MOiNA By Madhab Ranjan || Borsha Rani Saikia || Raag Parag || Washim Ayan || New Assamese Song 2024

Поделиться
HTML-код
  • Опубликовано: 11 окт 2024
  • MR Presents
    MOINA
    Singer
    MADHAB RANJAN
    BORSHA RANI SAIKIA
    Lyrics - Compose
    RAAG PARAG
    Music
    WASHIM AYAN
    Flute 🪈- Anjan Medhi
    Guitar 🎸 - Kowstav Moni Phukon
    Additional Programming
    Rajiv Sarmah
    Mix-Master
    BREEZU SAIKIA
    Recorded Studio
    STUDIO FUSION
    By Rajiv Sarmah
    Poster
    PARTHA JIT HIRA
    Visualization & Lyrical
    BIMAN BORUAH AXOMIYA
    ( Studio Maa Movie )
    Lyrics
    ------------------
    তোৰ ৰ’ঙা বগা দুগালত
    এ মইনা চুমা আঁকি দিবৰ মন
    আৰু নো তোৰ উশাহত
    ডুবিবৰে মন
    অ' তোৰ ৰ’ঙা বগা দোগালত
    এ মইনা চুমা আঁকি দিবৰ মন
    আৰু নো তোৰ উশাহত
    ডুবিবৰে মন
    মৰম লাগে তোলৈয়ে চাই
    ভাৱনাই খুলি খুলি খায়
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    মোৰ বুকুতে জান
    ঢৌত উঠে যিটো বান
    কোন হ'ব মোৰ সমান
    তই কৰি ল' উমান
    অ' তোৰ মিঠা অভিমান
    কলিজা কৰে থান বান
    বুকুত কিহৰে দৰদ
    মই বুজি পোৱাই টান
    মৰম লাগে তোলৈয়ে চাই
    ভাৱনাই খুলি খুলি খায়
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    জাৰৰে ৰাতি জাননে তই
    বুকুৰ উশাহবোৰো আমনি হয়
    তোৰ প্ৰেমতে জান পৰিমে জয়
    তোৰ প্ৰেমতে জান পৰিমে জয়
    মৰম লাগে তোলৈয়ে চাই
    ভাৱনাই খুলি খুলি খায়
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    #Moina#Madhab_Ranjan#Dhwani_Music#Borsha_Rani_Saikia#assamesesong ‪@DhwaniMusic‬

Комментарии • 1,4 тыс.

  • @hariprasadexplore810
    @hariprasadexplore810 9 месяцев назад +92

    ছোৱালী জনীক আৰু অকণমান গাব দিয়া হলে আৰু সুন্দৰ হৈল হেতেন।ইমান ধুনীয়া গানটো❤❤❤

  • @bidyutbikashworld4355
    @bidyutbikashworld4355 9 месяцев назад +32

    খুব সুন্দৰ দাদা ♥️,,, মই বহুদিনৰ পৰা আপোনাৰ অনুৰাগী,,, আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়👍

  • @RACTIMRANJANOFFICIAL
    @RACTIMRANJANOFFICIAL 9 месяцев назад +17

    এই গীতটিৰ বাবে বৰ আগ্ৰহে বাতচাই আছিলো। মাধৱ ৰঞ্জন দা। ইমান সুন্দৰ গীত ওপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ। আগলৈ আৰু আশা কৰিলো।

  • @Bhitalinarahvlog
    @Bhitalinarahvlog 9 месяцев назад +14

    মাধৱ দা,,,,,ইমানেই ভাল লাগিল গীতৰ সুৰ বাক্যখিনিয়ে অন্তৰ চুই গ'ল ❤❤❤গীতটিৰ উপহাৰ পাই বহুত বেছি ভাল লাগিল দাদা আৰু বৰৰ্ষা বা......❤❤

  • @SubhrajitGogoi-z5d
    @SubhrajitGogoi-z5d 9 месяцев назад +80

    Female voice ইমান মিঠা 😊 শুনি হেপাঁহ নপলাল 😊আৰু লাগিছিল ককাই 🎉 ইমান ধুনীয়া গীত নতুন বছৰৰ আগমহূতৰ্ত আগবঢ়াই দিয়া বাবে তোমালৈ বহুত মৰম আৰু বৰষাৰাণীৰ মিঠা voice তোমাৰ লগত একেলগে আকৌ শুনিবলৈ বাট চালোঁ😊

    • @Parthahazarika1999
      @Parthahazarika1999 9 месяцев назад +1

      Hosake o❤❤❤

    • @jyotishburagohain9147
      @jyotishburagohain9147 9 месяцев назад +1

      ও সচাকে আৰু দুটা মান লাগিছিল। নাৰীক ন্ঠ মিঠা ৷ ভাল লাগিছে গান ৷

    • @babulbagti6957
      @babulbagti6957 9 месяцев назад

      Cute songs❤❤

    • @seemasaikia9220
      @seemasaikia9220 9 месяцев назад

      Umm hunile huni thKibo mn jai

  • @BhaskarDuttapurbanchal
    @BhaskarDuttapurbanchal 9 месяцев назад +1

    Jui

  • @nabajitborenyaboruah7313
    @nabajitborenyaboruah7313 9 месяцев назад +16

    পেঙেৰীৰ টেকেৰী গাওঁ ৰ পৰা মৰম যাছিলোঁ।খুৱেই ভাল লাগিল গীতটি শুনি🎉❤🎉❤🎉

  • @promudgogoi3111
    @promudgogoi3111 9 месяцев назад +25

    জাৰৰে ৰাতি জাননে তই, বুকুৰ উশাহবোৰো আমনি হয়। এইডোখৰ শুনাৰ পৰাই গানটো শুনিবলৈ আগ্ৰহি আছিলো।

  • @amlan_Entertainment
    @amlan_Entertainment 9 месяцев назад +10

    ভাল লাগিল ককাইদেউ। যোৰহাট ঘৰফলীয়া বিহু সমিটিৰ পৰা বহুত শুভেচ্ছা জনালো।অসমৰ ৰাইজে গীতটো আকোৱালি লওক।

  • @sabitahazarika1839
    @sabitahazarika1839 9 месяцев назад +6

    বৰষা আমাৰ লাহিংৰ গৌৰৱ ভাল লাগিল আৰু আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল

  • @AllIndiaReport
    @AllIndiaReport 9 месяцев назад +26

    💞বহুত দিনৰ পৰা গীতটিলৈ অপেক্ষা কৰি আছিলোঁ finnally 🎉 realise হৈ গল
    আৰু কাৰ কাৰ গানটো ভাল লাগিছে like কৰা 👍

  • @suniyadoley264
    @suniyadoley264 9 месяцев назад +3

    Moror lga gann tu ❤❤

  • @bipulsonowal
    @bipulsonowal 9 месяцев назад +7

    ছোৱালী গৰাকী মাতটো ufffff জুই 🥰😊😍❣️💙

  • @phukonda594
    @phukonda594 9 месяцев назад +41

    জাৰৰে ৰাতি তই,বুকুৰ উশাহবোৰ আমনি হয়,এই বাক্যখিনিয়ে অন্তৰ চুই গ'ল ওও😢❤

  • @rahulpator5811
    @rahulpator5811 9 месяцев назад +6

    বহুত সুন্দৰ গান এটি আমাক উপহাৰ দিয়া বাবে বহুত শুভেচ্ছা যাচিলো আপোনাৰ মৰমৰ ভাইটি ৰাহুল পাটৰ নাজিৰা

  • @rajibneog4208
    @rajibneog4208 9 месяцев назад +27

    ❤❤❤❤❤❤❤এইবছৰ এইটো গান হিট হ’ব দেই 👍

  • @dhurbajyoti07
    @dhurbajyoti07 9 месяцев назад +19

    মাজুলীৰ পৰা বহুত মৰম ❤ এদিন লগ পোৱাৰ সপোন প্ৰথম গান শুনা দিনৰ পৰা পুহি ৰাখিছোঁ

  • @ajitboruah3938
    @ajitboruah3938 9 месяцев назад +22

    Female voice টোত আৰু এটি মান কলি শুনিবলৈ মন থাকি গল Female কণ্ঠ জুই ❤❤❤❤৷ বাকী মাধৱৰঞ্জনৰও সন্দুৰ কণ্ঠৰ লগতে এইবছৰৰ এটি সন্দুৰ গীত উপহাৰ দিয়া বাবে বহুত বহুত সূখী আমি ৷❤❤❤❤❤❤❤❤৷

  • @itibachokkhabar24x7
    @itibachokkhabar24x7 9 месяцев назад +5

    বহুত বেছি ভাল লাগিল গানটো৷এইবাৰ বিহুত সবতে কেৱল এইটো গানেই বাজি থাকিব৷বহুত শুভেচ্ছা আৰু মৰম আমাৰ গৌৰৱ বৰষাৰ লগত মাধৱ ৰঞ্জন ককাইলৈ৷❤❤

  • @krishnajyotihazarika2711
    @krishnajyotihazarika2711 9 месяцев назад +13

    Female voice uff outstanding ❤❤❤❤ Ba jui

  • @boraxomsubhrajitbailung1289
    @boraxomsubhrajitbailung1289 9 месяцев назад +54

    Female voice জুই বুলি ক’লোঁ😊 মাধৱ ৰঞ্জন ককাইলৈ বহুত বহুত মৰম টীয়কৰ পৰা😊

  • @pompimoran2067
    @pompimoran2067 9 месяцев назад +6

    বৰ ভাল লাগিল মাধৱ দা 😍...বাৰ মাতষাৰ বৰ ধুনীয়া আৰু অকন লাগিছিল☺️

  • @nayangogoi475
    @nayangogoi475 9 месяцев назад +7

    সুন্দৰ কণ্ঠ ককাইদেউ ❤❤❤
    মইনা তুমি জুই

  • @davidsonowal6062
    @davidsonowal6062 9 месяцев назад +2

    #Madhab ranjan khub hundor hoise. Aakha thakil aaru enekuwa gaan hunim buli. Aaru #Barakha tmar ai dukhari a hepah nopolal aaru hunibole aakha thakil tmar hur face to face jenekuwa studio voice u eke khube hundor. Gaurov onubhov aaru aag barhi juwa. Aakha koru aaru bohut gaan huniboloi paam. 🎉

  • @parthajyotiboruah381
    @parthajyotiboruah381 9 месяцев назад +3

    Mojaa lagil বৰষা... কম দিনতে অসমৰ এটা চিনাকি মহিলা কণ্ঠ হৈ উঠা ... জুই বুলি ক'লো আৰু

  • @alokkalita1028
    @alokkalita1028 7 месяцев назад +2

    বৰ ধুনীয়া হৈছে অ' গানটো ।

  • @Creackersassamgk
    @Creackersassamgk 9 месяцев назад +45

    মাধৱ ৰঞ্জন দাৰ গীতত এক আছুতীয়া সুৱাদ থাকে❤❤

    • @ritupondihingia5169
      @ritupondihingia5169 9 месяцев назад +2

      Eku val lga nai

    • @Creackersassamgk
      @Creackersassamgk 9 месяцев назад

      ​@@ritupondihingia5169আপোনাৰ নালাগিব পাৰে মোৰ লাগিছে

  • @himadrisonowal4017
    @himadrisonowal4017 9 месяцев назад +20

    ধুনীয়া হৈছে মাধৱ ৰজ্ঞন ককাইদেউ👌,বহুত সৰুৰ পৰাই আপোনাৰ গান শুনিছো। ভনী বুলি ভাবিব মইজনীয়ে আপোনালৈ দুলীয়াজানৰ পৰা শুভেচ্ছা জনালো🥰।

    • @melodymaker6703
      @melodymaker6703 9 месяцев назад

      "মইজনী",,,,? অসমীয়া শব্দ ?

  • @udayborahofficial
    @udayborahofficial 9 месяцев назад +5

    বহুত দিনৰ অপেক্ষাৰ পিছত মাধৱ ককাইৰ হেপাহৰ মইনা গীতটিক অৱশেষত পাই মনত সুখি অনুভৱ কৰিছো love from makum❤❤❤পৰাগ দা কথা সুৰ জুই

  • @Farhaj.rahman-fx9qj
    @Farhaj.rahman-fx9qj 9 месяцев назад +1

    Nice voice madhab dada and barsha rani baa bht vl lge gaan too aii gaan too hunile mur hriday khon suhi jai aru barsha baa eman dhuniya voice 👌👌👌

  • @rajmoran8235
    @rajmoran8235 9 месяцев назад +29

    জাৰৰে ৰাতি জাননে তই
    বুকুৰ উশাহবোৰো আমনি হয়
    তোৰ প্ৰেমতে জান পৰিমে জয়
    তোৰ প্ৰেমতে জান পৰিমে জয়
    মৰম লাগে তোলৈয়ে চাই
    ভাৱনাই খুলি খুলি খায়
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই
    যি তি আশা কৰিলো তোক
    যৌৱনতে পাই... ❤❤❤

  • @Akashsaikiaofficial
    @Akashsaikiaofficial 7 месяцев назад +2

    মৰম মৰম ককাইদেউ ❤❤❤

  • @ritupondowarah3309
    @ritupondowarah3309 9 месяцев назад +9

    অতি সুন্দৰ মৰাণৰ পৰা মৰম যাচিলোঁ ❤

  • @b2panxaikia964
    @b2panxaikia964 9 месяцев назад +2

    সুন্দৰ হৈছে... Female কণ্ঠ তো আৰু সুন্দৰ হৈছে

  • @lakhimonigohain1815
    @lakhimonigohain1815 9 месяцев назад +32

    Female voice 🔥❤

  • @MoranSunnykr
    @MoranSunnykr 6 месяцев назад +2

    All Time heart beat increase

  • @mainamusical1168
    @mainamusical1168 9 месяцев назад +4

    মোৰ বুকুতে জান
    ঢ়ৌ উঠে যিটো বান
    কোন হব মোৰ সমান
    তই কৰি ল উমান
    ufff ককাই মজা হৃদয়ত লাগি গ'ল।ককাই ধুনীয়া সুৰ সুন্দৰ কণ্ঠ গৰাকী ককাই তুমি জুই❤❤❤

  • @rekhaphukan2601
    @rekhaphukan2601 9 месяцев назад +7

    মাধৱ দাদাৰ লগতে বৰষালৈ শুভেচ্ছা থাকিল❤❤ সুন্দৰ হৈছে আৰু আগুৱাই যোৱা

    • @anirbanchetia9874
      @anirbanchetia9874 9 месяцев назад

      তেওঁৰ জীয়েক নেকি বাৰু বৰষা

  • @GhanaBoruah-t4g
    @GhanaBoruah-t4g 9 месяцев назад +4

    অতি সুন্দৰ হৈছে গীতটি। ।
    ধেমাজি পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ।

  • @BabuBora-h3w
    @BabuBora-h3w 9 месяцев назад +1

    Bohut dhuniya hoise madhab Kai song tu next aru val song pam buli akhxa thakil

  • @Mr_Saikia_Update
    @Mr_Saikia_Update 9 месяцев назад +5

    Waiting❤Madhab Ranjan Da

  • @User_Minakshi_music
    @User_Minakshi_music 9 месяцев назад +1

    Jarore rati jano ne toi bukur ukhah bur u amoni hoi tur premote Jaan porime joi uffff antort lgi goisee 😮💥

  • @santanudasofficial4560
    @santanudasofficial4560 9 месяцев назад +5

    ধুনীয়া গীত।
    বৰ ভাল লাগিল ককাই।
    আন্তৰিক শুভেচ্ছা ও অভিনন্দন গীতৰ সৈতে জড়িত
    প্ৰত্যেক জনলৈ।

  • @bhaskorgohain5717
    @bhaskorgohain5717 9 месяцев назад +1

    সুন্দৰ হৈছে মাধৱ কাই ❤ akdom jui 🔥🔥

  • @SauravBharali-ro8uf
    @SauravBharali-ro8uf 9 месяцев назад +4

    আপোনাৰ সুৰৰ এটা সুৱাদেই বেলেগ ককাইদেউ। আপুনি কণ্ঠদান কৰা প্ৰতিটো গীতেই ভাল লাগে।।।।❤❤❤❤

  • @debajitboruah5637
    @debajitboruah5637 9 месяцев назад +4

    মাধৱ কাই সুন্দৰ হৈছে গান টো,,,, ❤❤❤ নৱবৰ্ষৰ হিয়াভৰা ওলগ যাচিলো ❤❤❤

  • @DjyotiBoraDjb
    @DjyotiBoraDjb 9 месяцев назад +5

    Love from Jorhat ❤❤..
    Moja bro..

  • @AdityaBangthai
    @AdityaBangthai 9 месяцев назад +2

    সুন্দৰ, কথামতেই কাম ❤❤মই ৰই আছিলো গানতোৰ বাবে,,,১০০% ১০০% ভাল লাগিল দাদা ❤❤❤❤❤

  • @jharnagogoi6619
    @jharnagogoi6619 9 месяцев назад +5

    Love from Dibrugarh chabua ❤

  • @momidasmomidas2568
    @momidasmomidas2568 9 месяцев назад

    Xuni vl lagil bhout... gaan tu xunim xunim buli rokhi asilu

  • @KapilBorah
    @KapilBorah 9 месяцев назад +4

    দুয়োৰে কন্ঠ সদায় প্ৰিয়।খুব ধুনীয়া❤❤❤

  • @monuj4127
    @monuj4127 9 месяцев назад +1

    Moja video👌👌

  • @bimalpegu8869
    @bimalpegu8869 9 месяцев назад +7

    Suwali joni voice 2 ultimate ❤️❤️

  • @rjai3863
    @rjai3863 9 месяцев назад

    Dhuniya hose. Val gaise…. Washim val Kam koriso…best of luck all team…love you all

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 9 месяцев назад +6

    Love from dibrugarh khowang ❤❤️❤❤ Nice song brother's ❤❤❤❤🎉🎉

  • @santanamirihazarika4781
    @santanamirihazarika4781 9 месяцев назад +2

    Hundor borsha baa voice mojjah

  • @princeridamgogoi8698
    @princeridamgogoi8698 9 месяцев назад +6

    সুন্দৰ কণ্ঠ ককাইদেউ ভাইটিৰ ফালৰ পৰা বহুত বহুত মৰম আপোনালৈ অনাগত দিনবোৰত সদায় আগবাঢ়ি যাওক ❤️❤️

  • @pankajgogoi5395
    @pankajgogoi5395 9 месяцев назад

    Super so beautiful 💕💕💕💕💕💕💕 2024 best songs . very good very very nice Madhab ranjan daa❤❤❤❤❤❤❤❤❤

  • @sanjitgogoi555
    @sanjitgogoi555 9 месяцев назад +6

    Barsha aguwai juwa...mojja🔥

  • @gitarthaborah6
    @gitarthaborah6 9 месяцев назад +1

    Barshaa ki kom tumr bikhoye....ki kontho tumr....hridoi sui goise.....aguai jua tumi aru...vl hbo tumr....❤❤❤❤❤

  • @bhaskarjyoti1328
    @bhaskarjyoti1328 9 месяцев назад +4

    Dada hit ru aeibar gaan apunar ❤❤❤🎉

  • @kalpaneelmusical7417
    @kalpaneelmusical7417 9 месяцев назад

    Hit kokai hit. .. .bohut bsi val lagise ❤❤

  • @Ankitvlog-c9q
    @Ankitvlog-c9q 9 месяцев назад +14

    Female voice ✨♥️

  • @bikash0795
    @bikash0795 9 месяцев назад

    Bhut bhut bhut bese dhuniya lgese gan tu ❤❤❤ bare bare xuni thakiboi mon jai ❤❤❤

  • @bjyotientertainment885
    @bjyotientertainment885 9 месяцев назад +5

    Lovely voice 💖😍 love from karbi anglong

  • @pradyutdohutia7516
    @pradyutdohutia7516 9 месяцев назад +2

    Bohut bhal lagil huni gan tu ❤❤

  • @bitupanborah154
    @bitupanborah154 9 месяцев назад +4

    Female artist voice ❤...ufffss jui💥🥰

  • @dwijenborah9796
    @dwijenborah9796 9 месяцев назад +2

    Jarore rati janone toi ....hit only this line songs ufff❤

  • @malindrasingha4920
    @malindrasingha4920 9 месяцев назад +25

    Female voice so sweet ❤

  • @mridupabankonwar5133
    @mridupabankonwar5133 9 месяцев назад

    Madhab kai jui..... Bohut dhuniya hoise hosakoiye.... 💕💕💕

  • @happymoniburagohain3709
    @happymoniburagohain3709 9 месяцев назад +3

    Nice song..... female voice just woow

  • @r.dproductionofficial950
    @r.dproductionofficial950 9 месяцев назад

    Bht dhuniya gaan ...hunile huni tahkibo mon jai

  • @ankurchangmai5374
    @ankurchangmai5374 9 месяцев назад +4

    Ratipoar pora rokhi asu madhob daa 🎉❤

  • @Monsila
    @Monsila 9 месяцев назад

    ❤❤❤bor morom lagise gantu bhout bhout

  • @kamakhyakalita3578
    @kamakhyakalita3578 9 месяцев назад +3

    বৰষা কন্ঠ😍❤

  • @manobkonwar3255
    @manobkonwar3255 2 месяца назад

    Dhuniyaaa lagise apunar gaan tu hunhsim hunim buli roi asilu aji palu val lagil

  • @bhaskarsaikia501
    @bhaskarsaikia501 9 месяцев назад +3

    ❤❤female voice 👌👌👌juiiiiiii❤❤❤

  • @foodvollg828
    @foodvollg828 9 месяцев назад +1

    অপেক্ষাৰ অন্ত পৰিল আজি একেখাৰে সুন্দৰ ❤️❤️😘😘

  • @ajaygogoi8507
    @ajaygogoi8507 9 месяцев назад +4

    Borsha ৰ কন্ঠৰ বৰষুণ

  • @soilanphukan3030
    @soilanphukan3030 9 месяцев назад +1

    খুব মৰল লগা হৈছে গানটো,ককাই লৈ অভিনন্দন জনালো ভাল গানটো বাবে,আৰু আশা থাকিল নতুনকৈ আহিবলগীয়া গাণৰ বাবে ❤❤

  • @JayantaChutia-zb1ez
    @JayantaChutia-zb1ez 9 месяцев назад +6

    এই বছৰৰ শ্ৰেষ্ঠ গীত ।

  • @omprakashtodi8292
    @omprakashtodi8292 8 месяцев назад

    Oti hundor ...bht val lagil madhob daa...

  • @suntarasonowal-fe2wz
    @suntarasonowal-fe2wz 9 месяцев назад +3

    Wow so nice voice ❤❤

  • @BabuHondique-np1bj
    @BabuHondique-np1bj 9 месяцев назад

    Moja lagise dei dada bohut akha Kori asilu aitu❤❤❤❤

  • @ankurparasar7851
    @ankurparasar7851 9 месяцев назад +6

    one of the HIT creation of the year... soulful song.. lyrics, tune, music and voice; perfectly balanced! awesome creation Brother...

  • @suwalagogoi5041
    @suwalagogoi5041 9 месяцев назад +3

    Kune Kune ai gan2 kalir pora huni asa like kora❤

  • @korobidas8212
    @korobidas8212 9 месяцев назад

    Gan2 krne bor roi asilu.. Bht vl hoise.. Mon vl lgi goise... ❤❤❤❤❤

  • @bitupanbharali3259
    @bitupanbharali3259 9 месяцев назад +3

    Love this song ❤️

  • @funlearning1015
    @funlearning1015 9 месяцев назад +1

    Kokai dhunia hoise.pura fali disa.

  • @regonvlogs1137
    @regonvlogs1137 9 месяцев назад +7

    Female Voice 🔥🔥

  • @deepgogoi165
    @deepgogoi165 9 месяцев назад

    Ohh bohut special song huni bohut val lagil ❤🎉🔥

  • @prabalandgaku5598
    @prabalandgaku5598 9 месяцев назад +7

    Only female voice 🔥♥️

  • @tktairai3761
    @tktairai3761 9 месяцев назад

    সুন্দৰ ককাই❤ হেই দিনা মৰাণত লগ পালো কিন্তূ মাত দিবলৈ হে নোৱাৰিলো ।

  • @nostalogiavlogdevid.dipank1485
    @nostalogiavlogdevid.dipank1485 9 месяцев назад +3

    Female voice ❤❤❤❤❤🔥🔥🔥🔥🔥🔥🔥🔥

  • @daijeedeorisonowal2669
    @daijeedeorisonowal2669 9 месяцев назад +1

    Hundar ❤️

  • @simpinawhalia50
    @simpinawhalia50 9 месяцев назад +7

    Female voice 🔥🔥🔥

  • @rahulchutia7173
    @rahulchutia7173 9 месяцев назад

    🎉সুন্দৰ

  • @bdm2618
    @bdm2618 9 месяцев назад +3

    Female voice ❤

  • @ritumonipatar800
    @ritumonipatar800 9 месяцев назад +1

    Dada gan tu bhut vall ligela ❤❤❤❤❤❤❤❤i love this voice😊😊

  • @parthajitnath6107
    @parthajitnath6107 9 месяцев назад +6

    Female voice ❤❤❤