Druta sangbad দ্ৰুত সংবাদ
Druta sangbad দ্ৰুত সংবাদ
  • Видео 30
  • Просмотров 83 699
ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ বৃহৎ আয়োজন । #jhumur #jhumur_nityo
বিশ্ব অভিলেখত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া সমষ্টিৰ প্ৰায় ২০০ গৰাকী ঝুমুৰ নৃত্য শিল্পীয়ে গ্ৰহণ কৰা প্ৰশিক্ষণৰ আজি তিনিচুকীয়া চোট টিংৰাই খেলপথাৰত সফল সামৰণি
চাওক এই বিশেষ প্ৰতিবেদন
@Drutasangbadদ্ৰুতসংবাদ
আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ?
অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇
ৰাজা গগৈ -6003878767
নিৰূপম বড়া -8403077043
💐(বিশ্ব অভিলেখৰ বাবে সাজু ঝুমুৰ নৃত্য।
অহা ২৪ ফেব্ৰুৱাৰী সৰুসজাই ষ্টেডিয়ামত একেলগে ৭০০০ ঝুমুৰ নৃত্য শিল্পীয়ে এই নৃত্য অনুষ্ঠানত ভাগ ল’ব । ৰাজ্য চৰকাৰৰ এক সূত্ৰই সদৰী কৰা মতে ঝুমুৰ নৃত্যৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব ।
এই বিশ্ব অভিলেখত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া সমষ্টিৰ প্ৰায় ২০০ গৰাকী ঝুমুৰ নৃত্য শিল্পীয়ে গ্ৰহণ কৰা প্ৰশিক্ষণৰ আজি ...
Просмотров: 107

Видео

জৰিগুৰি কাণ্ডৰ চাঞ্চল্যকৰ তথ্য ফাদিল ।দৈনিক পোহৰলৈ আহিছে নতুন নতুন তথ্য ।
Просмотров 1412 часа назад
এগৰাকী নাবালিকা কিশোৰীৰ নিৰুদ্দেশ ঘটনাই দৈনিক লৈছে ন ন ৰূপ। পৰিয়াল আৰু হিন্দুত্ববাদী সংগঠনে ঘটনাক লাভ জেহাদ আৰু অপহৰণৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছিল। আনহাতে খাৰিয়া উপাধি এগৰাকী মহিলা আৰু এজন পুৰুষক সন্দেহ ভিত্তিতে গুৰুত্বপূৰ্ণ ভাৱে প্ৰহাৰ কৰি মৰেল পুলিচিং কৰাৰ অভিযোগ উত্থাপিত কিশোৰ গৰাকীৰ পৰিয়াল আৰু স্থানীয় একাংশ ব্যক্তিৰ বিৰুদ্ধে। তাৰ পিছতে ঘটনাই পুনৰ লৈছে অন্য এক ৰূপ। কিশোৰ গৰাকীৰ পৰিয়...
দুঃখবৰ । ডিকমত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হল শৃংখল চলিহাৰ মাতৃ আৰু পত্নী । গুৰুত্বৰভাৱে আহত দুইয়ো।
Просмотров 4004 часа назад
দুঃখবৰ । ডিকমত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হল শৃংখল চলিহাৰ মাতৃ আৰু পত্নী । গুৰুত্বৰভাৱে আহত দুইয়ো ডিকম বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শৃংখল চলিহাৰ মাতৃ আৰু পত্নী এই দুৰ্ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছে। AS064P3000 নম্বৰৰ Datsun বাহনেৰে শিৱসাগৰৰ পৰা তিনিচুকীয়া দিশলৈ গৈ থকা অৱস্থাত বীৰ লাচিত সেনাৰ সচিব শৃংখল চলিহাৰ মাতৃ আৰু পত্নী AS06AA2368 নম্বৰৰ এল্টো বাহনে খুন্দা মৰাৰ ফলতে দুয়োগৰাক...
৫৬ বছৰ গৰকিলে মুখ্যমন্ত্ৰী গৰাকীয়ে । ৰাজ্যবাসীৰ মৰম চাওঁ আহক ।
Просмотров 837 часов назад
আজি অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন । নিজৰ কৰ্মদক্ষতাৰে সমগ্ৰ দেশৰ লক্ষ লক্ষ অনুৰাগীৰ হৃদয়ত শিপাই যোৱা জনপ্ৰিয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰ আজি ৫৬ সংখ্যক জন্মদিৱস । দেশৰ বিভিন্ন প্ৰান্তত ব্যাপকভাৱে শৰ্মা ডাঙৰীয়াৰ জন্মদিবস উদযাপন কৰে তেখেতৰ অনুৰাগী সকলে । জন্মদিন বুলি কোনোবাই যদি আগবঢ়ালে ডাঙৰ ডাঙৰ উপহাৰ-আভৰণ কোনোবা প্ৰকৃতিপ্ৰেমীয়ে আকৌ দিলে বৰগছৰ পুলি । যাতে তেখেতো প্ৰকৃতিৰ বুকুত ম্ৰিয়মান ...
অপহৰণ তাৰ পাছত মৰেল পুলিচিংৰ ঘটনা । এতিয়া আকৌ নতুন পাতনি #moral_police
Просмотров 19 тыс.9 часов назад
তিনিচুকীয়াৰ জৰীগুৰি অপহৰণ কাণ্ডৰ নতুন ৰূপ। যোৱাকালি তিনিচুকীয়াৰ জৰীগুৰিৰ নিবাসী খাৰিয়া উপাধিৰ এগৰাকী মহিলাৰ উপৰত চলোৱা মাৰ পিটৰ অভিযোগৰ সন্দৰ্ভত দাস পৰিয়ালৰ স্পষ্টীকৰণ। @Drutasangbadদ্ৰুতসংবাদ আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 নিৰূপম বড়া -8403077043 ৰাজা গগৈ -6003878767 👇👇👇👇👇👇👇👇👇 ইয়াৰ পাছৰ ঘটনা আৰু ৰহস্যজনক তিনিচুকীয়া অপহৰণ কাণ্ডৰ দৈনিক নতুন নতুন ...
পূৰ্বজসকলক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ৰৌন চাও ছেঙ ক্ষেত্ৰ ত ব্যাপকভাৱে মে-ডাম-মে-ফী উদযাপন ।
Просмотров 439 часов назад
📌আজি পবিত্র মে-ডাম-মে-ফী । উপৰিপুৰুষক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়াৰ বৰদলৈ নগৰ স্থিত ৰৌন চাও ছেঙ ক্ষেত্ৰ ত ব্যাপকভাৱে মে-ডাম-মে-ফী উদযাপন কৰা হয় । 📌 বিগত বৰ্ষৰ দৰে এইবছৰো তিনিচুকীয়া বৰদলৈ নগৰ তাই সংস্কৃতি গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত মে-ডাম-মে-ফী উদযাপন । 📌উক্ত ক্ষেত্ৰত সমূদায় বিকাশ কেন্দ্ৰ নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ 5 লা টকা আবণ্টনৰ ঘোষণা স্থানীয় বিধায়ক সঞ্জয় কিষাণৰ । 📌 আ...
BREAKING NEWS আলফাৰ নামত ধনদাবী কৰি সেনা-আৰক্ষীৰ জালত পৰিল আত্মসমৰ্পণকাৰী আলফা কেডাৰ #ulfa #আলফা
Просмотров 2 тыс.9 часов назад
BREAKING NEWS আলফাৰ নামত ধনদাবী কৰি সেনা-আৰক্ষীৰ জালত পৰিল আত্মসমৰ্পণকাৰী আলফা কেডাৰ । পেঙেৰী নলনিৰ এগৰাকী চাহ ব্যৱসায়ীক ধন দাবী কৰিছিল সুৰজিত মৰাণ ওৰফে কলিয়াই । #assam #news #ulfa #আলফা @Drutasangbadদ্ৰুতসংবাদ আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 নিৰূপম বড়া -8403077043 ৰাজা গগৈ -6003878767
তিনিচুকীয়াত মৰেল পুলিচিঙৰ গুৰুত্বৰ অভিযোগ। #viral #হৃদয়বিদাৰক #assam#tinsukia
Просмотров 16512 часов назад
তিনিচুকীয়াত সন্দেহবশতঃ এটি পৰিয়ালক প্ৰচণ্ড মাৰপিত । #viral #হৃদয়বিদাৰক #assam#tinsukia #viralvideo #news_today #news #tinsukia @Drutasangbadদ্ৰুতসংবাদ আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 নিৰূপম বড়া -8403077043 ৰাজা গগৈ -6003878767
ডিব্ৰুগড়ৰ লাহোৱাল হাটখোলাত ভয়ংকৰ দুৰ্ঘটনা।থিতাতে নিহত লোক । #big_breaking #news_today
Просмотров 11312 часов назад
Breaking ডিব্ৰুগড়ৰ লাহোৱাল হাটখোলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল তীব্ৰ বেগত অহা AS06 BC 7063 নম্বৰৰ এখন অট'। অট'খনে হেচাঁ মাৰি ধৰাত এজন যাত্ৰী থিতাতে নিহত #viralvideo #viralvideos #news #news_today #tinsukia #rajib_sadiya চাওক এই বিশেষ প্ৰতিবেদন 👉👉 @Drutasangbadদ্ৰুতসংবাদ আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 ৰাজা গগৈ -6003878767...
গণশিল্পী ৰাজীৱ শদিয়াৰ মাটিডোখৰ ষড়যন্ত্রৰে নিজদখললৈ নিয়া কাৰ্যত ক্ষোভ প্ৰকাশ আৰু স্মাৰক পত্ৰ প্ৰেৰণ ।
Просмотров 28312 часов назад
সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ মাটিডোখৰ ষড়যন্ত্রৰে নিজদখললৈ নিয়া বনিয়াৰ হাতৰ পৰা মোকলাবলৈ বিভিন্ন দল সংগঠন আজি আয়ুক্ত মহোদয়ৰ কাষ চাপিল । #ৰাজীৱ_শদিয়া #rajib_sadiya #assam #rajib_sadiya_news RAJIB SADIYA #ৰাজীৱ_শদিয়া #RAJIB_SADIYA_NEWS_TODAY আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 ৰাজা গগৈ -6003878767 নিৰূপম বড়া -8403077043
মাকুমত তিনিদিনীয়াকৈ আয়োজিত হৈছে দ্বিতীয় বাৰ্ষিক দিবা নৈশ বক্স ক্ৰিকেট প্ৰতিযোগিতা #crcket CRICKET
Просмотров 8412 часов назад
আজিৰে পৰা মাকুম লোহাৰিপট্টি ৰাজহুৱা খেলপথাৰত দ্বিতীয় বাৰ্ষিক দিবা নৈশ বক্স ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ । লোহাৰিপট্টি বয়জ ক্লাব আৰু লোহাৰিপট্টি ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা স্বৰ্গীয়া অৰ্চনা কোঁৱৰ চুতীয়া আৰু স্বৰ্গীয় চিতেশ্বৰ গোহাঁই সোঁৱৰণী উক্ত প্ৰতিযোগিতা মূলক খেলখনিত 29,30,31 তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে । ইতিমধ্যেই প্ৰায় 30 তাৰো অধিক গোটৰ যোগদান প্ৰায় নিশ্চিত বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । মাকু...
তিনচুকীয়া চহৰত পোহৰলৈ আহিছে পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । #TINSUKIA
Просмотров 10514 часов назад
তিনচুকীয়া চহৰত পোহৰলৈ আহিছে পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । #TINSUKIA চাওক এই বিশেষ প্ৰতিবেদন 👉👉 #assam #kidnapping #kidnap #viralvideo @Drutasangbadদ্ৰুতসংবাদ আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 ৰাজা গগৈ -6003878767 নিৰূপম বড়া -8403077043
পেঙেৰীৰ ডকাইতি কাণ্ডৰে জড়িত এজনক আটক পেঙেৰী আৰক্ষীৰ।#robbery
Просмотров 10416 часов назад
পেঙেৰীৰ ডকাইতি কাণ্ডৰে জড়িত এজনক আটক পেঙেৰী আৰক্ষীৰ। চাওক এই প্ৰতিবেদন । @Drutasangbadদ্ৰুতসংবাদ আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇 ৰাজা গগৈ -6003878767 নিৰূপম বড়া -8403077043
টুপচিঙা গাওঁলৈ সমূহ অসমবাসীক নিমন্ত্ৰণ জনোৱা হৈছে । #RAJIB_SADIYA #আদ্যশ্ৰাদ্ধ
Просмотров 20416 часов назад
টুপচিঙা গাওঁলৈ সমূহ অসমবাসীক নিমন্ত্ৰণ জনোৱা হৈছে । #RAJIB_SADIYA #আদ্যশ্ৰাদ্ধ ৰাজীৱ শদিয়াৰ অকাল মৃত্যুৱে আমাক সকলোকে মৰ্মাহত কৰিলে । তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে অহা 09/02/2025 তাৰিখে তেখেতৰ নিজা বাসগৃহতে আদ্যশ্ৰাদ্ধ ৰ কৰ্মভাগি সুচাৰুসম্পন্ন কৰি তুলিবলৈ সমূহ শুভাকাংক্ষী, আত্মীয় কুটুম তথা অসমবাসীৰ সহায় সহযোগিতা, ,উপস্থিতি আৰু দিহা পৰামৰ্শ একান্তই কামনা কৰা হল । ইয়াৰ জৰিয়তে কোনোবা সদ...
আজিৰে পৰা অৰুণ উদয় যুৱ সংঘৰ উদ্যোগত প্ৰথম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা । খেল সবিশেষ descriptionত #খেল
Просмотров 29719 часов назад
আজিৰে পৰা অৰুণ উদয় যুৱ সংঘৰ উদ্যোগত প্ৰথম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা । খেল সবিশেষ descriptionত #খেল
পুনৰ তিনিচুকীয়া চহৰত নাহৰফুটুকীৰ আক্ৰমণ,গুৰুতৰভাৱে আহত প্ৰাক্তন কাউন্সিলৰ দীপ্তী দাস।
Просмотров 12419 часов назад
পুনৰ তিনিচুকীয়া চহৰত নাহৰফুটুকীৰ আক্ৰমণ,গুৰুতৰভাৱে আহত প্ৰাক্তন কাউন্সিলৰ দীপ্তী দাস।
গণৰাজ্য দিৱসৰ দিনটোত বৃহৎ পৰিমাণৰ সুৰাভৰ্তি বাহনসহ এজনক আটক ডুমডুমা আৰক্ষীৰ । #ASSAM_POLICE
Просмотров 14921 час назад
গণৰাজ্য দিৱসৰ দিনটোত বৃহৎ পৰিমাণৰ সুৰাভৰ্তি বাহনসহ এজনক আটক ডুমডুমা আৰক্ষীৰ । #ASSAM_POLICE
ৰাজীৱ শদিয়াৰ ভূমি ষড়যন্ত্ৰৰে দখল কৰাৰ চেষ্টাক লৈ সৰৱ আলফা (স্বা:),দল সংগঠন । RAJIB SADIYA
Просмотров 2 тыс.21 час назад
ৰাজীৱ শদিয়াৰ ভূমি ষড়যন্ত্ৰৰে দখল কৰাৰ চেষ্টাক লৈ সৰৱ আলফা (স্বা:),দল সংগঠন । RAJIB SADIYA
তিনিচুকীয়াত গণৰাজ্য দিৱস উদযাপন । শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে উন্মোচন কৰে পতাকা । #republic_day
Просмотров 5821 час назад
তিনিচুকীয়াত গণৰাজ্য দিৱস উদযাপন । শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে উন্মোচন কৰে পতাকা । #republic_day
বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত OIL LAKSHYA BLUE CUBS LEAGUE ৰ আয়োজন । #football
Просмотров 44День назад
বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত OIL LAKSHYA BLUE CUBS LEAGUE ৰ আয়োজন । #football
আপোনালোকৰ অভূতপূৰ্ব সঁহাৰিত পুনৰ এটি গান মৰ্জুন মৰাণৰ কণ্ঠত । ৰাজীৱ শদিয়া vs মৰ্জুন মৰাণ COVER SONG
Просмотров 16 тыс.День назад
আপোনালোকৰ অভূতপূৰ্ব সঁহাৰিত পুনৰ এটি গান মৰ্জুন মৰাণৰ কণ্ঠত । ৰাজীৱ শদিয়া vs মৰ্জুন মৰাণ COVER SONG
দেশৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । #exclusive
Просмотров 118День назад
দেশৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । #exclusive
#গৌৰৱ 💐 অসম কলা ৰত্ন বঁটাৰে তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে বাৰেকুৰিৰ কণমানি লিতাশ্ৰী চাওৰকে।
Просмотров 204День назад
#গৌৰৱ 💐 অসম কলা ৰত্ন বঁটাৰে তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে বাৰেকুৰিৰ কণমানি লিতাশ্ৰী চাওৰকে।
মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত তিনিচুকীয়া ITIৰ কৰ্মচাৰী তথা ঘোচখোৰ জাহ্নবজ্যোতি মাউত আটক
Просмотров 409День назад
মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত তিনিচুকীয়া ITIৰ কৰ্মচাৰী তথা ঘোচখোৰ জাহ্নবজ্যোতি মাউত আটক
মহাৰাষ্ট্ৰত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জুদু প্ৰতিযোগিতাত সোণৰ পদকেৰে উজ্বলিল তিনিচুকীয়াৰ জীয়ৰী ।
Просмотров 66День назад
মহাৰাষ্ট্ৰত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জুদু প্ৰতিযোগিতাত সোণৰ পদকেৰে উজ্বলিল তিনিচুকীয়াৰ জীয়ৰী ।
দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱলৈ নিমন্ত্ৰণ বাৰেকুৰিৰ যুৱক বিপ্লৱ চুতীয়াক ।
Просмотров 21914 дней назад
দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱলৈ নিমন্ত্ৰণ বাৰেকুৰিৰ যুৱক বিপ্লৱ চুতীয়াক ।
গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ গীত গাই চৰ্চিত এজন যুৱক ।@Drutasangbadদ্ৰুতসংবাদ
Просмотров 42 тыс.14 дней назад
গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ গীত গাই চৰ্চিত এজন যুৱক ।@Drutasangbadদ্ৰুতসংবাদ
গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত উপস্থিত হ'ল খিলঞ্জীয়া যুৱ শক্তি আৰু আক্ৰাছু ৰ এটি সঁজাতি দল ।
Просмотров 3,2 тыс.14 дней назад
গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত উপস্থিত হ'ল খিলঞ্জীয়া যুৱ শক্তি আৰু আক্ৰাছু ৰ এটি সঁজাতি দল ।
অৰুণাচল প্ৰদেশৰ পৰা অসমৰ ৰাজপথেদি গুজৰাটলৈ সৰবৰাহ হাতী ৷ @Drutasangbadদ্ৰুতসংবাদ
Просмотров 16914 дней назад
অৰুণাচল প্ৰদেশৰ পৰা অসমৰ ৰাজপথেদি গুজৰাটলৈ সৰবৰাহ হাতী ৷ @Drutasangbadদ্ৰুতসংবাদ