ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে ADRE
HTML-код
- Опубликовано: 19 сен 2024
- ▶️ ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে ADRE
▶️ ২,৩০৫টা কেন্দ্রত ১১,২৩,২০৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ
▶️ পৰীক্ষাৰ বাবে ৰাজ্যজুৰি কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট
▶️ পৰীক্ষাৰ্থীক লৈ আছিল চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনা
▶️ কি নিব পাৰিব, নোৱাৰিব সেয়াও আগতিয়াকৈ জনাইছিল চৰকাৰে
▶️ ত্ৰুটিমুক্তভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰে চলাইছিল চেষ্টা
▶️ তাৰ মাজতো কেইটামান ঘটনাই কলংকিত কৰিলে ADR পৰীক্ষা
▶️ তালাচীৰ নামত যুৱতী পৰীক্ষাৰ্থীৰ শ্লীলতাহানিৰ ঘটনা
▶️ নলবাৰীৰ এগৰাকী পৰীক্ষাৰ্থীয়ে আনিলে ভয়ংকৰ অভিযোগ
▶️ অন্তৰ্বাস পৰ্যন্ত খুলি চাই হাৰাশাস্তি যুৱতী পৰীক্ষাৰ্থীক
▶️ চেকিঙৰ নামত মহিলা আৰক্ষীৰ কাণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীও
▶️ মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে চৰকাৰে ঘোষণা কৰিব নতুন SOP
▶️ এইমৰ্মে সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰীৰ
▶️ তদন্তৰ নিৰ্দেশ দিলে DGP জি পি সিঙে
▶️ DIG ইন্দ্ৰাণী বৰুৱাই আৰম্ভ কৰিলে যুৱতীৰ শ্লীলতাহানিৰ তদন্ত
▶️ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো ADREৰ কাকত ভাইৰেল
▶️ হোৱাটছএপ গ্ৰুপত ভাইৰেল দেওবাৰে হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকত
▶️ প্ৰশ্নকাকত বাহিৰলৈ আনিবলৈ দিয়া হোৱা নাছিল পৰীক্ষাৰ্থীসকলক
▶️ কোনে, কেনেকৈ লগত আনিছিল পৰীক্ষাৰ প্ৰশ্নকাকতখন?
▶️ বৰ্তমানেও পোহৰলৈ অহা নাই প্ৰশ্নকাকত ভাইৰেলৰ উৎস
▶️ মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ ক্ষেত্ৰত নাছিল নেকি কোনো নীতি-নিয়ম?
▶️ পৰীক্ষা হলত প্ৰৱেশ কৰোতেই পৰীক্ষাৰ্থীসকলক হাৰাশাস্তি কিয়?
▶️ সবিশেষ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’ত
Go back BJP go back BJP
Paper leak hl j heya ki hbo...
After internet was cut, Google Map t location Sai jua bur, exam centre bisari thakutei gol, centre e napale goi
নিকা নিযুক্তিৰ কথা কংগ্ৰেছৰ মুুখত শুনিব মন নাই।
Mn ny jdi bjp r dint kio hoise....
Internet kio kate janene.. Jodi paper leaked u hoi ake homoyot dhora nporiboloi
Re exam lage amak
OMR sheet exam nelage amak
CBT exam lage
BJP go back
BJP Go Back
আমচু কিয় হেতুকে কওঁ ক
Reexamine patibo lage
Policer mukhot tumi ba apuni nuhunu...okl dada giri
Eta buja gaja. Ay BJP. Sarkar khanar Kam ni
Ki hbo atia .bhut kasto kri pohi exam dibole goisilu.tar uporiu aha jua kharos ,sab ses hoi gol.montu vagi porise.2005 sonor pora interview di ahisu.sakori ata pua nai.aiebar axa krisilu kiba ata hbo buli taku ses hoi gol.
Statement :- Exam Ekhon hoi juar Pasot Question Paper condidiancial Hoi Nathake... 🤔🤐✖️
TENEHOLE Exam Khekh huar pasot officeot bohi OMR fill up kori thakok...
🤔Note: Jodi 90 page Question capture koribo parile jetiya . OMR Sheet o tu fill up koreleu aapotti nai🤔
Question Paper Jetiya examor pasot Confindancial nohoi buli kolei jetia.....
Veko Vawna Solai Thakok....
Tenekoi seking korise vl hey hoise . Jodi kiba bhitorot thakil hten, tetiya ?
Tuk kitap dileu pas nohobi gadho... MCQ hoi burbok