Bini Vlogs
Bini Vlogs
  • Видео 395
  • Просмотров 5 677 327
পীমু কলিজাৰ জন্মৰ weight কিমান আছিল বহুতেই সুধিছিল আৰু কিমান week ত জন্ম হৈছিল😊 সকলো জানিব
পীমু কলিজাৰ জন্মৰ weight কিমান আছিল বহুতেই সুধিছিল আৰু কিমান week ত জন্ম হৈছিল😊 সকলো জানিব
Просмотров: 5 842

Видео

এইবাৰ পূজাৰ বিশেষ সময়খিনি🧿🥰 এবছৰৰ পিছত নতুন ৰূপ 😍
Просмотров 11 тыс.19 часов назад
এইবাৰ পূজাৰ বিশেষ সময়খিনি🧿🥰 এবছৰৰ পিছত নতুন ৰূপ 😍
কলিজাৰ কাপোৰবোৰ ক’ৰ পৰা কিনিলো😍 মাৰ অৱস্হাটোত বৰ দুখ লাগিল
Просмотров 13 тыс.14 дней назад
কলিজাৰ কাপোৰবোৰ ক’ৰ পৰা কিনিলো😍 মাৰ অৱস্হাটোত বৰ দু লাগিল
দাদাৰ বিয়া নেকি😍 কিমান যে সপোন সকলোৰে আৰু কলিজাই এইখিনি সুখ পোৱা বাবে মই বৰ সুখী🥰🧿
Просмотров 12 тыс.14 дней назад
দাদাৰ বিয়া নেকি😍 কিমান যে সপোন সকলোৰে আৰু কলিজাই এইখিনি সু পোৱা বাবে মই বৰ সুখী🥰🧿
সময়বোৰ বৰ খৰকৈ গৈছে অ’❤️ লাহে লাহে তাই ডাঙৰ হৈছে 🧿🥰 মাক কৈ কৈ ভাগৰিছো
Просмотров 17 тыс.28 дней назад
সময়বোৰ বৰ খৰকৈ গৈছে অ’❤️ লাহে লাহে তাই ডাঙৰ হৈছে 🧿🥰 মাক কৈ কৈ ভাগৰিছো
vaccine 2nd dose কোনোমতে সম্পূ্ৰ্ণ হ’ল/কলিজাৰ বাবে কিমান কি ককাক আইতাকৰ🧿🥰
Просмотров 13 тыс.Месяц назад
vaccine 2nd dose কোনোমতে সম্পূ্ৰ্ণ হ’ল/কলিজাৰ বাবে কিমান কি ককাক আইতাকৰ🧿🥰
মাকৰ লগত কিমান যে কথা পাতিব পৰা হল কলিজাই 🧿🥰আমাক কেতিয়া নিব মানুহ জনে সকলো কলে
Просмотров 20 тыс.Месяц назад
মাকৰ লগত কিমান যে কথা পাতিব পৰা হল কলিজাই 🧿🥰আমাক কেতিয়া নিব মানুহ জনে সকলো কলে
মানুহজনে বেয়া পায় 🥲 কিমান কস্ট কৰাৰ পিছত মোৰ ডাঙৰ সপোন পূৰণ হ’ল🥰🧿 পীমু কলিজাৰ নতুন ৰূপ😍
Просмотров 24 тыс.Месяц назад
মানুহজনে বেয়া পায় 🥲 কিমান কস্ট কৰাৰ পিছত মোৰ ডাঙৰ সপোন পূৰণ হ’ল🥰🧿 পীমু কলিজাৰ নতুন ৰূপ😍
আমাৰ পীমু কলিজা ২ মহীয়া হ’ল 🧿🥰 Vaccine এ এনেকুৱা কৰিব বুলি একেবাৰেই ভবা নাছিলো🥲
Просмотров 12 тыс.2 месяца назад
আমাৰ পীমু কলিজা ২ মহীয়া হ’ল 🧿🥰 Vaccine এ এনেকুৱা কৰিব বুলি একেবাৰেই ভবা নাছিলো🥲
Finally পীমু কলিজা আজি আপোনালোকৰ আগলৈ আহিল 🧿🥰 মৰম আশিৰ্বাদ বিছাৰিছো আপোনালোকৰ পৰা❤️❤️
Просмотров 16 тыс.2 месяца назад
Finally পীমু কলিজা আজি আপোনালোকৰ আগলৈ আহিল 🧿🥰 মৰম আশিৰ্বাদ বিছাৰিছো আপোনালোকৰ পৰা❤️❤️
Pregnancy Journey A to Z 😍 মই ক’ত Treatment কৰিছিলো / পীমু কলিজাক চাবলৈ বিছাৰে নে আপোনালোকে 🥰
Просмотров 8 тыс.2 месяца назад
Pregnancy Journey A to Z 😍 মই ক’ত Treatment কৰিছিলো / পীমু কলিজাক চাবলৈ বিছাৰে নে আপোনালোকে 🥰
মোৰ আন এখন ঘৰৰ মানুহবোৰ😍 কলিজা পীমুৰ বাবেই সকলোবোৰ নতুন মানুহে ঘৰ ভৰি পৰিল🧿❤️
Просмотров 13 тыс.2 месяца назад
মোৰ আন এখন ঘৰৰ মানুহবোৰ😍 কলিজা পীমুৰ বাবেই সকলোবোৰ নতুন মানুহে ঘৰ ভৰি পৰিল🧿❤️
জীৱনৰ এটা বিশেষ দিন বিশেষ সময় সাচি ৰাখিলো🧿🥰 ইমান দুৰৰ পৰা আহি ও এনেকুৱা মৰম দিব আহিল❤️🙏🏻
Просмотров 17 тыс.2 месяца назад
জীৱনৰ এটা বিশেষ দিন বিশেষ সময় সাচি ৰাখিলো🧿🥰 ইমান দুৰৰ পৰা আহি ও এনেকুৱা মৰম দিব আহিল❤️🙏🏻
লাহে লাহে সময়বোৰ পাৰ হ’বলৈ ধৰিছে😍সকলোৰে আশিৰ্বাদত আমাৰ কলিজা পীমু ডাঙৰ হৈছে 🧿🥰
Просмотров 21 тыс.3 месяца назад
লাহে লাহে সময়বোৰ পাৰ হ’বলৈ ধৰিছে😍সকলোৰে আশিৰ্বাদত আমাৰ কলিজা পীমু ডাঙৰ হৈছে 🧿🥰
আমাৰ কলিজাৰ নাম কি ৰাখিলো 🧿🥰 Delivery পিছত মায়ে কি কি যত্ন লৈছে😊 আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ😍
Просмотров 23 тыс.3 месяца назад
আমাৰ কলিজাৰ নাম কি ৰাখিলো 🧿🥰 Delivery পিছত মায়ে কি কি যত্ন লৈছে😊 আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ😍
কলিজালৈ সকলোৰে মৰমবোৰ সদাই এনেকৈ থাকক❤️ দেউতাকৰ প্ৰথম জন্মদিন কলিজাৰ সৈতে🧿😍
Просмотров 29 тыс.3 месяца назад
কলিজালৈ সকলোৰে মৰমবোৰ সদাই এনেকৈ থাকক❤️ দেউতাকৰ প্ৰথম জন্মদিন কলিজাৰ সৈতে🧿😍
কলিজাক থৈ প্ৰথমবাৰ আমি যাব লগা হ'ল 🥺 মাক দেউতাক হলে এনেকুৱাই হয় বুলি আজি হে বুজিলো♥️♥️♥️
Просмотров 21 тыс.3 месяца назад
কলিজাক থৈ প্ৰথমবাৰ আমি যাব লগা হ'ল 🥺 মাক দেউতাক হলে এনেকুৱাই হয় বুলি আজি হে বুজিলো♥️♥️♥️
আইতা ককা মামাৰ ঘৰলৈ তোমাক স্বাগতম কলিজা 😘🧿♥️
Просмотров 64 тыс.3 месяца назад
আইতা ককা মামাৰ ঘৰলৈ তোমাক স্বাগতম কলিজা 😘🧿♥️
৯ মহীয়া যাত্ৰাৰ সফল পৰিসমাপ্তি🥰🧿 সকলোৰে মৰম আশীৰ্বাদেৰে সম্পূৰ্ণ ভিডিঅ’ আপোনালোকৰ মাজলৈ🙏🏻❤️
Просмотров 39 тыс.4 месяца назад
৯ মহীয়া যাত্ৰাৰ সফল পৰিসমাপ্তি🥰🧿 সকলোৰে মৰম আশীৰ্বাদেৰে সম্পূৰ্ণ ভিডিঅ’ আপোনালোকৰ মাজলৈ🙏🏻❤️
Pregnancy সময়ত এনেকুৱা কিছুমান মানুহৰ পৰাও যে মৰম আশিৰ্বাদ পাম ভৱা নাছিলো🧿🥰
Просмотров 7 тыс.4 месяца назад
Pregnancy সময়ত এনেকুৱা কিছুমান মানুহৰ পৰাও যে মৰম আশিৰ্বাদ পাম ভৱা নাছিলো🧿🥰
সপোন বোৰ পূৰণ হোৱাৰ পথত বাবাৰ আশীৰ্বাদ ল'লোঁ🧿/ নিশাচৰ হৈ মোৰ ওচৰ পালেহি🥰🧿
Просмотров 19 тыс.4 месяца назад
সপোন বোৰ পূৰণ হোৱাৰ পথত বাবাৰ আশীৰ্বাদ ল'লোঁ🧿/ নিশাচৰ হৈ মোৰ ওচৰ পালেহি🥰🧿
pregnancy সময়ত যিমান পাৰিছোঁ ঘৰৰ Healthy বস্তু খাইছো 🤤 delivery ৰ আগত এনেকৈ খালোঁ 🧿🥰
Просмотров 8 тыс.4 месяца назад
pregnancy সময়ত যিমান পাৰিছোঁ ঘৰৰ Healthy বস্তু খাইছো 🤤 delivery ৰ আগত এনেকৈ খালোঁ 🧿🥰
মই দিয়া চিঠি খন আজি ওলাই পৰিল ♥️🙈 বহুত লাজ লাগিল😬
Просмотров 6 тыс.4 месяца назад
মই দিয়া চিঠি খন আজি ওলাই পৰিল ♥️🙈 বহুত লাজ লাগিল😬
খবৰ ল'বলৈ যে এনেকৈ হঠাৎ আহিব মই ভৱাই নাছিলোঁ😍এইয়াই মৰম আন্তৰিকতা🥺❤️
Просмотров 13 тыс.5 месяцев назад
খবৰ ল'বলৈ যে এনেকৈ হঠাৎ আহিব মই ভৱাই নাছিলোঁ😍এইয়াই মৰম আন্তৰিকতা🥺❤️
আহিবলগীয়া সময়ত যি সকলৰ Delivery সময় আহিছে এইখিনি খুব প্ৰয়োজন
Просмотров 8 тыс.5 месяцев назад
আহিবলগীয়া সময়ত যি সকলৰ Delivery সময় আহিছে এইখিনি খুব প্ৰয়োজন
কেনেকৈ ভাল হ'ব ভাবি পোৱা নাই😓
Просмотров 13 тыс.5 месяцев назад
কেনেকৈ ভাল হ'ব ভাবি পোৱা নাই😓
এনেকুৱা সময়ত এনেকুৱা সমস্যা 😓/ উপায় ও নাই
Просмотров 11 тыс.5 месяцев назад
এনেকুৱা সময়ত এনেকুৱা সমস্যা 😓/ উপায় ও নাই
৫ বছৰ মানৰ পিছত এইকণ সুভাগ্য মিলিল মোৰ 🥰
Просмотров 8 тыс.5 месяцев назад
৫ বছৰ মানৰ পিছত এইকণ সুভাগ্য মিলিল মোৰ 🥰
সাতমাহৰ পিছত মানুহজনৰ ঘৰলৈ আহোঁলোঁ 🧿🥰/ নতুন দিনলৈ আমি আৰু এখোজ আগুৱালো আমাক আশীৰ্বাদ কৰিব দেই🧿❤️
Просмотров 43 тыс.5 месяцев назад
সাতমাহৰ পিছত মানুহজনৰ ঘৰলৈ আহোঁলোঁ 🧿🥰/ নতুন দিনলৈ আমি আৰু এখোজ আগুৱালো আমাক আশীৰ্বাদ কৰিব দেই🧿❤️
এইটো সময়ত এনেকৈ খোৱা টো খুব ভাল গতিকে মই ও খালো🥰 মোৰ নিচিনা যদি আপুনিও খাই চাব দেই
Просмотров 12 тыс.6 месяцев назад
এইটো সময়ত এনেকৈ খোৱা টো খুব ভাল গতিকে মই ও খালো🥰 মোৰ নিচিনা যদি আপুনিও খাই চাব দেই

Комментарии

  • @karishnaborah5199
    @karishnaborah5199 3 часа назад

    আমি বৰটেঙা বুলি ক ও

  • @PahariMudoi
    @PahariMudoi 3 часа назад

    Bohut kandilu.biyar vedio tu sai

  • @shreyashidutta1343
    @shreyashidutta1343 21 час назад

    Tumi bhabisane tumar dadar wife ahi tumar ma deutak sua Sita koribo? Tumar video sau besi bhagei tumar mar gharot kiba kibi problem or karone...jua bosoror pora mar sehera sabe etiya saba ...ki abastha hoise....tumar mitha mitha kothate bujai buje😊

    • @BiniVlogs
      @BiniVlogs 21 час назад

      @@shreyashidutta1343 মোৰ মিঠা মিঠা কথা শুনি কি বুজি পাইছে সেইয়া আপোনাৰ বিবেকে হে জানিব আৰু কত ইমান মিঠা মিঠা কথা দেখিলে আপোনাৰ দৃষ্টি কোনোৰ পৰা আপুনি বুজিব ।। সকলোৰে ঘৰৰ সমস্যা বোৰ একেই হলে পৃথিৱীত সকলো মানুহ সমান হল হয় ।। আৰু এটা কথা মোৰ দাদা ৰ wife কেনেকুৱা হব সেইটো কব নালাগে আপুনি।। যদি সংস্কৰ থকা ঘৰৰ ছোৱালী হয় নিশ্চয় সন্মান কৰিব আৰু আপুনি কেনেকৈ ভাবিব পাৰিলে মই ঘৰত থকাৰ কাৰণে হে মোৰ মাৰ চেহেৰা এনেকুৱা হৈছে কি মানসিকতাৰ মানুহ আপুনি ।। যদি মোৰ video আগৰ পৰাই চাই তেনেহলে মোৰ ঘৰৰ সমস্যা বোৰ দেখোন দেখিলে হয় দেউতাৰ কি হৈছিল।। আৰু এটা কথা মোৰ আগৰ video বোৰ যদি চাইচে তেনেহলে মোৰ আগৰ কষ্ট বোৰ ও দেখোন বুজি পালে হয় যদি এগৰাকী সঁচাকৈ নাৰী হয় আপুনি।। আৰু মোৰ husband ৰ ঘৰৰ মানুহ বোৰ আপুনি ভবাৰ দৰে নহয় ।। আমাৰ দুইখন ঘৰৰ মাজত আলোচনা হৈ হে কিছুমান সিদ্ধান্ত হয়।। ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় খিনি দি ইমান কষ্ট কৰি কথা কেইটা কোৱাৰ বাবে🙏

  • @Naturalnature-tt3ju
    @Naturalnature-tt3ju 3 дня назад

    ❤❤❤❤❤kolija Joni moi morom

  • @kenkaibgmi
    @kenkaibgmi 3 дня назад

    ami Robab tenga kou

  • @MaramiTahbildar
    @MaramiTahbildar 3 дня назад

    Ako nhy diya daipar pindhile moro maina ajni ase daipar 2basr pindhaiso

  • @brajensaikia-rx9xp
    @brajensaikia-rx9xp 3 дня назад

    ❤❤❤❤

  • @nitamonidas
    @nitamonidas 3 дня назад

    Kolija tu o❤❤❤

  • @joyashreesvlog3118
    @joyashreesvlog3118 4 дня назад

    ❤❤

  • @LeenaSarmah-wi8tk
    @LeenaSarmah-wi8tk 4 дня назад

    ❤❤❤❤❤

  • @buddhadevbarman7832
    @buddhadevbarman7832 4 дня назад

    Video tu si bohut Val lagil kolija loy bohut bohut morom thkil ❤❤❤❤

  • @barashachakravarty7804
    @barashachakravarty7804 4 дня назад

    rti tpni khoti hoi ne ba.miu new mom

    • @BiniVlogs
      @BiniVlogs 20 часов назад

      @@barashachakravarty7804 আগতে বহুত হৈছিল o ডাঙৰ হৈ আহিলে ঠিক হৈ আহে আৰু লাহে লাহে 😀

  • @fatimabegum8414
    @fatimabegum8414 4 дня назад

    ❤❤❤

  • @PrasantaRay-ku7pf
    @PrasantaRay-ku7pf 4 дня назад

    ❤❤

  • @ruma_s
    @ruma_s 5 дней назад

    Bhal lagil sai 🥰🥰🥰

  • @sumichoudhury1692
    @sumichoudhury1692 5 дней назад

    ❤❤

  • @dhunbora3314
    @dhunbora3314 6 дней назад

    পিমু❤

  • @brajensaikia-rx9xp
    @brajensaikia-rx9xp 6 дней назад

    ❤❤❤❤❤❤❤

  • @momidevi4052
    @momidevi4052 7 дней назад

    Daha❤❤

  • @budhenlahan1001
    @budhenlahan1001 7 дней назад

    ❤❤❤❤❤

  • @chandasmitakalita8049
    @chandasmitakalita8049 7 дней назад

    😍😍😘😘😘

  • @PuspaGogoi-s2p
    @PuspaGogoi-s2p 7 дней назад

    Apunar video bur sai vl lage dei muru suwali ajoni ase apunar suwali joni logre hb sage moiu apunalukok sai video bonab loisu olp morm dib sun

  • @buddhadevbarman7832
    @buddhadevbarman7832 7 дней назад

    Video tu si bohut Val lagil aru Pimu kolija loy bohut bohut morom thkil de❤❤❤❤

  • @nitamonidas
    @nitamonidas 7 дней назад

    Pimu kolija bohut cute lagise o ❤❤❤❤

  • @binitakonwar9516
    @binitakonwar9516 8 дней назад

    kolija joni deutakor nisina dekhisu. Tumar kothabur xuni bor val lage. Bor morom loga tumi.

  • @shyamalimagogoi5021
    @shyamalimagogoi5021 8 дней назад

    Abar astromi ru nobomi akeidina porisl gom napala sage. Pimuk hodai comfortable kapur pindhaba. Dangar hole nije style r kapur pindhib paribo ba. Tai murot mora dalu marile bea pua jn lage. Mur suwali 2 bsr hb hol. Ajiloike bel kilip akuye namare, bea pai

  • @junudas6313
    @junudas6313 8 дней назад

    সৰু ল'ৰা ছোৱালী কাপোৰ v2 বহু তোৰ ধুনীয়া পাই

  • @PopyKalita-so4mw
    @PopyKalita-so4mw 8 дней назад

    ❤❤❤

  • @hemendranath8470
    @hemendranath8470 8 дней назад

    Pimu kolija❤❤❤

  • @baharulali5561
    @baharulali5561 8 дней назад

    Ba mor wife 6 month pragnenet

  • @sumkiborah9097
    @sumkiborah9097 8 дней назад

    Tmi pimuk formula milk Dia ne

  • @LeenaSarmah-wi8tk
    @LeenaSarmah-wi8tk 9 дней назад

    ❤❤❤❤❤

  • @PompiBimalgohain-gh3yg
    @PompiBimalgohain-gh3yg 11 дней назад

    ধুনীয়া লাগিছে

  • @RitagogoiRitagogoi-x1p
    @RitagogoiRitagogoi-x1p 13 дней назад

    Mur lra2 pimutke 2dinr dangr hiu eke 2pni km rati loi bohi thkibo lge

  • @charudevi9414
    @charudevi9414 13 дней назад

    Bini kolijajonik Ki cream use kora jonabasun

  • @RismaNarzary-n2h
    @RismaNarzary-n2h 14 дней назад

    Suyali joli tumar nisina

  • @janmonidaskar4645
    @janmonidaskar4645 14 дней назад

    Doctor address pam neki

  • @sewalimaina1914
    @sewalimaina1914 15 дней назад

    বহুত কথা কব পৰা দে মানিছো ordar দিলে ধুনীয়া ধুনীয়া পায়

  • @sumi.c12916
    @sumi.c12916 15 дней назад

    ❤❤❤❤❤❤❤❤❤❤

  • @sumi.c12916
    @sumi.c12916 15 дней назад

    Maina jni bht mrmiga ba❤❤❤❤❤❤

  • @PompiBimalgohain-gh3yg
    @PompiBimalgohain-gh3yg 15 дней назад

    দেখিবলে তুমাৰ দৰে

  • @PompiBimalgohain-gh3yg
    @PompiBimalgohain-gh3yg 15 дней назад

    ছোৱালী দাঙৰ হৈছে

  • @Naturalnature-tt3ju
    @Naturalnature-tt3ju 15 дней назад

    ❤❤❤nice❤❤❤

  • @PriyankaGohain-c5i
    @PriyankaGohain-c5i 15 дней назад

    Kiman month hol

  • @Barnalidevi-uf3bi
    @Barnalidevi-uf3bi 15 дней назад

    Tumi bilahi nakhaba silai khukua ni nhoi moi 1bosor le khua nasilu bahirtu khukai vitortu nukhukai

    • @BiniVlogs
      @BiniVlogs 14 дней назад

      @@Barnalidevi-uf3bi মই এমাহ মানৰ পিছৰ পৰাই অলপ অলপ খাইছিলোঁ আজি হে গম পালো ধন্যবাদ😊♥️