সদায় সুখী হৈ থাকা 💖🌼❤️ মৰম ভালপোৱা বোৰে সম্পৰ্ক এটা ইমান ধুনীয়া কৈ বান্ধি ৰাখিলা মধুৰ হৈ পৰক তোমালোকৰ প্ৰতিটো ক্ষণ lots of love 😘💕 papu da and puja ba❤️💖🌼
Prem kahini bur bohut val lagil tmalukr,, sirodinole anekuai morom thakibo jen tmalkr. Puja ba tmi hosa ktha kole khub haha n acting Tu moja lage sai. Aru papu da tmi puja bak direct hosa ktha bure hudisa sai bohut val lagise. Love story. Bibah jibonutu anekuai thakibo. Love you❤❤i like you. 👌👌
Mojaa lagil sai papu dada puja ba 😊😊😊,,,,,, i love you puja ba aru papu dada💕❤❤❤❤tumaluk jui🔥🔥🔥🔥🔥 //সদায় ভাল দৰে থাকিবা //আমি সকলোয়ে তোয়ালোকক আশীবাদ কৰিলো 'জয় আই অসম,,,,,
Tumalukor history to khuni moi Nijor ari aha Khomoi burk bohut monot pori gol ...bro...So...Thank you...Video to sai bohut montu val Lagise...From BAKSA DIST
ইমান ধুনীয়া ধুনীয়া comment দিয়া বাবে সকলোকে ধন্যবাদ । Reply দিব পৰা নাই তাৰ বাবে বেয়া নাপাৱ but comment বোৰ পঢ়ি পঢ়ি like কৰি আছো । I love you All ❤️❤️❤️❤️❤️
Love u all my subcriber and views
Jodi moi kunu din Assam ahile log koribOloi ahim beya nababo
Khub hundor love story. Hodai anaka thakiba . hosa valpua hokolua kopalot nathaka.
commentor rply dibo nuwarileu bea napaw tumak.jiman manuhe cmment diye hokolure rply diatu hombhob nhoi baru.
Moza lagise story to
আপোনালোকৰ এই মৰম , ভালপোৱা যেন সদায় যুগমীয়া হৈ ৰয় , তাকে কামনা কৰিছোঁ ❤️❤️❤️❤️❤️❤️
Favorite Couple❤️
Favorite💖👌👌
Tumar video bahut dhuniya lage ❤️
Oh
All of you 3 are my favourites
Pakhi baa tumaru vlog saw bohut Val laghi♥️
ধুনীয়া লাগিল দেই। মৰম চেনেহবোৰ এনেদৰে বৰ্তি থাকক গোটেই জীৱন। ময়ো মোৰ মনৰ মানুহ জনীক ৮ বছৰ ধৰি ভাল পায় আহিছো। অহা বছৰ তাইক আমাৰ ঘৰৰ লক্ষিমী সজাই আনিব বিচাৰিছো। সকলোৱে আৰ্শীবাদ কৰিব দেই😍😍😍
wow...so nice...valpwa mnuhjon/jonik jibonhongi kribo pora jon bohutt lucky❤️🦋
তোমালোকৰ love story তু শুনি এনে লাগিল সচাকৈয়ে তোমালোকে এটাই আনটোৰ বাবেই জন্ম হৈছা❤️ lots of love from Goalpara ❤️
সঁচাকে বহুত লাগিল দুয়োটাৰে প্ৰেম কাহিনীটো ____সচা প্ৰেম এনেকুৱা এ হয়____পুজা বা আৰু পাপু দা দুয়োটা সদাই সুখি হয় থাকা তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো
সদায় সুখী হৈ থাকা 💖🌼❤️ মৰম ভালপোৱা বোৰে সম্পৰ্ক এটা ইমান ধুনীয়া কৈ বান্ধি ৰাখিলা মধুৰ হৈ পৰক তোমালোকৰ প্ৰতিটো ক্ষণ lots of love 😘💕 papu da and puja ba❤️💖🌼
ইমান ধুনীয়া তোমালোকৰ প্ৰেম কাহিনী। তোমালোকৰ বিবাহীতা জীৱন সুন্দৰ হওক সুখমই হওক তাকে কামনা কৰিলো
তোমালোকৰ দুইজনৰে জীৱনত বহুত বহুত সুখ আহক, সচাই ভাল লাগিল video টু চাই।❤️❤️❤️
2maluke xukhi hua...bohut val lage 2malukor video sai...
এনে দৰে সদাই সুখী হয় থাকা 🤗 papu daa and puja baa ❤️ love from sadiya🥰
Tumalukor preme dekhi Bohut val lagise Eman morom seneh Tumaluke hukhi hua ❤️❤️❤️
Papu dada puja bou tumalukor ghr kot
Tmalukor kahini huni soku pani ulai gol ru lgte montu horu kaloloi ghuri gol..bohut val lagil 👍
সদায়ে তোমালোক এনেকৈ সুখী হৈ থাকা,সুখবোৰ ভগৱানে তোমালোকৰ পৰা কাহানিও কাঢ়ি নিনিয়ক তাৰে প্ৰাৰ্থনা।
Bohut bohut val lagil aaponalokor prem kahini xuni❤️❤️❤️❤️
তোমালোকৰ মৰম চেনেহ এনেদৰেই বৰ্তি থাকক, এটা বিশেষ দিন হিচাপে নহয় প্ৰতিটো দিনেই ভাল পোৱা দিন হিচাপে দুয়োজন সুখী থাকক , লগতে দুইজনৰ মাজত থকা সপোনৰ চহৰ খনত দুয়ো সফল হওক তাৰ কামনাৰে 💗❤️
.p. ,看来5o
Happy valentine 🌹🌹day❤❤ & black⚫ day 🙏🙏🙏🙏 Rip 😢😢mur video sabo
Nice
Vhal lagile papu da and Puja baa 👍👍❤️❤️
Wow anekua prem kahini 🥰🥰🥰
তোমালোকৰ দুলৈ যুগ্ম জীৱনৰ লৈ অভিনন্দন জ্ঞাপন কৰিলোঁ লগতে তোমাৰ লোকৰ দুই জনেকে বহুত মন গৈছে লক কৰিব।। তোমাৰ প্রেমৰ History বোৰ শুনি ভাল লাগিল
Puja ba apunar ktah kuar estal2 bor morom loga 👌👌
হাঁহি ও উঠিল আকৌ ভাল ও লাগিল। তোমালোকৰ প্ৰেম যুগ যুগ ধৰি বৰ্তি থাকক।
বৰ ধুনীয়া প্ৰেম কাহিনী । তোমালোকৰ এই video টো চোৱাৰ পিছত বাকী video বোৰ ও চালোঁ বৰ ভাল লাগিছে । তোমালোকৰ প্ৰেম তোমালোকৰ কথা বতৰা তেই গম পোৱা যায় । পাপু যিদৰে পূজাৰ পৰা ভালপোৱা বিচাৰে তাতেই গম পোৱা যায় । সি কিমান আকুল পূজা ক লৈ । পূজাৰ ও পাপুৰ প্ৰতি বহুত মৰম দেখিছোঁ দেই । তোমালোকৰ প্ৰেম যুগমীয় হওক
ভাল লাগিল দেই আপোনালোকৰ প্ৰেমৰ কথা শুনি❤️অলপ হাঁহিও উঠিল দেই প্ৰেমৰ কাহানীতো
সহজ-সৰল কথাবোৰে দুয়োজনকে বহুত ভাল লাগিল।
সদায় সুখী থাকা তোমালোক। বহুত ভাগ্যৱান তোমালোক।
সেইটোৱে fillings আকৌ 😍fvrt couple 💖
তোমালোক দুজনৰ love story টো very interesting আছিল সচাকৈ পাপু দা আৰু পূজা বা ।আহিব লগীয়া দিনবোৰ যাতে ভালকৈ য়ায় ।আৰু
তোমালোকৰ স্ংসাৰ খন যাতে একো এটা নোহোৱাকৈ ভালকৈ ভবিয্যৎ তৰ উন্নতি দিশত আগবাঢ়ি যাই তাৰে কামনাৰে । কিন্তু video ত আৰু এটা কথা নকলা । পিছৰ video ত কবা বুলি আশা কৰিছো । জানিব মন যায় নহয় । দুজন জুৰিয়ো সচাকে বহুতে Gorgeous অৰ্থাৎ ধুনীয়া । সদায়ে হাহি থাকিবা ।God bless you?
Mur moromor puja baa papu dada tumalukar video velak sai mur bhut val lagese so tumaluk aru aguwai juwa may God bless you 🙏😁🌎🌎🌎🌎🌎🌎🌎🌎🌎🌎🌎🌎🌎🌎🌎🤗
তোমালোকৰ লাভ ষ্টৰী টো বহুত বেছি ভাল লাগিল।😁😁 সদায় এনেদৰে হাঁহি স্ফুৰ্তি কৰি থাকিবা।😁😁 তোমালোকৰ মৰম চেনেহ বোৰ যাতে সদায় এনেদৰে বৰ্তি থাকে তাৰে কামনা কৰিলোঁ।💗💗💗 তোমালোকৰ দান্স বহুত বেছি ভাল লাগে, চালে চাই থাকিব মন যায়।😘😘 তোমালোক দুয়ো মনৰ জোখাৰে সুখী হোৱা।😘😘 চৰাইদেউ ৰ পৰা মৰম যাচিলোঁ।
Duitake j emn bhl lgy... Puja j bht innocent girl dei....
আমাৰ প্ৰেম কাহিনীৰ ও এনেদৰেই আৰম্ভণি হৈছিল। এতিয়া বিয়াৰ এবছৰ হৈ গʼল। সুখী হোৱা তোমালোক❤️
Prem jonome jonome...😍😍💖💖💖Hodai hukhi huwa..
আপোনালোকৰ প্ৰেম কাহিনী বহুত ধুনীয়া দেই, এনেকুৱা প্ৰেম চবৰে কপালত নাথাকে, আপোনালোক বহুত ভাগ্যবান এনেকৈ আপোনালোকৰ মৰম চেনেহ বোৰ তাকক তাৰে কামনা কৰিলো
Xosakoi dei very very intresting love story .
Bohut val lagil xuni Papu da aru Puja baa .
Xodai aneke thakiba .
Lots of love 💕💕
ভাল লাগিল । দুয়ো মনৰ জোখাৰে সুখী হোৱা । আগুৱাই যোৱা শুভেচ্ছা থাকিল
সদায় এনেকৈ সুখী হৈ থকা bro. Love you Papu & Puja ba
টিকলু দৰা কইনা হালৰ বয়স কিমান নো বাৰু জনাবাচোন দেই,,,, বহুত মৰম তোমালোকলৈ😘😘😘
Bohut vall lagise dei tumar lukor love story tu khuni aru sai bohut val paisu
সদায় এনেকৈ সুখী হোৱা তোমালোক দুয়ো এই।
Bhut val lagil apunarlukor love story 2 apunaluke hodai anekoi thake jen
তোমালোকৰ মৰম চেনেহ এনেদৰে বৰ্তি থাকক ।এটা বিশেষ দিন হিচাপে নহয় প্ৰতি দিনে ভাল দিন হিচাপে দুজনে সুখী থাকিবা। লগতে দুজনৰ মাজত থাকিবা সপোনৰ পৃথিৱীখনত দুয়ো সফল হৈ আগবাঢ়ি যোৱা বুলি মই ভগৱানৰ ওপৰত এয়ে মনোকামনা কৰিলো । 😍💕❤️
Bohut vl lagil love storytu khuni.. 2maloke khodai aneke akeloge thaka jate take bisarim🥰🥰
Wow mojja Prem Kahini.Duyujone future t bohut xukhi hoi thaka.Happy valentine's day 🥰🥰
Prem kahini bur bohut val lagil tmalukr,, sirodinole anekuai morom thakibo jen tmalkr. Puja ba tmi hosa ktha kole khub haha n acting Tu moja lage sai. Aru papu da tmi puja bak direct hosa ktha bure hudisa sai bohut val lagise. Love story. Bibah jibonutu anekuai thakibo. Love you❤❤i like you. 👌👌
Val lagile love story tu suni puja papu, duoo monor jukhore sadai sukhi hoi thaka, vogobanok parthona korisu, tumalok valkoi thaka jen, tumalok prem sofol hoise val lagise 👌👌
ইমান ধুনীয়াকৈ কথাবোৰ কয়। দুয়োজনে 😚😚😚
বহুত ভাল লাগিছে ❤️❤️ খুনি লাভ story 2
আৰু লগ পাম বুলি আশা ৰাখিলোঁ ❤️
আৰু তোমালোকৰ প্ৰেম anekuwai বৰ্তি হৈ থকা যেন❤️❤️ love from West karbi anglong ❤️❤️
Bohut bohut duniya hoi tumalukor love story♥️🥰
Real love story. From childhood to married life 😊
Papu dada aru puja ba tmalok xadai anekoi thakiba❤❤
দুয়োজনে এনেদৰে আগুৱাই জাহক তাৰে কামনা কৰিলোঁ। লক্ষীমপুৰৰ পৰা মৰম জাছিলোঁ
Puja baa kothabur imn morom loga🥰🥰
তোমালোকলৈ মোৰ ফালৰ পৰা বহুত মৰম
যাচিলো পাপু দা আৰু পুজা বৌ
Dhuniya lagise xuni❤️❤️❤️
ভাল লাগিল তোমালকৰ Love story টো শুনি। তোমালকৰ মৰম চেনেহবোৰ এনেকৈয়েই সদায় বৰ্তি থাকক।
Next level prem apunalukar jugma jibantu jipal hoi uthok xodai enekoi hahi furtire jiyai thakok
আপনা লকৰ জীৱন সুন্দৰ হক।🙏❤️🙏❤️
সচাই ভাল লাগিল অলপ ও skip নকৰাকৈ চালো দেই। এনেকৈই হাহি থাকিবা সদাই
Tq
তোমালোকৰ love Story টু /🥰 বহুত বেছি ভাল লাগিল /😊😚 you nice love 💜💜
Bohut val lagil
Amazing
Love history
🙏🙏🤩🤩🤩😘😘
বহুত দিনৰ পৰা জানিবলে মন গৈ আছিলে...আজি জানি বহুত ভাল লাগিল...
Bhal lagil Bhaiti aru bhonti 2malukr story Huni ..❤️❤️
Mojaa lagil sai papu dada puja ba 😊😊😊,,,,,, i love you puja ba aru papu dada💕❤❤❤❤tumaluk jui🔥🔥🔥🔥🔥
//সদায় ভাল দৰে থাকিবা //আমি সকলোয়ে তোয়ালোকক আশীবাদ কৰিলো 'জয় আই অসম,,,,,
Xosa koi video tu sai Bohut val lagil And mojjja 👍👍👍
তোমালোকৰ ভেডিও খদাই ছাও।আৰু এনেকৈ বনাই গৈ থাকিব।আৰু তোমালোক দুই জনে সদায় এনেকৈ থাকিবা
Moja lagise happy papu da happy puja bah hodai hahi hahi thaka jen 🤗🤗😍😍
তামাম চোন,, দুয়োজন।
বহুত বহুত ভাল লাগিল দুয়োজন ৰ প্রেমৰ কথা জানি। সকলোৰে জীৱনৰ প্রেম এনেকুৱা ই হ'ব লাগে।
সদায় সুখী হৈ থাকা তোমালোক
Aji prothom salu bht vl lagil nd jomoni lagil 🥰🥰🥰
ইমান ধুনীয়া love story তোমালোকৰ আৰু ইমান ধুনীয়া কৈ মন খুলি খুলি কলা উ'ফ বোৰ ধুনীয়া লাগিল দেই শুনি❤️❤️সদাই সুখী হৈ থাকা তোমালোকে❤️
Bahut sundor val lagil xuni bhagawane tumalukor jugmo jiwan sukhere bhorai tulok aru aguwai juwa suvesha thakil Puja tumar maattu xuni bor val lagil kathabur koi thakute cute lagise tumaloi mur bahut 😘😘😘😘😘😘😘dilu dai ❤❤❤❤
সদাই সুখী হৈ থাকা পাপু দা আৰু পূজা বা ।
Bohut vl lagise ❤❤❤ love story tu
সঁচা অন্তৰে ভাল পোৱাবোৰ এদিন নহয় এদিন পোৱা যায় Lovely couple❤🌹🌺💐🌼
Hukh dukhr majere Prothom hahire aromvo dekhi apunalukok bohut bohut morom lage....
সদায় সুখী হৈ থাক তহঁত
Hodai anekoi hukhi hoi thaka , 😍😍😍😍😍
👌🔥🔥🔥দুয়োৰে মাজত যেন সদায় প্ৰেম আৰু মিলা প্ৰীতি চিৰ জীৱন সাজিব হৈ থাকে তাৰে কামনা🥰🔥🔥👌 Diganta দিছ্পুৰ🙏🙏🏼
Tq
Oti Hundor Lagose dei tumalukor Prem Kahani Bur. Sai 🥰👈. Hodai Anekoi. Duyutai Hai Thakiba dei. Tare. Kamona. Thakil ✌️💞🌳..🙋
ভাল লাগিলে কাহিনীটো শুনি দুয়োয়ে সদায় সুখি থাকা❤️ সদায় এনেকৈ হাহি থাকা❤️
Puja tumi bohut lucky❤️🙏gd blsd you tumalukor jte karu nozor nalage❤️❤️❤️❤️❤️❤️
সুন্দৰ , দুয়োজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আগুৱাই যোৱা
Khosakoi bht val lage papu tumak n pujak bht agor porai tumalukor bihu Dance bur sau aji aneke prem kahini khuni bht val lagil
বহুত বহুত বহুত বেছি ভাল লাগিলে আপোনালোকৰ প্ৰেম কাহিনীৰ টো শুনি 💚💚❤️❤️
Bht vl lga 2melukok mur eman morom loga tumaluk❤️❤️❤️
সদায় ভালে থাকা দুয়ো❤❤✨✨মধুৰ হৈ ৰওক আপোনালোকৰ প্রেম🤗❤
ভাল লাগিছে তোমালক দুই জনকে আৰু দুইজনকে ভগৱানে ভালকে ৰাখে যেন ।
অনাগত দিনবোৰ সুখৰ হওক❤❤
Val lagil Dada and ba ❤️❣️❣️❣️
শুভেচ্ছা থাকিল দুয়োলৈ
আগুৱাই যোৱা
Video টো চাই বহুত ভাল লাগিল দাদা ।
Happy Valentine Day Papu & Puja.tumaluk duitare prem kahinitu huni bohut val lagile. duitare honkhar khon hukhor houk.hodai hahi furti kori thakiba
Real love story ❤
Bohut vl lgil video to sai 🙂
Xdai happy thka dui a 😇
বহুত ভাল লাগিল, তোমালোকৰ এই প্ৰৱিত্ৰ মৰম স্নেহ সদায় এনেদৰেই থকাৰ কামনা কৰিলোঁ।
Crazy love story.....stand adal loi luwa hoi hat tuwe kosto kom pale hoi👍👍👍
Seem to you 😘ভাল লাগিলে জানিব বহুত মন আছিল thank you so much ,papu and puja👍👍👍
Video নিদিয়া নেকি?
Tumalukor history to khuni moi Nijor ari aha Khomoi burk bohut monot pori gol ...bro...So...Thank you...Video to sai bohut montu val Lagise...From BAKSA DIST
বহুত ধুনীয়া love story😍💕💕💕সদায় এনেদৰে দুয়ো সুখেৰে থাকা হাঁহি ধেমালি কৰি।।বহুত বহুত মৰম যাচিলো গোলাঘাট অৰ পৰা........😍😍💕
লগ পোৱা আশা আছে তোমালোক দুয়োকে😇
Apun lukor love story bohut dhuniya hodai aneke hahi thaka duwa korisu
বহুত ভাল লাগিলে ❤️ তোমাৰলোকৰ ভাল পোৱা যেন সদায় এনেদৰে থাকে।
Bohut val lagil 2maluko Prem kahini2 xuni
সদায় সুখী হোৱা তোমালোক ❤️
বহুত ভাল লাগিছে চাই❤❤👌👌