Hello Mazbat
Hello Mazbat
  • Видео 106
  • Просмотров 117 131
মাজবাটত দিন দুপৰতে চুৰিকাণ্ড || CCTV ত বন্দী সমগ্ৰ ঘটনা || #CCTV
মাজবাটত দিন দুপৰতে চুৰিকাণ্ড। মাজবাট টাউনৰ চৌধুৰী চেল পইন্ট নামৰ মোবাইলৰ দোকানখনৰ পৰা দিন দুপৰতে চুৰি হ'ল মোবাইল ফোন। দোকানৰ CCTV ত বন্দী সমগ্ৰ ঘটনা। ভিডিঅত দেখা মহিলাগৰাকী আৰু সৰু লৰাজনে সংঘটিত কৰিছে এই চুৰিকাণ্ড। কোনো ব্যক্তিয়ে মহিলাগৰাকী বা লৰাজনক দেখা পালে আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনোৱা হ'ল।
#Mazbatian
Просмотров: 162

Видео

Flood at Mazbat 18/06/2024 || Waterlogging || Artificial Flood || Himanta Biswa Sarma
Просмотров 11421 день назад
নিশা নেৰানেপেৰা বৰষুণ আৰু পানী নিস্কাশনৰ সুব্যৱস্থা নথকাৰ ফলত মাজবাট টাউনৰ মাজমজিয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarma মাজবাটত অনুষ্ঠিত হোৱা এখন চৰকাৰী অনুষ্ঠানত ১.৫০ কোটি টকাৰে এটি প্ৰকল্প নিৰ্মাণ কৰি এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ কথা কৈছিল। #Mazbatian #Flood #Assam
Karate Championship || Mazbat || Sports
Просмотров 4328 дней назад
আজি (১১/০৮/২০২৪) মাজবাট কাৰাটে একাডেমীৰ উদ্যোগত আৰু মাজবাট মহাবিদ্যালয়ৰ সহযোগত সদৌ অসম কাৰাটে চেম্পিয়নশ্বিপ "ৰাইনো কাপ" ২০২৪ মাজবাট মহাবিদ্যালয়ত অনুষ্ঠিত হয়। #Mazbatian #Karate #KarateChampionship #Sports
Construction of Amrit Bharat Railway Station || Majbat Railway Station || #amritbharatstationscheme
Просмотров 204Месяц назад
অমৃত ভাৰত ষ্টেচন আচনিৰ অধীনত নিৰ্মাণ কাৰ্য্য চলি থকা মাজবাট ৰেলৱে ষ্টেচনখন। #Mazbatian #AmritBharatStationScheme #NortheastFrontierRailway #IndianRailways
Title Song Diamond Jubilee Mazbat Higher Secondary School Mazbat
Просмотров 1642 месяца назад
মাজবাট অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত অন্যতম মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মাৰ্টিন চৌধুৰীয়ে প্ৰস্তুত কৰা গীতৰ দুফাঁকি। অতিশীঘ্ৰে মহাৰজত জয়ন্তী উদযাপনৰ তাৰি ঘোষণা কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। #Mazbatian #75YearsOfGlory
Time for Cultivation || Mazbat
Просмотров 1072 месяца назад
#cultivation #Mazbatian #farmer #Assam
Bad Road Condition, Murkati Mazbat
Просмотров 912 месяца назад
মাজবাটৰ মুৰকাটি অঞ্চলৰ পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে পথচাৰীক। বৰষুণ বতৰত পুখুৰী সদৃশলৈ পৰিনত হৈ পৰে এই পথছোৱা। জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে এই পথটোৰ মেৰামতিৰ কাম হোৱা নাই বুলি পথচাৰীসকলে মন্তব্য কৰিছে। #Mazbatian #Road #PWD #AsomMala
মাজবাটৰ চিকাৰীডাংগাত ৩৭৪ কাৰ্টুন বিলাতী সুৰা জব্দ || Alcohol Smuggling
Просмотров 903 месяца назад
মাজবাটৰ চিকাৰীডাংগাত ৩৭৪ কাৰ্টুন বিলাতী সুৰা জব্দ৷ অৰুণাচলৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অধীনস্থ লালপানী আৰক্ষী চকীৰ অসম অৰুণাচল সীমান্তৰ চিকাৰীডাংগাত আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰাখিনি। জব্দকৃত সুৰাখিনিৰ আনুমানিক বজাৰ মুল্য ১৫ লা টকা বুলি জানিব পৰা গৈছে। AS 01 EC 6245 নম্বৰৰ টাটা 709 ট্ৰাকেৰে অৰুণাচলৰ টেংগাভেলীৰ পৰা সুৰাখিনি লৈ অনা হৈছিল বুলি জানিব পৰা গৈছে। চি...
Marathon || Rongali Bihu || Bihu || Mazbat
Просмотров 2954 месяца назад
৬৭ সংখ্যক মাজবাট ৰাজহুৱা ৰঙালী বিহু সমিতিয়ে আয়োজন কৰা মাৰাথান দৌৰ প্ৰতিযোগিতাত (ওৰাঙৰ পৰা মাজবাট লৈ) প্ৰথম স্থান লাভ কৰে হুমেন সেনাপতি, দ্বিতীয় স্থান লাভ কৰে অভিশেষ মাহালী আৰু তৃতীয় স্থান লাভ কৰে হিতেশ বড়োৱে। Music Credit: Title: Atmos Artist: Black Box #Mazbatian #Marathon
পূব-মাজবাট ৰঙালী বিহু সমাৰোহৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু মূহুৰ্ত #bihu #rongalibihu
Просмотров 4324 месяца назад
#UPDATE পূব-মাজবাট নৱজ্যোতি যুৱক সংঘ আৰু পুথিভঁড়ালৰ সৌজন্যত ৫৪ সংখ্যক পূব-মাজবাট ৰঙালী বিহু সমাৰোহৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু মূহুৰ্ত। #Mazbatian #RongaliBihu #Bihu
Protest in Mazbat against implementation of CAA
Просмотров 645 месяцев назад
নাগৰিকত্ব সংশোধনী আইন (CAA) বলৱৎ কৰাৰ প্ৰতিবাদত আজি (১২/০৩/২০২৪) মাজবাটত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই আইনখনৰ প্ৰতিলিপি দাহ কৰে। #Mazbatian #CAA #AASU #ATTSA
Religious Rally on account of Pran Pratishtha of Prabhu Shri Ram at Mazbat.
Просмотров 707 месяцев назад
অযোধ্যাত প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ লগত সংগতি ৰাখি আজি (২২/০১/২০২৪) মাজবাটত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। #Mazbatian #SriRam #ayodhya #AyodhyaRamTemple
Guinness World Record | Most numbers of sapling planted in 24 hrs | Udalguri | Amrit Brikshya
Просмотров 609 месяцев назад
Guinness World Record | Most numbers of sapling planted in 24 hrs | Udalguri | Amrit Brikshya
Chhat Puja 2023 || Chhat Puja Mazbat || Festival || Assam || Celebration
Просмотров 1339 месяцев назад
Chhat Puja 2023 || Chhat Puja Mazbat || Festival || Assam || Celebration
Nagara Naam by Karishma Nath at Mazbat || Karishma Nath || Nagara Naam || Lakshmi Puja
Просмотров 23910 месяцев назад
Nagara Naam by Karishma Nath at Mazbat || Karishma Nath || Nagara Naam || Lakshmi Puja
Subroto Cup 2023 || Assam vs IPSC || 4-1
Просмотров 4911 месяцев назад
Subroto Cup 2023 || Assam vs IPSC || 4-1
Subroto Cup 2023 || Assam vs. Jammu & Kashmir || 19-0
Просмотров 6311 месяцев назад
Subroto Cup 2023 || Assam vs. Jammu & Kashmir || 19-0
বিশ্ব অভিলেখ গঢ়াৰ দিশত ওদালগুৰি জিলা..!! Amrit Brikshya
Просмотров 14111 месяцев назад
বিশ্ব অভিলে গঢ়াৰ দিশত ওদালগুৰি জিলা..!! Amrit Brikshya
Neeraj Chopra won gold in World Athletics Championship 2023 || Javelin Throw || Gold Medal
Просмотров 158Год назад
Neeraj Chopra won gold in World Athletics Championship 2023 || Javelin Throw || Gold Medal
অমৃত বৃক্ষ আন্দোলন 🌱গছ থাকিলেহে মানুহ থাকিব।#Mazbatian #AmritBrikhaAndolan #ThemeSong
Просмотров 184Год назад
অমৃত বৃক্ষ আন্দোলন 🌱গছ থাকিলেহে মানুহ থাকিব।#Mazbatian #AmritBrikhaAndolan #ThemeSong
চিলনীৰ চকুৰে মাজবাটখন।
Просмотров 153Год назад
চিলনীৰ চকুৰে মাজবাটখন।
মাজবাটত দূৰণিবটীয়া ৰেলগাড়ী সমূহৰ ষ্টপেজৰ দাবীত ৩ ঘন্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী।
Просмотров 9 тыс.Год назад
মাজবাটত দূৰণিবটীয়া ৰেলগাড়ী সমূহৰ ষ্টপেজৰ দাবীত ৩ ঘন্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী।
Junmoni Rabha Death || Protest Rally at Mazbat demanding CBI investigation
Просмотров 692Год назад
Junmoni Rabha Death || Protest Rally at Mazbat demanding CBI investigation
Guess the Place...?? ঠাইডোখৰ কোনখিনি বাৰু…??
Просмотров 91Год назад
Guess the Place...?? ঠাইডোখৰ কোনখিনি বাৰু…??
The Historical Mahamuni Than, Mazbat || মাজবাটৰ ঐতিহাসিক মহামুনি থান।
Просмотров 490Год назад
The Historical Mahamuni Than, Mazbat || মাজবাটৰ ঐতিহাসিক মহামুনি থান।
মাজবাটৰ টাৰ্নি বজাৰৰ এজাৰ জোপা।#Mazbatian #Ajar
Просмотров 145Год назад
মাজবাটৰ টাৰ্নি বজাৰৰ এজাৰ জোপা।#Mazbatian #Ajar
NABARD Infrastructure Development Assistant (NIDA 2021-22) ৰ অধীনত নিৰ্মাণ হৈ থকা ৰৌতা মিছামাৰী পথটো
Просмотров 77Год назад
NABARD Infrastructure Development Assistant (NIDA 2021-22) ৰ অধীনত নিৰ্মাণ হৈ থকা ৰৌতা মিছামাৰী পথটো
Dine Dine Khoshiya Poribe by Sayam Paul || Rabindra Jayanti Mazbat || Celebration
Просмотров 174Год назад
Dine Dine Khoshiya Poribe by Sayam Paul || Rabindra Jayanti Mazbat || Celebration
Janam Janam by Sayam Paul || Rabindra Jayanti Mazbat || Dilwale
Просмотров 89Год назад
Janam Janam by Sayam Paul || Rabindra Jayanti Mazbat || Dilwale
Rabha Traditional Dance ~ Hamja Folk Dance || Rongali Bihu || Rabha Folk Dance
Просмотров 74Год назад
Rabha Traditional Dance ~ Hamja Folk Dance || Rongali Bihu || Rabha Folk Dance

Комментарии