio sir jon,it's completely wrong..Aru aibur nedekhua ke bht comedy kribo pari..Beauty ba bht vl actress ru ai Singh sir jn u..Aru ai Gouri jnik hoi vlke dekhabo lge nhoi uluai dibo lge..
T13
কোনে কোনে মা-দেউতাৰ ভৰিত সৰগ আছে বুলি বিশ্বাস কৰে। 😘😘
প্ৰথম মা-দেউতা তাৰ থিক পাছতেই জুৱিন দা❤
@@Manalisha2.0 🙂🙂
Frg1
জীৱনত কিবাটো ভাল কৰক হৰ বিউটীৰ লাভ story নিদিব।
K k mohon নহলে এই ধাৰাবাহিক খন চাওতা প্ৰায়ে কম ৷ এইকেইদিন kk mohon নাই আমিও বুজিছো তেওলোক ব্যস্ত থকাৰ বাবে আহিব পৰা নাই ৷ বেহাৰবাৰীৰ সকলো বোৰকে ভাল লাগে তথাপিও কে কে দা আৰু মোহন নহলে একেবাৰে উকা লাগে আশা কৰো সোনকালে আহক ৷ আৰু এই নতুনকৈ অহা চাৰৰ মানুহজনি একেবাৰে ফকতিয়া ৰিল কৰিছে অনুৰোধ কৰি তাইক যেন সোনকালে বহিস্কাৰ কৰে বেহাৰবাৰীৰ পৰা
KK Sir ❤️ Mohon ❤️ Moni ❤️ Mukuta ❤️ Si Sir ❤️ Lutukon ❤️ Rakesh ❤️ Beauty ❤️ Basumatary ❤️ Haro ❤️ Kamal ❤️
গৌৰি কথা বোৰ বহুত ভাল লাগে ❤❤❤❤❤ গৌৰিক সদায় উলিয়াব video ত ❤❤❤ কথাবোৰ বহুত ভাল লাগে
🔹আজি মোৰ জন্ম দিন, সকলোৱে আশীৰ্বাদ কৰিব দেই....💜🌚
Happy birthday
Happy birthday dear friend
Happy birthday
Good luck on the day of birth
Happy birthday 🎂🎉
গৌৰিক উলিয়াই দিয়া একেবাৰে ভাল লগা নাই,, বেছি
Miss u kk and mohon daa love u😍😍😍😍😍😍
পাঞ্জাৱী sir ৰ wife জনিক show টো পা উলিয়াওক বৰ boring আৰু কামোৰ লাগিছে 😏😏😏😏
Right
Right
Hoi ouuu
Hoi hoi uleabo lga dai fltu kra
Why 🤔
Singh sahab Behar bari out post r team r lgt mili goise .......
হৰ ভজনক ভাল লাগে । বেহাৰবাৰী আউত পোষ্ট চিৰিয়েল খনৰ এটি অন্যতম চৰিত্ৰত সুন্দৰ অভিনয় কৰিছে ।
পইতা ভাতে মেন 😂😂😂 প্ৰেম
কেইদিন মানৰ ফাল্টু কাহিনী পৰিবেশন কৰি আছে বেহৰবাৰী আউটপোষ্টে
আৰু কোনোবাই একমত যদি লাইক কৰিব কমেন্টটো
Keke sir মোহনক আহিব লাগে miss 😢
গৌৰি কিবা বেলেগ পিন্ধিব লাগে
সেইতোত পুৰা ফুতি উঠে 😂😂
নহলে আৰু সাতা কিবা এতা পিন্ধক❤
যোৱাকালি হৈ যোৱা MARGHERITA ঘটনাটোৰ ওপৰত কিবা এখন বনাব বুলি আশা থাকিল ❤️❤️🙏🏻🙏🏻😥😥
এই জনী গৌৰী নেকি? এইজনি ওলালে কিবা serial খন চাবলৈ আমনিদায়ক হয়।।।
Nice
সিং চাৰ বহুত বেছি ভাল লাগিছে ।Big fan ,এনেকুৱা episode পালে beharbari কেতিয়াও মিছ কৰিব নোৱাৰিম। ❤❤❤❤❤ Good work team... বহুত হাঁহিলো ধন্যবাদ সকলোকে ।
😭 on,. Samit
@@medak------puwali3545 z
Hg
জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনালো
Kune kune ai serial khon Fast or pora sai ase like kora
মদ খোৱা মন্ত্ৰীবোৰৰ মন্ত্রিত যাব নে?সেই সম্পৰ্কত কব লাগে ।কেৱল চৰকাৰক সন্তুষ্ট কৰা মনোবৃত্তি কিয়,???নাচাও আৰু বেহাৰবাৰী আজিৰ পৰা।
Love kk sir
Beauty ba acting mojjjja......kintu kk sir mohonok anibo lagisil
Biyuti ba himan perem val lagise
❤❤❤
Beharbari outpost চিৰিয়াল খন আগৰ লিখিয়া হৈ থাকিব দিয়ক। যদি ৰোমান্টিক সন্দেবাজি বিলাক দেখবৰ মন থাকিলে বেলেগ কিবা কিবি ফিল্ম ছুটিং কৰি লৱক।
Gouri k thakile nasau aru ..... Aji kli sai agor nisina vl nologa hll 😢
পইতা ভাত ইজ লভ ❤️🥰
Nice ❤️💖💗
Veri nice
Lutu aru susmita ❤k miss koru
সিং চাৰৰ অভিনয় আকৰ্ষণীয়।বিউটি বাইলুং ৰ তো কথাই নাই। কিন্তু তেওঁলোকৰ মাজত যিবোৰ লিলিমাই দেখুৱালে,চিৰিয়েল খনৰ গৰিমা হ্ৰাস পালে।
এটা কথা নলবাৰীৰ ছোৱালী ইমান মতা পাগল নহই দেই,চিত্ৰ লিখকে অলপ মন দিব
Yehhhhh💃💃💃💃beuty baa ahise❤️❤️❤️❤️❤️luv u bailung ba😘😘😘
কাহিনীটোৰ এটা খণ্ডত হৰভজনৰ বাইকত ৰিচাক উঠাই ডিউটিলৈ পঠাব লাগে যাতে গৌৰিয়ে দেখা পাই তেতিয়া গৌৰিৰ একচনটো চাই ভাল লাগিল হয়
পৰ-পুৰুষৰ লগত কি হ'লি গলি বা এই দৃশ্যতোহে ভাল লাগি গল ৷ এই দুটা সঁচা- সচি গিৰি ঘৈনী যেন লাগে ৷
ব্বাইলুংৰ সপোন টো ভাল লগিল,কিন্তু শল মাছৰ লগত গঙ্গা টোপ থকা যেন লাগিব
🙏🙏🙏🙏
o baa ai Sir dhuniya ako
গৌৰীৰ কথা শুনি ভাল লাগে.....
Good morning have a nice day
Mukuta dak miss kori asu ❤
Paa jik bohut val lage
এই গৌৰি নটাংকী টোৰ নটাংকিনি কাৰ কাৰ বেয়া লাগে বাৰো.....
Lutukank ako abar anibo laga.. Bahut miss kari aso
দিনে দিনে ফালটো হয় গৈ আছে
Beharbari outpost agar dre lge Prem badi
Nahoi haha badi
Very good ❤️❤️❤️
❤❤❤❤
Miss you lili 😢❤😊
Waiting for today episode 💖💖
Love from Kashmir
Moja
Waiting for next episode
Moja ❤❤❤❤❤❤❤❤❤
Kk aru mohan serial xonot thakile bht besi vl lage
Kk aru muhon ahib lagi ❤
Beauty baido 🔥🔥🔥🔥
Finally my favourite serial খন চাবলৈ পালোঁ
Buty baa is rock 😂❤ Comedy queen 👑😅
সুন্দৰ
Wating kari aso today episode
Nice episode 😍😍😘😘🥰🥰
Kamur lagise ru aikhon sai....
গাহৰি জনী
A bar jomib kintu😂😂😂😂😂😂😂
Mrs. Sing জনীক এতিয়া লৈকে উলিয়াই দিয়া নাই! নিদিলেও কথা নাই আমি মোৱাইলত চাওঁ যিহেতু তাই থকাখিনি কাটি চাম।
Garg sir miss you
গৌৰী ক আতৰ কৰক।বা অন্য চৰিত্ৰ দিয়ক
Waiting for today ..
Bailung ki acting laj bapreee pet bikhai goise...🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣👍❤️❤️❤️❤️❤️
Today waiting for episode sivagar
Mojja biuti ba mojaa
Miss u susmita
Popularity পালে যে সেই কাৰণে Episode বোৰ কৰোঁতে গুৰুত্ব কমি আহিছে
হৰক আকৌ লাগে আমাক (ধপাতক)
Poita bhat main ❤
How Many Beharbari Outpost's Fans Here
Yes i m
Moy sobor kee dangor fan klaa
✋
@@nandiniduttabaruha 😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮
Garg Da bhut din dri miss kri asu
Dhuniya lagise de ..
Weating for next episode......💝
Hii
Miss You Rakesh Da😭
What happened to rakesh daa🙄
Rakesh da lage 😢
Rakesh pregnant 😊
Gogoi aru kamalak ahiba dik
@@nirabdhemaji7584 haha😂
KK sir Mohan nathakile vl nalage
love you 😘
কমল ক লাগে কমল মিচ উ ❤️❤️❤️
Mojja🥰😘💕
👍
বাইলুং ৰ বিয়া খন হোৱা হলে
Tamaam lagil o
উপকাৰীয়ে অজগৰক খাই😂😂 বাকলি
Waiting for today episode
Love from golaghat khumtai
Miss you kk dad nd muhon da
Waiting For Today Episode
From Duliajan
BB baidew hosiar sing sir wife pla sas kori dib sab 😂😂😂😂🤭🤭🤭😂😂😂😂
Takei 😂
🎉🎉🎉
😂😂😂
@@rahulgogoi552 🤭😁
@@opeditor4294 😂
বিউটি জনী কম বস্তুটো নে ধুই,তাই কাৰণে ইমান ল'ৰা আহে থানা পাই আহি তাইৰ পছন্দ নহয় কিন্তু এজনী থকা জনক হে পছন্দ হয় 😒🤣
Gouri thakile ajir pora aru kune kune na sai tair 3rd class acting ✋✋
Good Night 😴