A R Hazarika, Video to Sai vaal lagile kintu aei phul phula haloshi plant kot paam e ki bhagya thakile nijor holodhi barit puya jai neki,olop jonabo chun.
Mor gharat o halodhi gosor phul phulise,..ear je emn upokaria ase Jona nasilu ...apunar pora bahut kotha janibo parilu...bahut bahut dhaynabad dada🙏🙏🙏🙏🙏🙏
আজি অতি ভাল কথা এটা জানিব পাৰি খুবেই উপকৃত হলো। একেবাৰেই নাজানিছিলো এই কথাটো। আপোনাক বহুত বহুত ধন্যবাদ জনাইছো🙏🙏
খুব ভাল লাগিল আজিৰ ভিদীও টো ছাই আৰু আপুনি কোৱা কথা খিনি শুনি খুবেই উপকৃত হলো। আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক 🙏🙏
Valei
মোৰ হালধি গছত ফুল হৈছে! টকা লৈ আহি গছে সৈতে হালধি লৈ যাওঁক!
আপোনাৰ জীৱন নিৰ্বাহ কিমান পৰিবৰ্তন হ'ল।
দাইৰেক কথাতো কুওক আমনি লাগিছে
A R Hazarika, Video to Sai vaal lagile kintu aei phul phula haloshi plant kot paam e ki bhagya thakile nijor holodhi barit puya jai neki,olop jonabo chun.
ভাল লাগিল ,শুনি আচ ৰচিত লাগিছে ,কি জানে নে এই বাৰ আমাৰ বাগিচাত এজোপা হালধী ফুলিছে , ম ই আগতে কেতিয়াও দেখা নাছিলো হালধি ফুল
বৰা ভাল লাগিল এই হালধীৰ বিষয়ে জনোৱাৰ বাবেআপোনালৈ ধন্যবাদ জনালো
Apunar.bidhan.bor.mulyaban.Agoloiu.ane.bidhanor.asha.koriilu.Thanks.B.Nath.N.L
Thank you
খুবেই ভাল লাগিল , ফুলফুলা হালধীৰ বিষয়ে জানিব পাই । ইংৰাজী নববৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏
Val lagil apunar vedio aji pothom salu Like comment shear sascraib hokolu korilu
প্ৰভু ভগৱন্তই আমাৰ ঘৰতে সৃষ্টি কৰে।
এই অভাজনে একে ঠাইতে লৈ আছো।
বহুত ভাল লাগিল হালধিৰ বিষয়ে জানি আৰু উপকাৰিতাৰ বিষয়ে জানিব পাৰি । ধন্যবাদ দাদা
Kotha khini jani bahut bhal palu. Halodhi ful bahu basarar para amar gharat fuli ase. Moi payug kari sam . Dhanyabad.
বৰদেউতা মই ও কৰিম এনেকু 🙏🏿🙏🏿বৰ সুন্দৰ উপায় আমাৰ মাজত দাঙি ধৰিছে 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿
Very nice Tips 👌 👍
Nojona kotha 1ta janilu..Nice video Papa..very helpful.. want more helpful/informative videos like this.
ঘৰৰ ছোতালৰ সন্মুখত এ আছে কিন্তু জনাই নাছিলো এইবোৰ উপকাৰিতা । অশেষ ধন্যবাদ গ্যাপন কৰিলো
aimar ghorot halodhi khati koru...anakuwa fula gosor halodhi bohut uli..... jona naselu ateya janilu...aru ainoku kobo parim...
nedesto homoyot ha halodhi gos fula...
Amar ghorot eatiau aase. Fuli aase ful
বহুত ভাল লাগিল দাদা
বিশ্বাসে মিলয় হৰি ! ভাল লাগিল ।
Dear brother, reply dibo please,in which time prepared that turmeric powder, I found this message so late, anyway so much thanks for the same
আপোনাৰ কথা খিনি খুব ভাল পালোঁ । আৰু তাতোকৈ ডাঙৰ কথা যে মোৰ বাৰিত সচাকৈ হালধি গছত ফুল ফুলি আছে এপাহ । আপুনি কোৱা ধৰণে মই সকলো কৰিম
Bor bhal kotha eta janibo parilu apunarpora.
Fulpahok aidore rakhok. Link tu moi dsu tekhetore video ruclips.net/video/cnO2pDJkYEY/видео.html
আজি বহোত ভাল কথা জানিলো।আপোনালৈ ধন্যবাদ থাকিল 🙏🙏
Khura.apunar.video.tu.borbhal.lagil.aponar.kotha.keita.mur.bohut.bishah.hoise.joe.maa.lokhomi
দাদা এই কথা জানি বৰ ভাল লাগিছে । আমাৰ ঘৰতো ফুল ফুলা হালধী গছ আছে, আপোনাক বহুত বহুত ধন্যবাদ আৰু কিছু কথা এনেদৰে জনাব
এটা বহুত ভাল কথা জানিবলৈ পায় আপোনাক ধন্যবাদ জনাইছো।যাতে আগলৈ আৰু এনে জ্ঞান দিব বুলি আশা ৰাখিলোঁ।
আমাৰ ঘৰত এজোপা নিজেই হ’ল ,ফুল ফুলা বাবে মই হালধি নহয় বুলি কাটি দিয়াৰ কথা ভাবিছিলো ৷ জানিব পাৰি ভাল পালোঁ ৷ অশেষ ধন্যবাদ ৷
Thanks
Bbbh
ফুল ফুলা হালধি মোৰ বাৰি টো আছে । আপোনাৰ পৰা এই উপকাৰীটোৰ কথা জানি ধন হলো।
Mur ghrot arsa Kiman lagibo biki korem
সচাকৈ খুৰা দেউ আপোনাৰ ভিডিঅ টো ইমানেই ভাল লাগিল যে কমেন নকৰি নোবাৰিলো ।গতিকে আপোনালৈ বহত বহুত ধন্যবাদ থাকিল ।
Val lagil . Amar barit fulisil gasjupa atiyaw ase. Atiya karile habane ? Anugrah kari janabasun
অতি সুন্দৰ কথা কৈছে ভাল লাগিল আন্তৰীক শুভেচ্ছা জ্ঞাপন কৰিলো
Thanks 🙏
আমাৰ ঘৰত হালধি ফুলা হালধি আছিল
ফুল পাহ চিঙি অলপ দিন সজালো বৰ ধুনীয়া গোন্ধ। কিন্তু হালধি খিনি আঞ্জাত দি খালো।
Khub bhal korilei, apuni crore poti hobo tente
Mor gharot eajopat phool phuli aase, xeiye bhal lagil jani🙏🙏🙏
Bohut hundor video ....bhal lagil jani 🙏
Mor gharat o halodhi gosor phul phulise,..ear je emn upokaria ase Jona nasilu ...apunar pora bahut kotha janibo parilu...bahut bahut dhaynabad dada🙏🙏🙏🙏🙏🙏
হালধী কথা সোনি বহুত ভাল লাগিল
ককাইদেউ মোৰ হালধী বাৰিত ফুল ফুলা গছ বহুতো আছে, বিক্ৰী কৰিব পৰা স্থল ক'ৰবাত পাম নে যদি আছে দিব পাৰিব নেকি।
Kola haldhir phul hole hobo ne
দাদা ,ফুল ফুলা হালধি জোপা খোৱা হালধি হয় নে? আমাৰ বাৰীত থকা ফুলা হালধি জোপা খোৱা হালধি নহয়।আমাৰ দেউতাই কেতুৰি বুলি কৈছে।
Mur two jupa ful asa ke korem
Nojona kotha ayta janelu bor val lagely nice video
Bohut bohut bhal lagise ❤️❤️❤️
ফুল ফুলা হালধি বিচৰা আৰু পানীৰ তলত শুকান মাটি বিচৰা একেই কথা।😄
Amr asa
Bhl kotha 🙏
পুথাদেউ আপোনাৰ বৰ মনোযোগেৰে চালো বৰ ভাল লাগিল ।ধন্যবাদ থাকিল আপানালৈ ।
সুন্দৰ দাদা
মোৰ ঘৰত হালধি ফুল ফুলিছে , কোনে কিনিব ?
Bohut val lagil moi korim amar grt ase ful fula halodhi
ভাল লাগিল।মোৰ ৰত হালধি গছত ফুল ফুলিছে।ভিডিও চাই পকৃত হলো। ধন্যবাদ।😊
Mor halodhi fulagosor halodhi ase dada 500g man ...moi ki korile val hb jonab dada
Apunar vdo sai bohut val lage.kothabilak khub dhunia koi xohoj vakhat xundorkoi bujai di ye.
Val lagile nojona kotha janibo pari
Apunar video Tu pora nojona kotha ata jani bohut besi val lagil. Halodhi gos ase amar kintu fula nai. 🙏
Kot bikri korim and kiman dam pam?
val lagil dada najana katha
Janiboloi pai.thank you agaloio anekua vedio sabloi pam buli asha thakil.
আপুনি কোৱ। মতে হালধি টুকুৰা কাগজত মেৰিয়াই নলৈ তাবিজত ভৰাই লৈ সকলো সময়তে লগত ৰাখিলে কামত আহিব নে ?
ধন্যবাদ দাদা..ঘৰত কেইবাজোপা হালধি ফুলি আছে আজি খান্দি ৰাখিম
Amaru ase besim kot pise😂
Nam tu dhuniya dei tumar
Vhal lagil vedio to. Very important. New friends holu appuniu hobo buli akha thakil
আপোনাৰ ভিডিঅটি শুনি বহুত লাগিল। মই এজন খেতিয়ক । মোৰ প্ৰায়বোৰ খেতি আছে। হালধিৰ খেতিও বহুত আছে বেচিখিনি হালধিৰে ফুল ধৰিছে। সেয়ে ইমান মূল্যৱান ইমান উপকাৰি বস্তু মোৰ খেতিত আছে।
শ্ৰদ্ধাৰ হাজৰিকা দেৱ পাৰিলে উচিত মূল্যত বিক্ৰি কৰাৰ ব্যৱস্থা কৰি নিদিয়ে কিয়! যদি সুবিধা পায় মোৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলো।আমি দুয়ো জনে ভগায় লম।
Ful diya halodhiburok katri bulio koi neki dada??
বহুত সুন্দৰ কথা কলে ,ধন্যবাদ ।
আদা ফুলৰ বিষয়ে সবিশেষ জনাবছোন।
apunar comment tu note korisu. Moi baru papak kom.
চাৰ,মোৰ ঘৰত হালধী গছ আছে আৰু ফুলো ওলাইছে । ইমান দিনে ফুল ফুলা হালধী জোপাৰ গুণ জনা নাছিলো ।আপোনাৰ পৰা জানিলো ।বহুত ভাল লাগিল ।🙏🙏
Khura val lagil.apuni anekuwa videobor di thakibo
বহু ত ভাল লাগিল দাদা|ভবিষ্যতে আৰু আপোনাৰ পৰা বহুত কথা জানিবলৈ পাম বুলি আশা ৰাখিলো|🙏🙏🙏
Thanku bahut bhal upadekh
বহত ভাল লাগিল, ধন্যবাদ থাকিল ।
আমাৰ ঘৰত আছে ফুল ফুলা হালধি ।কোনোবাই যদি কিনিব বিচাৰে মই বিক্ৰী কৰিম ২০ লাখ টকা দিলেই হ'ল।
মহৎ উপদেশ দিলে। জানি বহুত বহুত ভাল লাগিল। মোৰ ঘৰত হালধি আছে। আপোনাৰ পৰামৰ্শ মতে নিশ্চয় কৰিম। আৰু হালধি কেঁচা ই শুকুৱাব পাৰিম নে জনাম বুলি আশা ৰাখিলোঁ। আপোনাৰ পৰা সুন্দৰ দিহা পৰামৰ্শ দিব বুলি আশা কৰিলো 🙏🙏
Kotha olop Kom koleu2 hoi
Halodgi goshor fuolmur baritu aase. ki koribo lage. kobosun.
New kotha ata janilu vl lagil.amar ghrt ase fuli thka halodhi
আমাৰ ঘৰত বহুত হালধী ফুলে । আমি গুৰি কৰি খাঁও কিন্তু নাজানো ইমান শক্তিৰ কথা নাজানো
ধাৰে নিয়াটকা ঘুৰাই পাবলৈ কি উপায় কৰিব লাগিব জনাব
আমি কিনিম ফুল লগা হালধি জোপাৰ হালধি এটুৰা পঠাব পাৰিব যদি জনাব বুলি আশা কৰিলো ৷ধনবাদ জনাইছোঁ সুন্দৰ পৰামৰ্শ জানিব পাৰিলো ৷
Dada mur usrt mne amar kheti t bohut ful fula halodhi ase..lge jdi kinibo pari
আমাৰ ঘৰতো এজোপা আছে।
আপুনি কোৱাৰ বাবে কোব ভাল পালো।
ভাল লাগিছে , চেষ্টা কৰিম হালধিৰ ফুল ফুলাব
Amar ghorot gotei baritei ase ful howa halodhi gos kintu halodhiya rong gusi boga hoi aru tar gundho tu halodhir dre nhy
ভাল লাগিলআপোনাৰ,কথাবো,আৰু এেনেবো ভিডীউ,আগলৈ পাও,
Video arro nayi,kiman taka divo,dher asse,Koli jogar parbhou.
বহুত ভাল লাগিল
He Gurudev pool to ki karibo lage? Koy diyok
দাদা আপুনাৰ কথাখি বহুত ভাললাগিল ধন্যবাদ থাকিল
কথাবোৰ জানি বুজি বৰ ভাল পালো কিন্তু সেই জোপা গছহে দেখা পোৱা নাই।
Nojona kotha jonale tar karone thank you
Kokaiti, Bor Val lagil VDO Tu. Bor upojogi Kotha jonowa babe Dhoinyabad jonalo .🙏🙏🙏
বৰ ভাল লাগিল দাদা❤️ মোৰ এজোপা হালধীত ফুল ফুলিছে ৷ আপুনি কোৱামতে মইও কৰিম ভাল লাগিছে জানি ৷
আপুনিও আহিবচোন মোৰ চেনেলটিলৈ৷
Kothato hosane
আমাৰ ঘৰত এজোপা হালধি গছ ফুলি আছে, কি কৰিব লাগিব
মই যোগাৰ কৰিব চেষ্টা কৰিম কোনে কিনিব প্ৰভূ মোক জনাই দিব।
e
@@bikashdeka6487
গী হো
Mur ase lobo nki
@@amarandrapathak5509 i
.
খুব ভাল লাগিছে ধন্যবাদ
Vl lagil Dada nojona kotha hikiso dhoinobaad dada
ধন্যবাদ।
এই বৈদিক কথাষাৰ আজি ভাল হিচাপে জানিব পায় ,নথৈ সুখী হলো। আগলৈ এনে ধৰণৰ কথা বিলাক জনায় থাকিব। পুনৰ অশেষ ধন্যবাদ।
Nojana kotha janlo bohut Val lagal
Bohut bhal lagil aagoloiu ene kuwa video Pai thaku jate apunr !
PROBHU BHOGAWOTOI hkolurei
Mongol kork 🙏 Govinda 🙏
Apunar video tu sai bohut Val lagil TQ🙏🙏🙏🙏
আমাৰ ফুল হোৱা হালধি গছ আছে Iইয়াৰ বিশেষ প্ৰয়োজন আপোনাৰ পৰা জানি সুখী হৈছো I
Bah .Ki dhuniya paramarsh.bohut bhaal lagi sir.wait for new
Katha khini jani bht val lagil 🙏
Kotha keita val lagil nojonatu janilu
ভাল লাগিল । এই বিলাকৰ গুণ আছে । মাত্ৰ ব্যৱহাৰ বোৰহে আমি নাজানো ।
অহা বছৰ ময়ো ৰুম,ফুল ফুলাম,ধনী হম,তাৰ পিছত,ধূনীয়া চাই ধনী ঘৰৰ জীয়ৰী এজনী বিয়া পাতিম,অ পাহৰি গৈছিলো,বিয়াৰ আগতেই থাৰ এখন কিনিম,😅😅
জয় মা লক্ষ্মী , মইও হালধি ফুল দুপাহ পাই থৈছোঁ । মোৰ নিজৰ ঘৰৰ ত হোৱা । কিন্তু এটা কথা মই হালধি ৰোৱাৰ চাৰি মাহৰ পাছতেই ফুল ফুলিল ।
মোৰ ঘৰতো এপাহ ফুলিছে । ফুল দুপাহ আপুনি ক'ত থৈছে।
Mur usorot ase.. Kiman lage
আপোনালৈ সেৱা জনালো ককাইদেউ .🙏
Pagola nokoi ki sagola nakhai ki?
Nojona kotha janilu val lagile
Thank you sir Ada gasor fulor bikhoy janibo bisaru