Dharma Malika Assam
Dharma Malika Assam
  • Видео 79
  • Просмотров 125 607

Видео

অসম দিৱসৰ তাৎপৰ্য / স্বৰ্গদেউ চুকাফা / 🙏🏻🙏🏻🙏🏻
Просмотров 33414 дней назад
অসম দিৱসৰ তাৎপৰ্য / স্বৰ্গদেউ চুকাফা / 🙏🏻🙏🏻🙏🏻
মালয়বাৰীৰ ৰাস উৎসৱ ২০২৪ / Assam Rash 2024 / 🙏🏻🙏🏻🙏🏻
Просмотров 5221 день назад
মালয়বাৰীৰ ৰাস উৎসৱ ২০২৪ / Assam Rash 2024 / 🙏🏻🙏🏻🙏🏻
মহাপুৰুষ হৰিদেৱ আৰু অসমীয়া ভাষা /বহৰি সত্ৰ ১৪৫৩ খৃষ্টাব্দ /Mahapurush Haridev / Dhiren Sarma .
Просмотров 206Месяц назад
মহাপুৰুষ হৰিদেৱ আৰু অসমীয়া ভাষা / Mahapurush Haridev and Assamese language // Dhiren Sarma // Satra
বিদ্যালয়ৰ প্ৰাতঃ সভা/ ছাত্ৰ-ছাত্ৰীৰ সংকল্প l Morning Assembly .
Просмотров 336Месяц назад
বিদ্যালয়ৰ প্ৰাতঃ সভা/ ছাত্ৰ-ছাত্ৰীৰ সংকল্প l Morning Assembly .
শুভ জন্মাষ্টমী ২০২৪🙏🏻,তাৰিখ-সময়⏳| Janmashtami Date & Time 2024 | Assamese Video
Просмотров 6 тыс.3 месяца назад
শুভ জন্মাষ্টমী ২০২৪🙏🏻,তাৰিখ-সময়⏳| Janmashtami Date & Time 2024 | Assamese Video
অম্বুবাচী (আমতি) - ২০২৪,তাৰিখ - সময় / Maa Kamakhya / AmbubachiMela 22-26 June 2024
Просмотров 2,6 тыс.6 месяцев назад
অম্বুবাচী (আমতি) - ২০২৪,তাৰি - সময় / Maa Kamakhya / AmbubachiMela 22-26 June 2024
পৰিৱেশ সুৰক্ষা / পেলনীয়া সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ / কেঁচুসাৰ প্ৰস্তুত কাৰ্য্যক্ৰম ।।
Просмотров 2946 месяцев назад
পৰিৱেশ সুৰক্ষা / পেলনীয়া সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ / কেঁচুসাৰ প্ৰস্তুত কাৰ্য্যক্ৰম ।।
ভোৰতাল নৃত্য 🙏🏻🙏🏻🙏🏻
Просмотров 927 месяцев назад
ভোৰতাল নৃত্য 🙏🏻🙏🏻🙏🏻
সাত বিহু , অসম / Saat Bihu / Bohag Bihu / Assam.
Просмотров 3,5 тыс.8 месяцев назад
সাত বিহু , অসম / Saat Bihu / Bohag Bihu / Assam.
Tiwa Chamadi (Dekachang)//তিৱা চামাদি(ডেকাচাং) মহত্ব - বিশেষত্ব ।
Просмотров 1659 месяцев назад
Tiwa Chamadi (Dekachang)//তিৱা চামাদি(ডেকাচাং)
মহাশিৱৰাত্ৰি তাৰিখ -সময় ২০২৪ /Shivaratri date & time 2024 Assamese 🙏🏻🙏🏻🙏🏻.
Просмотров 1729 месяцев назад
মহাশিৱৰাত্ৰি তাৰি -সময় ২০২৪ /Shivaratri date & time 2024 🙏🏻🙏🏻🙏🏻. Assamese video Assamese video
বাথৌ মাহাত্ম্য//Bathou Puja / Assamese / Dhiren Sarma /🙏🏻🙏🏻🙏🏻
Просмотров 32211 месяцев назад
বাথৌ মাহাত্ম্য//Bathou Puja🙏🏻🙏🏻🙏🏻
প্ৰাৰ্থনা - তুমি কৰুণাময় / School Prayer Assamese/ 🙏🏻🙏🏻🙏🏻
Просмотров 46 тыс.11 месяцев назад
প্ৰাৰ্থনা - তুমি কৰুণাময় / School Prayer Assamese/ 🙏🏻🙏🏻🙏🏻
স্বামী কৃষ্ণপুৰী ‌‌, অসম / Krishnapuri , Assam / Dhiren Sarma.🙏🏻🙏🏻🙏🏻
Просмотров 18811 месяцев назад
স্বামী কৃষ্ণপুৰী ‌‌, অসম / Krishnapuri , Assam / Dhiren Sarma.🙏🏻🙏🏻🙏🏻
ৰাসৰ তাৎপৰ্য/ Siyalmari -Nakerbari Rash / Tihu.🙏🏻🙏🏻🙏🏻
Просмотров 125Год назад
ৰাসৰ তাৎপৰ্য/ Siyalmari -Nakerbari Rash / Tihu.🙏🏻🙏🏻🙏🏻
কালী বন্দনা - কৃষ্ণকান্ত দ্বিজ কবি বিৰচিত/ Assamese Kali Vandana 🙏🏻🙏🏻🙏🏻
Просмотров 189Год назад
কালী বন্দনা - কৃষ্ণকান্ত দ্বিজ কবি বিৰচিত/ Assamese Kali Vandana 🙏🏻🙏🏻🙏🏻
ডিমৰীয়াৰ কামাখ্যাৰ ইতিবৃত্ত - দুৰ্গাপূজা /Dimoria Kamakhya , khetri / dimoria / 🙏🏻🙏🏻🙏🏻
Просмотров 475Год назад
ডিমৰীয়াৰ কামাখ্যাৰ ইতিবৃত্ত - দুৰ্গাপূজা /Dimoria Kamakhya , khetri / dimoria / 🙏🏻🙏🏻🙏🏻
শ্ৰীশ্ৰী দুৰ্গাপূজাৰ সময় সূচী | ২০২৩ | Durga Puja Date & Time 2023 | Assamese
Просмотров 138Год назад
শ্ৰীশ্ৰী দুৰ্গাপূজাৰ সময় সূচী | ২০২৩ | Durga Puja Date & Time 2023 | Assamese
ভাৰত নামৰ উৎপত্তি কথা / Meaning of Bharat / Assamese .
Просмотров 218Год назад
ভাৰত নামৰ উৎপত্তি কথা / Meaning of Bharat / Assamese .
কৰম পূজাৰ মাহাত্ম্য - আদৰ্শ / Karam puja , Assam / 🙏🏻🙏🏻🙏🏻
Просмотров 908Год назад
কৰম পূজাৰ মাহাত্ম্য - আদৰ্শ / Karam puja , Assam / 🙏🏻🙏🏻🙏🏻
মাল গোসাঁই পূজা,ডিমৰীয়া ।Mal Goshai Puja,Dimoria , Assam / dimoria / Dhiren Sarma ll 🙏🏻🙏🏻🙏🏻
Просмотров 1,9 тыс.Год назад
মাল গোসাঁই পূজা,ডিমৰীয়া ।Mal Goshai Puja,Dimoria , Assam / dimoria / Dhiren Sarma ll 🙏🏻🙏🏻🙏🏻
Krishna Janmashtami Date & Time, 2023 / Assamese /🙏🏻🙏🏻🙏🏻
Просмотров 255Год назад
Krishna Janmashtami Date & Time, 2023 / Assamese /🙏🏻🙏🏻🙏🏻
কীৰ্তন ঘোষা /ভাগৱতৰ তাৎপৰ্য /প্ৰথম কীৰ্তন । পাঠ - অৰবিন্দ ডেকা /Kirtan Ghosha Path🙏🏻🙏🏻🙏🏻
Просмотров 170Год назад
কীৰ্তন ঘোষা /ভাগৱতৰ তাৎপৰ্য /প্ৰথম কীৰ্তন । পাঠ - অৰবিন্দ ডেকা /Kirtan Ghosha Path🙏🏻🙏🏻🙏🏻
অষ্টনাগ মাহাত্ম্য বন্দনা |পাঠ - ধীৰেন শৰ্মা ।Astanag puja/Nag panchami / Maa Manasa Devi.🙏🏻🙏🏻🙏🏻
Просмотров 95Год назад
অষ্টনাগ মাহাত্ম্য বন্দনা |পাঠ - ধীৰেন শৰ্মা ।Astanag puja/Nag panchami / Maa Manasa Devi.🙏🏻🙏🏻🙏🏻
শাওণ মাহৰ শিৱ পূজাৰ মাহাত্ম্য | Saon mah |🙏🏻🙏🏻🙏🏻
Просмотров 128Год назад
শাওণ মাহৰ শিৱ পূজাৰ মাহাত্ম্য | Saon mah |🙏🏻🙏🏻🙏🏻
১৪ আগষ্ট,শাওণ মাহৰ শিৱ পূজা,২০২৩ চন /Shiv Puja Month of Sravana 2023 , 14 August /Bol bam
Просмотров 751Год назад
১৪ আগষ্ট,শাওণ মাহৰ শিৱ পূজা,২০২৩ চন /Shiv Puja Month of Sravana 2023 , 14 August /Bol bam
জয় মা কামাখ্যা /মাহাত্ম্য/Maa Kamakhya Temple Mahatmya | Assamese / Dhiren Sarma🙏🏻🙏🏻🙏🏻
Просмотров 2,7 тыс.Год назад
জয় মা কামাখ্যা /মাহাত্ম্য/Maa Kamakhya Temple Mahatmya | Assamese / Dhiren Sarma🙏🏻🙏🏻🙏🏻
অম্বুবাচীৰ(আমতি) তাৰিখ আৰু সময় ২০২৩ চন । Ambubachi Date & Time 2023 |🙏🏻🙏🏻🙏🏻|Assamese /
Просмотров 1,2 тыс.Год назад
অম্বুবাচীৰ(আমতি) তাৰি আৰু সময় ২০২৩ চন । Ambubachi Date & Time 2023 |🙏🏻🙏🏻🙏🏻|Assamese /

Комментарии

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co 8 часов назад

    ব্ৰহ্ম, বিষ্ণু, মহেশ্বৰ,ৰাম,ৰাম,হৰি,হৰি

  • @jugaldeka1275
    @jugaldeka1275 5 дней назад

    ভাল লাগিল। জয় গুৰু দেৱ দামোদৰ

  • @tinyclick
    @tinyclick 15 дней назад

    🙏🙏

  • @tinyclick
    @tinyclick 26 дней назад

    সুন্দৰ

  • @biography_n_craft
    @biography_n_craft 2 месяца назад

    🙏🏻🙏🏻🙏🏻

  • @Warflash_ops
    @Warflash_ops 2 месяца назад

    🙏🏻

  • @narenmedhi5686
    @narenmedhi5686 3 месяца назад

    জয় বিশ্বকৰ্মা বাবা🙏🙏🙏

  • @subratasarma123-uj3pw
    @subratasarma123-uj3pw 3 месяца назад

    Thaught provoking.

  • @nirensaikia7017
    @nirensaikia7017 3 месяца назад

    Very good prayer for it's secular Character.

  • @SanjayTeron-ld9gg
    @SanjayTeron-ld9gg 3 месяца назад

    🙏🙏🙏

  • @amazingbeauty7735
    @amazingbeauty7735 3 месяца назад

    🙏🙏🙏

  • @dr.biswaranjanpanda1625
    @dr.biswaranjanpanda1625 4 месяца назад

    ruclips.net/user/shortsNQeGuWHyH9I?si=Okn9O-NzzajKALtV

  • @dr.biswaranjanpanda1625
    @dr.biswaranjanpanda1625 4 месяца назад

    ruclips.net/user/shortsNQeGuWHyH9I?si=Okn9O-NzzajKALtV

  • @tinyclick
    @tinyclick 4 месяца назад

    সুন্দৰ বৰ্ণন 🙏

  • @tinyclick
    @tinyclick 4 месяца назад

    🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 4 месяца назад

    সুন্দৰ ।অসমত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তক প্ৰচাৰক মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল ১৪৬২ শকত পাটবাউসী সত্ৰ ।১৪৬২ শকত স্থাপিত আনুস্থানিক প্ৰথম সত্ৰ পাটবাউসী সত্ৰ ।শংকৰদেৱে গতানুগতিক নামঘৰ সাজি ধৰ্মচৰ্চা কৰি ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল ।মহাপুৰুষ শংকৰদেৰ বিয়োগৰ পিছত শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে নাৰায়ণদাসৰ পৰামৰ্শত মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱৰ পাটবাউসী সত্ৰৰ আৰ্হিত বৰপেটা থান কীৰ্তনঘৰ সাজিছিল এতিয়া বৰপেটা থান কীৰ্তনঘৰ গুচি বৰপেটা সত্ৰ নাম দিছে ।সত্ৰ গুৰু দেৱ দামোদৰদেৱৰ অবদান ,নামঘৰ থান গুৰু শংকৰদেৱৰ অবদান ,আশ্ৰম গুৰু হৰিদেৱৰ অৱদান ।সাম্প্ৰতিক কালত গুৰু হৰিদেৱৰ আশ্ৰম নামঘৰ আৰু গুৰু শংকৰদেৱৰ থান নামঘৰ সমুহ সত্ৰ বুলি নামকৰণ কৰে ।এতিয়া সত্ৰ আৰু শংকৰ মাধৱ একাকাৰ কৰা হৈছে ।বৰ্তমান সময়ত বৈষ্ণৱ ধৰ্ম আৰু সত্ৰ নামঘৰ সকলো কৃতিত্ব অবদান শংকৰ মাধৱক দিছে অসমীয়াই ।কুৰুৱাবাহী ,আউনীআটী ,গড়মূৰ , দক্ষিণপাট সত্ৰত সত্ৰাধিকাৰ ভকত শিষ্য সকলে গুৰু দেৱ দামোদৰদেৱক গুৰু ত্যাগ কৰি গুৰু শংকৰ মাধৱক নকৈ গুৰু আকোৱালি লৈ গুৰু ভজি আছে ,চাৰি ৰাজ সত্ৰত গুৰু দেৱ দামোদৰদেৱক মানুহ বুলিয়ে গণ্য নকৰে সিঁহতৰ বাবে দেৱ দামোদৰদেৱ নামটো আপদ আবৰ্জনা গুৰু দেৱ দামোদৰদেৱৰ নাম ললে পাপ লাগে আউনীআটী গড়মুৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ ভকত বৈষ্ণৱৰ ।দামোদৰদেৱৰ আদৰ্শৰ চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম গুৰু ভজি শংকৰ মাধৱৰ প্ৰচাৰ প্ৰসাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিস্থা কৰিবলৈ উঠিপৰি লাগি অসমৰ পৰা গুৰু দেৱ দামোদৰদেৱৰ নাম যোশ অস্তিত্ব নোহোৱা কৰিবলৈ প্ৰধান সেনাপতিৰ ভূমিকা গ্ৰহণ কৰি আছে ।গতিকে আউনীআটী গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰ দামোদৰীয় ব্ৰহ্মসংহতি সত্ৰ বুলি কৈ লাভ নাই তেওঁলোক শংকৰী পন্থলৈ ৰূপান্তৰ হৈছে শংকৰ মাধৱ গুৰু দজনাকহে জানে ।আউনীআটী সত্ৰৰ উদ্যগত গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম আৰাধ্য গুৰু ভজি বিশ্বত শংকৰ মাধৱক উজলাবলৈ অসমৰ পৰা গুৰু হৰিদেৱ ,গুৰু দেৱ দামোদৰদেৱ ,গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱ গুৰু সবৰ নাম গন্ধ অস্তিত্ব অবদান অৰিহনা নোহোৱা কৰা মুখ্য ভুমিকা গ্ৰহণ কৰি আছে ।তিনি মুখ্য গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ ,গুৰু দেৱ দামোদৰদেৱক প্ৰণাম 🙏

  • @samarendragoswami3288
    @samarendragoswami3288 4 месяца назад

    Bahut bhal lagise

  • @KusumBora-ni7qq
    @KusumBora-ni7qq 5 месяцев назад

    Val lagil🌹🌹🌹🌹🌹🌹🌹🌹❤❤❤❤❤❤❤🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

  • @BABITAKUMARI-gd1ps
    @BABITAKUMARI-gd1ps 5 месяцев назад

    🙏🙏🙏

  • @Himanta441
    @Himanta441 5 месяцев назад

    Wrong informations ...Damodardev was one of the disciples of Srimanta Shankardeva similar with Madhabdev , Haridev etc. After death of Srimanta Shankardev damodardev started Brahma Sanghati .

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 месяцев назад

      নমস্কাৰ, ব্ৰহ্ম সংহতি আৰু পুৰুষ -নিকা সংহতিৰ উপাসনাৰ পাৰ্থক্য আছে। মহাপুৰুষ হৰিদেৱ -দামোদৰদেৱৰ সত্ৰ ব্ৰহ্ম সংহতিৰ । মহাপুৰুষ হৰিদেৱে ১৪৫৩ খ্ৰীষ্টাব্দত বহৰিত আদি সত্ৰ আৰু মহাপুৰুষ দামোদৰদেৱে ১৫৪০খ্ৰীষ্টাব্দত প্ৰথম আনুষ্ঠানিক পাটবাউসী সত্ৰ স্থাপন কৰে। ধন্যবাদ।

    • @Himanta441
      @Himanta441 5 месяцев назад

      @@dharmamalikaassam3475 Do not confuse with Damodar of West Bangal with Devo Damodar of Assam . Devo Damodar was the follower and diciple of Srimanta Shankardeva. You are promalgetting wrong informations regarding Devo Damodar founder of Patbaushi sattra.

    • @Himanta441
      @Himanta441 5 месяцев назад

      @@dharmamalikaassam3475 পাৰ্থক্য থাকিব পাৰে । একেজুপা আমৰ গুটিৰ পৰা ওলোৱা বেলেগ বেলেগ গছৰ বেলেগ বেলেগ আম খাবলৈ বেলেগ হব পাৰে অলপ । কিন্তু যদি তেতিয়া সোৱাদ বেলেগ হোৱা আম জোপা সেই একেজোৱাৰ গুটিয়েই নহয় বুলি কোৱা হয় তেন্তে সেই কথা অবাঞ্চিত হৈ পৰে । দামোদৰ দেৱ শঙ্কৰদেৱৰ শিষ্য আছিল কিন্তু আপুনি কব বিচৰা নাই শিষ্য আছিল বুলি সেইয়া আপোনাৰ অলপ ভূল হৈছে ।

  • @GhanshyamHazarika-wu2mt
    @GhanshyamHazarika-wu2mt 5 месяцев назад

    Madhobdevk guru var pua pisot Ahum raja e SANKARDEV r dhormo k Raj dhormo hisape sikriti Pai kebol madhbdev sestha t damudrdev matro hotrodhikar he daito var pasil aur SANKARDEV agiyat kotha bhagovat ek odhiyaiman likhisil hotrodhikar pra guru keneke hol bujai kole val Pam.

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 месяцев назад

      Namaskar , Mahapurush Damodardev vaidik bhagawati vaishnav dharmor - Brahma sanghatir Guru ashil . AhomRaja Jayadhwoj Singhoi Brahma sanghatir Damodariya Dharmok Rajdharma hisabe mani loichil aru Dakhinpat etc. Satra sthapna korisil. Dhanyawad.

  • @sikatiramdas3027
    @sikatiramdas3027 5 месяцев назад

    Krishna Krishna bap😂

  • @pankajmishra-bj7ni
    @pankajmishra-bj7ni 5 месяцев назад

    Xundar hoise sir...

  • @sibensarma
    @sibensarma 5 месяцев назад

    সুনদৰভাবে বৰননা কৰাত বুজিবলৈ সহজ হৈছে। আগলৈ নতুনৰ বাবে বাট চাই ৰলো ।

  • @samarendragoswami3288
    @samarendragoswami3288 5 месяцев назад

    Barhiya

  • @dayalsharma
    @dayalsharma 5 месяцев назад

    জয় গুৰু মহাপুৰুষ শ্ৰী দামোদৰ দেৱ।🙏🙏🙏🙏🙏

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 5 месяцев назад

    দামোদৰ দেৱে প্ৰতিষ্ঠা কৰা সত্ৰকেইখনৰ নাম জানিলে উপকৃত হ'ম।অনুগ্ৰহ কৰি জনাবচোন।

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 месяцев назад

      নমস্কাৰ , সত্ৰসমূহৰ বিষয়ে অনতিপলমে আলোচনা কৰা হ'ব । মতামতৰ বাবে ধন্যবাদ ।

  • @samarendragoswami3288
    @samarendragoswami3288 6 месяцев назад

    Bariya

  • @tinyclick
    @tinyclick 6 месяцев назад

    Joy Ma Kamakhya 🙏

  • @manojmedhi8213
    @manojmedhi8213 6 месяцев назад

    Nice sir

  • @gnd1382
    @gnd1382 6 месяцев назад

    দামোদৰ দেৱৰ সত্ৰ বিলাকত প্ৰসংগ কেনেধৰণে অনুষ্ঠিত কৰে। নিশ্চিয় কীৰ্ত্তন আৰু নামঘোষা অনুকৰণ নকৰে। জনাব ছোন?

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 6 месяцев назад

      নমস্কাৰ, সত্ৰসমূহৰ প্ৰসঙ্গ সঙ্হতিৰ বিষয়ে ভৱিষ্যতে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা নিশ্চয় আলোচনা কৰিম । মতামতৰ বাবে ধন্যবাদ।

    • @RabindhranathDas
      @RabindhranathDas 5 месяцев назад

      ​@@dharmamalikaassam3475ko bhi😊

  • @GopalSharma-q5i
    @GopalSharma-q5i 6 месяцев назад

    ❤❤❤❤❤❤apunak.bahut.dhainbad..from.dmj.dist

  • @samarendragoswami3288
    @samarendragoswami3288 6 месяцев назад

    উপযুক্ত পদক্ষেপ

  • @samarendragoswami3288
    @samarendragoswami3288 6 месяцев назад

    Sundar hoise

  • @dilipbaishnabmusical5860
    @dilipbaishnabmusical5860 6 месяцев назад

    আতি সুন্দৰ পদক্ষেপ ভাল লাগিল ❤

  • @tinyclick
    @tinyclick 6 месяцев назад

    🙏🙏🙏

  • @RabindhranathDas
    @RabindhranathDas 6 месяцев назад

    আপোনাৰ মন্তbyt মই এক মত হব নোৱা ৰিলোঁ! হব

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 6 месяцев назад

      হব দিয়ক ।

    • @anuraggoswami4108
      @anuraggoswami4108 6 месяцев назад

      Gurue ek kore bhakate bhag kore. Apuni hanmat hbo nalage. Mohapurush srimanta sankar guruei guru haridevok xombordhona man jonai thoi goise. Itihakh nojona asame atia alop besi jona ulabole lole. Sankar guru aru teur hisya crome madhob guru, aru guru damodar tiniu mili haridev guru jonak man jonaisil babei bohori satrak maneri satta buliu hona jai.

  • @namitasharma1225
    @namitasharma1225 6 месяцев назад

    সুন্দৰ ব্যাখ্যা।

  • @tinyclick
    @tinyclick 6 месяцев назад

    😍😍

  • @ganeshsarma706
    @ganeshsarma706 6 месяцев назад

    কামৰূপ ৰাজ্যৰ ধৰ্মপ্ৰচাৰক অসমৰ ধৰ্মপ্ৰচাৰক বুলি সংকুচিত কৰিছে।এও কামৰূপ কমতাপুৰৰ ৰাজগুৰু আছিল।

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 6 месяцев назад

      আজিৰ দৃষ্টিৰে অসম নামটো শীৰ্ষত প্ৰয়োগ কৰা হৈছে। মতামতৰ বাবে ধন্যবাদ।

  • @narenmedhi5686
    @narenmedhi5686 6 месяцев назад

    অতি আদৰণীয় পদক্ষেপ 🙏🙏🙏

  • @sanjeebdeka3528
    @sanjeebdeka3528 6 месяцев назад

    🙏🙏🙏

  • @RinuBorah-zs2kv
    @RinuBorah-zs2kv 6 месяцев назад

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @RabindhranathDas
    @RabindhranathDas 7 месяцев назад

    Panditya khub gàvir jen lagise

  • @ranjitdutta3411
    @ranjitdutta3411 7 месяцев назад

    গুৰু শঙ্কৰ দেৱ আৰু মাধৱ দেৱক এৰাই চলা হৈছে --? শংকৰ দেৱ গুৰুজনাৰ বিশ্বাস ঘাটক শিষ্য ব্ৰাহ্মণ্যবাদৰ বিভাজন নীতি,সম্প্ৰদায়ীকতাবাদ অস্পৃস্যতাবাদৰ প্ৰতিষ্ঠাপক দামোদৰ দেৱ খিচিৰি ধৰ্ম গুৰুহে!

  • @rajusaikia9238
    @rajusaikia9238 7 месяцев назад

    নজনা কথা জানি পালো মহাপুৰুষ দামোদৰ দেৱৰ বিষয়ে । বহুত ধন্যবাদ । -- ৰাজু কুমাৰ শ ইকীয়া ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 7 месяцев назад

    শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 7 месяцев назад

    শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 7 месяцев назад

    শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 7 месяцев назад

    আপোনাৰ এই পদক্ষেপক মই সহস্ৰ প্ৰণিপাত জনাইছো । আশা কৰো গুৰু শ্ৰী মৎ দেৱ দামোদৰ দেবৰ বিষয়ে আপোনাৰ পৰা আৰু বহুত জানিবলৈ পাম। জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ দীৰ্ঘ জীবি হওঁক তাৰেই কামনা কৰিছো ।