- Видео 41
- Просмотров 37 566
তগৰ অসম
Индия
Добавлен 17 апр 2023
Welcome to my channel
And please subscribe
And please subscribe
ৰাজীৱ শদিয়াৰ শেষৰখন মঞ্চ।। ৰসবাৰী পৰ্যটন মেলা ২০২৫।। তগৰ অসম।। ৰাজীৱ শদিয়া
#ৰাজীৱশদিয়াগগৈ
তেখেতে শেষৰখন মঞ্চত গাই যোৱা গীতটি।। লুইতখন ভৰিলে বিঃহ মেতেকাৰে।। ৰসবাৰী পৰ্যটন মেলাৰ মঞ্চত তেখেতে নিজৰ ভাল লগা তিনিটা গান গায় মাটিত ঢলি পৰিছিল।।
তেখেতে শেষৰখন মঞ্চত গাই যোৱা গীতটি।। লুইতখন ভৰিলে বিঃহ মেতেকাৰে।। ৰসবাৰী পৰ্যটন মেলাৰ মঞ্চত তেখেতে নিজৰ ভাল লগা তিনিটা গান গায় মাটিত ঢলি পৰিছিল।।
Просмотров: 4 654
Видео
ফুল হৈ ফুলিছিলা মোৰ মনৰ ফুলনিত// ৰাজীৱ শদিয়া// তগৰ অসম// ৰেবিজ্যোতি মৰাণ//
Просмотров 6 тыс.14 дней назад
#rajibsadiya #assamesevlog #ৰাজীৱশদিয়া
ৰাজীৱ শদিয়া নাইকিয়া হোৱাৰ আগৰ অনুষ্ঠান।। নৈয়ে সলালে শুটি।। তগৰ অসম।। ৰাজীৱ শদিয়া
Просмотров 1,9 тыс.14 дней назад
#ৰাজীৱশদিয়া #Rajibsadiya #RajibSadiya #rajibsadiya আপোনাৰ গীতবোৰে আপোনাক আমাৰ সকলোৰে বুকুৰ মাজত জীয়াই ৰাখিব। //জয় আই অসম//
ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ সকলোৱেই এগচিকৈ চাকি জ্বলালোঁ।। #দিহিং নাট্য গোষ্ঠী ৰ সমূহ কৰ্ম-কৰ্তাৰ লগত।
Просмотров 8014 дней назад
#ৰাজীৱশদিয়া #Rajibsadiya #rajibsadiya #মৃত্যুক লৈ মৰ্মাহত সকলো
ৰসবাৰী পৰ্যটন মেলাৰ মঞ্চত আজি দিগন্ত গোহাঁই//তগৰ অসম// ৰেবিজ্যোতি মৰাণ
Просмотров 45321 день назад
#দিগন্ত গোহাঁই #DigantaGuhain #Digantaguhain
মাজ নিশা নষ্টালজীয়াবোৰৰ লগত// অলপ ভাল লগা মূহুৰ্ত//
Просмотров 11721 день назад
মাজ নিশা নষ্টালজীয়াবোৰৰ লগত// অলপ ভাল লগা মূহুৰ্ত//
"দিহিং নাট্য গোষ্ঠী" দলৰ সন্দৰ্ভত কিছু বাৰ্তালাপ// সভাপতি সম্পাদক হৈ//
Просмотров 319Месяц назад
#বাৰ্তালাপ #bartalap #Bartalap #Dihingnatyagusthi যদি আপোনালোকে আমাৰ "দিহিং নাট্য গোষ্ঠী" নাট্য দলটোৰ পৰিয়ালটোৰ লগত এজন সদস্য হব বিছাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে......! আমাৰ যোগাযোগ নম্বৰ :- 9365325735 , 6002070185 আমাৰ Official Instagram Account ত DM কৰিব পাৰিব :- dihing_natya_gusthi24profilecard/?igsh=MTYya3QzbmVxZmt0eQ আমাক যিকোনো সময়তে যোগাযোগ কৰিব পাৰিব.....। ধন্য...
বিৰ লাচিত// এখনি অতি সেন্দুৰীয়া নাট//
Просмотров 130Месяц назад
#lachit #birlachit #লাচিত #বিৰলাচিত এখনি নাতক আপোনালোকলৈ বুলি আগবঢ়ালোঁ....... ধন্যবাদ আপোনালোকলৈ 🙏 মোক আপোনাৰ ওচৰত পাবলৈ..... My contact:- rebijyotimoran2@gmail.com Instagram:- rebiii_official23profilecard/?igsh=MW83NzNjb3k1c2l1Yg Facebook:- share/186mpEtgm3/ Thanks for watching
ভূত.......// STREE - 2
Просмотров 91Месяц назад
#stree2movie #stree2moviereview #stree2 #stree2hits আজি মবাইল হিন্দী চিনেমা চাই দিলোঁ....। স্ত্ৰী ২ আপোনালোকে চালে নে....? Watch next ruclips.net/video/P-T0Ov_ZaqE/видео.htmlsi=GLjiJuT_LHGyHaTp ruclips.net/video/8wyPany_8tc/видео.htmlsi=ofiRfYkluZcA-z9f এই ভিদিওকেইটা চাব, ভাল পাব....! My contact : - rebijyotimoran2@gmail.com ধন্যবাদ 🙏🙏 //Thanks for Watching my video//
Promo an Gyanarta// জ্ঞানৰ্থ...// @togordaa987
Просмотров 77Месяц назад
#promo #trailer #traiser #assameseshortfilm "জ্ঞানৰ্থ" , এখনি ছুটী ছবি আপোনালোকলৈ বুলি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। অতি কম সময়ৰ ভিতৰতেই আপোনালোকলৈ আগবঢ়াম। My contact : - rebijyotimoran2@gmail.com ধন্যবাদ 🙏🙏 //Thanks for Watching my video//
পথাৰত গৈ অলপ ধেমালী কৰিলোঁ...😉// ৰবাৱ টেঙা//
Просмотров 127Месяц назад
#Vlogs #Assamesevlog #assamesevlog #village #viralvideo My contact : - rebijyotimoran2@gmail.com ধন্যবাদ 🙏🙏 //Thanks for Watching my video//
গাঁওৰ শুভ বিবাহ...... এক অতি সুন্দৰ দিশ্য..!
Просмотров 4942 месяца назад
গাঁওৰ শুভ বিবাহ...... এক অতি সুন্দৰ দিশ্য..!
আমাৰ গাওঁৰ ৰাস।। এটি সৰুকৈ ভিডিও আপোনালোকলৈ।।
Просмотров 1432 месяца назад
আমাৰ গাওঁৰ ৰাস।। এটি সৰুকৈ ভিডিও আপোনালোকলৈ।।
বাবুলপ্ৰতিম বৰাৰ গীতৰ শৰাই।। শতবৰ্ষ অনুষ্ঠানত।।
Просмотров 4593 месяца назад
বাবুলপ্ৰতিম বৰাৰ গীতৰ শৰাই।। শতবৰ্ষ অনুষ্ঠানত।।
হলঙৰ ইতিহাস।। আপোনালোকলৈ বুলি আজি।।@Togoraxom1234
Просмотров 3703 месяца назад
হলঙৰ ইতিহাস।। আপোনালোকলৈ বুলি আজি।।@Togoraxom1234
হলং বুকাপথাৰবাসি ৰাইজে শতবৰ্ষত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ সিদ্ধান্ত।।@Togoraxom1234
Просмотров 1403 месяца назад
হলং বুকাপথাৰবাসি ৰাইজে শতবৰ্ষত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ সিদ্ধান্ত।।@Togoraxom1234
শতবৰ্ষত লাইখুঁটা স্থাপনৰ কাৰ্যসূচী।। হলং বোকাপথাৰবাসী ৰাইজৰ সহযোগত।।
Просмотров 1983 месяца назад
শতবৰ্ষত লাইখুঁটা স্থাপনৰ কাৰ্যসূচী।। হলং বোকাপথাৰবাসী ৰাইজৰ সহযোগত।।
হোলং গাওঁৰ প্ৰতিষ্ঠাৰ কথা 😱 অলমান জানো আহক। খণ্ড ১
Просмотров 2794 месяца назад
হোলং গাওঁৰ প্ৰতিষ্ঠাৰ কথা 😱 অলমান জানো আহক। খণ্ড ১
দিহিং নাট্য গোষ্ঠীৰ উদ্যোগত আৰু বালিজান নৱ - জাগৃত যুৱক সংঘৰ তত্বাবধানত নাট কৰ্মশালা।
Просмотров 8105 месяцев назад
দিহিং নাট্য গোষ্ঠীৰ উদ্যোগত আৰু বালিজান নৱ - জাগৃত যুৱক সংঘৰ তত্বাবধানত নাট কৰ্মশালা।
অসমৰ পৰা অৰুণাচল যাত্ৰা।।।।।।। তগৰ অসম
Просмотров 2316 месяцев назад
অসমৰ পৰা অৰুণাচল যাত্ৰা।।।।।।। তগৰ অসম
বুঢ়ীদিহিং ৰঙালী বিহু সন্মিলনত জ্যোতিস্মা চেটিয়াৰ গীতৰ শৰাই// তগৰ অসম//
Просмотров 8598 месяцев назад
বুঢ়ীদিহিং ৰঙালী বিহু সন্মিলনত জ্যোতিস্মা চেটিয়াৰ গীতৰ শৰাই// তগৰ অসম//
বুঢ়ীদিহিং ৰঙালী বিহু সন্মিলনত প্ৰিয়াশী মৰাণৰ গীতৰ শৰাই।
Просмотров 3338 месяцев назад
বুঢ়ীদিহিং ৰঙালী বিহু সন্মিলনত প্ৰিয়াশী মৰাণৰ গীতৰ শৰাই।
বৰহোলোংৰ ৰঙলীবিহু সন্মিলন অনুষ্ঠিত//মাইনা হিমদ্ৰিৰ গীতৰ শৰাই//
Просмотров 6398 месяцев назад
বৰহোলোংৰ ৰঙলীবিহু সন্মিলন অনুষ্ঠিত//মাইনা হিমদ্ৰিৰ গীতৰ শৰাই//
বুঢ়ীদিহিং আঞ্চলিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত// কথালগুৰি//
Просмотров 1968 месяцев назад
বুঢ়ীদিহিং আঞ্চলিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত// কথালগুৰি//
কথালগুৰী গাওঁৰ বুঢ়িদিহিং আঞ্চলিক ৰঙালী বিহু সন্মিলন // মাইনা হিমাদ্রি আৰু প্রিয়ংকা মৰান।
Просмотров 4108 месяцев назад
কথালগুৰী গাওঁৰ বুঢ়িদিহিং আঞ্চলিক ৰঙালী বিহু সন্মিলন // মাইনা হিমাদ্রি আৰু প্রিয়ংকা মৰান।
হাঁচটি ঐ চত বিচটি ঐ চত🌹🌹বুধে বিস্পতি🌹🌹মংগলে ঊৰুকা 🌹🌹বিহু গৈ আছিলি কত🌹।
Просмотров 3109 месяцев назад
হাঁচটি ঐ চত বিচটি ঐ চত🌹🌹বুধে বিস্পতি🌹🌹মংগলে ঊৰুকা 🌹🌹বিহু গৈ আছিলি কত🌹।
বহুত দুখ লাগিল ঠাই খন আৰু মন্সখন দেখা পাই। তেওঁৰ স্বৰ্গগত বিদেহী আত্মাৰ সদগতি কামনা কৰিলো। তেওঁ যতেই আছে শান্তিৰে থাকক।
❤❤❤❤
Juii🔥🔥horunisadou aru apa joni ❤❤❤vagin huya karone he anibo jabo napali ❤❤❤
👍🏻
তেখেত পৰ্যটন মেলাত গীত পৰিৱেশন কৰিবলৈ অহা এইবাৰেই প্ৰথম নাছিল। তেখেতে আগতেও বহুবাৰ আহিছে। কিন্তু এইবাৰ বুকু বিষ বুলি কৈ গান গাবলৈ লওঁতেই এই ভাবিব নোৱাৰা ঘটনা এটা হৈ গল।
এডোখৰ পৱিত্ৰ ঠাই😂😂😂😂।
ঠাই দোখৰ দেখোৱালা ভাল লাগিল।
Ummm
ইমান ধুনীয়া ঠাই ডোখৰত আৰু ইমান ধুনীয়া অনুস্থানত তেখেতৰ এই ঘটনাটো হৈছে 😢😢❤ । তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। ❤❤❤❤❤❤❤ জয় আই অসম ✊✊
ভাল লাগিল ঠাই ডোখৰ চাই 😢❤।
Dhuniya
Dhanyabad
Om santi 😢❤
এপাহি সুগন্ধী ফুল......❤
R.I.P😢😢
তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ ❤😢।। তেখেতে অসমীয়াৰ বাবে বহুতো দেশ মাটিৰ গান দি থৈ গৈছে। তেখেত আমাৰ মাজত নাই যদিও তেখেতৰ গাণবোৰে আমাৰ মাজত জীয়াই ৰাখিব ❤❤😢।
ৰাজীৱ দাৰ বিয়োগৰ বতৰা পাই অতি মৰ্মাহত হৈছোঁ। 😢❤❤ তেখেতে যতেই থাকক ভগৱানে কুশলে ৰাখক। ❤ জয় আই অসম ✊✊
জয় আই অসম 🎉❤❤
Moi jam ha agi ahila log pam 😢
Okay ❤️🎉
দিগন্ত দা ❤🎉🎉🎉 my favourite singer
❤️☘️
মইও গৈছিলোঁ দাদা কালি ❤
ঠিকেই আছে ❤️
val lagisea dei 😅😅😅😅
Janisung ki kori sila ge haha😄😁
😁😁😃
Vai video delete kor
Are you talk to anything.....?
Yes ❤️🙌
❤🎉🎉 Hahaa
😂😂😂😂😂
ভাওনা মোৰো বহুত প্ৰিয় ❤❤ সেইয়েহে মৈও গৈ আছোঁ.......❤❤🎉🎉🎉 দাদা আপোনাকো লগ পাম বুলি আশা ৰাখিলোঁ। ❤❤❤🎉
নিশ্চয়.....
মই গৈ আছোঁ দাদা.... আপোনাক লগ পাম বুলি আশা ৰাখিলোঁ।❤❤
নিশ্চয়.....
শেষৰ কথাখিনিয়ে কিন্তু মোৰ মন চুই গৈছে.......😢 সঁচা কথা এটা কলে ❤🎉🎉
ধন্যবাদ
বিদায়.....😢
Congratulations Aguwai juwar kamona krilu
@mukeshmilimusic9582 dhonyobad kokaideu
জয় দিহিং নাট্য গোষ্ঠী ❤❤
জয়তু...OUR - DNG
সুন্দৰ প্ৰতিভা বন্ধু সদাই এনেদৰে প্ৰতিভা বিলাক বিকাশ কৰি আগবাঢ়ি যোৱা তাৰে কমণা কৰিলো বন্ধু
ধন্যবাদ
Hundar❤
Dhanyabad 🙏
Dihing naitiya gusti agh bari jaok tare ishwar usorat parthana janalu...... Jai ai Assam Jai dihing naitiya gusti
Dhanyabad 🙏
❤❤❤
নেৰিবা, মজা।
ধন্যবাদ, আশীৰ্বাদ কৰিব আপোনালোকে....🙏
Yes🎉❤
Thanks 👍
Moja❤❤
Dhonyobad 🙏
Insallah
"Suvanalla"
Borhiya ❤
Dhonyabad
সুন্দৰ
ধন্যবাদ
সুন্দৰ আনুষ্ঠান এনেদৰে আগবাঢ়ি যায় তাৰে কামনা কৰিলো।
হয়, ধন্যবাদ
nice 👍
Thanks 🫶❤️
"তগৰ অসম" তথা ৰেবি দাদাক অতি সোনকালেই তেখেতৰ নিজৰ চিনাকি দিয়া ভিদিও এটা আমাৰ মাজলৈ আগবঢ়াই দিবলৈ কবলৈ কাৰ কাৰ মন যায়.....? ❤❤🎉
ধন্যবাদ 🙏......... দিম দিম, অতি সোনকালে দিম ❤️
Lge oti hunkale ❤
জয়তু দিহিং নাট্য গোষ্ঠী 👍👍 , এটা অতি সুন্দৰ অনুষ্ঠান আপোনালোকে আগবঢ়াই নিছে... তাৰ বাবে সম্ভাষণ জনাইছোঁ। ❤❤ সকলোৱেই যোগাযোগ কৰিব! ❤🎉🎉 Hy TOGOR AXOM অৰ্থাৎ Rebi Da.... মই আপোনাৰ ভিদিও চাই বহুত ভাল পাওঁ। ❤❤❤🎉 আপোনাক অতি সোনকালে লগপোৱাৰ আশাৰে...! ❤
হয়, পাম দীয়ক অতি সোনকালেই ❤️
Bir........ Lachit Barphukan ❤