I heard this song in the fb reels and direct coming to youtube ..i really love this song....তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে ..Specially this line ufff..😍😍😍
Omg....kiman je sunisu...kobo nuwaru...zubeen garg is the legend....but the female singer also...have heart touching voice....lyrics..tune...another level
After Anindita Paul,Gayatri Hazarika and Zubilee Baruah the only female voice of present generation which is pleasant to the ears.I heard her when she performed in JEC with Zubeen Daa during Golden Jubilee.May you reach heights Arundhani Bhanupriya❤️ Baki Joy Zubeen Daa
হৃদয় চুই যোৱা অপূৰ্ব শব্দ মালা ❤️
তুমি চালে মোৰ চুকুলে অধৰে পৰান জুৰে ....😌 Premium line💖
😊
অপূৰ্ব...! এটি বৰ মধুৰ গীত শুনিলোঁ। হৃদয়স্পৰ্শী গীতৰ কথা, সুৰ আৰু সংগীত। সৰ্বজন প্রিয় জুবিন গাৰ্গৰ কন্ঠ আৰু গায়কীৰ কথা আৰু কি ক'ম... সদায়ে প্রিয়...। ভানুপ্ৰিয়াৰ সুমধুৰ কন্ঠ আৰু সুৰীয়া গায়কীয়েও মুগ্ধ কৰিলে। সদায়ে শুনি থাকিব পৰা এটি সুন্দৰ মন পৰশা গীতৰ উপহাৰ...। অভিনন্দন সকলোলৈকে...।💐💐💐
বহুত দিনৰ মূৰত এটা ধুনীয়া অসমীয়া গীত শুনিলো।ইমান মিঠা আৰু শুৱলা।বিশেষকৈ গীতৰ কথাখিনি 💕👌👌। স্ক্ৰিনিঙও বৰ শালীনভাৱে উপস্থাপন কৰিছে,একদম নব্বৈ দশকৰ ইফেক্ট। নতুন প্ৰজন্মৰ মাজত যে প্ৰতিভাৰ অভাৱ নাই পুনৰ প্ৰমাণিত হ'ল। বৰ ভাললগা।
কি অপূৰ্ব সুৰ,শব্দ,অভিনয়... উফফ জুবিন দা❤️❤️❤️
অপূৰ্ব। কি আচৰিত শব্দৰ গাঁথনি। জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠিল গীতটি। ❤️❤️❤️❤️❤️❤️❤️❤️❤️
❤❤😂😂😢😢😮😅😊😊😮😅😅😅😊🎉
গীতৰ কথাই মন চুই গ'ল। খুব ভাল লাগিল। জুবিন দাৰ লগতে অৰুন্ধতীৰ কণ্ঠইয়ো হৃদয় চুই গ'ল
তুমি চালে মোৰ চকুলে😊❤️
অধৰে পৰাণ জুৰে....💫❤️
Heart touching song 🎧❤️
Love you Zubeen Da 🌍❤️🙏
এই শুৱলা আৰু সুৰীয়া অসমীয়া গান বোৰে আমাৰ মন সুৰীয়া আৰু জীপাল কৰে💝👍👍বহুত ধুনীয়া🤗👌
বৰ সুন্দৰ সৃষ্টি।চিৰসেউজ হৈ ৰ'ব এই গীতটি।বৰ ভাল লাগিল।
গীতৰ কথাখিনিয়ে মন চুই নিলে।❤️❤️
"তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে
ৰুনুক ঝুনুক নুপুৰে মাতে কুসুমৰ মাজে মাজে " ।
পাখি লগা মোৰ মনে অসীম লে উৰা মাৰে প্ৰেমৰ প্ৰথম পোহৰে সুভাষ ধালিলে" 🔥
গীতটি মুক্তি পোৱাৰ বহুদিনৰ পিছত ৰাইজৰ মাজলৈ গৈছে । প্ৰচুৰ জনপ্ৰিয় হৈছে ।
"তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে"
This line 😥😥 goosebumps ❤️❤️
Xuni thakibo mon jai.... Ultimate
L
Favorite line
Hoi
@@trishnadas6786 sa
মনটো শান্তি লাগি গৈছে ইমান ধুনীয়া 🌻❤️
Next lvl combo ZUBEEN DA AND ARUNDHATI BHANUPRIYA BAA.. ..❤️🔥
কথাবোৰ নিজৰ লগত relate কৰিব পাৰিছো।
Nice song beh.!,
ওফ ইমান যে ধুনীয়া গীতৰ শব্দ❤️❤️❤️❤️❤️
Acting bohut dhuniya hoise Jerina... God bless you always.
I heard this song in the fb reels and direct coming to youtube ..i really love this song....তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে ..Specially this line ufff..😍😍😍
Same yearr.. 😍😍🥰
@@Jayantaborah902 O
Same
@@Jayantaborah902 ok,
P
Jerina ,she is my college friend.....aguwai ja ru xodai...song awesome ❤️
Setting kra do…
Tumi sale mur sokule adhore poran jure uff ai line tu 😍♥️
বৰ সুন্দৰ। বৰ সুন্দৰ প্রকাশ। জেৰিনা, তোমাক লৈ গৌৰৱ অনুভৱ কৰোঁ। আগুৱাই যোৱা। সুভাশীস থাকিব সদায়।
সঁচা ভালপোৱা বোৰে বহুত কষ্ট দিয়ে। আধৰুৱা হৈ ৰয় মনে বিচৰা সপোন বোৰ....❤️❤️
জুৱিন দা এইটো গীত দিন টোত কেইবাৰ শুনো নিজে ও গম নাপাও ❤️❤️
খুব সুন্দৰ জেৰিনা। বহুত মৰম আৰু আশীৰ্বাদ❤️❤️😍😍😘😘
Omg....kiman je sunisu...kobo nuwaru...zubeen garg is the legend....but the female singer also...have heart touching voice....lyrics..tune...another level
It's Zubeen da not Zubeen Garg 😡
Bohut Dhunia Hoise.. Jerina r acting dhunia hoise bohut...keep it up...
Zubeen da xosai bhogoban r bohut Madhur sristi apuni ... ❤😢.. our legend
Again masterpiece by legend Zubeen Da & our very own Arundhati
Bohut dhunia hoise jerina ba...aru dhunia dhunia gan aibosort amak upohar diba buli akha thakil...
Eyat sai val aru prithibit ako hoba norre... Sundor sob sundor, A to Z... 🙏ak pise hoi aru amar pravu.... Long live Zubeen Dada
প্ৰিয়ৰো প্ৰিয় গান ❤️❤️❤️ মাজুলীৰ পৰা মৰম💞💞
Akdom ❤
তুমি চালে মোৰ চকুলে...🥺👩❤️💋👨❤️
অধৰে পৰাণ জুৰে...........🫂🤝🏻
Heart touching song...🥂🌼💫🥺💞
Love from Lakhimpur ☺️💓😚
হৃদয় চুই যায় গভীৰৰ পৰা গভীৰতালৈ.........
,,❤❤🎉😊😮,
Bohut dhuniya hoise ..Dipon 😘👌👌
সুন্দৰ হৈছে জেৰিনা বা
শুভেচ্ছা থাকিল 💐
Tumi sale mur sokule .ufff emotion overloded .....❤❤
Bohut dhuniya hoise tmr acting baba lots of lv
জেৰিনা,সুন্দৰ হৈছে।গীতৰ কথা,সুৰ আৰু দৃশ্য সৰ্বাংগ সুন্দৰ হৈছে। এনে গীতে নৱ প্ৰজন্ম শিল্পী সকলক নিশ্চয় উৎসাহিত কৰিব।গীতৰ শিল্পী সকললৈ শুভেচ্ছা আৰু আৰ্শীষ প্ৰদান কৰিলো।
তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে ❣️✨....uff❤😩
Suwa sun muk tumi 🙈😊
বহুত ভাল লাগিল গানটো শুনি জয় জুবিন দা 🙏❤️😘
Bahut dhuiya hoise gan tu, sabdo bur bahut dhuniya, sundar music 👌👌👌👌👌👌👌❤️❤️❤️❤️
"তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে ৰুনুক জুনুক নূপুৰে মাতে কুসুমৰ মাজে মাজে" এইখিনি লাইন 10 বাৰটকৈ অধিক শুনিলো কাটি কাটি
ভাবি চালে মানুহৰ জীৱনটোত একোৱেই নাই ও। মৃত্যু সঁচা কিন্তু মানি লব হে টান লাগে যেতিয়া বহুত মৰমৰ আপোন কোনোবা আতৰি যায়। কিশোৰ দা আপুনি য'তেই আছে কুশলে থাকক। খুব কম সময়ৰ ভিতৰতে আপুনি আমাৰ মাজত আহি ভূমুকি মাৰিছিল আৰু খুব কম সময়ৰ ভিতৰতে আতৰিও গ'ল।
Gaan tu bhut hundor hyse... "Tumi sale more sokule adhore poran jure" aitu line a mntu sui gyse❤️❤️
Aponi niribili kitap khn phriba son,,tat ai gan to ase ,,,keba vl. Lge
Xundor🥰
উন্মনা মনৰে কবিতা, ঠিকনা বিচাৰি ফুৰিছা uffff🔥🔥
তুমি চালে মোৰ চকুৰে পৰাণ জুৰে❤️❤️❤️❤️ সঁচাকৈয়ে পৰাণ জুৰ পৰি যায় এই শাৰীটোত ।
অতি সুন্দৰ কন্ঠ 💖 মজা লাগিল সংগীতটো শুনি।
জুবিন দাৰ প্ৰীয় গানৰ ভিতৰত অন্যতম ❣️🎶
Deserves more views
What a beautiful song ❣️😌
Rode sume aji ❤❤❤
Tumi sale mur sakule adhare paran jure......love the lyrics
Zubeen dar voice ajio ekedore ase alapo change huwa xuna nai🥰🥰
Tag👍jo👍thondajk🙏kd🙏
অন্তৰ চুই যোৱা শব্দ।।বহুত ভাল লাগিছে।
😭তুমি চালে মোৰ চকুৰে অধৰে পৰাণ জুৰে🫶🏻
This 🖇️ line 🥹
Female voice is just wowww❤❤❤
Emn dhuniya avinoi @Jerina. Tumar xapun bur puran hok
Bohut hundor hoise, sai bhal lagil dr jerina, aaguyae jua.❤️❤️❤️❤️
Bht dinor pra bisari asilu ai gan ti .. finally aji plu😍😍♥️
ইমান ধুনীয়া গীত বহুত বহুত ভাল লাগিল
তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে
This line ufff😊❤️🤗🥰
👋
This female singer should be promoted. She should get more opportunities. What a voice...
Vedio direction ❤️😍👌👌👌
যাদুকৰী কণ্ঠৰ গৰাকী
Can we take 1 min to praise the female singer... She also has done a great job 🙂
These all are love lines bro not true lines 🙂
Agree
Right Madam
Not also... Actually she has outperformed Zubeen da in this beautiful song.. 🥰🥰❤️❤️
❤yes i agree 🎉
সদায় শুনি থাকিলেও হেঁপাহ নপলাই মোৰ ❤️❤️ কি যে হব🫣🫣
After Anindita Paul,Gayatri Hazarika and Zubilee Baruah the only female voice of present generation which is pleasant to the ears.I heard her when she performed in JEC with Zubeen Daa during Golden Jubilee.May you reach heights Arundhani Bhanupriya❤️
Baki Joy Zubeen Daa
Absolutely right
সকলোতকৈ ভাল লাগে সুবাসনা দত্তক
নতুন প্ৰজন্মৰ পাপৰি গগৈ যুতিমালা বৰগোহাঁই বিকশিতা গগৈ য়ে হিলাই আছে ❤
Very Beautiful song.😍
Hearing this song on loop. God bless you dipoen, you making Barua community proud.👍👍👌
Dhuniya hoise ....baa💖🌸
Zubeen da ❤
Tumi salei mor sokule odhore poran jure🥺❤️
❤️❤️👌👌 khub dhuniya .. Kumaresh 👌👌👍👍
অন্তৰ চুই গ'ল, বিশেষকৈ তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে এই শাৰীটো।
Adhore mane ki
গীতটি শুনি বহুতেই ভাল লাগিল কিন্তু
তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে -কথাষাৰি বুজি নাপালো।জয় জুবিন দা❤
Arundhati Bhanupriya has amezing voice ❤❤
বহুত ভাল লাগিল জেৰিনা ভন্টি❤️
I'm from Tripura I love you zubeen da 😘💗💗
Wow
সুন্দৰ গীত সকলো ভাল অভিনয় কৰিছে জেৰিনা অভিনয় অতি সুন্দৰ আগোৱাই যোৱা আশীৰ্বাদ কৰিলোঁ ❤️❤️🥰
Bohut val lagil 👏👏.
Xosai pran vori jai dadar gan xunile❤
Wow Sui goise mon
Always love zubeen Garg song
Zubeen voice quality bahut super hai god bless you
Goosebumps.....just amazing 🥰🥰🥰🥰
Uff ❤ song 🎵 😍
সুন্দৰ হৈছে❤️
Jaaaan ❤️
Bhanu Priya mosti...❤❤❤❤
সুন্দৰ হৈছে গীতটি দাদা
ভাল লাগিল শুনি ❤❤❤
Dadar hur ufffff 😇😇❤️❤️
Mozza lagil gaan tu xuni ❤
সুমধুৰ গীতৰ কথাবোৰ ❤
Mojjaaa... Jerina baa love love and love 😘😘
Din jole rati jole gan2 lgt music sam jen nlge ne baru alop mn 🤔❤
Beautiful work, Jerina you are 🔥🔥🔥
Instagram ৰ reel বোৰ চাই থাকোতে গান টো পালোঁ, একেবাৰে ৰবই নোৱাৰিলোঁ জানেনে!! সঁচাকৈ ১০ বাৰ মান শুনি লৈছো তাৰ পিছত হে কমেন্ত কৰিবলে আহিছোঁ। তাৰ পিছত বোলো গানটো কেতিয়া নো relase দিলে চাই দেখিলোঁ যে ১০ মাহ আগতেই মুক্তি পোৱা গান বৰ বেছি বেয়া লাগি গ'ল ইমান ধুনীয়া গানটো মই কেনেকৈ যে মিছ কৰি দিলোঁ। 😍
অৰুন্ধতীৰ গান শুনি বহুত ভাল লাগে💗💗
Hoi
আমাৰ মৰমৰ মানৱ ৰূপী ভগৱান জন ❤️🔥
This song makes my day❤
Listening for the first time. Lovely ❤
Vl lagil
@jerina boruah♥
I LOVE YOU ZUBEEN DA.....❤
Beautiful song .......
Bare bare hunile u amoni nalage ...