- Видео 5
- Просмотров 193 703
RUNUMI NATH NAGARA NAM
Добавлен 5 авг 2020
First of all *Thank you all a lot*!! Welcome to My RUclips channel. Hope you all will love my videos.
Joi aai Axom❤
Joi aai Axom❤
অভিমন্যুৰ পূৰ্বজন্ম Runumi Nath New Nagara Nam 2024 Runumi Nath New Nagara Nam Obhimanyur Purbojonmo
পাঠক: ৰুণুমী নাথ
কাহিনী: মন্টু বর্মন
সুৰ আৰু পৰিচালক: মুকুল চক্রবর্তী
Recording: Kolaj Studio Rangia
Thumbnail & Video : Mondeep Nath (পুত্ৰ)
আশা কৰোঁ নামটি সকলোৱে আদৰি লব
ধন্যবাদ
কাহিনী: মন্টু বর্মন
সুৰ আৰু পৰিচালক: মুকুল চক্রবর্তী
Recording: Kolaj Studio Rangia
Thumbnail & Video : Mondeep Nath (পুত্ৰ)
আশা কৰোঁ নামটি সকলোৱে আদৰি লব
ধন্যবাদ
Просмотров: 31 359
Видео
Runumi Nath/ ৰুণুমী নাথৰ নতুন নামৰ কিছু অংশ
Просмотров 1,5 тыс.9 месяцев назад
Runumi Nath/ ৰুণুমী নাথৰ নতুন নামৰ কিছু অংশ
Runumi Nath New Nagara Nam/ Runumi Nath Nam/ Nagara Nam 2023 Video
Просмотров 1,1 тыс.Год назад
Runumi Nath New Nagara Nam/ Runumi Nath Nam/ Nagara Nam 2023 Video
দশৰথৰ ব্ৰহ্মহত্যা পাপমোচন New Nagara nam ৰুণুমী নাথ / অভিযোজনা : মুকুল চক্রৱর্তী Nagara Nam
Просмотров 159 тыс.Год назад
দশৰথৰ ব্ৰহ্মহত্যা পাপমোচন পাঠক: ৰুণুমী নাথ / অভিযোজনা : মুকুল চক্রৱর্তী নৱবৰ্ষৰ শুভেচ্ছাৰে ....
Bohut borhiya lagesea apunar Naam tu
Nice
Buhut val haise Thanks 🎉🎉🎉
Baa ki kom jiman xunileo amoni nalage.....bahut dhunia hoise..
অতি সুন্দৰ কণ্ঠ
আপোনাৰ সুৰৰ লগতে উচ্চাৰণ বোৰ ধুনীয়া। আগলৈ ও যেন আপোনাৰ এই প্ৰতিভা বোৰ আগুৱাই যোৱাৰ ভগৱানে সহায় কৰে।
ধন্যবাদ
Nice 🎉🎉🎉🎉
মোৰ আতাইতকৈ প্ৰিয় পাঠিকা।বহুত ভাল পাওঁ আপোনাৰ নাগাৰা নাম শুনি।
বাইদেউ যোৱা কালি গৰুখুটি পূজা স্থলীত আপোনাৰ নাম চালোঁ অতি সুন্দৰ হৈছে। আপোনাৰ পৰা নৱ পাঠিকাসকলে শিকিব লগা বহুত আছে। আপোনাৰ নাম শুনিলে শুনি থাকিবই মন যায়। আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।।।
ধন্যবাদ
Bhal lagise
ধন্যবাদ
ধন্যবাদ
Baidew apona naam bahuttttttt vl pao......sadai suno ....
বহুত ধুনীয়া হৈছে বাইদেউ।
ধন্যবাদ
Mojja baa. ❤❤❤❤❤❤❤❤❤❤❤
নৱাগত যিমান পাঠক, পাঠিকা নলাওক কিয় আগৰ বিলাকৰ আসন চুব নোৱাৰে🙏🙏🙏🙏
Bahut sundar baideo apunar nam bahut val pao sundar paribekhan.
Super mam
Dhunia Baideu......
আপোনাৰ নাম বহুত ভাল লাগে। আপোনাৰ নাম যোৱাবছৰ কালীপূজাত প্ৰিয়ংকা শইকীয়াৰ লগত চাইছোঁ। আপোনাৰ পৰা নবাগতা পাঠক বোৰে শিকিব লগীয়া বহুত আছে। বহুত বহুত ধন্যবাদ।
🙏🙏🙏 ভাষা নাই বাইদেউ, খুব সুন্দৰ ৷
Dhuniya hyse baydo
Bhal hoise 😊 baideyu
Nice 👍🏻👍🏻👍🏻
নাগাৰা নামৰ সম্ৰাজ্ঞী । সুৰ, তাল, লয় সকলো সুন্দৰ ।খুব পৰিপাতি,বাইদেউ সদায় প্ৰিয় ।
Bahut dhunia haise Baidew.
ভাল লাগিছে বাইদেউ
শুনি বৰ ভাল লাগিল বাইদেউ|
Bahut bahut Val hoisy😊
Xundar poribexan val lagil
Dhuniya hoise.. ❤
👍❤️👍❤️👍❤️👍👏👏👏👏
❤❤❤❤
Bhal lagil baa
Baidew Aponar nam mor bahut val lage,dhuniya hoise
❤bohut val lagise baidew
Mojaa
Excellent voice! . Very Nice.
বহুত ধুনীয়া হৈছে বাইদেউ ..... লক্ষ্মী পূজাত আপোনাৰ নাম আছে আমাৰ গাঁৱত ......নলবাৰী বৰভাগ ৰ উখুৰা গাঁৱত
Sundr
I sm golaghat
পালি সকলৰ কথা বোৰ ও সফত হৈছে
Ghata tu xuni bor bhal lage diba sun
Ot.sundor.hoise
ধুনীয়া হৈছে বাইদেউ 👌👍
বহুত ধুনীয়া হৈছে বাইদেউ ❤
Mozaa baa🙏
Mojja baa
Excellent Baido
Mor kolijar ba joni❤❤
❤❤❤
Sundar
Baa apuni rang chanelt naam gaise sai su dhuniya gaise
Thank you
O baa vidio link tu dibo he....rang chenelt guwa @@RUNUMINATH