Dr Pitambardeva pravu is expressing with very spiritual feeling of Bhagawad sastra s story which are the true knowledge of human Soul existence as the soul is itself life of all
Dr Pitambar Deva Pravu is explaining the true story of Bhagawat path and people are interestingly listening this narrative manner which remained in mind for ever
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
হে গুৰু ঈশ্বৰ আপোনাৰ চৰণত আমি মহা অধমে সহস্ৰ কোটি সেৱা জনালোঁ
জয় ৰাধা মাধৱ 🎉
কৃষ্ণ, ভাল লাগিল।
KRISHNA 🙏🏻🙏🏻🙏🏻
Krishna probhu God bless you
ইমান সুন্দৰ ব্যাখ্যা শুনিলে আমনি নালাগে৷
কৃষ্ণ কৃষ্ণ প্ৰভুজনা , আপোনাক শতকৌটি প্ৰণাম ৷৷
Krishan krishan krishan krishan krishan krishan krishan krishan krishan krishan krishan krishan krishan krishan krishan
সুন্দৰ হৈছে আপুনি ভাল পোৱা কথা কৈ যায় যে
Krishna Krishna Krishna
🙏🙏🙏 অৰ্থপূৰ্ণ বাখ্যা গুৰু বাপে দাঙি ধৰিছে ।❤
প্ৰভূ আপোনাৰ চৰণত সেৱা নিবেদিছো🙏🙏🙏
Har kisno har Ram ❤❤❤❤❤
Sri krishanaya nmh
প্ৰভূ 🙏🙏🙏🙏🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏Ram🙏🙏🙏🙏🙏 Ram 🙏
Krishna probhu apunar byakhya huni bohut val lagil
🙏Ram🙏
Ram krishna probhu
কৃষ্ণ কৃষ্ণ প্ৰভূ
আপোনাৰ চৰণত সেৱা জনাইছোঁ 🙏🙏🙏
সে প্ৰভু আপোনাৰ শ্ৰী চৰণত সেৱা জনাইছো।
Hare krishna
🙏🙏🙏
Krisno krisno
❤❤
Krishna krishna krishna prabhu krishna
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.
কৃষ্ণ, কৃষ্ণ কৃষ্ণ প্রভূ আপোনাৰ চৰণ কমলত শত সহস্র প্রণিপাত জনালো এই অমৃত বখৰ নিজৰা প্রান কৰোবাৰ বাবে ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna amitmoi Bani apunar pranam jasishu Prabhu
কৃষ্ণ
কৃষ্ণ হৰি ৰাম
শত সহস্ৰ সেৱা নিবেদিলো।ইমান মধুৰ বাখ্যা এয়া অমৃত পান। শুনি হেঁপাহ নপলায়। অসাধাৰণ প্ৰতিভাসম্পন্ন বিশ্লেষণ।
প্ৰভু শতকোটি প্ৰণাম আপোনাৰ দুখানি চৰণত
Ram krishna.....
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna Krishna provu Seua jonalu Om Namoh Vogobane Basu Debaiyo
Dr Pitambardeva pravu is expressing with very spiritual feeling of Bhagawad sastra s story which are the true knowledge of human Soul existence as the soul is itself life of all
Krishna.
Pranampravu❤❤❤❤❤
Dr Pitambar Deva Pravu is explaining the true story of Bhagawat path and people are interestingly listening this narrative manner which remained in mind for ever
🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️
Satradhikar Prabhu Isware bhagwator amrit bakhyai Amak poram dhonya korile Tekhetor chorant Koti koti vokti vora sewa orpon korilu Krishna krishna.
Hundar
😢😮 Om Shanti Shanti
ঔ ৰাম ঔ হৰি নাৰায়ণ
Krishan
Krishna krishna
Dr Pitambar Deva Pravu is expressing this very sense of story of Bhagawat Gita which means how to live with purity and wisdom
Ram krisna ❤❤❤
Krishna bap sewanibedan karilu
Krishna 🙏🏿
Krishna probhu Narayan❤❤❤❤
❤❤❤🎉🎉🎉
Kissno.kissno..provu..dhoiniybad
শ্রী শ্রী যোগ্য হয়জানু এই জন |এই জনে অকল কাহিনীহে কব জানে |
তুমি তাকো নাজানা। অসমীয়া শব্দ বোৰকে পঢ়িব নাজানা। এইজনা প্ৰকৃত গুৰু। তেওঁ সকলো ক্ষেত্রতে পাৰ্গত। শিক্ষা দীক্ষা আৰু তেওঁ দৰে গুৰু জনাৰ শাস্ৰৰ লিখিবলৈও জ্ঞান আছে। তেওঁক কোৱা হয় বৈষ্ণৱ পণ্ডিত। তেওঁ অকল কাহিনী কবহে জানে তেনেকুৱা নহয় তেওঁ কাহিনী লিখিবও জানে।
হয় এইজনা সুবিধাবাদী সত্ৰাধিকাৰ ।সি এটা শ্ৰীৰ যোগ্য নহয় লিখে দুটা শ্ৰীশ্ৰী ।কাহিনী কব জানিলেই পণ্ডিত হয় কিন্তু ধাৰ্মিক নহয় শুদ্ধ ভক্ত নহয় ।আউনীআটী সত্ৰৰ পৰম গুৰু আছিল বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক প্ৰচাৰক মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱ পিছে এইজনা সত্ৰাধিকাৰে সত্ৰৰ শ্ৰষ্টা সত্ৰৰজনক গুৰু দেৱ দামোদৰদেৱক গুৰু ত্যাগ কৰি দামোদৰীয় সত্ৰখন গুৰু শংকৰ মাধৱক গুৰু ভজি শংকৰি সত্ৰলৈ ৰূপান্তৰ কৰিছে । আউনীআটী সত্ৰৰ গুৰু দেৱ দামোদৰদেৱক ত্যাগ কৰি আতৰাই গুৰু শংকৰ মাধৱক পৰম গুৰু ভজি গুৰু দেৱ দামোদৰদেৱক গুৰু হৰিদেৱ গুৰু ভট্টদেৱক অস্তিত্বহীন কৰি গুৰু শংকৰ মাধৱক জগতগুৰু কৰি উজলাবলৈ প্ৰচেষ্টা কৰি আছে ।দামোদৰী সত্ৰৰ সত্ৰাধিকাৰ হৈ গুৰী দেৱ দামোদৰদেৱৰ নাম ললে পাপ অস্পৃশ্য অনুভব কৰা সত্ৰাধিকাৰ এজন শ্ৰীশ্ৰী দুটাৰ যোগ্য নহয় ।কংগ্ৰেছ দলত থাকি সকলৈ সা-সুবিধা গ্ৰহণ কৰি বিজেপি দলক সমৰ্থন সহযোগ কৰি বিজেপিৰ হৈ কাম কৰে কংগ্ৰেছীৰ দৰে আদৰ্শৰ সত্ৰাধিকাৰ প্ৰভু ।
আত্মাই আপোনাক ইয়াৰ পৰাই সোৱা জনালো। আত্মাই সেৱা কৰিলে দৈহিক সেৱা নকৰিলেও হয়।
সেৱাহে প্ৰভুজনা 🙏🙏 আ পোনাৰ শ্ৰী মুখৰ ভাগৱত কথা শুনি হেপাে নপলায় !। যেন অমৃত সুধা !!🙏🙏
Bapjon sewa vag grohon koribo apunar phon nombor vag dibo neki krishna
Krishna 🙏🙏🙏 🙏 Krishna probhu
কৃষ্ণ কৃষ্ণ প্ৰভু
কৃষ্ণ
🙏🙏🙏
Ramkrsna
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏🙏