Inali Dutta
Inali Dutta
  • Видео 2
  • Просмотров 21 058
কইনাৰ সাজেৰে(নতুন বিয়ানাম)-ইনালী দত্ত(বিয়াৰ আৰম্ভণীৰ পৰা শেষলৈ)
বিয়া আৰম্ভণীৰ পৰা সামৰণিলৈকে সকলো সন্নিবিষ্ট কৰি প্ৰস্ত্তত কৰা বিয়ানামৰ সংকলন | কন্ঠদান কৰিছে ইনালী দত্তয়ে | সহযোগ কৰিছে দীপিকা ভৰালী আৰু সবিতা দত্তয়ে | আশা কৰিছো আপুনি নিশ্চয় এই চিৰসেউজ গীতটি উপভোগ কৰিলে | আমাৰ উদ্দেশ্য পুৰণি কৃষ্টি সংস্কতি নৱ-প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া | তাৰবাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন | আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেন্ট বক্সত জনাব | যদি ভাল লাগিল তেন্তে বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো Subscribe কৰিলৈ নাপাহৰিব |
Просмотров: 19 252

Видео

Assamese poem, Briddhashramat aakul matriAssamese poem, Briddhashramat aakul matri
Assamese poem, Briddhashramat aakul matri
Просмотров 1,8 тыс.6 лет назад
Written and recited by Inali Dutta

Комментарии