- Видео 2 065
- Просмотров 903 358
News Health Plus
Индия
Добавлен 14 авг 2020
পাইলছৰ পৰা চিৰদিন মুক্তি পাবলৈ এইবোৰ খাওকI
Eat these to get rid of piles forever.
#piles #relief #food #healthyfood #healthytips #healthcare #world #india #assam #guwahati #newshealthplus
#piles #relief #food #healthyfood #healthytips #healthcare #world #india #assam #guwahati #newshealthplus
Просмотров: 55
Видео
ঋতুস্ৰাৱৰ সময়ত তলপেটৰ যন্ত্ৰণা উপশমৰ বাবে এই আসন কৰক ৷
Просмотров 2916 часов назад
Do this asana to relieve lower abdominal pain during menstruation. #menstruation #menopose #abdominalpain #femalehealth #yoga #yogahealth #world #india #assam #guwahati #newshealthplus
কিডনী হস্পিটেল iUKDত ১৫ বছৰীয়া কিশোৰৰ "টেছ্টিকুলাৰ টোৰশ্বন" সমস্যাৰ জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন l
Просмотров 2919 часов назад
লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত ১৫ বছৰীয়া কিশোৰৰ "টেছ্টিকুলাৰ টোৰশ্বন" সমস্যাৰ জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন l #kidney #kidneydisease #kidneyhealth #kidneystone #kidneyfailure #kidney_treatment_in_ayurveda #testicularpain #doctor #diseases #treatment #life #newshealthplus #drarupkumarnath #assam #assamese #guwahati
সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত লামডিঙত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ৷
Просмотров 1214 дней назад
যোৱা ৫ জানুৱাৰী তাৰিখে লামডিং পুৰোহিত সমিতি আৰু ইষ্টাৰ্ণ ষ্ট'ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ সহযোগত লামডিঙৰ কালিবাৰী ৰোডস্থিত নেচ্নেল হায়াৰ ছেকেণ্ডেৰী স্কুলত প্ৰস্ৰাৱ তথা কিডনী সম্পৰ্কীয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়।
সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত উত্তৰ গুৱাহাটীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ৷
Просмотров 1914 дней назад
যোৱা ৫ জানুৱাৰীত ইষ্টাৰ্ণ ষ্ট'ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ সহযোগত উত্তৰ গুৱাহাটীৰ মেচাৰ্ছ মাহিকা ফাৰ্মাচীত প্ৰস্ৰাৱ তথা কিডনী সম্পৰ্কীয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়।
কিডনী হস্পিটেল iUKDত ১৮ মহীয়া দেৱশিশুৰ Posterior Urethral Valve ( PUV ) সমস্যাৰ অস্ত্ৰোপচাৰ সম্পন্ন।
Просмотров 2814 дней назад
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত ১৮ মহীয়া দেৱশিশুৰ Posterior Urethral Valve ( PUV ) সমস্যাৰ জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন। #kidney #kidneydisease #kidneydialysis #kidneyhealth #kidneyfailure #kidneystone #diseases #disease #doctor #doctorlife #doctors #guwahati #assam #assamese #drarupkumarnath #iukd
গুৱাহাটী গ্ৰন্থমলাত "সুস্বাস্থ্যৰ গোপন ৰহস্য" উন্মোচন কৰি ভাষণ ৰাখে লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথে।
Просмотров 8421 день назад
গুৱাহাটী গ্ৰন্থমলাত ডাঃ দুলুমণি কলিতা আৰু ডাঃ নিতুল বৈশ্যৰ বিজ্ঞানভিত্তিক গ্ৰন্থ "সুস্বাস্থ্যৰ গোপন ৰহস্য" উন্মোচন কৰি ভাষণ ৰাখে লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথে। #drarupkumarnath #bookfair2024 #books #bookfair #book #motivation #motivational #motivationalvideo #motivationalquotes #motivationalspeech #motivationalspeaker #motivationalvideos #motivationalstory #assam #assamese
ডাঃ দুলুমণি কলিতা আৰু ডাঃ নিতুল বৈশ্যৰ স্বাস্থ্যভিত্তিক গ্ৰন্থ সুস্বাস্থ্যৰ গোপন ৰহস্যৰ শুভ উন্মোচন
Просмотров 13721 день назад
যোৱা ৩১ ডিছেম্বৰ তৰিখে গুৱাহাটীত চলি থকা অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত হয় ডাঃ দুলুমণি কলিতা আৰু ডাঃ নিতুল বৈশ্যৰ স্বাস্থ্যভিত্তিক গ্ৰন্থ "সুস্বাস্থ্যৰ গোপন ৰহস্য"। গ্ৰন্থমেলাৰ উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী সভাগৃহৰ এক গাম্ভিৰ্যপূৰ্ণ পৰিৱেশত গ্ৰন্থখন উন্মোচন কৰে ভাৰতৰ প্ৰখ্যাত ইউৰ'লজিষ্ট লেজাৰমেনখ্যাত ডাঃ অৰূপ কুমাৰ নাথে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক প্ৰদীপ গগৈ...
গৱেষণাত প্ৰকাশ কফিয়ে আয়ুসকাল বৃদ্ধি কৰে ৷
Просмотров 11421 день назад
Research shows that coffee extends life expectancy. #coffee #coffeelove #extended #lifeexpectancy #research #healthyhabits #healthcare #healthylife #world #india #assam #guwahati #newshealthplus
যৌৱন ধৰি ৰখাৰ এইবোৰ সাধাৰণ টিপছI
Просмотров 8721 день назад
These are general tips to retain youthfulness. #youthfulness#retain #healthytips #healthylife #healthcare #healthyliving #world #india #assam #guwahati #newshealthplus
মুকালমুৱাত গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ ৬৮ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Просмотров 11428 дней назад
যোৱা ২৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত মুকালমুৱাৰ কাপলাবাৰীস্থিত দ্যা হে'লথ জ'ন ফাৰ্মাত প্ৰস্ৰাৱ তথা কিডনী সম্পৰ্কীয় এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। #kidney #kidneydialysis #kidneydisease #kidneyhealth #kidneyfailure #diseases #doctor #doctorlife #doctors ...
শৰীৰৰ ওজন কমাবলৈ দৈনিক ঘৰুৱা এইবোৰ কাম কৰক ৷
Просмотров 41Месяц назад
Do these daily home remedies to lose weight. #weightloss #weightlosstips #homework #healthytips #healthcare #healthlife #world #india #assam #guwahati #newshealthplus
এইবোৰ সমস্যা হ’লে তেঁতেলীৰ পানী খাব পাৰেI
Просмотров 32Месяц назад
You can drink sea buckthorn water if you have these problems. #tatul #tamarind #healthbenefits #healthyfood #healthcare #world #india #assam #guwahati #newshealthplus
iUKDৰ উদ্যোগত যোৱা ২২ ডিচেম্বৰত বাক্সা জিলাত কিডনী সম্পৰ্কীয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।
Просмотров 15Месяц назад
লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত যোৱা ২২ ডিচেম্বৰ দেওবাৰে বাক্সা জিলাত কিডনী সম্পৰ্কীয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।
গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল iUKD I
Просмотров 112Месяц назад
গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল iUKDত যিকোনো প্ৰস্ৰাৱজনিত সমস্যা সহজে সমাধান পাব ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত ৷
সম্পৰ্ক ধৰি ৰখাত যোগাসনৰ ভূমিকা কি জানো আহক ৷
Просмотров 15Месяц назад
সম্পৰ্ক ধৰি ৰখাত যোগাসনৰ ভূমিকা কি জানো আহক ৷
ঘনাই ওঁঠ শুকাই গ’লে নিৰাময়ৰ বাবে এইবোৰ ঘৰুৱা উপায় ৷
Просмотров 51Месяц назад
ঘনাই ওঁঠ শুকাই গ’লে নিৰাময়ৰ বাবে এইবোৰ ঘৰুৱা উপায় ৷
ডাঃ জয়ন্ত শৰ্মা : বমিৰ জৰিয়তে চিকিৎসা l আয়ুৰ্বেদত বমন চিকিৎসাৰ মাহাত্ম্যৰ কথা আপুনি জানেনে ?
Просмотров 166Месяц назад
ডাঃ জয়ন্ত শৰ্মা : বমিৰ জৰিয়তে চিকিৎসা l আয়ুৰ্বেদত বমন চিকিৎসাৰ মাহাত্ম্যৰ কথা আপুনি জানেনে ?
প্ৰস্ৰাৱ তথা কিডনী সম্পৰ্কীয় সকলো সৰু-বৰ ৰোগৰ চিকিৎসা এতিয়া গুৱাহাটীৰ সোণাপুত। কিডনী হস্পিটেল iUKD ।
Просмотров 71Месяц назад
প্ৰস্ৰাৱ তথা কিডনী সম্পৰ্কীয় সকলো সৰু-বৰ ৰোগৰ চিকিৎসা এতিয়া গুৱাহাটীৰ সোণাপুত। কিডনী হস্পিটেল iUKD ।
সৌন্দৰ্যচৰ্চাত গোল নেমু কিদৰে ব্যৱহাৰ কৰিব ?
Просмотров 34Месяц назад
সৌন্দৰ্যচৰ্চাত গোল নেমু কিদৰে ব্যৱহাৰ কৰিব ?
অসমত Pranic Healingৰ চিকিৎসা পদ্ধতিক জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হোৱা জ্যোতিস্মিতা বৰদলৈ।
Просмотров 24Месяц назад
অসমত Pranic Healingৰ চিকিৎসা পদ্ধতিক জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হোৱা জ্যোতিস্মিতা বৰদলৈ।
মাহেকীয়া পেটৰ বিষ নিৰাময়ৰ বাবে শিলিখা খাওক ৷
Просмотров 39Месяц назад
মাহেকীয়া পেটৰ বিষ নিৰাময়ৰ বাবে শিলিখা খাওক ৷
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ অন্তিম প্ৰতিযোগী আইৰিণ গগৈ(প্ৰতিযোগী নং : ৪৪),শিৱসাগৰ।
Просмотров 75Месяц назад
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ অন্তিম প্ৰতিযোগী আইৰিণ গগৈ(প্ৰতিযোগী নং : ৪৪),শিৱসাগৰ।
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী পৰমেশ্বৰ বৈশ্য( প্ৰতিযোগী নং : ৪৩), বাক্সা।
Просмотров 139Месяц назад
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী পৰমেশ্বৰ বৈশ্য( প্ৰতিযোগী নং : ৪৩), বাক্সা।
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী অধিৰাজ হাজৰিকা( প্ৰতিযোগী নং : ৪১), বিশ্বনাথ।
Просмотров 136Месяц назад
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী অধিৰাজ হাজৰিকা( প্ৰতিযোগী নং : ৪১), বিশ্বনাথ।
কলেষ্টৰেলক নিয়ন্ত্ৰণ কৰিবলৈ এইবিধ শাক খাওক ৷
Просмотров 8Месяц назад
কলেষ্টৰেলক নিয়ন্ত্ৰণ কৰিবলৈ এইবিধ শাক খাওক ৷
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী গীতাঞ্জলি পাঠক( প্ৰতিযোগী নং : ৪০ ), বৰপেটা।
Просмотров 186Месяц назад
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী গীতাঞ্জলি পাঠক( প্ৰতিযোগী নং : ৪০ ), বৰপেটা।
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী হীমাক্ষী তামুলী( প্ৰতিযোগী নং : ৩৮), নলবাৰী।
Просмотров 138Месяц назад
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী হীমাক্ষী তামুলী( প্ৰতিযোগী নং : ৩৮), নলবাৰী।
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী কৈলাশ দাস( প্ৰতিযোগী নং : ৩৭), নলবাৰী।
Просмотров 1,7 тыс.Месяц назад
News Health Plusৰ অনলাইন লোকগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী কৈলাশ দাস( প্ৰতিযোগী নং : ৩৭), নলবাৰী।
খজুৱতি হয় নেকি
আপ্লুত হৈছোঁ ❤🎉❤
Bout bhal lagil
বৰগীত আৰু নিদিয়ে নেকি?
Pl.arrange to continue.
Hlwo sir aponak kt lg pam please kuwasun😢
প্রত্যাগত গল্পটো আপুনি লিখিছে নেকি
Jay Sri Krishna ❤ very good ❤ thank you so much ❤
Hundor
Congrats dada
Bar Sundar lagise .Mur bargit shikibalai bar man ase .aji apunar vidiotu Sai bahut bhal lagil .pashalaiu pam buli asha karilu .
বৰ ভাল লাগিল । ❤
অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে ধন্যবাদ জনালো ৷
Nice
Nice
Very very nice ♥️♥️
Thank you so much
Auti Sundar
অতি সুন্দৰ
তোমালৈ বহুতো মৰম আৰু আশীৰ্বাদ জনালোঁ আইজনী
সুন্দৰ❤❤❤
Very nice.
Dhunia ❤
Duniya lagise❤❤❤
Very nice voice
Doota Hobdtu Mur Khub Aapun,Moiu Doota Boli Matisilu.
ভাইটি তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
বৰ ভাল লাগিলে বাবা । আগবাঢ়ি যোৱা তুমি । ❤
বঢ়িয়া বাবু
বহুত ভাল লগিছে।
সুন্দৰ
Exellant
Our new generation.exellant
Exellant go forward new genaration
❤❤❤❤❤
Keep it up ❤
Outstanding..God bless you tikla
সুন্দৰ ❤
Keep it up our new generation.very nice.👍
Our New generation.goforword.
❤❤❤❤
Thank you
Nice
Rubu dar pora hikibo logia hobo.....Tumar pora nai
Tumar pora hikibole eku nai bujilu😂😂😂😂 Moribo jiye opodekh lobo...😂😂
Iman jolibo napai o bopa. Beya kotha.
@Sarma.k_123 Jola nai o......hosa kotha kuwa nai je ... heikarone koiso
@@Jaiaiiaxom123xosa koise bhaiti. Teu egoraki blg dhoronor manuh. Mur school friend egoraki r khub bhal bondhu teu. So moi partha k janu, jodi u teu muk sini napai. Partha r dore manuh eikhon prithivi t rare hoi. Xanghatik khula monor manuh.
@@Sarma.k_123 Ok.....kintu base strong asile sage....nopohake ei Exam pass kori select hobo nuware..... ..
@@Jaiaiiaxom123o teu ncert bhalke porhise. Xeibbe base tu CLR ase. Xeitu kotha teu blg interview t koise.
সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে ধন্যবাদ।
Nice singer
ভাল হৈছে প্ৰতীক্ষা
Sweet 👏
❤❤❤❤
🙏🙏🙏💐💐💐💐💐
Great Sir