আপোনাৰ ঘৰৰ মুখ্য গেট খন কোন দিশত আছে??🟥কোনটো দিশৰ গেটৰ ৰঙ কি কি হ'ব লাগে?

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 9

  • @SewaliMahanta-kg5sv
    @SewaliMahanta-kg5sv Месяц назад

    ভাল লাগিল 🙏

  • @jibonjyotidutta622
    @jibonjyotidutta622 Месяц назад

    সুন্দৰ

  • @ranusaikia703
    @ranusaikia703 Месяц назад

    বাইদেউ আপোনালোকৰ আলোচনা বোৰ সদাই চাও যদিও লগে লগে চোৱা নহয়। সেয়ে প্ৰশ্ন সোধাও পলম হয়। তাৰ বাবে মাফ কৰিব। মোৰ প্ৰশ্ন টো হ'ল আমাৰ ঘৰ টো দশিন মুখি। মেইন ৰাষ্টা দশিনত গেট দশিনত কিন্তু দশিন পশ্চিম কোনত বাৰান্দা হোৱা বাবে মেইন দৰ্জা খন দশিন মুখি। আৰু মেইন দৰ্জা ৰ পৰা চোতাললৈ নামি যোৱা ষ্টেপ বাওহাতে দশিন লৈ যাব লাগে অৰ্থাৎ এল পেটাৰ্ন। অসুবিধা কিবা আছে নেকি জনাব চোন। প্ৰশ্ন টো সুধিবৰ বাবে মই দাদা লৈ ফোন কৰিছিলো নাপালো। মোৰ এটা অসুবিধা আছে বাবে লিখিলো। মোৰ পৰা মানুহে পইছা ধাৰলৈ ঘুৰাই নিদিয়ে। ভগৱানৰ শপত খাই পইচা বিচাৰে। সেই বাবেই মই দিও। মোৰ পইচা কিন্তু দুখৰ। অনুৰোধ কৰি কিবা উপায় দিব বুলি আশা কৰিলো।

  • @sensowa3666
    @sensowa3666 Месяц назад +3

    মোৰ প্ৰশ্নটো লবচোন বাইদেউ। মোৰ ঘৰখন পূব মুখি।পূব দিশতে গেট আছে। কিন্তু দক্ষিণ দিশতো এটা ৰাস্তা আছে। বন্ধ কৰিবও নোৱাৰোঁ কাৰণ মা হতৰ ঘৰটো মোৰ ঘৰৰ দক্ষিণ দিশত আছে। মোৰ দুটা দিশত ৰাস্তা হৈছে। কি কৰিব লাগিব জনাবচোন

  • @kabitabaruah9332
    @kabitabaruah9332 Месяц назад

    🙏🙏🙏

  • @jibonjyotidutta622
    @jibonjyotidutta622 Месяц назад

    সুন্দ

  • @hiranlahary3153
    @hiranlahary3153 3 дня назад

    ছাৰ মোৰ ঘৰৰ মেইণ গেট খন দক্ষিণ পচিম দিশত যিহেতু পথৰ গালিটো সেই দিশত যদিহে ৰিমেডি নাই তেন্তে কি হব?

  • @RitagogoiHazarika
    @RitagogoiHazarika Месяц назад

    দাদা মোৰ ঘৰৰ দক্ষিণ পূব ত লেটিন আছে কি কৰিব লাগিব জনাবচোন

  • @vertexgaming7636
    @vertexgaming7636 Месяц назад

    Andhavisyas mat karo😢😢
    Sob bhul