Assam Police News: নাগালেণ্ডৰ য়াচাং চি বস্তিত নগাই কাটিলে অসম আৰক্ষীৰ জোৱানক

Поделиться
HTML-код
  • Опубликовано: 23 янв 2025

Комментарии •

  • @PulinSewali
    @PulinSewali 15 дней назад +150

    এতিয়া দেখিলেনে সাধাৰণ নগাই আমাৰ অসম পুলিচক অস্ত্ৰ সস্ত্ৰ কাঢ়ি লাংটা কৰি পঠাইছে, লগত নগা আৰক্ষী ও থাকে নহয়নে ? কিন্তু আমাৰ অসমত যদি এই কান্ডটো হয় , তেতিয়া কিন্তু আমাৰ অসম পুলিচে আমাৰ অসমৰ জনসাধাৰণকে মৰিয়াই কিলাই থানাৰ lock-up ত ভৰাই থৈ দিব । মই মিছা কলো নেকি বাৰু ? আমাৰ অসম পুলিচ ।

  • @THazarika-i8d
    @THazarika-i8d 15 дней назад +94

    নগাই নগাক মৰম কৰে কিন্তু আমাৰ অসমীয়া পুলিচ বুৰ এ নিজৰ মানুহক ফচাই

  • @AnantaSaikia-xq8xu
    @AnantaSaikia-xq8xu 15 дней назад +92

    অসমৰ মানুহ হোৱা হেঁতেন অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলেহেঁতেন ।

    • @bikrambrahma2072
      @bikrambrahma2072 15 дней назад +7

      Fake encounter he koribo pare....

    • @PubaliKosari
      @PubaliKosari 15 дней назад

      Umm .atya vija makuri .atya korok saw😂

    • @chandrajit123-h7l
      @chandrajit123-h7l 15 дней назад

      Vl khota cinta kora mon natake neki hodai nijor jati nijor police kinike beyake koi takibo lage ....apunalukor Dore lukor karone asomiya jatitu doghor potole goise kukur

    • @CDutta-ke2rw
      @CDutta-ke2rw 15 дней назад +1

      যাওঁতে সেন চৰাই হয় গ'ল ঘুৰি আহিল ফেঁচা চৰাই দৰে।

    • @rhinogaming5784
      @rhinogaming5784 15 дней назад +1

      Comments korar agote ... Police r sakori kori sauk tetiya gom pabo...hihotok retern guli mora2 aku dangor nhoi...tar pasot je constable jonor life2 court t ghurute jabo gom pai janu...

  • @East4090
    @East4090 15 дней назад +23

    অসমীয়াৰ ওপৰত বহুত অত্যাচাৰ চলাই অসমৰ smart পুলিচে।নাগাক এতিয়া কি কৰিবি চাও।কিমান শক্তি আছে তহতৰ।

  • @pegurock421
    @pegurock421 15 дней назад +53

    অসম আৰক্ষী নিজৰ অসমীয়াৰ ওপৰত বল দেখুৱাই। নাগালেণ্ড, মিজোৰাম,বাংলাদেশৰ আগত আত্ম সমৰ্পন কৰে।

  • @akalobyasaikia3949
    @akalobyasaikia3949 15 дней назад +31

    মেডিকেল কলেজত কিয় ভৰ্তি কৰা নহল ! তাৰমানে মেডিকেল কলেজ আদিত্য নাৰচিংহোমতকৈ পিছপৰা ,
    এয়ে নেকি অসমচৰকাৰৰ মেডিকেল কলেজ

    • @nitulgogoi7964
      @nitulgogoi7964 15 дней назад

      মানে ঔষধ নাই আৰু icu room নাই লগতে অক্সিজেন নাই

  • @ranjitkalita1956
    @ranjitkalita1956 15 дней назад +35

    অসম আৰক্ষী ক অসমত বাছ ৰ পৰা টকা সংগ্ৰহ কৰিব দিওক।
    লাজ লগা নাই নেকি।
    কোনে মদ খাইছে ৰাস্তাত সেইবিলাক বিচাৰিব দিয়ক।

    • @A-AmalNarah
      @A-AmalNarah 15 дней назад +1

      Best comment

    • @sibeswarbezbaruah5601
      @sibeswarbezbaruah5601 15 дней назад

      💯% right 👍

    • @bishnuprasadnath1214
      @bishnuprasadnath1214 15 дней назад

      Good...

    • @tonmoy4553
      @tonmoy4553 15 дней назад

      Oi kukur..tur nisina modahi burok rastat mod khai ghuri furibo dibo lge nki? Hehotor guli solaboloi permission lge...toi goi sabisun border t

  • @arup2018dasteok
    @arup2018dasteok 13 дней назад +1

    ইস ৰাম ৰাম।। নগাই টীয়কৰ পুলিচক লেংটা কৰি পঠাইচে বন্দুক কাঢ়ি। টীয়ক থানাই এটা সময়ত টীয়কৰ জনসাধাৰনক অলপ হাৰাশাস্তি কৰিচিল নে যধে মধে চেকিং চলাই

  • @manojburagohain4434
    @manojburagohain4434 15 дней назад +23

    বহুত ভাল হল অসম পুলিচৰ

  • @sarojsaikia213
    @sarojsaikia213 15 дней назад +25

    অসম পুলিচ অসমীয়া মানুহৰ উপৰত হে অত্যাচাৰ কৰিব পাৰে, অসমীয়া মানুহক গুলি কৰিম, নদীত পেলাই দিম বুলি কব পাৰে বেলেগক নোৱাৰে। মানে কথা এটা যে আছে নিজৰ ঘৰত কুকুৰেও নিজকে সিংহ বুলি ভাবে।

  • @jitumech1799
    @jitumech1799 15 дней назад +3

    অসমিয়া ভাষাৰ শ্ৰাদ্ধ।
    জখম অতি গুৰুত্বৰ।

  • @harenbaruah430
    @harenbaruah430 15 дней назад +6

    অসম পুলিছে অসমীয়াৰ ওপৰতহে বৰমতা দেখোৱায়। নগালেণ্ডৰ নগাৰ ওচৰত মাইকী হৈ যায় ।

  • @নিসংগতা
    @নিসংগতা 15 дней назад +4

    সকলো ৰাজ্যত নিজৰ নিজৰ পুলিচেই তেওঁলোকৰ মানুহক প্ৰথমে প্ৰাধান্য দিয়ে। কিন্ত আমাৰ অসমত অসম পুলিচেই কেতিয়াও আজিলৈ নিদিয়ে বাহিৰগত হে প্ৰথমে প্ৰাধান্য দিয়ে তাৰেই প্ৰমাণিত হল

  • @nehasaikia16
    @nehasaikia16 14 дней назад

    ফোনত কৈ থকা সাংবাদিক জনে প্ৰকৃত তথ্য কৈছে। ধন্যবাদ।

  • @Legendofassam6
    @Legendofassam6 15 дней назад +6

    Assam police e khali reels bonabohe jane real ot kaam naii 😢❤

  • @mikudutta1735
    @mikudutta1735 15 дней назад +3

    Laj lagise dai...

  • @mgnkl
    @mgnkl 15 дней назад +4

    Mojja 😂❤ Thank you Naga

    • @sagarborah5359
      @sagarborah5359 15 дней назад

      Nagor gu kha toi kukur 😂

    • @SupriyaNath-t2e
      @SupriyaNath-t2e 14 дней назад

      Khela benchud tui thank koisa no , eta din jodi Assam police bohi thake tor maiki ,suwali, lora ki obostha hbo bhabi sa . Bal singiboloi dom nai ru dangor dangor kotha, toi murko hoi nhole eneke kotha bole hoi.

  • @gobinbhuyan2158
    @gobinbhuyan2158 15 дней назад +6

    Bhal hoise Assam r mamar smart police 😅😮😅

  • @lionofdesert-e1o
    @lionofdesert-e1o 15 дней назад +1

    AMI NORTH EASTORO SEVEN SISTEROR LORA SUWALI .....OLOP KAJIYA HOBOI EMN CIYORIBO LOGA AKU NAI

  • @niponboruah1516
    @niponboruah1516 15 дней назад +5

    ভুৱা সংঘৰ্ষৰ অজুহাত দেখুৱাই অসমীয়া যুৱকৰ প্ৰাণ কাঢ়ি লোৱা আৰু চিৰদিনলৈ ঘুনিয়া কৰা আৰক্ষী বিষয়া সকল কলৈ গল?

  • @hirakvaiii7096
    @hirakvaiii7096 15 дней назад +2

    Commando bur kot gol 😎

  • @lovetraveling.....
    @lovetraveling..... 15 дней назад +6

    Moja amak he borborota solai moja kela

  • @ThunongShyam
    @ThunongShyam 15 дней назад +1

    Smart,Assam,police

  • @puspadhardowarah1932
    @puspadhardowarah1932 15 дней назад +2

    অসম পুলিচে শিক্ষক;সহজ সৰল;বা নিৰস্ত্ৰ আন্দোলন কাৰীক হে মাৰপিত কৰাত সিদ্ধহস্ত!নগা লোকৰ আগত অসম পুলিচ কোনকূটা? অসম বাসীয়েও জানে অসম পুলিচৰ শক্তি কিমান! ভালেই হৈছে; যি হৈছে!টোল গেটৰ পৰা এতিয়া ধন সংগ্ৰহ কৰাটোৱে ভাল হব অসম পুলিচে!

  • @hirokjyoti3907
    @hirokjyoti3907 15 дней назад +2

    Reel বনাবলৈ দিয়া অকল সেইটো কাম হে জানে, আচল জীৱনত নাগা e goru piton dise লাজ নাই।

  • @assamesefunni7522
    @assamesefunni7522 15 дней назад +1

    Very good very good very good

  • @anukulbora5482
    @anukulbora5482 15 дней назад +2

    অসমীয়াৰ ওপৰত বৰমতা দেখুওৱা অসম আৰক্ষীৰ এইয়াই অৱস্থা 😂

  • @ranjitboruah5885
    @ranjitboruah5885 15 дней назад

    Thenk you mama assam smart police

  • @AnKit-ls8jl
    @AnKit-ls8jl 15 дней назад +2

    Reels bonai thoka comndo keitak loi jbo lgixil 😂😂😂😂

  • @SurojitBora-g2k
    @SurojitBora-g2k 15 дней назад +10

    অসমখনক নগাই লব বেছি দিন নাই এইয়াৰে প্ৰমাণ 😢😢😢

    • @ajitexplorer1382
      @ajitexplorer1382 15 дней назад +11

      Bangladeshi marwari bihari lowath Kay Naga lolay vhal

    • @AbhijitBorgohai
      @AbhijitBorgohai 15 дней назад +3

      MEYAI LUWAT KOI NOGAI LOUK.

    • @destinations4u196
      @destinations4u196 15 дней назад +4

      Na miyae Lobo na naga'e Lobo.
      Axom axomiyar hatot thakibo.
      Tohoti jodi noga'r koti selekibo bisaro nije Nagaland jaa ge

    • @ajitexplorer1382
      @ajitexplorer1382 15 дней назад +2

      @destinations4u196 oh hai karonay Assam oth bangladeshi dom diye asomiyak

    • @putulchgayan
      @putulchgayan 15 дней назад

      ​@@ajitexplorer1382ঠিকেই

  • @ujjaldas4702
    @ujjaldas4702 15 дней назад +1

    Very good

  • @janardanbora2803
    @janardanbora2803 15 дней назад +4

    নাগালেণ্ডত বিজেপি চৰকাৰ দেখোন হয় কি কৰি আছে পিছে গৃহ বিভাগ টোৱে এতিয়া লৈকে

  • @adarshduttalungyalee7301
    @adarshduttalungyalee7301 15 дней назад +2

    A mojja........😂😂😂 Atu arombhoni aagoloi anekua news paam buli aakha korisu. Aru falibo lage amar axom bipul raijor daabi.

  • @ManjuBorah-p8i
    @ManjuBorah-p8i 15 дней назад +12

    নাগালেণ্ড আৰক্ষীৰ সহায় নোলোৱাকৈ যাব কিয় লাগে। নাগালেণ্ড প্ৰশাসনে যদি সহায় নকৰে তেন্তে সেনাৰ সহায় ল'ব লাগিছিল।

    • @ajitexplorer1382
      @ajitexplorer1382 15 дней назад +5

      Nagaland police nijor jatik bojabor karonay Jan dibho paray kinthu bangladeshi marwari bihari ba balek jatik help nho koray

    • @WhatsthehellXyz
      @WhatsthehellXyz 15 дней назад

      কত পুলিচ আৰু কত সেনা ব্যৱহাৰ কৰে বা কৰিব পাৰে তাৰ জ্ঞান আপুনি আগতে আহৰণ কৰি মত প্ৰকাশ কৰিব ।

  • @jahirulislam4311
    @jahirulislam4311 15 дней назад

    অসম আৰক্ষীৰ লাজ থকা অতি প্ৰয়োজন।

  • @never_backdown8611
    @never_backdown8611 15 дней назад +1

    নগায়ে অসমৰ পৰা বাইক-গাড়ী চুৰ কৰি নিবলৈ নাহে , অসমৰে চুৰ কৰি বিক্ৰী কৰে। গতিকে এই ঘটনাৰ বাবে নগাৰ সমান্তৰাল কৈ অসমৰ চুৰ কেইটাও দায়ী। চুৰ পালে যেতিয়া লৈকে হাত ভৰি ভাঙি নেপেলাই তেতিয়ালৈকে এই ঘটনা হৈ থাকিব।

  • @prodipbonia4182
    @prodipbonia4182 15 дней назад +2

    অসম পুলিচে অমিয়াৰ ওপৰত বৰ মটা ভাল

  • @manashpratimdas4744
    @manashpratimdas4744 15 дней назад +2

    যেনে কৰ্ম তেনে ফল। সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি দেখুওৱা এতিয়া লেঙটা কৰি পঠাইছে নগাই। আৰু ইহঁতে আলফা ধৰিব 😂😂 নামত হ'লে কোনেও বলে নোৱাৰে কিন্তু কামত এইয়া হে। চালা মিজোৰামৰ পৰা ও মাৰ খাৱ, মেঘালয়ৰ পৰা ও মাৰ খাৱ নাগালেণ্ডৰ পৰা ও মাৰ খাৱ খাৰু পিন্ধ ঐ তহঁতে

    • @tonmoy4553
      @tonmoy4553 15 дней назад

      Umm heikre ulfa ghuri furi ase tur ghoror usorot. Gutei comment section burbok re vori ase

    • @sudipta4914
      @sudipta4914 14 дней назад

      😂😂

  • @AnKit-ls8jl
    @AnKit-ls8jl 15 дней назад +2

    Eibilak reels bonai thoka police 🚨 😂😂😂

  • @dipankarbaishya5667
    @dipankarbaishya5667 15 дней назад +3

    সহজ সৰল জনগোষ্ঠীয় লোকে কৰিছে যদি একো নহয় দিয়ক

  • @Rupam-kg4ch
    @Rupam-kg4ch 15 дней назад

    Bohut bhal kotha...astro sostro ari ahise...😊😅😅

  • @Rokcybhai-v7i
    @Rokcybhai-v7i 15 дней назад +3

    Smart assam police 😅😅😅

  • @dulumonilahan5821
    @dulumonilahan5821 15 дней назад +1

    😂😂😂😂নিলাজহ’ত কচু গছত চিপ লৈ নমৰ কিয় ? 😂😂😂😂
    ঘৰৰ পদূলি মুখত বৰ মতা ,এতিয়া কেনে পালি মজা ৷
    অসম আৰক্ষীৰ ট্ৰেইনিংত আছলতে কেনেকৈ ডকাহকা দি দুখিয়াৰ টকা পইচা ঘুচ ল’ব লাগে,কেনেকৈ ৰাষ্টাত ৰৈ গাড়ী মটৰৰ পৰা বাহানাবাজী কৰি টকা উঠাব লাগে ৷ ঘোচ লৈ কেনেকৈ অপৰাধীক বচাব আৰু নিৰপৰাধীক ফচাব লাগে তাকহে শিকাই ৷

  • @NirabPhukan
    @NirabPhukan 15 дней назад

    নাগালেণ্ডলৈ অসমত পথ অবৰোধ বা অৰ্থনৈতিক অবৰোধ কৰিলে অসম পুলিচে আমাক মাৰি পিতি লক আপত থয় , নগাই MLA ভুবুলা ছাগলী টোকো পহু খেদা দিলে । এতিয়া অসম চৰকাৰে কি কৰে সেইটো হে চাবলগীয়া ।

  • @lalitchamuah8544
    @lalitchamuah8544 14 дней назад

    Laj lagise

  • @benudharmoran1970
    @benudharmoran1970 15 дней назад

    Mjja 😂😂😂😂

  • @youtubeblogs6328
    @youtubeblogs6328 14 дней назад

    নিৰীহ , দুখীয়াৰ ওপৰত হে দাদাগিৰি , নগা-মিজোৰ আগত ভিজা মেকুৰী ।

  • @basisthaacharya6590
    @basisthaacharya6590 15 дней назад +1

    অসম আৰক্ষীৰ অস্ত্ৰ বোৰ কান্ধত ওলোমাই লৈ ফুৰাৰ দৰে হ'ল। আত্মৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব লাগিছিল।

    • @tonmoy4553
      @tonmoy4553 15 дней назад

      Nuare koribo.... already Mizoram r logot warlike situation hoi goise

  • @kaustovgoswami4531
    @kaustovgoswami4531 15 дней назад

    Khub bhal haise ..... Commision , Sallan , Ghus aikaitaat expert Assam police k Naga area t pothale ....aitu e hobo

  • @nehasaikia16
    @nehasaikia16 14 дней назад

    তথ্য বিচাৰি ফোন কৰাতকৈ জেগাত যাব লাগে!! সুৰাপায়ী বিলাকৰ দেখোন খুওব ভিডিঅ' বনাই থাকে??

  • @AnjeliusBey-fw7rt
    @AnjeliusBey-fw7rt 15 дней назад

    Salute to this Naga man too bravery.... Aneka he hbo lage karon Assam Police bohot dadagiri+ nijoke smart buli dekhai atya asol mosola tu pale nhoi😂😂😂😂

  • @Dubori8713
    @Dubori8713 15 дней назад +1

    Hosai assam police a laj pabo loga kotha. Eman smart and equipted😅😅😅

  • @surajkumarsingha8743
    @surajkumarsingha8743 15 дней назад

    Assam police enekoi hoi jot jai agot mizoram tar pisot meghalaya etiya nagaland pora amar assam police eman komjorj

  • @maxton999.9
    @maxton999.9 15 дней назад +1

    Power of Naga brothers 💪

  • @johnmonidas2697
    @johnmonidas2697 15 дней назад +1

    Kot gol comando bilak kebol reels bonuwat besto naki ,,,atia dekhawak asol training skills reelst nhy

  • @brajagopalsharma469
    @brajagopalsharma469 15 дней назад

    Bariah

  • @SimantaBorgohain-b5f
    @SimantaBorgohain-b5f 15 дней назад +1

    অসম পুলিচ অকল অসমীয়াৰ ওপৰতহে ------------

  • @bipulborah2193
    @bipulborah2193 15 дней назад +1

    অসম পুলিচে অসমীয়াৰ ওপৰত বৰমতা দেখুৱাই,লাজৰ কঠা,কিয় মাৰ খালে, অস্ত্ৰ কাঢ়ি লৈ গল, অস্ত্ৰ চলাবলৈ কিয় থমকিল:

  • @WhatsthehellXyz
    @WhatsthehellXyz 15 дней назад

    অসম পুলিচ অসমৰ মাত্ৰ অসমীয়া অধ্যুষিত অঞ্চলত প্ৰাসংগিক, বাকী অঞ্চলত তেওঁলোক নেছেল 😁😁😁
    নাগালেণ্ড পুলিচ সদায় নগাৰ পক্ষত। অসম পুলিচৰ দৰে তেওঁলোক জাতিদ্ৰহী নহয়।
    গুৱাহাটীৰ ৰাজপথৰ সৌ সিদিনা খন এজন পৰিশ্ৰমী যুবকক দিন দুপৰতে ৰাইজৰ সন্মুখত অন্যায় ভাবে প্ৰহাৰ কৰি তোক মাৰি পেলাম বুলি মুকলিকৈ দম্ভালি মোৰ বদী বিল্ডাৰ ভাৰ্গভ বৰবৰা নামৰ পুলিচ জনৰ নেতৃত্বত তেওঁৰ দৰে মানসিকতাৰ পুলিচৰ দল এটা হৃত অস্ত্ৰ উদ্ধাৰ কৰিবলৈ চৰকাৰে বিবেচনা নকৰে কিয় ? অ লগতে তেওঁলোকক প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ Huggies দি পঠাব লাগে , প্ৰয়োজন হব।

  • @BabulAli-yu6zy
    @BabulAli-yu6zy 15 дней назад

    🎉❤

  • @guwahati95
    @guwahati95 15 дней назад +1

    Noga nijor jati, mati loi khub strong

  • @asango2996
    @asango2996 15 дней назад +1

    Good naga people

  • @saytanathtamuli9975
    @saytanathtamuli9975 14 дней назад

    অসম পুলিচে অসমীয়াক মৰম কৰিবলৈ শিকক এতিয়া নগাৰ শিক্ষা দেখিলে ।

  • @bhagyashree2896
    @bhagyashree2896 15 дней назад +1

    Commando ase dakhun reels bonuaa

  • @huntusingingstar781
    @huntusingingstar781 14 дней назад

    অসমীয়া ওপৰত বহুত বীৰত্ব দেখাই এতিয়া কি হল, অস্ত্ৰ এ কাঢ়ি লৈ গৈছে লাজ লাগিব লাগে

  • @bupaiphukan
    @bupaiphukan 15 дней назад

    Action please sir 👏

  • @brothersglobe5706
    @brothersglobe5706 15 дней назад

    নগাই নিজৰ বাহাদুৰি ঠিক ঠাইতে দেখুৱালে,, অসম পুলিচে আকৌ অসমীয়া মানুহৰ ওপৰতহে বৰমতাগিৰি দেখুৱাব পাৰে,বাহিৰত বেঙে মুতা গৰু হৈ মাৰ কিল খাই,নাক কাণ দি থৈ আহিল, চিঃ ধিক্কাৰ 😂😂

  • @manojburagohain4434
    @manojburagohain4434 15 дней назад

    Good

  • @assamesefunni7522
    @assamesefunni7522 15 дней назад

    অসমীয়া উপৰত পুলিচৰ দাদা গিৰি কেনে মজা এতিয়া

  • @rideepgogoi1720
    @rideepgogoi1720 13 дней назад

    Mekhela lagibo ni mekhela😂😂😂

  • @KUDDUSHALI-s3k
    @KUDDUSHALI-s3k 14 дней назад

    অসমীয়াৰ উপৰত দাদা গিৰি নাগালেণ্ডৰ উপৰত নোৱাৰে অসম পুলিচে

  • @mrinalhandique5217
    @mrinalhandique5217 15 дней назад +2

    Shame shame assam police,very truth information by our reporter.

    • @masudalom1164
      @masudalom1164 15 дней назад

      Toi goisili nki nagaland kela ? Very truth information kbo ahiso je

  • @hogrider8380
    @hogrider8380 15 дней назад

    Support Naga people ❤❤❤

  • @MintuChamua
    @MintuChamua 15 дней назад

    Nagaon puronigudam thanar purbor ic ajit sunuwal oke katibo lage nagai.

  • @debojitgogoi2453
    @debojitgogoi2453 15 дней назад

    অসমত অসমীয়া কেইটা পৰাহে পইছা খাব মদ খোৱা বুলি লাইচেন্স নাই বুলি এইসকল আৰক্ষীক নগা সীমান্ত অঞ্চলত পথাব লাগে

  • @AjitGogoi-u1u
    @AjitGogoi-u1u 15 дней назад +2

    Assam police a amar nijr manuhr uprot he dada gri dekhuwab pare kintu naga guli khai polai ahise laj loga kotha bormota dekhua nijr manuhr uprt kintu nagak aku falib nuware si si laj lagise

  • @RantuDas-o1d
    @RantuDas-o1d 15 дней назад

    আমাৰ ঘৰত মতা

  • @HirakDas-bu7gv
    @HirakDas-bu7gv 15 дней назад

    😊

  • @ajaydas.a.j3059
    @ajaydas.a.j3059 14 дней назад

    Atiya nagalend arokho ahile axomyak loijabo dilehol kela axomoyar uparot bohut oytasay hoiase axom arokhi alop chinta korak

  • @bituponsaikia9387
    @bituponsaikia9387 14 дней назад

    Local police inform Kori ngol nki

  • @theblackcat6252
    @theblackcat6252 15 дней назад

    Dear assam police dgp sir cdo bilakok border ariat rakhok anai training korai thoi putola kori rakhila nhbo

  • @YouhanSaiko
    @YouhanSaiko 15 дней назад

    Axom police a kebol Axomiyar uporot he dadagiri dekhuwabo atiya hei dadagiri kot gol 😂😂😂

  • @haritj3915
    @haritj3915 15 дней назад +2

    Dhait noga i ki kori dila 😂

  • @rafalemosey7021
    @rafalemosey7021 15 дней назад +1

    Assam Police is ferocious at innocent people but not against terrorists and such criminals😶

  • @shivadutta4186
    @shivadutta4186 15 дней назад

    Amar etya naga kota festival korebo lgebo

  • @Rahul-xu6oq
    @Rahul-xu6oq 15 дней назад

    encounter specialist Assam Police'r ay obosta... Guli ata solai aahibo nuarile nijok bosabo krne ..

  • @আহোমপোৱালি-ল৫য

    অসম পুলিচৰ লাজ লগা নাই নে

  • @JoinulIslam-r1v
    @JoinulIslam-r1v 15 дней назад

    আমার অসমর ধয়মনাইনেকি আমার আরকিক টয়ছারকরায়াত ময়ৈদুখিইতয়

  • @pratibhahaw8188
    @pratibhahaw8188 15 дней назад

    বহুত লাজৰ কথা দেই

  • @ShyamBhujel-t6r
    @ShyamBhujel-t6r 15 дней назад

    Naga people's are good.

  • @Dcheng-xy5zl
    @Dcheng-xy5zl 15 дней назад +3

    Without Nagaland Police information and permission Border cross kori Nagalandt kiyo operation solabole jabo lagey....Etiya kiba holeu Nagar eku dukh nohoi.Vaal hihotr gharat thoka hathiyar keita loi j firing nokorile heye bahut.

  • @huntuhazarikahuntuhazarika9915
    @huntuhazarikahuntuhazarika9915 15 дней назад

    ভৈয়ামলৈ নামিবলৈ দিব নালাগে নগাক

  • @azadzyan6926
    @azadzyan6926 15 дней назад

    Fire koribo noaree niki 😡

  • @mukulbaruah1833
    @mukulbaruah1833 15 дней назад

    Assam police Assamr nirih r uparat bor mota dekhuai kintu nagar usarat negur pelai dile. Assam police a raijorpora toka lutiba pare.

  • @mrinalmazumdar4752
    @mrinalmazumdar4752 15 дней назад

    Assam police naga police bht different asa...mio 2bosor Nagaland km kori aha manuh..si,oc,sp,ic to bd ya DGP,DIG kotha kolio Nagaland km ni😅😅

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 15 дней назад

    Nagaland border t Oxom police e purona guli br khoroj Korok Aru pare jdi Oxom r border r Gaon br t Oxomia jati janogosthi k Rifle guli supply diok

  • @zeosmakmar3747
    @zeosmakmar3747 15 дней назад

    Sad for his family and co but ASSam police should keep in mind that Assamese people are your own people but assam police respect more than Assamese to Hindi speaking people. All state of northeast police are with people but assam police hate own Assam residents , any only assam police who ever read my sis my bother , my lt father , my late grand father are all belong to assam police 👮

  • @rajivhazarika326
    @rajivhazarika326 15 дней назад

    Mekhela pindhile ako kunubai

  • @deepjyotibussiness3495
    @deepjyotibussiness3495 15 дней назад

    Tar sp logot agot jugajug korisil ne nai

  • @NasiurRahman-i5r
    @NasiurRahman-i5r 15 дней назад +2

    Delivery boy k piton dibo pare nogar voyot kio polai ahise atia