Henekua eku kotha nai sob karma fal t ami hukh pau kosto pau, jetia amr life r important kaam tu hekh kori diu ata jonomor heidina a amr mitru hoi jai , karma hekh nokorake kuneu mitru napai...
Mur 15 tarikhe 2000 toka gol.... couching t 5000....aru 29 t u hei akei place t porise😢toka r karone sakorir babe kosto kori asu....sakori pau ne nii thik niii..poisa he hekh hoi ase😢
এখন ঘৰত দুজনে সন্তান আছিল, নিউজ ত পোৱা মতে, দুইজন সন্তান ৰ ৰে অকাল মৃত্যু হল, ভগৱান কত আছে, কটো নাই, জুন মানুহে কষ্ট কৰি জীৱন নিৰ্বাহ কৰে সেই মানুহৰ এইয়া অৱস্থা, আৰু জুন মানুহ পাপি , সেয়া ৰ সুখ😢
বহুত দুখ লগা কথা, মনত কিমান অযুত আশালৈ ওলাই গৈছিল। আত্মাই শান্তি লাভ কৰক।
উহঃ জীৱনটো গঢ় দিবলৈ এচমকা পোহৰ বিচাৰি যাওঁতেই,তাইৰ জীৱনটোৰ বেদনা দায়ক পৰিসমাপ্তি ঘটিল। তেজ-মঙহৰ সম্বন্ধত তাই মোৰ কোনো নহয়। কিন্তু, তাইৰ এই অনাকাঙ্খীত মৃত্যুত ক'ব নোৱাৰাকৈ চকুপানী ওলাই আহিল। আত্মাই চিৰ শান্তি লাভ কৰক তাকেই কামনা কৰিলো 🥲🥲🥲🙏🙏🙏
@@bulbulisarmah1530বেয়া লগা ঘটনাটোত আপুনি হাঁহি থকাৰ ইম'জি কিয় দিছে?
@@tulshiprasadborah9815 sorry মোৰ অলপ চকুৰ পবলেম আছে দেই
@@bulbulisarmah1530sokur nhoi tor blg problem ase dekhai lobi
আপোনাৰ চকুৰ নহয় আন কিবাহৰহে অসুবিধা থকা যেন অনুভৱ হয়।@@bulbulisarmah1530
Duhk loga to kiyo hahi bologa hol
দেখা গৈছে ভগবানৰো ভাল মানুহক দেখিব নোবাৰা হৈছে, ভগবানে আজিকালি দুনীতি কৰি ধনী হোৱা, দুখীয়াৰ ধন আত্মহাত কৰি ধনীহোৱা লোকৰ ঘৰতহে বাহ্ লয়, ধনী মানুহে পুজা ভাগ দামী দামী বস্ত দিেয় আমাৰ সাধাৰন মাৰ প্রসাদ দিয়া ঘৰলৈ চকু দিয়াৰ সময় নাই
ৰ
Akdom hosa kotha koisa Ajikali bhogoban agor bhogoban nohoi moi kotha tu fill koru kintu
😭😭😭
Right
Henekua eku kotha nai sob karma fal t ami hukh pau kosto pau, jetia amr life r important kaam tu hekh kori diu ata jonomor heidina a amr mitru hoi jai , karma hekh nokorake kuneu mitru napai...
😭😭
দুখ লাগিল 😢😢😢😢
আত্মাই চিৰশান্তি লাভ কৰক 🙏
কত বুঢ়া মানুহ তিনমূৰিয়া হৈ ও নিজে ভাত ৰান্ধি খায় জীয়াই আছে, আৰু ভগৱানৰ চকু কম বয়সীয়া ল'ৰা ছোৱালীৰ ওপৰত হে পৰে। এয়া ভগৱানৰ কৃপা নে শাস্তি নাজানো।সকলো ভগৱানৰে লীলা ।
তেওঁ য'তেই আছে শান্তিৰে থাকক।
হে প্ৰভূ তোমাৰ ইচ্ছাতে এই হৃদয় ভাঙি যোৱা দূৰ্ঘটনা নে ??/
এই পৰীক্ষা টোৱে আৰু মানুহৰ জীৱন লব চৰকাৰে। কিছুমান আইন ঠিকে আছে কিন্ত যতে ততে ৰাস্তা বন্ধ কৰি দিয়া নেট বন্ধ কৰি দিয়া এই কথাটো বুজি নাপালোঁ। কালি যি পৰিস্থিতি ৰ সন্মুখীন হৈছো আমাৰ ক্ষেত্ৰতো হলহেতেন। নিজৰ ঘৰৰ পদূলি পাৰ হৈ যাব নিদিয়ে। ইফালে চেন্টাৰ বোৰ নিজ ঘৰৰ পৰা দিছে 3 ঘণ্টা ৰ বাটত। নিবনুৱা লৰা ছোৱালী য়ে ইমান পইচা খৰছ কৰি কেনেকৈ পৰীক্ষা দিব বাৰু। এবাৰ চৰকাৰে ভাবিব লাগিছিল
Thike imn dur dur dse j voi lage
Mur 15 tarikhe 2000 toka gol.... couching t 5000....aru 29 t u hei akei place t porise😢toka r karone sakorir babe kosto kori asu....sakori pau ne nii thik niii..poisa he hekh hoi ase😢
ক'বলৈ ভাষা নাই,ময়ো পাৰ কৰিলোঁ, আপোনজনক হেৰুৱা কিমান কষ্ট কৰ
কি যে অসহ্যকৰ খৱৰ , ভগৱান কিয় ইমান নিষ্ঠুৰ
হে নিৰ্বিকাৰ দয়াময় আৰু কাকো যাতে এনে দুখ নিদিয়ে যেন।
মইও কালি বাইক লৈ গৈছিলো কিন্তু এচাম উদন্ত যুৱকে ইমান স্পীডত গাড়ী চলাইছে😢
বহুত ভালকৈ বিৱৰণ দিছে খূৰা জনে দুখ লাগিল 🙏
ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰে।কাকো এনেকুৱা নকৰিবা ভগৱান। তেওঁ কিমান আশা বুকুত লৈ পৰীক্ষা দিবলৈ গৈছিল। সকলো শেষ হৈ গ'ল।মাক দেউতাকৰ বুকু খালি কৰি পেলালে। মই এজনী কাৰোবাৰ মাক। বহুত দুখ লাগিছে।
বাইদেউ আপুনি যতে নাথাকক আপুনি ভালে থাকক ।আত্মাই চিৰশন্তি লাভ কৰক ।
ভগৱান কত তুমি,,,,মনত কিমান আশা এটা লৈ ওলাই গৈছিল কিন্তু আশা পূৰণ হোৱাটো দুৰৰে কথা জীৱনটোৰে পৰিসমাপ্তি ঘটালা,,,,কিয় ইমান নিষ্ঠুৰ হলা প্ৰভু তুমি😭😭😭😭
ই ৰিক্সাৰ লগত সংঘৰ্ষ হ'ল..ই ৰিক্সা বোৰ সচাকৈ ক'নট্ৰল কৰিবৰ হ'ল কিন্তু,,বহুত আগ ভেটা কৰে আগত😢
বৰ দুখ লগা ঘটনা! ঈশ্বৰে সকলোকে ধৈৰ্য্য দিয়ক।
Ayaz ahmed Iswar/Allah/God nai. Iswar Allah God thaka hole manuh k dukh kasta nidil heten. Janma aru mrityu satyo. janmile adin mrityu anibajya.
@@mukulbaruah1833পূৰ্ব জন্মৰ ফলতো এনেকুৱা হৈ। ভগৱান আছে আৰু থাকিব ❤
বহুত দুখ লাগিল...পৰিয়ালক ভগৱানে সাহস দিয়ক আৰু আত্মাৰ শান্তি কামনা কৰিলো...
ভগৱানে তেখেতেৰ আত্মাক চিৰশান্তি তথা সদগতি প্ৰদান কৰে যেন🙏
অসহনীয়। ভগৱানৰ যে কি বিচাৰ।
Om shanti... কোনো ভাষা নাই কি আৰু কম হে ৰাম
বৰ দুখ লাগিল 😢
কালি ট্ৰেফিক দেখা পায়ে মই গম পাইছো কাবাৰ এনেকুৱা হব বুলি। ওম শান্তি
Nipan sharma Janma hole mrityu anibajya. Iswar/Atma nai, misa. Iswar/Atma sayambhu iswar/atma k sayambhu iswar a bonaise. Matir manuh matir lagat miliba. Swarg/Narok hol amuthiman sayambhu iswarat muldhin Capital money.
@@mukulbaruah1833বাপেৰৰ মোৰটো
এখন ঘৰত দুজনে সন্তান আছিল, নিউজ ত পোৱা মতে, দুইজন সন্তান ৰ ৰে অকাল মৃত্যু হল, ভগৱান কত আছে, কটো নাই, জুন মানুহে কষ্ট কৰি জীৱন নিৰ্বাহ কৰে সেই মানুহৰ এইয়া অৱস্থা, আৰু জুন মানুহ পাপি , সেয়া ৰ সুখ😢
হয় এইবিলাক কথাতে ভগৱান বিশ্বাস কৰিবলৈ কেতিয়াবা ই এৰিলোঁ। কিমান দুখ লগা কথা।
@@mitalideka456 নিষ্ঠুৰ নিয়তি, নিষ্ঠুৰ ভগৱান, ভগৱান ক পূজা অৰ্চনা কৰি জীৱনৰ বহুমূলীয়া সময় আৰু পইচা অবাবত খৰচ কৰিব নালাগে, যি হব লগা থাকে ভগৱান r দৃষ্টিত সেয়া কৰিহে এৰিব, ঘৰ এখন ধ্বংস কৰিম বুলি ভাবিচে যদি ধ্বংস কৰিবই,
অতি দুখজনক ঘটনা😢
BHT dukh lagil news2 Sai.
চৰকাৰৰ কাৰণে হৈছে imn দূৰত exm centre bur diye😢😢😢
Yes
খবৰটো পাই দুখ লাগিল ।
সৰুপথাৰৰ পৰা সমবেদনা জ্ঞাপন কৰিছো
চকুৰ পানি ধৰি ৰাখিব নোৱাৰিলোঁ
বুকুখন বিষাই গল
বৰ বেদনাদায়ক ৷ মন বিদৰি গৈছে আমাৰ ৷৷
Om Shanti 🙏🙏🙏🙏🙏
বৰ দুখ পালো ঘটনাটোৰ কথা জানিব পাৰি । তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক
Om shanti.
🙏
ঔম শান্তি ঔম শান্তি
ইমান দুখৰ খবৰ।😭😭😭😭😭😭😭😭
80 km r usrt distance t exm centre allotment krile ankua ghotona hoboi.😢
🥺🌼 Krishna pravu 🙏
God bless you sister
হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা 😂😂
Hahise ne kanidise apuni🤔
বৰ দুখ লগা ঘটনা 😭😭🙏🏻🙏🏻🙏🏻
Om santi.
দুখ লাগিছে
Om Shanti 😭
প্ৰভু কাকো এনে দুখ নিদিবা
God bless you
Abhijit Gogoi Iswar nai, apunar mote ji iswarei loi goise aru khei iswar k apuni prarthana karise. I
ওম শান্তি,,
Bor dukhor ktha 😢😢😢kiman je asha asil sage tair .
Om Shanti 🙏😢
Vaiyek r bike t gysile vaiyek jon vale ase ne 😢
Bhut dukh loga o
Bhut dukh lagil...atmai cir santi lav karok...😢
OM santi
Heartfelt condolences !Rest in peace dear sister!
Om shanti
বৰ দুখ লাগিল😢তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক
মাক দেউতাক শক্তি দিয়ক ভগৱান😢
Om Shanti
ইমানকে দুখ দিয়ে কিয় মানুহক
Om Santi Krishna 🙏
তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক
Really painful 😢
বৰ দুখ লাগি গল
Khobor to bohut dukhlagil (om santee santee)
May her soul rest in peace sister.
🙏
Bor dukh lgila oo😢😢😢😢😢
😢😢😢😢😢
Bohut dukh lagil. RIP🙏
Om Shanti🙏
Bor dhuk lagil
So 😭😭😭😭😭
Bor dukh jnok ghotona 😢😢😢
So sad
Bht bht dukh lagil
বৰ দুষ পালো 🥺🥺 আত্মাই চিৰশান্তি লাভ কৰক 🙏
অতিকে দুখৰ । আত্মাই সদগতি পাওক ।
Madon hazarika, IswarAtma,Swarg/narak misa.
Very sad incident
RIP dear sister 😢😢😢
Bohut bea lagil otikoi dukh jonok khbr palu monor akha monote roi jay manuh buror kinu kom kar ketia ki hoy kuneo najane
😔🥺🥺
Bar dhukh lagi gol o news Tu sai.
কবলৈ ভাষা নাই |
😢😢
Bohut beya lagil life to value nai manuhor. Niyotiye eman nisthur dukhiyar dukh nuguse jote asa bhale thaka om santi 🙏
Bht dukh lagil dekhi,,atmay sirosanty lav korok...aro jate anekuwa dukh kako a nidiya bhagowan
Om shantee🙏😢😢😢😢
God bless you 😓 sister ❤
Bohot beya lagil 😢😢😢😢😢😢😢😢😢
😢😢😢
😢😢😢😢😢ri
Zajakallah kher 😢😢😢
😭😭😭 ...RIP sis 🙇
Bohut dukh laagil
Bor dukh loga ghotona 😢
😢😢😢 bohut beya lagese oue udeshna from jorhat
🙏🙏🙏
😭😭😭😭😭
RIp🙏😭 mor dadaku heruwalu 4 month r agote* jibontu dukhere vora***
🥺
It's very sad😢 Rip